• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
G-20 শীৰ্ষ সন্মিলনৰ সমাপ্তি ঘোষণা মোদীৰ, G-20 সভাপতিৰ ভাৰ কাৰ কান্ধত তুলি দিলে প্ৰধানমন্ত্ৰী মোদীয়ে?

G-20 শীৰ্ষ সন্মিলনৰ সমাপ্তি ঘোষণা মোদীৰ, G-20 সভাপতিৰ ভাৰ কাৰ কান্ধত তুলি দিলে প্ৰধানমন্ত্ৰী মোদীয়ে?

3 years ago
আকৌ আহিছে ক’ভিডৰ নতুন ভেৰিয়েণ্ট, ই কিমান ভয়াৱহ?

আকৌ আহিছে ক’ভিডৰ নতুন ভেৰিয়েণ্ট, ই কিমান ভয়াৱহ?

11 minutes ago
১ এপ্ৰিলৰ পৰা সলনি হ’ব এইসমূহ নিয়ম, প্ৰভাৱ পৰিব আপোনাৰ জেপত!

১ এপ্ৰিলৰ পৰা সলনি হ’ব এইসমূহ নিয়ম, প্ৰভাৱ পৰিব আপোনাৰ জেপত!

51 minutes ago
ATM ৰ পৰা ধন উলিওৱাৰ নিয়ম সলনি, ১ এপ্ৰিলৰ পৰা হ’ব কাৰ্যকৰী

ATM ৰ পৰা ধন উলিওৱাৰ নিয়ম সলনি, ১ এপ্ৰিলৰ পৰা হ’ব কাৰ্যকৰী

2 hours ago
বিজেপিৰ সংকল্প পত্ৰৰ ৩১টা সংকল্প, মুকলি কৰিলে বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে

বিজেপিৰ সংকল্প পত্ৰৰ ৩১টা সংকল্প, মুকলি কৰিলে বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে

2 hours ago
কপাল ফুলিব আপোনাৰ, মাত্ৰ ঘৰৰ সঠিক দিশত ৰাখক ধাতুৰ কাছ!

কপাল ফুলিব আপোনাৰ, মাত্ৰ ঘৰৰ সঠিক দিশত ৰাখক ধাতুৰ কাছ!

3 hours ago
মহিলাসকলে হনুমানৰ পূজাত নকৰিব ভুল, ভুগিব ভয়ংকৰ পৰিণাম!

মহিলাসকলে হনুমানৰ পূজাত নকৰিব ভুল, ভুগিব ভয়ংকৰ পৰিণাম!

4 hours ago
Financial Year End: আজিয়েই সম্পূৰ্ণ কৰক এই ৬টা কাম , নহ’লে দিব লাগিব বেছি কৰ

Financial Year End: আজিয়েই সম্পূৰ্ণ কৰক এই ৬টা কাম , নহ’লে দিব লাগিব বেছি কৰ

5 hours ago
আজি হনুমানে কৃপা কৰিব ৫ ৰাশিৰ ওপৰত, জানক দৈনিক ৰাশিফল

আজি হনুমানে কৃপা কৰিব ৫ ৰাশিৰ ওপৰত, জানক দৈনিক ৰাশিফল

5 hours ago
শাহুৱেক-শহুৰেকৰ ভৰণপোষণৰ দায়িত্ব ল’বলৈ বাধ্য কৰাব নোৱাৰিব বোৱাৰীয়েকক, ৰায় আদালতৰ

শাহুৱেক-শহুৰেকৰ ভৰণপোষণৰ দায়িত্ব ল’বলৈ বাধ্য কৰাব নোৱাৰিব বোৱাৰীয়েকক, ৰায় আদালতৰ

15 hours ago
SBI-ত ২১১ দিনৰ FDত ২,০০,০০০ টকা জমা ৰাখিলে কিমান সুদ পাব?

SBI-ত ২১১ দিনৰ FDত ২,০০,০০০ টকা জমা ৰাখিলে কিমান সুদ পাব?

