• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
দিল্লীত আনলক-৪, সোমবাৰৰ পৰা খোলা থাকিব বাৰ, ৰেষ্টুৰেণ্ট, পাৰ্ক…

দিল্লীত আনলক-৪, সোমবাৰৰ পৰা খোলা থাকিব বাৰ, ৰেষ্টুৰেণ্ট, পাৰ্ক…

5 years ago
আপুনিও নগ্ন হৈ স্নান কৰে নেকি? সঠিক নিয়ম নাজানিলে বিপদ অনিবাৰ্য!

আপুনিও নগ্ন হৈ স্নান কৰে নেকি? সঠিক নিয়ম নাজানিলে বিপদ অনিবাৰ্য!

32 minutes ago
স্বামীৰ বাবে ভাগ্যৱান এই মূল্যাংকৰ কন্যা, পাৰিব বিলাসী জীৱন কটাব!

স্বামীৰ বাবে ভাগ্যৱান এই মূল্যাংকৰ কন্যা, পাৰিব বিলাসী জীৱন কটাব!

1 hour ago
আপুনিও শৰীৰৰ নোম আঁতৰাই নেকি? আপোনাৰ বাবে Waxing নে Shaving উত্তম?

আপুনিও শৰীৰৰ নোম আঁতৰাই নেকি? আপোনাৰ বাবে Waxing নে Shaving উত্তম?

2 hours ago
চাকৰি বিচাৰে কিন্তু INTERVIEW লৈ ভয় কৰে? এই উপায়ে সহায় কৰিব আপোনাৰ আত্মবিশ্বাস বৃদ্ধিত

চাকৰি বিচাৰে কিন্তু INTERVIEW লৈ ভয় কৰে? এই উপায়ে সহায় কৰিব আপোনাৰ আত্মবিশ্বাস বৃদ্ধিত

3 hours ago
তেতেলীৰ বীজে জাগ্ৰত কৰে পুৰুষৰ কামনা! আজিয়েই জানক উপকাৰী গুণৰ বিষয়ে

তেতেলীৰ বীজে জাগ্ৰত কৰে পুৰুষৰ কামনা! আজিয়েই জানক উপকাৰী গুণৰ বিষয়ে

4 hours ago
গ্ৰীষ্মকালত কিদৰে আনক বলিয়া কৰিব? শিকক অভিনেত্ৰী পলকৰ তিৱাৰীৰ পৰা

গ্ৰীষ্মকালত কিদৰে আনক বলিয়া কৰিব? শিকক অভিনেত্ৰী পলকৰ তিৱাৰীৰ পৰা

19 hours ago
BCCI ৰ জৰিমনাৰ পিছত ৰিয়ান পৰাগৰ চমক, বন্ধ কৰিলে সমালোচকৰ মুখ!

BCCI ৰ জৰিমনাৰ পিছত ৰিয়ান পৰাগৰ চমক, বন্ধ কৰিলে সমালোচকৰ মুখ!

19 hours ago
মাহেকীয়াত কম ৰক্তক্ষৰণ, ই কোনো ৰোগৰ ইংগিত নেকি?

মাহেকীয়াত কম ৰক্তক্ষৰণ, ই কোনো ৰোগৰ ইংগিত নেকি?

20 hours ago
ভাগ্য উদয় হ’ব ৫ ৰাশিৰ লোকৰ, শীঘ্ৰে হ’ব মালামাল!

ভাগ্য উদয় হ’ব ৫ ৰাশিৰ লোকৰ, শীঘ্ৰে হ’ব মালামাল!

21 hours ago
সাধাৰণভাৱে নল’ব পিঠিৰ বিষক? ৰূপ ল’ব পাৰে গুৰুতৰ ৰোগৰ!

সাধাৰণভাৱে নল’ব পিঠিৰ বিষক? ৰূপ ল’ব পাৰে গুৰুতৰ ৰোগৰ!

21 hours ago
বাৰে বাৰে নাক খজুৱাই থাকে নেকি? হ’ব পাৰে কোনো ৰোগৰ লক্ষণ!

বাৰে বাৰে নাক খজুৱাই থাকে নেকি? হ’ব পাৰে কোনো ৰোগৰ লক্ষণ!

22 hours ago
সাৱধান নহ’লে বিপদত পৰিব পাৰে পুৰুষৰো গু*প্তাংগ! মানি চলক এই নিয়ম

সাৱধান নহ’লে বিপদত পৰিব পাৰে পুৰুষৰো গু*প্তাংগ! মানি চলক এই নিয়ম

23 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, May 2, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home ক'ভিড-১৯

