• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
পুৱাই আহিছে দুঃখবৰ! ভয়ংকৰ অগ্নিকাণ্ডত নিহত ৯ জন লোক

পুৱাই আহিছে দুঃখবৰ! ভয়ংকৰ অগ্নিকাণ্ডত নিহত ৯ জন লোক

3 weeks ago
নামমাত্ৰ বিনিয়োগ কৰি ৰিটাৰ্ণত পাব ২৫লাখ, পোষ্ট অফিচৰ এই স্কিমে সহজেই লাখপতি কৰিব পাৰে আপোনাক

নামমাত্ৰ বিনিয়োগ কৰি ৰিটাৰ্ণত পাব ২৫লাখ, পোষ্ট অফিচৰ এই স্কিমে সহজেই লাখপতি কৰিব পাৰে আপোনাক

18 minutes ago
জামিন পালেই শ্যামকানুৱে বিজয় মালিয়াৰ দৰে দেশ এৰি পলাব! জুবিনকেই নহয় গৰিমা গাৰ্গকো কেনেদৰে প্ৰতাৰণা কৰিছে শ্যামকানুৱে?

জামিন পালেই শ্যামকানুৱে বিজয় মালিয়াৰ দৰে দেশ এৰি পলাব! জুবিনকেই নহয় গৰিমা গাৰ্গকো কেনেদৰে প্ৰতাৰণা কৰিছে শ্যামকানুৱে?

38 minutes ago
জুনতেই গুৰু গোচৰ, ৫ৰাশিৰ ভাগ্যত পৰিব প্ৰভাৱ, কি কি ঘটিব পাৰে এইকেইটা ৰাশিৰ জীৱনত?

জুনতেই গুৰু গোচৰ, ৫ৰাশিৰ ভাগ্যত পৰিব প্ৰভাৱ, কি কি ঘটিব পাৰে এইকেইটা ৰাশিৰ জীৱনত?

54 minutes ago
ছায়া গ্ৰহৰ মায়াৰ খেলা, বছৰৰ শেষত ৰাহুৰ প্ৰভাৱত সাফল্যৰ দিশেৰে আগুৱাব এই ৪ৰাশিৰ জাতক

ছায়া গ্ৰহৰ মায়াৰ খেলা, বছৰৰ শেষত ৰাহুৰ প্ৰভাৱত সাফল্যৰ দিশেৰে আগুৱাব এই ৪ৰাশিৰ জাতক

1 hour ago
ঘৰত পঁইতাচোৰা থকাটো শুভ নে অশুভ সংকেত? হওক সাৱধান

ঘৰত পঁইতাচোৰা থকাটো শুভ নে অশুভ সংকেত? হওক সাৱধান

2 hours ago
বাৰে বাৰে পানীৰ পিয়াহ, ই কোনো গুৰুতৰ ৰোগৰ লক্ষণ নেকি?

বাৰে বাৰে পানীৰ পিয়াহ, ই কোনো গুৰুতৰ ৰোগৰ লক্ষণ নেকি?

2 hours ago
গৰমৰ দিনত হাত ভৰি কিয় ফুলে? কেতিয়া সাৱধান হ’ব লাগে জনালে চিকিৎসকে

গৰমৰ দিনত হাত ভৰি কিয় ফুলে? কেতিয়া সাৱধান হ’ব লাগে জনালে চিকিৎসকে

3 hours ago
পৰীক্ষা বা ইণ্টাৰভিউৰ পূৰ্বে শৌচ লগাৰ অনুভৱ হয় নেকি? তেন্তে জানক কাৰণ

পৰীক্ষা বা ইণ্টাৰভিউৰ পূৰ্বে শৌচ লগাৰ অনুভৱ হয় নেকি? তেন্তে জানক কাৰণ

4 hours ago
আজি বিধানসভাত উত্থাপন UCC বিধেয়ক, UCC বলবৎ হ’লে কি কি হ’ব পৰিৱৰ্তন?

আজি বিধানসভাত উত্থাপন UCC বিধেয়ক, UCC বলবৎ হ’লে কি কি হ’ব পৰিৱৰ্তন?

