• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
বিদ্যালয়ৰ নলাত উদ্ধাৰ ছাত্ৰৰ নিথৰ দেহ, হাহাকাৰ পৰিস্থিতি, লণ্ডভণ্ড বিদ্যালয়

2 years ago
খাদ্য গ্ৰহণৰ পূৰ্বে আৰু পাছত ছুগাৰ টেষ্ট কৰে? ভুল সময়ত পৰীক্ষা কৰিলে বিপদ আপোনাৰেই

26 minutes ago
শুক্ৰ আৰু বৃহস্পতিৰ সংযোগত ৰাজযোগ, গুৰুবাৰে ধনলক্ষ্মীৰ কৃপা থাকিব এই ৫ৰাশিত

51 minutes ago
কূটনীতিত অপৰাজেয়, এই ৩ মূল্যাংকৰ জাতকক চিনি থলে লাভ আপোনাৰেই

2 hours ago
প্ৰতিমাহে ১০,০০০ টকা সুদ পাবলৈ হ’লে কিমান টকাৰ FD কৰিব লাগিব?

২৫ মে পৰ্যন্ত থাকিব কালসৰ্প যোগ,ভয় নাই, এই সময়ৰ ভিতৰত প্ৰচুৰ অৰ্থলাভ হ’ব ৫ৰাশিৰ

3 hours ago
২০ বছৰত কোটিপতি হ’বই, SIP ত কিমান টকা ইনভেষ্ট কৰিলে এয়া সম্ভৱ হ’ব?

কৃত্তিকা নক্ষত্ৰত মঙ্গলৰ এন্ট্ৰি, জুনৰ পৰা জুলাইলৈকে অৰ্থৰ চিন্তা নাই, কেৰিয়াৰতো অগ্ৰগতিৰ যোগ এই ৪ৰাশিৰ

4 hours ago
জ্যোতিষীক OSD কৰাৰ সিদ্ধান্ত লৈ আকৌ বিতৰ্কত মুখ্যমন্ত্ৰী বিজয়, কোন এই জ্যোতিষী ৰিকি ৰাধন পণ্ডিত? তেওঁৰ প্ৰভাৱৰ বিষয়ে জানি থওক

আধালৈ কমাই অনা হ’ব প্ৰধানমন্ত্ৰীৰ কনভয়ৰ বাহন! প্ৰধানমন্ত্ৰী মোদীৰ কনভয়ত কেইখন বাহন থাকে?

5 hours ago
এদিনতেই বুধ-শুক্ৰ ২ গ্ৰহৰ ৰাশি পৰিবৰ্তন, উন্নতিৰ যোগ আছে কোন কোন ৰাশিৰ জাতক-জাতিকাৰ?

শনিৰ সৈতে ৯০ ডিগ্ৰী কোণলৈ আহিব বুধ, কেন্দ্ৰ দৃষ্টি যোগত এমাহ পাছতেই টকাৰ বৃষ্টি ৪ৰাশিত

ছোৱালীয়েও পাব সম্পত্তিৰ সম্পূৰ্ণ অধিকাৰ, নাথাকিব লীভ ইন ৰিলেশ্ব্যনশ্বিপ, UCC আহিলে নতুন কি কি নিয়ম বলবৎ হ’ব ৰাজ্যত?

6 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, May 13, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home ভাৰত

বিদ্যালয়ৰ নলাত উদ্ধাৰ ছাত্ৰৰ নিথৰ দেহ, হাহাকাৰ পৰিস্থিতি, লণ্ডভণ্ড বিদ্যালয়

editor by editor
May 17, 2024
in ভাৰত
0
বিদ্যালয়ৰ নলাত উদ্ধাৰ ছাত্ৰৰ নিথৰ দেহ, হাহাকাৰ পৰিস্থিতি, লণ্ডভণ্ড বিদ্যালয়
0
SHARES
832
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

বিদ্যালয়ৰ নলাত উদ্ধাৰ ছাত্ৰৰ নিথৰ দেহ, হাহাকাৰ পৰিস্থিতি, লণ্ডভণ্ড বিদ্যালয়

পুৱাই এখন বিদ্যালয়ত হাহাকাৰ পৰিস্থিতি। বিদ্যালয়ৰ নলাত উদ্ধাৰ এগৰাকী ছাত্ৰৰ নিথৰ দেহ। যি ঘটনাক লৈয়ে এতিয়া হাহাকাৰ । উত্তপ্ত হৈ পৰিছে বিদ্যালয় চৌহদ। ছাত্ৰৰ পৰিয়ালৰ লোকৰ অভিযোগ, হত্যা কৰি তেনেদৰে কোনোৱে পেলাই দিছে নলাত।

এই শিহৰণকাৰী ঘটনা সংঘটিত হৈছে পাটনাৰ দীঘাত অৱস্থিত এখন ব্যক্তিগত বিদ্যালয়ত। বিদ্যালয়ৰ নলাত উদ্ধাৰ হৈছে নিৰীহ শিশুৰ মৃতদেহ। পৰিয়ালৰ অভিযোগ অনুসৰি বিদ্যালয়খনতেই শিশুটিক হত্যা কৰি মৃতদেহটো নালাত পেলাই দিয়া হৈছে।

