‘ক্ষমতাত থাকিবলৈ ৰাজনীতিলৈ অহা নাছিলো৷’
‘বিৰোধী হিচাপেও মানুহৰ সেৱা কৰি যাব আপে৷’
পৰাজয়ৰ পাছতেই প্ৰথম প্ৰতিক্ৰিয়াত এই মন্তব্য আপ প্ৰধান কেজৰিৱালৰ৷
কেজৰিৱালে ইয়াৰোপৰি কেইবাটাও মন্তব্য কৰিছে৷
‘আশাকৰো বিজেপিয়ে প্ৰতিশ্ৰুতি পালন কৰিব৷’
‘বিজেপিক এই জয় বাবে অভিনন্দন জনাইছো৷’
‘আমি বিৰোধী দলৰ ভূমিকা পালন কৰিম৷’
‘সুখে দুখে মানুহৰ কাষত আমি সদায়ে থাকিম৷’
‘ক্ষমতা নাথাকিলেও আমি মানুহৰ সেৱা সদায়ে কৰি যাম৷’
‘দলৰ সকলো কৰ্মী সমৰ্থকক অভিনন্দন জনাইছো৷’
‘বহু পৰিশ্ৰম তেওঁলোকেও কৰিছে৷’
‘ভালধৰণে যুঁজ দিছে সকলোৱেই তাৰবাবে পুনৰ অভিনন্দন৷’
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