• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
UPI ফ্ৰডত এই সকলো টেকনিক ব্যৱহাৰ কৰে প্ৰতাৰকে, জানক সাৱধানতাৰ উপায়

UPI ফ্ৰডত এই সকলো টেকনিক ব্যৱহাৰ কৰে প্ৰতাৰকে, জানক সাৱধানতাৰ উপায়

2 years ago
কাৰ অকাল মৃ*ত্যুৱে সলনি কৰিছিল থালাপতি বিজয়ৰ জীৱন?

কাৰ অকাল মৃ*ত্যুৱে সলনি কৰিছিল থালাপতি বিজয়ৰ জীৱন?

1 hour ago
নাবালক ছাত্ৰৰ সৈতে শা*ৰীৰিক সম্পৰ্ক কৰি বিপদত শিক্ষয়িত্ৰী

নাবালক ছাত্ৰৰ সৈতে শা*ৰীৰিক সম্পৰ্ক কৰি বিপদত শিক্ষয়িত্ৰী

2 hours ago
নগা বাবাসকলে কিয় উ*লংগ হৈ থাকে?

নগা বাবাসকলে কিয় উ*লংগ হৈ থাকে?

2 hours ago
আপোনাৰ সন্তানক কিমান বয়সত মোবাইল ফোন দিব?

আপোনাৰ সন্তানক কিমান বয়সত মোবাইল ফোন দিব?

3 hours ago
হোটেলত কেৱল বগা বিচনা চাদৰ কিয় দিয়ে? ৯৯% লোকে নাজানে সঠিক উত্তৰ

হোটেলত কেৱল বগা বিচনা চাদৰ কিয় দিয়ে? ৯৯% লোকে নাজানে সঠিক উত্তৰ

3 hours ago
স্নান কৰোতে প্ৰথম পানী ক’ত ঢালে? বুদ্ধিমানসকলে জানিব সঠিক উত্তৰ

কোনটো সময়ত গা ধোৱাটো উত্তম? গা ধোৱাৰ সঠিক পদ্ধতি জানক

4 hours ago
নিশা কোনোবাই চাই থকা যেন অনুভৱ হয় নেকি? আঁৰৰ কাৰণ কি জানক

নিশা কোনোবাই চাই থকা যেন অনুভৱ হয় নেকি? আঁৰৰ কাৰণ কি জানক

4 hours ago
ৰে’লৱেৰ নতুন নিয়ম, প্ৰভাৱ পৰিব আপোনাৰ পকেটত!

ৰে’ল অহাত বিলম্ব, যাত্ৰীয়ে পাব বিনামূলীয়া খাদ্য! এই নিয়মটো জানেনে?

4 hours ago
বিচনাৰ কাষত পানী ৰাখি শুৱে নেকি? মানসিক স্বাস্থ্যত পৰিব প্ৰভাৱ!

বিচনাৰ কাষত পানী ৰাখি শুৱে নেকি? মানসিক স্বাস্থ্যত পৰিব প্ৰভাৱ!

5 hours ago
চলমানৰ প্ৰথম প্ৰেমিকাৰ সৈতে কিয়াৰাৰ বিশেষ সম্পৰ্ক, কেনেকৈ?

চলমানৰ প্ৰথম প্ৰেমিকাৰ সৈতে কিয়াৰাৰ বিশেষ সম্পৰ্ক, কেনেকৈ?

7 hours ago
Honeymoonত বালিলৈ যোৱাৰ পৰিকল্পনা, কিন্তু বিয়াৰ পূৰ্বে হ’বলগীয়ে পত্নীয়ে পঠালে সিপুৰীলৈ!

Honeymoonত বালিলৈ যোৱাৰ পৰিকল্পনা, কিন্তু বিয়াৰ পূৰ্বে হ’বলগীয়ে পত্নীয়ে পঠালে সিপুৰীলৈ!

8 hours ago
পুৱতি নিশা সপোনত দেখিছে নেকি এইবোৰ বস্তু, তেন্তে উদয় হ’ব ভাগ্য!

ভুলতেও আওকাণ নকৰিব এই ৪ টা সপোনক, পাব ভৱিষ্যতৰ ইংগিত!

9 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, June 24, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বাণিজ্য

UPI ফ্ৰডত এই সকলো টেকনিক ব্যৱহাৰ কৰে প্ৰতাৰকে, জানক সাৱধানতাৰ উপায়

UPI ফ্ৰডত এই সকলো টেকনিক ব্যৱহাৰ কৰে প্ৰতাৰকে, জানক সাৱধানতাৰ উপায়

editor by editor
October 12, 2024 - Updated on October 21, 2024
in বাণিজ্য, বিবিধ, ভাৰত
0
UPI ফ্ৰডত এই সকলো টেকনিক ব্যৱহাৰ কৰে প্ৰতাৰকে, জানক সাৱধানতাৰ উপায়
0
SHARES
681
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

ইউনিফায়েড পেমেণ্টছ ইণ্টাৰফেচ বা ইউপিআই লেনদেন বিগত কেইবা বছৰ ধৰি খুবেই জনপ্ৰিয় হৈছে দেশত। ইয়াৰ সৈতে ইউপিআই ফ্ৰডো বাঢ়িছে। এই বছৰৰ জুন মাহ পৰ্যন্ত দেশৰ ৰাজধানী দিল্লী আৰক্ষীৰ ওচৰত ২৫ হাজাৰ ৯২৮ টা ইউ পিআই ফ্ৰড সংক্ৰান্তিয় অভিযোগ আহিছে। সমগ্ৰ দেশত এই সংখ্যা নিশ্চিতভাৱে কেইবাগুণো বেছি।

UPI লেনদেন সংক্ৰান্তিয় বিভিন্ন টেকনিক বা UPI ইণ্টাৰফেচ ব্যৱহাৰ কৰা লোকৰ ধন ধন প্ৰতাৰকৰ হাতলৈ যোৱাৰ বহু তথ্য আহিছে আৰক্ষীৰ হাতত। প্ৰতাৰণাৰ ধৰণক লৈয়ো তথ্য প্ৰকাশ কৰিছে আৰক্ষীয়ে। এই ধৰণৰ প্ৰতাৰণাৰ পৰা বাচিবলৈ হলে কি কৰিব সেই কথাও জনাইছে আৰক্ষীয়ে।

কেনেকৈ প্ৰতাৰণা কৰিব পাৰে?