ঘটনাত ক্ষুব্ধ হৈ ৰাজপথলৈ ওলাই আহিছে মানুহ। ক্ষুব্ধ ৰাইজে অৱৰোধ কৰে দনাপুৰ-গান্ধী ময়দান পথ। পথত টায়াৰ জ্বলাই তীব্ৰ প্ৰতিবাদো আৰম্ভ কৰে। ক্ষুব্ধ লোকেও বিদ্যালয়খনত প্ৰৱেশ কৰি ভাঙি লণ্ডভণ্ড কৰে।

কেৱল এয়াই নহয়, বিদ্যালয়খনৰ বহু কোঠাতো জুই লগাই দিয়া হয়। বিদ্যালয়ৰ বাহনসমূহো ক্ষতিগ্ৰস্ত হয় যাৰ ফলত যান-বাহন ব্যৱস্থা সম্পূৰ্ণৰূপে ব্যাহত হয়। ৰাতিপুৱা এই পথেৰে পাৰ হৈ যোৱা লোকসকল, আন বিদ্যালয়ৰ ল’ৰা-ছোৱালী আৰু শিক্ষকসকলেও যথেষ্ট অসুবিধাৰ সন্মুখীন হ’বলগীয়া হয়।

আনহাতে আৰক্ষীয়ে ৰাইজক বুজাই শান্ত কৰিবলৈ চেষ্টা কৰিছে যদিও হত্যাকাৰীক গ্ৰেপ্তাৰ কৰাৰ দাবীত সকলোৱে অটল। আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়াই জনোৱা মতে, এটি চাৰি বছৰীয়া শিশুৰ মৃতদেহ উদ্ধাৰ হোৱাৰ পিছতে পথত শ শ লোকৰ সমাগম ঘটে।

নিহত শিশুটি দীঘাৰ ৰামজী চক নিবাসী শৈলেন্দ্ৰ ৰায়ৰ পুত্ৰ আয়ুষ কুমাৰ (৪) বুলি জানিব পৰা গৈছে। ষ্টেচন ইনচাৰ্জে কয় যে বিষয়টোৰ তদন্ত চলি আছে। বিদ্যালয় পৰিচালনা সমিতিক জেৰা অব্যাহত আছে। মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদন অহাৰ পিছতহে মৃত্যুৰ কাৰণ স্পষ্ট হ’ব।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: patnaPatna Schoolprivate schoolSchool Student . School
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

শুক্ৰ আৰু বৃহস্পতিৰ সংযোগত ৰাজযোগ, গুৰুবাৰে ধনলক্ষ্মীৰ কৃপা থাকিব এই ৫ৰাশিত
জীৱনশৈলী

May 13, 2026
২০ বছৰত কোটিপতি হ’বই, SIP ত কিমান টকা ইনভেষ্ট কৰিলে এয়া সম্ভৱ হ’ব?
জীৱনশৈলী

২০ বছৰত কোটিপতি হ’বই, SIP ত কিমান টকা ইনভেষ্ট কৰিলে এয়া সম্ভৱ হ’ব?

May 13, 2026
জ্যোতিষীক OSD কৰাৰ সিদ্ধান্ত লৈ আকৌ বিতৰ্কত মুখ্যমন্ত্ৰী বিজয়, কোন এই জ্যোতিষী ৰিকি ৰাধন পণ্ডিত? তেওঁৰ প্ৰভাৱৰ বিষয়ে জানি থওক
জীৱনশৈলী

জ্যোতিষীক OSD কৰাৰ সিদ্ধান্ত লৈ আকৌ বিতৰ্কত মুখ্যমন্ত্ৰী বিজয়, কোন এই জ্যোতিষী ৰিকি ৰাধন পণ্ডিত? তেওঁৰ প্ৰভাৱৰ বিষয়ে জানি থওক

May 13, 2026
আধালৈ কমাই অনা হ’ব প্ৰধানমন্ত্ৰীৰ কনভয়ৰ বাহন! প্ৰধানমন্ত্ৰী মোদীৰ কনভয়ত কেইখন বাহন থাকে?
জীৱনশৈলী

আধালৈ কমাই অনা হ’ব প্ৰধানমন্ত্ৰীৰ কনভয়ৰ বাহন! প্ৰধানমন্ত্ৰী মোদীৰ কনভয়ত কেইখন বাহন থাকে?

May 13, 2026
Next Post
বিজ্ঞানীসকলে কপাহতকৈ পাতল এটা গ্ৰহ বিচাৰি পাইছে, বিপৰীতে ইয়াৰ আকাৰ বৃহস্পতিতকৈও ডাঙৰ

সঞ্জীৱনীতকৈ কম নহয় এই উদ্ভিদ, ফুল-পাতৰ পৰা আৰম্ভ কৰি ফললৈকে সকলো বহু উপকাৰী

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন