• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
মই জীয়াই থাকিবলৈ এতিয়া বহু টকাৰ প্ৰয়োজন, সন্মুখত ডাক্তৰ, অস্ত্ৰোপছাৰ… দীপক শৰ্মাই হাস্পতালৰ বিচনাৰ পৰাই ৰাজ্যবাসীক জনাইছে বিশেষ অনুৰোধ

মই জীয়াই থাকিবলৈ এতিয়া বহু টকাৰ প্ৰয়োজন, সন্মুখত ডাক্তৰ, অস্ত্ৰোপছাৰ… দীপক শৰ্মাই হাস্পতালৰ বিচনাৰ পৰাই ৰাজ্যবাসীক জনাইছে বিশেষ অনুৰোধ

3 years ago
কেতিয়াৰ পৰা Income Tax Return প্ৰক্ৰিয়া আৰম্ভ হ’ব?

কেতিয়াৰ পৰা Income Tax Return প্ৰক্ৰিয়া আৰম্ভ হ’ব?

4 hours ago
কিমান সম্পত্তি আছে ৰাঘৱ চাদ্দাৰ? নেটৱৰ্থ জানি হ’ব আচৰিত!

কিমান সম্পত্তি আছে ৰাঘৱ চাদ্দাৰ? নেটৱৰ্থ জানি হ’ব আচৰিত!

5 hours ago
ছোৱালীৰ জিন্স পেন্টত কিয় চেইন থাকে? ৯৯% লোকে নাজানে সঠিক উত্তৰ

ছোৱালীৰ জিন্স পেন্টত কিয় চেইন থাকে? ৯৯% লোকে নাজানে সঠিক উত্তৰ

5 hours ago
বিজেপিত যোগদান কৰিব নেকি ৰাঘৱ চাদ্দাই? আতিশীয়ে দিলে উত্তৰ

বিজেপিত যোগদান কৰিব নেকি ৰাঘৱ চাদ্দাই? আতিশীয়ে দিলে উত্তৰ

6 hours ago
Post Office Saving Account কি? মাত্ৰ ৫০০ টকাৰে একাউণ্ট খুলি হওক ধনী!

Post Office Saving Account কি? মাত্ৰ ৫০০ টকাৰে একাউণ্ট খুলি হওক ধনী!

7 hours ago
শনিয়ে বনাব ৰজা, শনিৰ দৃষ্টিয়ে সলাব আপোনাৰ ভাগ্য!

শনিয়ে বনাব ৰজা, শনিৰ দৃষ্টিয়ে সলাব আপোনাৰ ভাগ্য!

8 hours ago
বিপদৰ আগমণ ৩ ৰাশিৰ জীৱনলৈ, ১১ মে’ৰ পূৰ্বে হওক সজাগ!

বিপদৰ আগমণ ৩ ৰাশিৰ জীৱনলৈ, ১১ মে’ৰ পূৰ্বে হওক সজাগ!

8 hours ago
আইচক্ৰীম নিষিদ্ধ এখন গাওঁ, ধৰা পৰিলেই ৫ হাজাৰ টকাৰ জৰিমনা

আইচক্ৰীম নিষিদ্ধ এখন গাওঁ, ধৰা পৰিলেই ৫ হাজাৰ টকাৰ জৰিমনা

8 hours ago
ঘৰ চাফা কৰোতে নকৰিব ভুল, ক্ষতি হ’ব আপোনাৰ অৰ্থ !

ঘৰ চাফা কৰোতে নকৰিব ভুল, ক্ষতি হ’ব আপোনাৰ অৰ্থ !

9 hours ago
প্ৰস্ৰাৱৰ সৈতে তেজ ওলাই নেকি? আওকাণ নকৰিব এনে সমস্যাক

প্ৰস্ৰাৱৰ সৈতে তেজ ওলাই নেকি? আওকাণ নকৰিব এনে সমস্যাক

10 hours ago
ব্যক্তিগত খণ্ডৰ বিদ্যালয়ক নাকী লগাবলৈ সাজু! DoE ই দিছে কঠোৰ নিৰ্দেশনা

ব্যক্তিগত খণ্ডৰ বিদ্যালয়ক নাকী লগাবলৈ সাজু! DoE ই দিছে কঠোৰ নিৰ্দেশনা

10 hours ago
শীঘ্ৰে বাঢ়িব হোটেলৰ খাদ্যৰ মূল্য, আঁৰত আছে ডাঙৰ কাৰণ

শীঘ্ৰে বাঢ়িব হোটেলৰ খাদ্যৰ মূল্য, আঁৰত আছে ডাঙৰ কাৰণ

11 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, April 3, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home অসম

