• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
কোনো যদি ৭ মহীয়া অন্তসত্বা, কাৰোবাৰ কোলাত আকৌ ১মহীয়া কেচুৱা…চৰকাৰৰ পদক্ষেপে নমাই আনিছে নেকি বহুতৰে জীৱনলৈ অমানিশা

কোনো যদি ৭ মহীয়া অন্তসত্বা, কাৰোবাৰ কোলাত আকৌ ১মহীয়া কেচুৱা…চৰকাৰৰ পদক্ষেপে নমাই আনিছে নেকি বহুতৰে জীৱনলৈ অমানিশা

3 years ago
নিমখ আৰু লঙে দূৰ কৰিব আপোনাৰ আৰ্থিক অভাৱ, বৃদ্ধি পাব ধনাত্মক শক্তি!

নিমখ আৰু লঙে দূৰ কৰিব আপোনাৰ আৰ্থিক অভাৱ, বৃদ্ধি পাব ধনাত্মক শক্তি!

13 minutes ago
AI-এ কৰিব আপোনাৰ শিশুৰ চোৱা-চিতা, আহি আছে নতুন প্ৰযুক্তি!

AI-এ কৰিব আপোনাৰ শিশুৰ চোৱা-চিতা, আহি আছে নতুন প্ৰযুক্তি!

43 minutes ago
শাওণৰ সোমবাৰে ৰাশি অনুযায়ী কৰক শিৱৰ অভিষেক, আহিব ধন-সম্পত্তি আৰু সফলতা!

শাওণৰ সোমবাৰে ৰাশি অনুযায়ী কৰক শিৱৰ অভিষেক, আহিব ধন-সম্পত্তি আৰু সফলতা!

2 hours ago
পুৰুষ-মহিলাৰ সোঁ চকু লৰিলে কিহৰ ইংগিত দিয়ে? তথ্য জানি হ’ব আচৰিত!

পুৰুষ-মহিলাৰ সোঁ চকু লৰিলে কিহৰ ইংগিত দিয়ে? তথ্য জানি হ’ব আচৰিত!

2 hours ago
আজি অৰ্থাৎ ১৬ এপ্ৰিলৰ পৰা ৪৮ ঘণ্টাৰ বাবে তৈয়াৰ হৈছে চতুৰ্গ্ৰহী ৰাজযোগ, এই ৪ৰাশি মালামাল হ’ব

আজি ভাগ্যৰ তলা খুলিব ৩ ৰাশিৰ, হ’ব টকাৰ বৰষুণ!

3 hours ago
গা ধুলে প্ৰস্ৰাৱ কৰে নেকি? তেন্তে পৰিব পাৰে ভয়ংকৰ বিপদত!

সঘনাই শৌচ কৰাৰ অনুভৱ? এয়া কোনো গুৰুতৰ ৰোগৰ লক্ষণ নেকি?

14 hours ago
আলু আপোনাৰ প্ৰিয় নেকি? খোৱাৰ পূৰ্বে জানি লওক এই কথা

আলু আপোনাৰ প্ৰিয় নেকি? খোৱাৰ পূৰ্বে জানি লওক এই কথা

14 hours ago
Flipkart ত দিব পাৰিব খাদ্য অৰ্ডাৰ, Zomato-Swiggy-ৰ বৃদ্ধি হ’ব চিন্তা!

Flipkart ত দিব পাৰিব খাদ্য অৰ্ডাৰ, Zomato-Swiggy-ৰ বৃদ্ধি হ’ব চিন্তা!

15 hours ago
আজি কেনে যাব আপোনাৰ দিনটো? এইকোইটা ৰাশিয়ে পাব ভাল খবৰ

কাইলৈ কাৰ কাৰ খোল খাব ভাগ্যৰ দুৱাৰ? পঢ়ক ৰাশিফল

15 hours ago
আপুনি ২৪ ঘণ্টা Bluetooth অন কৰি ৰাখে নেকি? ১ মিনিটতে খালী হ’ব আপোনাৰ বেংক একাউণ্ট!

আপুনি ২৪ ঘণ্টা Bluetooth অন কৰি ৰাখে নেকি? ১ মিনিটতে খালী হ’ব আপোনাৰ বেংক একাউণ্ট!

