• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
উচ্চতম ন্যায়ালয়ৰ পৰা ক্ষমতা লাভ কৰিয়েই আমোলাৰ বিৰুদ্ধে কঠোৰ কেজৰিৱাল! চৰকাৰী কামত বাধা দিলেই কঠোৰ হ’ব আপ চৰকাৰ

উচ্চতম ন্যায়ালয়ৰ পৰা ক্ষমতা লাভ কৰিয়েই আমোলাৰ বিৰুদ্ধে কঠোৰ কেজৰিৱাল! চৰকাৰী কামত বাধা দিলেই কঠোৰ হ’ব আপ চৰকাৰ

3 years ago
১০ লাখ টকাৰ ডাকঘৰৰ TD: ৩ বছৰৰ সলনি ৫ বছৰৰ জমা কৰিলে কিমান ৰিটাৰ্ণ পাব?

১০ লাখ টকাৰ ডাকঘৰৰ TD: ৩ বছৰৰ সলনি ৫ বছৰৰ জমা কৰিলে কিমান ৰিটাৰ্ণ পাব?

37 minutes ago
সোণে আচৰিত কৰিব আপোনাক, আজি ১ গ্ৰাম সোণৰ শেহতীয়া মূল্য জানক

হঠাৎ সোণ-ৰূপৰ মূল্য হ্ৰাস? এয়া গহণা ক্ৰয়ৰ উচিত সময় নেকি?

49 minutes ago
সংগীৰ সৈতে ‘Food Divorce’? ইয়াৰ আঁৰৰ কাৰণ কি জানক

সংগীৰ সৈতে ‘Food Divorce’? ইয়াৰ আঁৰৰ কাৰণ কি জানক

1 hour ago
নিমিষা কাণ্ডৰ নতুন তথ্য পোহৰলৈ,  একলগে পাৰ্টী কৰা ৰূপম শইকীয়া ক’ত হেৰাল?

নিমিষা কাণ্ডৰ নতুন তথ্য পোহৰলৈ, একলগে পাৰ্টী কৰা ৰূপম শইকীয়া ক’ত হেৰাল?

1 hour ago
পুনৰ প্ৰাকৃতিক দুৰ্যোগৰ কবলত নেপাল, মৃত্যু ২৭ জন লোকৰ

পুনৰ প্ৰাকৃতিক দুৰ্যোগৰ কবলত নেপাল, মৃত্যু ২৭ জন লোকৰ

2 hours ago
কৃষকৰ জীয়ৰী… এছিয়ান গেমছত স্বৰ্ণ জয় কৰি গঢ়িলে ইতিহাস

কৃষকৰ জীয়ৰী… এছিয়ান গেমছত স্বৰ্ণ জয় কৰি গঢ়িলে ইতিহাস

2 hours ago
নিবনুৱাৰ বাবে সুখবৰ! ১১,৪০৩টা পদত নিযুক্তিৰ বাবে বিজ্ঞাপন প্ৰকাশ

পুনৰ ওলাইছে চৰকাৰী চাকৰি, কিদৰে কৰিব আবেদন?

3 hours ago
সুখৰ সংসাৰৰ সপোন আধাতে শেষ! পত্নীৰ সন্মুখতে পৰি ৰ’ল স্বামীৰ নিথৰ দেহ

সুখৰ সংসাৰৰ সপোন আধাতে শেষ! পত্নীৰ সন্মুখতে পৰি ৰ’ল স্বামীৰ নিথৰ দেহ

4 hours ago
২ অক্টোবৰত CJPৰ দেশজোৰা জে’ল ভৰো আন্দোলন, কঁপাব দেশ!

২ অক্টোবৰত CJPৰ দেশজোৰা জে’ল ভৰো আন্দোলন, কঁপাব দেশ!

5 hours ago
পুৰুষ-মহিলাৰ শৰীৰত আহিব শক্তি, মাত্ৰ ৰাতিপুৱা খালী পেটত খাওক কেঁচা নহৰু!

পুৰুষ-মহিলাৰ শৰীৰত আহিব শক্তি, মাত্ৰ ৰাতিপুৱা খালী পেটত খাওক কেঁচা নহৰু!