দিল্লীত আনলক-৪, সোমবাৰৰ পৰা খোলা থাকিব বাৰ, ৰেষ্টুৰেণ্ট, পাৰ্ক…

editor by editor
June 20, 2021
in ক'ভিড-১৯, গুৱাহাটী, ভাৰত
0
দিল্লীত আনলক-৪, সোমবাৰৰ পৰা খোলা থাকিব বাৰ, ৰেষ্টুৰেণ্ট, পাৰ্ক…
0
SHARES
76
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ ২৪ঃ সোমবাৰৰ পৰা ৰাজধানী দিল্লীত আনলক-৪ প্ৰক্ৰিয়া আৰম্ভ। কোভিড সংক্ৰমণৰ ঘটনা ক্ৰমাৎ হ্ৰাস পোৱাত আনলকৰ দিশে আগবাঢ়িছে দিল্লী চৰকাৰ। ২১ জুনৰ পৰা ৰাজহুৱা পাৰ্ক, উদ্যান, গ’ল্ফ ক্লাব, বাৰ আদি খোলাৰ অনুমতি প্ৰদান কৰিছে দিল্লী ডিজেষ্টাৰ মেনেজমেণ্ট অথৰিটী (DDMA) য়ে। স্থানসমূহত উপায়ুক্তৰ নিৰ্দেশ অনুসৰি কোভিড গাইডলাইন পালন কৰিব লাগিব দিল্লীবাসীয়ে। লগতে কিছু নিৰ্দেশনা জাৰি কৰিছে প্ৰশাসনে। বৰ্তমান দিল্লীত এটা জ’নত এদিন এখনেই সাপ্তাহিক বজাৰ খুলিব পাৰিব। আৱাসিক এলেকাসমূহত সকলো দোকান পুৱা ১০ বজাৰ পৰা নিশা ৮ বজালৈ খোলাৰ অনুমতি প্ৰদান কৰা হৈছে। ইয়াৰ উপৰি সকলো দোকান আৰু মনসমূহো পুৱা ১০ বজাৰ পৰা নিশা ৮ বজালৈ খুলিব পাৰিব। আনহাতে, ৰেষ্টুৰেণ্টসমূহ ৫০ শতাংশ গ্ৰাহকেৰে দিনৰ ১০ বজাৰ পৰা নিশা ৮ বজালৈ খুলিব পাৰিব। ৫০ শতাংশ গ্ৰাহকেৰে বাৰসমূহ খুলিব পাৰিব। দুপৰীয়া ১২ বজাৰ পৰা নিশা ১০ বজালৈ বাৰ খোলাৰ অনুমতি প্ৰশাসনৰ। মেট্ৰ’, কেব, বাছ, অটো, ৰিক্সা আদি ৫০ শতাংশ যাত্ৰীৰে সামাজিক দূৰত্ব মানি চলাচল কৰিব পাৰিব। বৰ্তমানেও ৰাজহুৱা স্থানত বিবাহৰ অনুমতি প্ৰদান কৰা হোৱা নাই। ক’ৰ্ট মেৰেজ বা ঘৰত বিবাহৰ অনুমতি প্ৰদান কৰিছে যদিও কেৱল ২০ গৰাকী অতিথিহে উপস্থিত থাকিব পাৰিব। ক্ৰমাগতভাৱে আনলক প্ৰক্ৰিয়া আৰম্ভ হ’লেও বৰ্তমানেও জাৰি আছে কিছু নিৰ্দেশনা। ২৮ জুনৰ পুৱা ৫ বজা পৰ্যন্ত বন্ধ থাকিব এইসমূহ প্ৰতিষ্ঠান-

  • সকলো স্কুল, কলেজ আৰু শৈক্ষিক প্ৰতিষ্ঠান।
  • সামাজিক, ৰাজনৈতিক, সাংস্কৃতিক আৰু ধৰ্মীয় অনুষ্ঠান বন্ধ থাকিব।
  • ছুইমিং পুল, ষ্টেডিয়াম, স্পৰ্টচ কমপ্লেক্স আদি
  • চিনেমা হল, স্পা আৰু জিম সম্পূৰ্ণৰূপে বন্ধ।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24covid 19delhi unlock
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

বাংলাদেশত হাহাকাৰ! মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্যৰ পিছতে ক্ষোভৰ উদগীৰণ বাংলাদেশত
ভাৰত

বাংলাদেশত হাহাকাৰ! মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্যৰ পিছতে ক্ষোভৰ উদগীৰণ বাংলাদেশত

May 1, 2026
পশ্চিম বংগত শেষ হ’ব নেকি মমতাৰ ৰাজত্ব! Exit Poll ৰ পিছতে আৰম্ভ চৰ্চা
ভাৰত

পশ্চিম বংগত শেষ হ’ব নেকি মমতাৰ ৰাজত্ব! Exit Poll ৰ পিছতে আৰম্ভ চৰ্চা

April 30, 2026
প্লাষ্টিকৰ পেকেটত পুনৰ বিক্ৰী নহয় পান মছলা! চৰকাৰে লৈছে ডাঙৰ পদক্ষেপ
ভাৰত

প্লাষ্টিকৰ পেকেটত পুনৰ বিক্ৰী নহয় পান মছলা! চৰকাৰে লৈছে ডাঙৰ পদক্ষেপ

April 29, 2026
বিয়া পাতিলে ঠিকেই, কিন্তু কইনাক লগত নিব নুখুজিলে দৰাই! তাৰ পিছত…
ভাৰত

বিয়া পাতিলে ঠিকেই, কিন্তু কইনাক লগত নিব নুখুজিলে দৰাই! তাৰ পিছত…

April 28, 2026
Next Post
বাবা পুৰাণ! এজন বাবা , ৫ গৰাকী পত্নী আৰু ৩২ প্ৰেমিকাৰ আখ্যান

বাবা পুৰাণ! এজন বাবা , ৫ গৰাকী পত্নী আৰু ৩২ প্ৰেমিকাৰ আখ্যান

ছন পৰিল সিদ্ধাৰ্থ ভট্টাচাৰ্যৰ বৃন্দাবন!

ছন পৰিল সিদ্ধাৰ্থ ভট্টাচাৰ্যৰ বৃন্দাবন!

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.