অসম লাইভ২৪ঃ
২০২৩-২৪ চনৰ বাজেটখন অমৃত কালৰ প্ৰথমখন বাজেট।
৭ টা স্তম্ভৰ ওপৰত ভিত্তি কৰি প্ৰস্তুত কৰা হৈছিল এই বিশেষ বাজেট
কৃষক, মহিলা ,যুৱক অনুসুচীত জনজাতীয় লোকৰ বাবে এই বিশেষ বাজেট
৫০০ খন Aspirational district ব্লক হ’ব।
PGTG যোজনাৰ জড়িয়তে ১৫০০ কোটি টকা জনজাতীয় লোকৰ বাবে ধাৰ্য্য হৈছে
Interest free loan শিতানত ১ লাখ ৩০ হাজাৰ কোটি টকা ৰখা হৈছে
৫০০০ কোটি টকা ৰাজপথৰ নিৰ্মাণৰ বাবে ৰখা হৈছে
যুৱশক্তিৰ ওপৰত দিয়া হৈছে বিশেষ গুৰুত্ব দিয়া হৈছে এই বাজেটত
দক্ষতা বিকাশৰ ওপৰত দিয়া হৈছে বিশেষ গুৰুত্ব
প্ৰতিৰক্ষাৰ দিশত বিশেষ গুৰুত্ব প্ৰদান কৰা হৈছে
প্ৰধানমন্ত্ৰীৰ আৱাশ যোজনাৰ ধন ৰাশি ৭৯৫০০ কোটি টকালৈকে বৃদ্ধি কৰা হৈছে
২০ লাখ কোটি টকা কৃষিৰ বাবে ধাৰ্য্য কৰা হৈছে
ৰাষ্ট্ৰীয় পৰ্যায়ত ডিজিটেল লাইব্ৰেৰীৰ আৰু ৰাজ্য পৰ্যায়ত ফিজিকেল লাইব্ৰেৰীৰ ব্যৱস্থা কৰা হৈছে
১১.৪ কোটি টকা কৃষকক এই আচঁনিৰ জড়িয়তে অন্তৰ্ভুক্ত কৰাৰ ব্যৱস্থা কৰা হৈছে
উত্তৰ-পূৰ্বাঞ্চলৰ বাবে ৭৮ হাজাৰ ৫০০ কোটি বিশেষ ভাৱে প্ৰদান কৰা হৈছে।
প্ৰতি মাহে কেন্দ্ৰৰ পৰা আৱন্তণ কৰাৰ ধণৰ উপৰিও ৬৫০০ কোটি টকা অতিৰিক্ত ভাৱে প্ৰদান কৰা হৈছে।
পঞ্চায়ত আৰু পৌৰসভা ই বিশেষ ভাৱে লাভাৱান্বিত হ’ব এই বাজেটৰ জড়িয়তে
আটাইতকৈ লাভ ১লাখ৩৭ হাজাৰ টকা intrest free capital loan টকা প্ৰদান কৰা হৈছে পূৰ্বৰ তুলনাত ৩৭% বেছিকৈ প্ৰদান কৰা হৈছে।
প্ৰত্যক্ষ ভাৱে ১০ হাজাৰ কোটি টকা বেছিকৈ লাভ কৰিব ৰাজ্য চৰকাৰে।
৩য় আৰু ৪ৰ্থ বৰ্গৰ কৰ্মচাৰীৰৰ বাবে বৃহৎ সকাহ এই বাজেটৰ পৰা আয়কৰ ধন দিয়াৰ পৰা বিৰত থাকিব
নিম্ন মধ্যবিত্তৰ বাবে এইখন বাজেটে সকাহ দিব
টকা ধাৰ্য্য কৰা টকা ৰাজ্যলৈ নহা এইবোৰ ১০ বছৰৰ আগৰ কথা । এতিয়া সলনি হৈছে প্ৰতিমাহৰ ১০ তাৰিখে ১২ ভাগ কৰি ৰাজ্য চৰকাৰক দিয়া হয়। সেইকাৰণে অৰুণোদয়ৰ ধন ১০ তাৰিখেই দিয়া হয়।৯ দিনৰ ভিতৰত ৫০০০ হাজাৰ বাল্য বিবাহৰ আজিলৈকে গোচৰ ৰুজু কৰা হৈছে কালিলৈ আৰু বাঢ়িব। অহা কালিলৈ পৰা POSCO আইনৰ অধীনত গ্ৰেপ্তাৰ কৰা আৰম্ভ কৰা হ’ব
“পৰিয়ালৰ মানুহেটো বিয়া নকৰাই যোনে বিয়া পাতিছে তাকে ভৰাই দিয়া হ’ব”
প্ৰদ্যুৎ বৰদলৈয়ে বাজেট প্ৰশংগত প্ৰশংসা কৰাৰ সন্দৰ্ভত মুখ্যমন্ত্ৰীৰ মন্তব্য, “মই আদাৰ বেপাৰী জাহাজৰ কথা কিয় শুধে”
অৰুনোদই প্ৰশংগত বিৰোধীয়ে সংবাদ মাধ্যমক বুৰ্বক বনাই।
আজি কালি আৰক্ষী অপৰাধীৰ লগত নাথাকে।
বাল্য বিবাহ কৰা লোকজনক গ্ৰেপ্তাৰ কৰাৰ পাছত ছোৱালীজনীক চাউলৰ লগতে অৰুনোদই আচনিৰ ব্যৱস্থা কৰি দিব লাগিব।
প্ৰতিবছৰে অসমত ৩০-৪০ হাজাৰ বাল্য বিবাহ হয়
আমাৰ সমাজত ছোৱালী লক্ষ্মী হিচাপে গণ্য কৰা হয় । কিন্তু কিছুমান শাখাত ছোৱালীৰ বোজা ল’ব নুখুজে। তাৰ লগতে একাংশ দালালে ছোৱালীজনীৰ পৰিয়ালক হেঁচা প্ৰয়োগ কৰে। এইটো এটা কাৰণ বাল্য বিবাহৰ।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