6 hours ago
অক্ষয় তৃতীয়াৰ পূৰ্বেই নামিছে ক’লা ছায়া! শনিৰ ৰাশি পৰিবৰ্তনত বিপদত পৰিব এই ৪ৰাশিৰ জাতক জাতিকা

আজি ৩ ৰাশিৰ উজলিব ভাগ্য! ধন-কেৰিয়াৰত আহিব পাৰে ভাল সুযোগ

7 hours ago
৩ ৰাশিৰ বাবে অত্যন্ত শুভ আগন্তুক ৫ দিন, ধনেৰে উভৈনদী হ’ব ঘৰ!

কেনে যাব আজি আপোনাৰ দিনটো? ভাগ্যৰ সকলো কথা জানক ৰাশিফলত

8 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Tuesday, September 29, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home ভাৰত

উচ্চতম ন্যায়ালয়ৰ পৰা ক্ষমতা লাভ কৰিয়েই আমোলাৰ বিৰুদ্ধে কঠোৰ কেজৰিৱাল! চৰকাৰী কামত বাধা দিলেই কঠোৰ হ’ব আপ চৰকাৰ

editor by editor
May 12, 2023
in ভাৰত, ৰাজনীতি
0
উচ্চতম ন্যায়ালয়ৰ পৰা ক্ষমতা লাভ কৰিয়েই আমোলাৰ বিৰুদ্ধে কঠোৰ কেজৰিৱাল! চৰকাৰী কামত বাধা দিলেই কঠোৰ হ’ব আপ চৰকাৰ
0
SHARES
2.7k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ উচ্চতম ন্যায়ালয়ে দিল্লী চৰকাৰৰ ক্ষমতা বঢ়াই দিয়াৰ ২৪ ঘণ্টা নৌহওঁতেই দিল্লী চৰকাৰে লৈছে বৃহৎ সিদ্ধান্ত। বৃহস্পতিবাৰে ক্ষমতা পায়েই দিল্লী প্ৰশাসনে লৈছে বিশেষ সিদ্ধান্ত। ক্ষমতা পায়েই দিল্লীৰ এজন শীৰ্ষ আমোলাক বিদায় দিলে মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে। কেৱল সেয়াই নহয়, চৰকাৰৰ সমূহ কাম কাজত যিসকল আমোলাই হস্তক্ষেপ কৰি আহিছে সেইসকলৰ বিৰুদ্ধেও কাঢ়া পদক্ষেপ ল’ব বুলি প্ৰকাশ কৰিছে কেজৰিৱাল চৰকাৰে। উচ্চতম ন্যায়ালয়ৰ ৰায়দানৰ পাছতেই সংবাদমেল অনুষ্ঠিত কৰি কেজৰিৱালে কয়, ‘ইমান দিনে আমি আমোলা কৰ্মচাৰীৰ কাম কাজত বিশেষ মাত মাতিব পৰা নাছিলো। এইবাৰ আমি ক্ষমতা পাইছো। এতিয়াৰে পৰা যিসকল আমোলা, বিষয়া, কৰ্মচাৰীয়ে নিজৰ দায়িত্বত গাফিলতি কৰে তেওঁলোকৰ বিৰুদ্ধে আমি কঠোৰ হম।’ ইপিনে আপৰ তৰফৰ পৰাও কৰা হৈছে বিশেষ টুইট, ‘নিৰ্বাচিত চৰকাৰৰ আমোলা বিষয়াৰ বদলি কৰাৰ ক্ষমতা আছে। চৰকাৰী দপ্তৰৰ কৰ্মচাৰীয়ে চৰকাৰৰ অধীনতেই কাম কৰিব লাগিব।’

