• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
তথ্যত প্ৰকাশ, কভিড ভেকচিন আৰু হঠাৎ হাৰ্ট এটেকৰ মাজত কোনো সম্পৰ্ক নাই

তথ্যত প্ৰকাশ, কভিড ভেকচিন আৰু হঠাৎ হাৰ্ট এটেকৰ মাজত কোনো সম্পৰ্ক নাই

12 months ago
দুঃসময় আঁতৰিব ৫ ৰাশিৰ জাতক-জাতিকাৰ! বাবা ভাংগাৰ ডাঙৰ ভৱিষ্যদ্বাণী

বাবা ভাংগাৰ ভৱিষ্যদ্বাণী, মেষ ৰাশিকে ধৰি আন ৫ ৰাশিৰ হাতলৈ আহিব ধন

49 minutes ago
একেহাৰে বন্ধ থাকিব বেংক, আজিয়েই পৰীক্ষা কৰক বন্ধৰ তালিকা

একেহাৰে বন্ধ থাকিব বেংক, আজিয়েই পৰীক্ষা কৰক বন্ধৰ তালিকা

1 hour ago
PAN কাৰ্ডধাৰীৰ বাবে ডাঙৰ খবৰ, এই ৫টা কামত PAN নম্বৰ নিদিলে পৰিব বিপদত!

PAN কাৰ্ডধাৰীৰ বাবে ডাঙৰ খবৰ, এই ৫টা কামত PAN নম্বৰ নিদিলে পৰিব বিপদত!

14 hours ago
অমৱস্যাৰ সূৰ্যগ্ৰহণ বিশেষ ৪ ৰাশিৰ বাবে, আনিব আৰ্থিক লাভ কঢ়িয়াই!

অমৱস্যাৰ সূৰ্যগ্ৰহণ বিশেষ ৪ ৰাশিৰ বাবে, আনিব আৰ্থিক লাভ কঢ়িয়াই!

15 hours ago
ছিগা চুলি য’তে ত’তে পেলোৱাৰ পূৰ্বে সাৱধান, শনিৰ কোপদৃষ্টি পৰিব পাৰে আপোনাৰ ওপৰত!

ছিগা চুলি য’তে ত’তে পেলোৱাৰ পূৰ্বে সাৱধান, শনিৰ কোপদৃষ্টি পৰিব পাৰে আপোনাৰ ওপৰত!

15 hours ago
কাইলৈ ৪ ৰাশিয়ে পাব সুযোগ, কাৰ কাৰ উদয় হ’ব ভাগ্য জানক

কাইলৈ ৪ ৰাশিয়ে পাব সুযোগ, কাৰ কাৰ উদয় হ’ব ভাগ্য জানক

16 hours ago
বাতৰি কাকতত মেৰিয়াই নাৰাখিব গৰম বস্তু, ভয়ংকৰ সমস্যাত পৰিব আপুনি!

বাতৰি কাকতত মেৰিয়াই নাৰাখিব গৰম বস্তু, ভয়ংকৰ সমস্যাত পৰিব আপুনি!

16 hours ago
কাপোৰত ঘামৰ দাগ? এই সহজ উপায়েৰে আঁতৰাওক দাগ

কাপোৰত ঘামৰ দাগ? এই সহজ উপায়েৰে আঁতৰাওক দাগ

17 hours ago
মৃত ব্যক্তিৰ যৌ*নাংগৰ আকাৰৰ পৰা আৰম্ভ কৰি ৩৭০ টকাৰ বিৰিয়ানীলৈ! কিয় বিতৰ্কত প্ৰণিত ম’ৰে?

মৃত ব্যক্তিৰ যৌ*নাংগৰ আকাৰৰ পৰা আৰম্ভ কৰি ৩৭০ টকাৰ বিৰিয়ানীলৈ! কিয় বিতৰ্কত প্ৰণিত ম’ৰে?