মই জীয়াই থাকিবলৈ এতিয়া বহু টকাৰ প্ৰয়োজন, সন্মুখত ডাক্তৰ, অস্ত্ৰোপছাৰ… দীপক শৰ্মাই হাস্পতালৰ বিচনাৰ পৰাই ৰাজ্যবাসীক জনাইছে বিশেষ অনুৰোধ

editor by editor
February 2, 2023
in অসম, গুৱাহাটী, জীৱনশৈলী, ভাৰত, সংগীত, স্বাস্থ্য
0
মই জীয়াই থাকিবলৈ এতিয়া বহু টকাৰ প্ৰয়োজন, সন্মুখত ডাক্তৰ, অস্ত্ৰোপছাৰ… দীপক শৰ্মাই হাস্পতালৰ বিচনাৰ পৰাই ৰাজ্যবাসীক জনাইছে বিশেষ অনুৰোধ
0
SHARES
512
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ বিগত প্ৰায় এমাহ ধৰি হাস্পতালৰ বিচনাত আছে বিশিষ্ট বাঁহীবাদক দীপক শৰ্মা৷ হায়দৰাবাদৰ এখন হাস্পতালত চিকিৎসাধীন হৈ আছে বাঁহীবাদক দীপক শৰ্মা৷ হাস্পতালৰ বিচনাৰ পৰাই দীপক শৰ্মাই শেহতীয়াভাৱে লিখি ওলিয়াইছে বিশেষ কবিতা৷
‘দিগন্তৰ সিপাৰৰ আকাশখন(মৃত্যুৰ ডায়েৰী)
দীপক শৰ্মা (বাঁহীবাদক )
২/২/২০২৩, হায়দৰাবাদ
( ১ )
সুগন্ধি পখিলাবোৰৰ পম খেদি
সুৰবোৰ বিছাৰি ফুৰিছিলো বহু বছৰ
দিন-ৰাতি একাকাৰ কৰি
পল-অনুপলবোৰ ক্ৰমে জঠৰ
হৈ আহিছিল নিদ্ৰাহীন ৰাতিৰ দ্ৰাঘিমাত।
জীৱনৰ চৌৱান্ন বছৰৰ বসন্তত
এদিন কঠিন নৰিয়াত পৰি গলো
হস্পিতালৰ সকলো নতুন নতুন
অভিজ্ঞতাই বেজী এটা লবলৈ ভয় কৰা
মানুহজনক কৰি তুলিলে মহা যুদ্ধৰ সেনাপতি।
বুকুৰ বতাহ টানি টানি সুৰবোৰ
বজাবলৈ আৰম্ভ কৰিছিলোঁ অগণন
জনতাৰ মাজত
কেতিয়াবা সুৰবোৰে আঘাত কৰিছিল
কোনোবা নিজান অৰণ্যৰ শিশিৰ গছবোৰৰ
শুকান পাতবোৰত আৰু হিচাপহীন লাস্যময়ী
গাভৰুৰ কলিজাবোৰত।
( ২ )
মই জীয়াই থাকিবলৈ এতিয়া
বহু টকাৰ প্ৰয়োজন, সন্মুখত
ডাক্তৰ, অস্ত্ৰপ্ৰচাৰ ।
মোৰ উৰুখা পঁজাৰ জোলোঙাখনত
মাত্ৰ কেইটমান টকা যত সযতনে সাঁচি
ৰাখিছিলো বুকুৰ বতাহৰ সুৰবোৰ ।
সুৰবোৰ হঠাৎ এনেদৰে শেষ হৈ যাব নেকি?
এয়াই এখন সুন্দৰতম উপন্যাস এখনৰ শেষ পৃষ্ঠা ?
এনেদৰে এদিন সুৰবোৰ স্তব্ধ হৈ যাব
বুকুৰ বতাহবোৰ কমি কমি মই
দিগন্তৰ সিপাৰৰ নেদেখা এখন অন্য
আকাশলৈ গুছি যাম।
মোৰ ঘৰলৈ মোৰ নিথৰ দেহ চাবলৈ
বহু মানুহৰ সমাগম হব
ৰাস্তাৰ দুইপাৰে মানুহ থিয় হবলৈ ঠাই নাপাব
মানুহৰ ভিৰৰ মাজত চাইৰেন বজাই
দুই এজন মন্ত্ৰী বিধায়কো আহিব পাৰে।
ঘৰ খনত কান্দোনৰ প্ৰতিদ্ধনি উঠিব
মোৰ পত্নীক তেওঁৰ চুলি মেলা কলা চুলিত
বনফুল তেল দি ৰেখা মামী আৰু চম্পাই আলফুলে
সাৱতি সান্তনা দিব।
মোৰ কুমলীয়া দিচাং নামৰ
গোলাপৰ কলিটোৱে তধা লাগি মোক চাই থাকিব।
মোক শ্মশানলৈ নিয়া হব
বহু মানুহৰ মাজত মোৰ নিঠৰ দেহ
পুৰি ছাই কৰি দিব। তাৰ পিছত লাহে লাহে সকলো কথা স্বাভাৱিক হৈ উঠিব।
( ৩ )
মই সাতদিন ধৰি মোৰ আত্মাই
ঘৰৰ এঠাইত যতে ততে ঘূৰি ফুৰিব।
মোৰ বিশ্বাস সাত দহ দিনৰ
ভিতৰত মই কোনোবা অসমৰ নাৰীৰ
ভ্ৰুনৰ অগ্নিকুণ্ডত স্তিতি লম
আৰু পুনৰ জনম লম ।
মোৰ পাঁচ বছৰ হোৱালৈকে
বন্ধু, দিচাং, খুড়া- খুড়ী-পত্নী, সহদোৰবোৰৰ
পাঁচ বছৰ বাঢ়ি যাব
তেওঁলোকক চিনি পাম নে মই নাজানো
কিন্তু মই নিশ্চিত যে জীৱনৰ যাত্ৰা
পথত সকলোবোৰক লগ পায় থাকিম
আৰু এটা নতুন জীৱনৰ আৰম্ভণি কৰিম।