16 hours ago
দেশৰ কোন বিমানবন্দৰত সস্তাত পোৱা যায় কফি, চিঙৰা? মাত্ৰ ১০ টকাত বিমান বন্দৰত চাহ খালে ৰাঘৱ চাড্ডাই

দেশৰ কোন বিমানবন্দৰত সস্তাত পোৱা যায় কফি, চিঙৰা? মাত্ৰ ১০ টকাত বিমান বন্দৰত চাহ খালে ৰাঘৱ চাড্ডাই

16 hours ago
মঙ্গলবাৰে পাব হনুমানৰ কৃপা, বজৰংবলীৰ প্ৰিয় ৪ৰাশিৰ কাহানিও বিপদ নহয়

মঙ্গলবাৰে পাব হনুমানৰ কৃপা, বজৰংবলীৰ প্ৰিয় ৪ৰাশিৰ কাহানিও বিপদ নহয়

16 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Tuesday, March 31, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিশ্ব

G-20 শীৰ্ষ সন্মিলনৰ সমাপ্তি ঘোষণা মোদীৰ, G-20 সভাপতিৰ ভাৰ কাৰ কান্ধত তুলি দিলে প্ৰধানমন্ত্ৰী মোদীয়ে?

editor by editor
September 10, 2023
in বিশ্ব, ভাৰত, ৰাজনীতি
0
G-20 শীৰ্ষ সন্মিলনৰ সমাপ্তি ঘোষণা মোদীৰ, G-20 সভাপতিৰ ভাৰ কাৰ কান্ধত তুলি দিলে প্ৰধানমন্ত্ৰী মোদীয়ে?
0
SHARES
372
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ সামৰণি পৰিল দিল্লীত হৈ থকা G-20 শীৰ্ষ সন্মিলন। দেওবাৰে এই সন্মিলনৰ সমাপ্তি ঘোষণা কৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। ইয়াৰপাছতেই G-20ৰ সভাপতিত্বৰ দায়িত্ব আনুষ্ঠানিকভাৱে ব্ৰাজিলৰ প্ৰেছিডেণ্টৰ হাতত তুলি দিয়ে প্রধানমন্ত্ৰী মোদীয়ে। ২০২৮ৰ G-20 বৈঠক ব্ৰাজিলৰ ৰাজধানী ৰিঅ’ ডি জেনেৰিওত অনুষ্ঠিত হ’ব। G-20 সন্মিলনৰ ১৯ সন্মিলন অনুষ্ঠিত হ’ব ব্ৰাজিলত।

দেওবাৰে ব্ৰাজিলৰ হাতত G-20ৰ সভাপতিত্বৰ দায়িত্ব তুলি দিলেও ২৪লৈকে সভাপতি দেশৰ তালিকাত ভাৰতেই থাকিব। ১৮ সংখ্যক বৈঠকৰ সমাপ্তি হ’লেও নৱেম্বৰত এখন শীৰ্ষ পৰ্যায়ৰ বৈঠক অনুষ্ঠিত হ’ব। নৰেন্দ্ৰ মোদীয়ে এই বৈঠকৰ প্ৰস্তাৱ আনিছিল। আৰু এই বিশেষ প্ৰস্তাৱ মানি লৈছে আটাইকেইখন দেশেই। কিন্তু এই বৈঠকৰ বাবে ভাৰতলৈ পুনৰ আহিব নালাগে। ভাৰ্ছুৱেলীয়েই এই বৈঠক অনুষ্ঠিত হ’ব। নতুন সভাপতিৰ দায়িত্ব লৈছে ব্ৰাজিলৰ প্রেছিডেণ্ট লুলা ডা ছিলভাই।