18 hours ago
বাংলাদেশত হাহাকাৰ! মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্যৰ পিছতে ক্ষোভৰ উদগীৰণ বাংলাদেশত

‘অসমত ১৮ বছৰৰ ওপৰৰ কোনো লোকক প্ৰদান কৰা নহ’ব আধাৰ কাৰ্ড’, সিদ্ধান্ত কেবিনেটৰ

19 hours ago
Surya Gochar 2026: ১৫ জুনৰ পৰা মেষ ৰাশিকে ধৰি এই ৪ টা ৰাশিৰ আহিব ভাল সময়!

Surya Gochar 2026: ১৫ জুনৰ পৰা মেষ ৰাশিকে ধৰি এই ৪ টা ৰাশিৰ আহিব ভাল সময়!

20 hours ago
Image Credit: Gemini Ai

প্ৰেমত বাৰে বাৰে কৰা বিশ্বাসঘাতকতা! হাতৰ ৰেখাত আছে নেকি দোষ?

21 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Sunday, June 14, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home ক'ভিড-১৯

তথ্যত প্ৰকাশ, কভিড ভেকচিন আৰু হঠাৎ হাৰ্ট এটেকৰ মাজত কোনো সম্পৰ্ক নাই

editor by editor
July 2, 2025
in ক'ভিড-১৯, জীৱনশৈলী, বিবিধ, ভাৰত
0
তথ্যত প্ৰকাশ, কভিড ভেকচিন আৰু হঠাৎ হাৰ্ট এটেকৰ মাজত কোনো সম্পৰ্ক নাই
0
SHARES
310
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

তথ্যত প্ৰকাশ, কভিড ভেকচিন আৰু হঠাৎ হাৰ্ট এটেকৰ মাজত কোনো সম্পৰ্ক নাই

কৰ’ণা ভাইৰাছ আৰু পিছত কভিড ভেকচিন, যাৰ পিছত ভাৰতবৰ্ষত বিশেষকৈ হাৰ্ট এটেকৰ ঘটনা দ্ৰুতগতিত বৃদ্ধি পাইছে। কোনো কোনোৱে খোজ কাঢ়ি থাকোঁতেই হাৰ্ট এটেক হৈ আছে আৰু কোনোবাই বহি থাকোঁতে হাৰ্ট এটেক হৈ মৃত্যু মুখত পৰিছে।

এই ধাৰাবাহিকভাৱে বৃদ্ধি পোৱা হাৰ্ট একেট সন্দৰ্ভত বহু লোকেই দাবী কৰিছিল যে Covid ভেকচিনৰ বাবেই এইদৰে মানুহৰ মাজত হাৰ্ট এটেকৰ সংখ্যা বৃদ্ধি হৈছে। অৱশ্যে এই দাবী সন্দৰ্ভত আইচিএমআৰ আৰু এইমছৰ প্ৰতিবেদনত প্ৰকাশ পাইছে ডাঙৰ তথ্য।

কিছুদিনৰ পৰা দেশত চৰ্চা চলি আছিল যে Covid-19ৰ ভেকচিন গ্ৰহণ কৰি বহু যুৱক-যুৱতী হঠাতে মৃত্যুমুখত পৰিছে। এই সন্দৰ্ভত বহু ধৰণৰ উৰাবাতৰি আৰু আশংকা বিয়পি পৰিছিল যদিও এতিয়া দেশৰ দুটা বৃহৎ চিকিৎসা প্ৰতিষ্ঠান আইচিএমআৰ (ইণ্ডিয়ান কাউন্সিল অৱ মেডিকেল ৰিচাৰ্চ) আৰু এইমছ (অল ইণ্ডিয়া ইনষ্টিটিউট অৱ মেডিকেল ছায়েন্স)য়ে এই বিষয়ত এক বৃহৎ আৰু গভীৰ তদন্ত কৰিছে, য’ত স্পষ্টকৈ কোৱা হৈছে যে Covid ভেকচিন আৰু হঠাৎ মৃত্যুৰ মাজত কোনো প্ৰত্যক্ষ সম্পৰ্ক নাই।