UPIৰ মাধ্যমেৰে প্ৰতাৰণা কৰিবলৈ হলে ফেক স্ক্ৰিণশ্বট ব্যৱহাৰ কৰে প্ৰতাৰকসকলে। ফেক স্ক্ৰিণশ্বট পঠিয়াই কয়, আপোনাৰ UPIত টকা গৈছে। সেই টকা আপুনি উভতাই দিব লাগিব। সেই ধন উভতাই দিবলৈ এটা লিংকো দিয়ে। সেই লিংকত যদি ক্লিক কৰে আপুনি সৰ্বস্বান্ত হৈ পৰিব খাটাং।

আপোনাৰ বন্ধু বা আত্মীয়ক টকাৰ প্ৰয়োজন। এই অচিলাৰেও ধন বিচৰা হয়। অন্য কোনো জৰুৰী পৰিস্থিতিৰ কথা জনাই টকা আত্মসাৎ কৰে প্ৰতাৰকে।

বহু সময়ত পেমেণ্টৰ বাবে ফেক ইউ পি আই কিউআৰ কোড পঠিওৱা হয়। সেই কোড স্কেন কৰিলে কোনো ক্ষতিকৰ ৱেবচাইট খুল খাব পাৰে। যাৰ মাধ্যমেৰে আপোনাৰ ইউপিআইৰ তথ্য হেক হব পাৰে।

স্ক্ৰিণ মনিটৰিং এপৰ মাধ্যমেৰেও আপোনাৰ ইউপিআই সংক্ৰান্তিয় তথ্য চুৰি হব পাৰে। এই ধৰণৰ এপত গোপনে আপোনাৰ এক্টিভিটিজৰ ওপৰত নজৰ ৰাখি থকা হয়। ইউ পি আই পিন, অটিপিৰ দৰে তথ্য চুৰি হব পাৰে।

বহু সময়ত কোনো পেমেণ্টত সহায় কৰাৰ নামতো প্ৰতাৰকে টকা সৰকাই। ইউপিআই এপৰ মাধ্যমেৰে ৰিকুৱেষ্ট পঠিওৱা হয়। সেই লিংকত ধন পঠিয়ালেই আপুনি হেকাৰৰ নজৰত পৰি যাব।

সাৱধানতাৰ বাবে কি কৰিব?

ফেক স্ক্ৰিণশ্বটৰ ওপৰত নিৰ্ভৰ নকৰিব।

জৰুৰী ফাণ্ডৰ বাবে ধনৰ দৰকাৰ হলে বিষয়টো পূৰ্বেই জানি থওক।

কোনো চিক্ৰেট কোড কাৰো আগত প্ৰকাশ নকৰিব।

পৰিচিত ব্যক্তি বা কোনো স্বীকৃত সংস্থাৰহে টকা পঠিওৱাৰ অনুৰোধ গ্ৰহণ কৰিব।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

কাৰ অকাল মৃ*ত্যুৱে সলনি কৰিছিল থালাপতি বিজয়ৰ জীৱন?
বিনোদন

কাৰ অকাল মৃ*ত্যুৱে সলনি কৰিছিল থালাপতি বিজয়ৰ জীৱন?

June 24, 2026
নাবালক ছাত্ৰৰ সৈতে শা*ৰীৰিক সম্পৰ্ক কৰি বিপদত শিক্ষয়িত্ৰী
অপৰাধ

নাবালক ছাত্ৰৰ সৈতে শা*ৰীৰিক সম্পৰ্ক কৰি বিপদত শিক্ষয়িত্ৰী

June 24, 2026
নগা বাবাসকলে কিয় উ*লংগ হৈ থাকে?
অসম

নগা বাবাসকলে কিয় উ*লংগ হৈ থাকে?

June 24, 2026
আপোনাৰ সন্তানক কিমান বয়সত মোবাইল ফোন দিব?
প্ৰযুক্তি

আপোনাৰ সন্তানক কিমান বয়সত মোবাইল ফোন দিব?

June 24, 2026
Next Post
মাত্ৰ ২০ বছৰ! ২০ বছৰৰ পাছত আকাশৰ পৰা উধাও হ’ব সকলো তৰা! ভয়ংকৰ আশংকা প্ৰকাশ কৰিছে বিজ্ঞানীয়ে, কিন্তু কিয়?

মাত্ৰ ২০ বছৰ! ২০ বছৰৰ পাছত আকাশৰ পৰা উধাও হ’ব সকলো তৰা! ভয়ংকৰ আশংকা প্ৰকাশ কৰিছে বিজ্ঞানীয়ে, কিন্তু কিয়?

আজি বিজয়া দশমীৰ দিনা শূল যোগ, জানক শুভ সময় কিমান আছে

আজি বিজয়া দশমীৰ দিনা শূল যোগ, জানক শুভ সময় কিমান আছে

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.