16 hours ago
ভুল নম্বৰত ৰিচাৰ্জ কৰিছে নেকি? টকা উভতাই পাব নে নাই জানক…

ভুল নম্বৰত ৰিচাৰ্জ কৰিছে নেকি? টকা উভতাই পাব নে নাই জানক…

17 hours ago
SBI Lakshpati Scheme: প্ৰতিদিনে মাত্ৰ ২০ টকা সঞ্চয় কৰি হওক কোটিপতি!

SBI Lakshpati Scheme: প্ৰতিদিনে মাত্ৰ ২০ টকা সঞ্চয় কৰি হওক কোটিপতি!

18 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Monday, August 3, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home অপৰাধ

কোনো যদি ৭ মহীয়া অন্তসত্বা, কাৰোবাৰ কোলাত আকৌ ১মহীয়া কেচুৱা…চৰকাৰৰ পদক্ষেপে নমাই আনিছে নেকি বহুতৰে জীৱনলৈ অমানিশা

editor by editor
February 3, 2023
in অপৰাধ, অসম, বিবিধ
0
কোনো যদি ৭ মহীয়া অন্তসত্বা, কাৰোবাৰ কোলাত আকৌ ১মহীয়া কেচুৱা…চৰকাৰৰ পদক্ষেপে নমাই আনিছে নেকি বহুতৰে জীৱনলৈ অমানিশা
0
SHARES
547
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ
নিশাৰে পৰা ৰাজ্যত আৰম্ভ হৈছে বাল্যবিবাহ বিৰোধী অভিযান।
কাৰোবাৰ যদি কোলাত দুমহীয়া সন্তান, আন কোনোবা আকৌ ৭ মহীয়া অন্তঃসত্বা
স্বামীগৰাকীয়েই তেওঁলোকৰ ভৱিষ্যত, ভৰষা, দুবেলা দুমুঠি যোগান ধৰিছিল স্বামীগৰাকীয়ে।
বাল্য বিবাহ কৰাইয়ো একোখন সুখৰ সংসাৰ আছিল।
পাৰিবাৰিক জীৱনত যে অশান্তি আছিল তেনে নহয়, বহুতেই সুখী আছিল তেওঁলোকৰ বৈবাহিক জীৱনক লৈ।
কিন্তু এটা নিশাতেই সলনি হৈছে কথাবোৰ, মুখ্যমন্ত্ৰীৰ মাত্ৰ এটা সিদ্ধান্তই এতিয়া শংকিত কৰিছে বহু বোৱাৰীক।
বাল্য বিবাহ ৰোধৰ বাবে মুখ্যমন্ত্ৰীয়ে অবৈধ স্বামীৰ বিৰুদ্ধে ঘোষণা কৰিছিল অভিযান।
বৃহস্পতিবাৰে নিশাৰে পৰা ৰাজ্যৰ ৪ হাজাৰৰো অধিক বাল্য বিবাহ কৰা স্বামীৰ বিৰুদ্ধে অভিযান চলায় আৰক্ষীয়ে।
কাৰোবাক যদি ঘৰৰ পৰা, কাৰোবাক আকৌ বাটৰ পৰাই আটক কৰি থানালৈ লৈ গৈছে আৰক্ষীয়ে।
স্বামীক গ্ৰেপ্তাৰ কৰাৰ পাছতেই বহু পত্নীয়েই এতিয়া কান্দোনত ভাঙি পৰিছে।
বহুতেই আৰক্ষী থানাৰ সন্মুখত স্বামীক গ্ৰেপ্তাৰৰ বিৰুদ্ধে ক্ষোভ উজাৰিছে।
বহু মাতৃয়ে পুত্ৰৰ হৈ প্ৰতিবাদ সাব্যস্ত কৰি ৰাজপথলৈ ওলাই আহিছে।
তাৰ মাজৰেই এগৰাকী মহিলাই থানাৰ সন্মুখত কান্দি কান্দি কৈছে-‘মই ৭ মাহৰ অন্তঃসত্বা’।
মহিলাগৰাকীয়ে কোৱা অনুসৰি, আমাৰ হাইকাজিয়া নাই। কম বয়সতে হ’লেও প্ৰেমত পৰিয়েই ইজনে আনজনক নিজৰ কৰি লৈছিলো।’
যাৰ ভৰষাত তেওঁ জীৱনটো কটাব বিচাৰিছিল, তেওঁকেই নি কাৰাগাৰত বন্দী কৰি ৰখাত এতিয়া ভাগি পৰিছে।
মহিলাগৰাকীয়ে আৰক্ষীক হুংকাৰ দি কৈছে- ‘মানুহজনৰ সৈতে মোকো জে’লত ভৰাই থওক, নহ’লে আৰক্ষীৰ গাড়ীৰ আগত পৰি প্ৰাণ দিম।’
গহপুৰৰ এগৰাকী বোৱাৰীয়েও কান্দি কান্দি পথলৈ ওলাই আহিছে, স্বামীক আৰক্ষীয়ে ধৰি নিয়াৰ বাবে।
এটি কণমানি সন্তানৰ মাতৃ এই বোৱাৰীগৰাকীও স্বামীৰ সৈতে সুখী আছিল।
বোৱাৰীগৰাকীয়ে দাবী কৰা অনুযায়ী, বুজাপৰাৰ মাজেৰে সুখেৰেই চলিছিল তেওঁলোকৰ বৈবাহিক জীৱন।
মাতৃগৃহলৈ উভতিও যাব নোৱাৰে। এবাৰ বিয়া হৈ গুচি অহাৰ পিছত মাতৃগৃহলৈ বা আঁকোৱালি ল’ব কিয়?
বোৱাৰীগৰাকীয়ে কোৱা অনুসৰি, ‘চৰকাৰে নতুন আইন আনিছে ভাল কথা। সেয়া ২০২৩ চনৰ পৰা জাৰি কৰক। কিন্তু পূৰ্বৰে পৰা কিয়? যেতিয়া এনে বাল্য বিবাহ হৈছিল, তেতিয়া চৰকাৰে কি কৰি আছিল?’