পত্নী জীনাই দিচাংৰ ভৱিষ্যতৰ কথা
চিন্তা কৰি আৰু আৰু এটা নতুন জীৱন
আৰম্ভ কৰিব নে নাই সেই কথা মোৰ অজ্ঞাত।
মৃত্যুৰ ডায়েৰীৰ কথা ভাবিলে
অকল দুখকৰে নহয়,
ই এক সুখৰ অমল অনুভূতিও।

মোক জীয়াই তুলিবলৈ আপ্ৰাণ চেষ্টা কৰা আৰু বুকুৰ সুৰবোৰ পুনৰ উৎযাপিত কৰিবলৈ দিনে-ৰাতি লাগি থকা মোৰ বন্ধু-বান্ধৱী, সহোদৰ আৰু মৰমৰ অসমবাসীৰ হাতত মই এই কবিতাটো উৎসৰ্গিত কৰিলোঁ।’

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam ka tazza khabarassam live 24best news channel in assamBest news channel of assamBest News Portal in AssamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

ছোৱালীৰ জিন্স পেন্টত কিয় চেইন থাকে? ৯৯% লোকে নাজানে সঠিক উত্তৰ
জীৱনশৈলী

ছোৱালীৰ জিন্স পেন্টত কিয় চেইন থাকে? ৯৯% লোকে নাজানে সঠিক উত্তৰ

April 3, 2026
বিজেপিত যোগদান কৰিব নেকি ৰাঘৱ চাদ্দাই? আতিশীয়ে দিলে উত্তৰ
ভাৰত

বিজেপিত যোগদান কৰিব নেকি ৰাঘৱ চাদ্দাই? আতিশীয়ে দিলে উত্তৰ

April 3, 2026
শনিয়ে বনাব ৰজা, শনিৰ দৃষ্টিয়ে সলাব আপোনাৰ ভাগ্য!
জীৱনশৈলী

শনিয়ে বনাব ৰজা, শনিৰ দৃষ্টিয়ে সলাব আপোনাৰ ভাগ্য!

April 3, 2026
বিপদৰ আগমণ ৩ ৰাশিৰ জীৱনলৈ, ১১ মে’ৰ পূৰ্বে হওক সজাগ!
জীৱনশৈলী

বিপদৰ আগমণ ৩ ৰাশিৰ জীৱনলৈ, ১১ মে’ৰ পূৰ্বে হওক সজাগ!

April 3, 2026
Next Post
মুখ্যমন্ত্ৰীৰ সংবাদমেল LIVE আপডেট…

মুখ্যমন্ত্ৰীৰ সংবাদমেল LIVE আপডেট...

খোল খালে সেই অধ্যায়! ১৯ বছৰীয়া গোপন চিঠিত কাৰ কথা কৈ গৈছে কবি নীলমণি ফুকনে? সবিশেষ…

খোল খালে সেই অধ্যায়! ১৯ বছৰীয়া গোপন চিঠিত কাৰ কথা কৈ গৈছে কবি নীলমণি ফুকনে? সবিশেষ...

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.