অসম লাইভ ২৪ঃ ধ্বংসৰ গৰাহত দীপৰ বিল। চৰকাৰৰ অৱহেলাৰ বাবে হেৰাইছে দীপৰ বিলৰ গৰিমা। নোহোৱা হৈছে ৭০ বিধ পৰিভ্ৰমী চৰাই।দীপৰ বিলক ইক’ছেনছিটিভ জ’ন ঘোষণা। স্থানীয় ৰাইজৰ সৈতে আলোচনা নকৰাকৈ চৰকাৰৰ ঘোষণা। চৰকাৰৰ এই কাৰ্যত ক্ষোভ স্থানীয় ৰাইজৰ। দীপৰ বিলৰ দক্ষিণ দিশে বাস কৰে জনজাতীয় লোকে। জাননী খনত আছে আন বহু বিসংগতি। চৰকাৰৰ বিৰুদ্ধে ক্ষোভ স্থানীয় ৰাইজৰ।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