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam ka tazza khabarassam live 24axom live 24best news channel in assamBest news channel of assamBest News Portal in AssamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

নিমখ আৰু লঙে দূৰ কৰিব আপোনাৰ আৰ্থিক অভাৱ, বৃদ্ধি পাব ধনাত্মক শক্তি!
জীৱনশৈলী

নিমখ আৰু লঙে দূৰ কৰিব আপোনাৰ আৰ্থিক অভাৱ, বৃদ্ধি পাব ধনাত্মক শক্তি!

August 3, 2026
AI-এ কৰিব আপোনাৰ শিশুৰ চোৱা-চিতা, আহি আছে নতুন প্ৰযুক্তি!
প্ৰযুক্তি

AI-এ কৰিব আপোনাৰ শিশুৰ চোৱা-চিতা, আহি আছে নতুন প্ৰযুক্তি!

August 3, 2026
শাওণৰ সোমবাৰে ৰাশি অনুযায়ী কৰক শিৱৰ অভিষেক, আহিব ধন-সম্পত্তি আৰু সফলতা!
জীৱনশৈলী

শাওণৰ সোমবাৰে ৰাশি অনুযায়ী কৰক শিৱৰ অভিষেক, আহিব ধন-সম্পত্তি আৰু সফলতা!

August 3, 2026
পুৰুষ-মহিলাৰ সোঁ চকু লৰিলে কিহৰ ইংগিত দিয়ে? তথ্য জানি হ’ব আচৰিত!
জীৱনশৈলী

পুৰুষ-মহিলাৰ সোঁ চকু লৰিলে কিহৰ ইংগিত দিয়ে? তথ্য জানি হ’ব আচৰিত!

August 3, 2026
Next Post
অব্যাহত বাল্যবিবাহ বিৰোধী অভিযান! পিতৃ-মাতৃক গ্ৰেপ্তাৰ কৰাৰ আশংকাতেই চৰম সিদ্ধান্ত এগৰাকী বোৱাৰীৰ…

অব্যাহত বাল্যবিবাহ বিৰোধী অভিযান! পিতৃ-মাতৃক গ্ৰেপ্তাৰ কৰাৰ আশংকাতেই চৰম সিদ্ধান্ত এগৰাকী বোৱাৰীৰ...

মণিপুৰত ছানি লিয়নীৰ অনুষ্ঠানস্থলীৰ নিচেই কাষতেই বোমা বিস্ফোৰণ

মণিপুৰত ছানি লিয়নীৰ অনুষ্ঠানস্থলীৰ নিচেই কাষতেই বোমা বিস্ফোৰণ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.