দিল্লীৰ ক্ষমতা কাৰ হাতত থাকিব? কেন্দ্ৰীয় চৰকাৰ নে আপ চৰকাৰৰ হাতত ক্ষমতা থাকিব সেই বিবাদৰ নিষ্পতি ঘটাইছে সৰ্বোচ্চ ন্যায়ালয়। দেশৰ প্ৰধান বিচাৰপতি ডিৱাই চন্দ্ৰচূড়ৰ নেতৃত্বাধীন সাংবিধানিক বেঞ্চে সৰ্বসন্মতিক্ৰমে লৈছে এই সিদ্ধান্ত। আদালতৰ তৰফৰ পৰা জনোৱা অনুসৰি ‘জনগণৰ ইচ্ছা’ক বাস্তবায়িত কৰাৰ বাবেই একন চৰকাৰক নিৰ্বাচিত কৰা হয়। সেয়ে প্ৰশাসনিক সমস্ত কামৰ যাৱতীয় সিদ্ধান্ত চৰকাৰৰ হাতত থকাটো খুবেই গুৰুত্বপূৰ্ণ। চৰকাৰৰ নিয়ম নীতি উপৰাজ্যপালেও মানি চলাটো খুবেই গুৰুত্বুপূৰ্ণ। উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশে ৰায় পঢ়ি দিওতে কয়, ‘যদি কৰ্মচাৰী, আমোলা, বিষয়াসকলে মন্ত্ৰীসকলৰ কাষত নিজৰ কামকাজৰ খতিয়ান দাঙি ধৰাটো এই দায়িত্ব। যদি এই দায়িত্ব পালন নকৰে তেন্তে সেয়া নীতি উলংঘন কৰা এক বিষয়। প্ৰয়োজনত উপৰাজ্যপালে মুখ্যমন্ত্ৰী আৰু মন্ত্ৰীসভাক পৰামৰ্শ দিব পাৰিব যদিও অধিকাৰ খটুৱাব নোৱাৰিব।

উল্লেখ্য যে, দিল্লী অন্যান্য কেন্দ্ৰীয়শাষিত অঞ্চলৰ তুলনাত কিছু পৃথক। সেই কথাও উল্লেখ কৰি আদালতে জনাই, আমোলা, বিষয়া আদিৰ বদলীৰ ক্ষেত্ৰতো ৰাজ্য চৰকাৰে কোনোধৰণৰ হস্তক্ষেপ পূৰ্বে কৰিব পৰা নাছিল।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24Best Assamese News ChannelBest news channel of assamBest News Portal in AssamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

২ অক্টোবৰত CJPৰ দেশজোৰা জে’ল ভৰো আন্দোলন, কঁপাব দেশ!
ভাৰত

২ অক্টোবৰত CJPৰ দেশজোৰা জে’ল ভৰো আন্দোলন, কঁপাব দেশ!

September 29, 2026
১ অক্টোবৰৰ পৰা দেশত সলনি হ’ব এই ১০ টা নিয়ম
জীৱনশৈলী

১ অক্টোবৰৰ পৰা দেশত সলনি হ’ব এই ১০ টা নিয়ম

September 28, 2026
টীম ইণ্ডিয়াৰ এইগৰাকী ক্ৰিকেটাৰৰ চুৰি হ’ল ৩খনকৈ বেট
বিনোদন

টীম ইণ্ডিয়াৰ এইগৰাকী ক্ৰিকেটাৰৰ চুৰি হ’ল ৩খনকৈ বেট

September 28, 2026
বিয়াৰ আনন্দ নিমিষতে সলনি হ’ল চকুপানীলৈ…
ভাৰত

বিয়াৰ আনন্দ নিমিষতে সলনি হ’ল চকুপানীলৈ…

September 28, 2026
Next Post
কোন হ’ব টুইটাৰৰ নতুন CEO?

কোন হ'ব টুইটাৰৰ নতুন CEO?

নাৰীৰ সৈতে কথা-বাৰ্তাৰ বাবেহে পোনতে নিচাৰ আশ্ৰয় লৈছিল, বিমান যাত্ৰাত মোজাৰ ভিতৰতো কেনেকৈ মাদক দ্ৰব্য কঢ়িয়াইছিল সঞ্জয় দত্তই?

নাৰীৰ সৈতে কথা-বাৰ্তাৰ বাবেহে পোনতে নিচাৰ আশ্ৰয় লৈছিল, বিমান যাত্ৰাত মোজাৰ ভিতৰতো কেনেকৈ মাদক দ্ৰব্য কঢ়িয়াইছিল সঞ্জয় দত্তই?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.