আইচিএমআৰ-আইইমছে নেশ্যনেল ইনষ্টিটিউট অৱ ইপিডেমিঅ’লজিৰ সহযোগত এই প্ৰতিবেদন প্ৰস্তুত কৰিছে। ইয়াত ১৮ৰ পৰা ৪৫ বছৰ বয়সৰ সেই লোকসকলৰ নমুনা লোৱা হৈছে যি সকল লোকৰ ২০২১ চনৰ ১ অক্টোবৰৰ পৰা ২০২৩ চনৰ ৩১ মাৰ্চৰ ভিতৰত আকস্মিক মৃত্যু হৈছে।

বহু মৃত্যু হোৱা ঘটনাই মানুহক আতংকিত কৰি তোলাৰ সময়তে আইচিএমআৰ আৰু এইমছৰ এই প্ৰতিবেদন। এই প্ৰতিবেদন সন্দৰ্ভত স্বাস্থ্য মন্ত্ৰালয়ে এক বিবৃতিত কয় যে দেশৰ কেইবাটাও সংস্থাৰ জৰিয়তে আকস্মিক মৃত্যুৰ গোচৰৰ তদন্ত কৰা হৈছে, যিয়ে প্ৰমাণ কৰিছে যে কোভিড-১৯ৰ প্ৰতিষেধক আৰু দেশত হঠাৎ মৃত্যুৰ খবৰৰ মাজত কোনো প্ৰত্যক্ষ সম্পৰ্ক নাই।

প্ৰতিবেদনত দাবী কৰা হৈছে যে যুৱক-যুৱতীসকলৰ মৃত্যুৰ কাৰণ হ’ব পাৰে জেনেটিক্স, জীৱনশৈলী, পূৰ্বৰ অৱস্থা, আৰু ক’ভিডৰ পিছৰ জটিলতা আদি।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: corona vaccinecovid 19covid vaccineHart Attack
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

দুঃসময় আঁতৰিব ৫ ৰাশিৰ জাতক-জাতিকাৰ! বাবা ভাংগাৰ ডাঙৰ ভৱিষ্যদ্বাণী
জীৱনশৈলী

বাবা ভাংগাৰ ভৱিষ্যদ্বাণী, মেষ ৰাশিকে ধৰি আন ৫ ৰাশিৰ হাতলৈ আহিব ধন

June 14, 2026
একেহাৰে বন্ধ থাকিব বেংক, আজিয়েই পৰীক্ষা কৰক বন্ধৰ তালিকা
বাণিজ্য

একেহাৰে বন্ধ থাকিব বেংক, আজিয়েই পৰীক্ষা কৰক বন্ধৰ তালিকা

June 14, 2026
PAN কাৰ্ডধাৰীৰ বাবে ডাঙৰ খবৰ, এই ৫টা কামত PAN নম্বৰ নিদিলে পৰিব বিপদত!
বাণিজ্য

PAN কাৰ্ডধাৰীৰ বাবে ডাঙৰ খবৰ, এই ৫টা কামত PAN নম্বৰ নিদিলে পৰিব বিপদত!

June 13, 2026
অমৱস্যাৰ সূৰ্যগ্ৰহণ বিশেষ ৪ ৰাশিৰ বাবে, আনিব আৰ্থিক লাভ কঢ়িয়াই!
জীৱনশৈলী

অমৱস্যাৰ সূৰ্যগ্ৰহণ বিশেষ ৪ ৰাশিৰ বাবে, আনিব আৰ্থিক লাভ কঢ়িয়াই!

June 13, 2026
Next Post
বিৰাটে কৰিব নোৱাৰা কাম কৰি ৰোহিত শৰ্মাৰ ক্লাবত যোগদান স্মৃতি মান্ধনাৰ

বিৰাটে কৰিব নোৱাৰা কাম কৰি ৰোহিত শৰ্মাৰ ক্লাবত যোগদান স্মৃতি মান্ধনাৰ

বলীউডৰ ববী ডাৰ্লিঙৰ চাঞ্চল্যকৰ দাবী- টিম ইণ্ডিয়াৰ এই ক্ৰিকেটাৰৰ সৈতে আছিল সম্পৰ্ক

বলীউডৰ ববী ডাৰ্লিঙৰ চাঞ্চল্যকৰ দাবী- টিম ইণ্ডিয়াৰ এই ক্ৰিকেটাৰৰ সৈতে আছিল সম্পৰ্ক

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.