নৰেন্দ্ৰ মোদীয়ে কয়, ‘আফ্ৰিকান ইউনিয়নে G-20 সদস্য হোৱাটো খুবেই গুৰুত্বপূৰ্ণ এক বিষয়। ভাৰতৰ প্ৰধানমন্ত্ৰীয়ে এই সন্দৰ্ভত কয়, ‘জাতিসংঘৰ দৰে সংগঠনসমূহক সময়ৰ বাস্তৱতা মানি কিছু সালসলনি কৰাব পৰা যায়। এক বিশ্ব, এক পৰিয়াল, এক ভৱিষ্যতৰ কথাও ভাষণত উল্লেখ কৰিছে প্ৰধানমন্ত্ৰী মোদীয়ে। ইফালে এই সন্মিলনক লৈ ৰাছিয়াও সুখী। G-20 সন্মিলনত ৰাছিয়াৰ বৈদেশিক মন্ত্ৰী লাভাৰভে কয়, ‘আমি সুখী। আমি সুখী হোৱাৰ কাৰণ হৈছে এই সন্মিলন ইউক্ৰেইনকেন্দ্ৰীক নহয়। এই সন্মিলন এক নিৰপেক্ষ সন্মিলন। ভাৰতে সভাপতিৰ ভূমিকা খুব সুন্দৰভাৱে পালন কৰিছে। এক বিশ্ব, এক পৰিয়াল, এক ভৱিষ্যতৰ মন্ত্ৰই ৰাছিয়াকো আগুৱাই যোৱাত সহায় কৰিব।’

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24 digitalBest Assamese News ChannelBest news channel of assamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

আকৌ আহিছে ক’ভিডৰ নতুন ভেৰিয়েণ্ট, ই কিমান ভয়াৱহ?
স্বাস্থ্য

আকৌ আহিছে ক’ভিডৰ নতুন ভেৰিয়েণ্ট, ই কিমান ভয়াৱহ?

March 31, 2026
বিজেপিৰ সংকল্প পত্ৰৰ ৩১টা সংকল্প, মুকলি কৰিলে বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে
অসম

বিজেপিৰ সংকল্প পত্ৰৰ ৩১টা সংকল্প, মুকলি কৰিলে বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে

March 31, 2026
শাহুৱেক-শহুৰেকৰ ভৰণপোষণৰ দায়িত্ব ল’বলৈ বাধ্য কৰাব নোৱাৰিব বোৱাৰীয়েকক, ৰায় আদালতৰ
জীৱনশৈলী

শাহুৱেক-শহুৰেকৰ ভৰণপোষণৰ দায়িত্ব ল’বলৈ বাধ্য কৰাব নোৱাৰিব বোৱাৰীয়েকক, ৰায় আদালতৰ

March 30, 2026
SBI-ত ২১১ দিনৰ FDত ২,০০,০০০ টকা জমা ৰাখিলে কিমান সুদ পাব?
বাণিজ্য

SBI-ত ২১১ দিনৰ FDত ২,০০,০০০ টকা জমা ৰাখিলে কিমান সুদ পাব?

March 30, 2026
Next Post
ওৱেটাৰ ঋষিয়ে কেনেকৈ বিবাহৰ প্ৰস্তাৱ দিছিল ইনফ’ছিছৰ স্বত্বাধিকাৰী নাৰায়নমূৰ্তীৰ কন্যাক? অক্ষতাৰ সম্পত্তিৰ তালিকাই ৰাণী এলিজাবেথকো চেৰ পেলায়

ওৱেটাৰ ঋষিয়ে কেনেকৈ বিবাহৰ প্ৰস্তাৱ দিছিল ইনফ’ছিছৰ স্বত্বাধিকাৰী নাৰায়নমূৰ্তীৰ কন্যাক? অক্ষতাৰ সম্পত্তিৰ তালিকাই ৰাণী এলিজাবেথকো চেৰ পেলায়

বিশ্বকৰ্মা পূজাৰ পৰাই ভাগ্যৰ দুৱাৰ খুলিব তিনি ৰাশিৰ, সূৰ্যৰ ৰাশি পৰিবৰ্তনত বিদেশ যাত্ৰা কাৰ কাৰ ভাগ্যত?

বিশ্বকৰ্মা পূজাৰ পৰাই ভাগ্যৰ দুৱাৰ খুলিব তিনি ৰাশিৰ, সূৰ্যৰ ৰাশি পৰিবৰ্তনত বিদেশ যাত্ৰা কাৰ কাৰ ভাগ্যত?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.