5 hours ago
কৰ্মস্থলীত অশান্তি, অতিমাত্ৰা চিন্তা আৰু মানসিক চাপ, আঁৰত আছে এইবোৰ কাৰণ?

কৰ্মস্থলীত অশান্তি, অতিমাত্ৰা চিন্তা আৰু মানসিক চাপ, আঁৰত আছে এইবোৰ কাৰণ?

5 hours ago
বিপদলৈ ভয় নকৰে ৪ ৰাশিৰ লোকে, সাহস আৰু আত্মবিশ্বাসেৰে পাব সফলতা!

বিপদলৈ ভয় নকৰে ৪ ৰাশিৰ লোকে, সাহস আৰু আত্মবিশ্বাসেৰে পাব সফলতা!

6 hours ago
পাকিস্তানত সংকট! তেলৰ পিছত এতিয়া ৰুটিৰ বাবে কৰিছে হাহাকাৰ

পাকিস্তানত সংকট! তেলৰ পিছত এতিয়া ৰুটিৰ বাবে কৰিছে হাহাকাৰ

7 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Monday, May 25, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home ভাৰত

পুৱাই আহিছে দুঃখবৰ! ভয়ংকৰ অগ্নিকাণ্ডত নিহত ৯ জন লোক

পুৱাই আহিছে দুঃখবৰ! ভয়ংকৰ অগ্নিকাণ্ডত নিহত ৯ জন লোক

editor by editor
May 3, 2026
in বিবিধ, ভাৰত, লেখা
0
পুৱাই আহিছে দুঃখবৰ! ভয়ংকৰ অগ্নিকাণ্ডত নিহত ৯ জন লোক
0
SHARES
315
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

দেওবাৰে পুৱা দিল্লীৰ শ্বাহদাৰাৰ বিবেক বিহাৰ অঞ্চলৰ অগ্নিকাণ্ড সংঘটিত হয়। এই অগ্নিকাণ্ডত কমেও ৯ জন লোক নিহত হোৱাৰ লগতে ৪ জনৰ পৰা ৬জন আহত হৈ চিকিৎসালয়ত ভৰ্তি হৈ আছে। পুৱা প্ৰায় ৩:৪৭ বজাত অগ্নিনিৰ্বাপক বাহিনীৰ ১৪ খন বাহন ঘটনাস্থলীত উপস্থিত হৈ উদ্ধাৰ অভিযান আৰম্ভ কৰে।

অগ্নিনিৰ্বাপক বাহিনীৰ তথ্য অনুসৰি বিল্ডিং বি-১৩ৰ দ্বিতীয় মহলাৰ পৰা আৰম্ভ হোৱা এই অগ্নিকাণ্ড ক্ৰমান্বয়ে সমগ্ৰ অট্টালিকাটোত বিয়পি পৰে। প্ৰায় ডেৰ-দুঘণ্টাৰ প্ৰচেষ্টাৰ অন্তত পুৱা ৬:২৫ বজাত জুই নিয়ন্ত্ৰণ কৰা হয় যদিও ইতিমধ্যে যথেষ্ট ক্ষতিসাধন হয়।

প্ৰাথমিক তথ্য অনুসৰি এই পৰ্যন্ত উদ্ধাৰ হৈছে ৯ জন লোকৰ মৃতদেহ। চাৰিৰ পৰা ছয়জন লোক গুৰুতৰভাৱে অগ্নিদগ্ধ হৈ ওচৰৰ চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে। তথ্যনুসৰি আহত একাংশৰ অৱস্থা সংকটজনক বুলি জানিব পৰা গৈছে।

ৰাষ্ট্ৰীয় সংবাদ মাধ্যমৰ পৰা পোৱা বৰ্তমানৰ তথ্যনুসৰি, অগ্নিনিৰ্বাপক বাহিনী আৰু আৰক্ষীৰ দলে যৌথ উদ্ধাৰ অভিযান চলাই প্ৰায় ১৪ ৰ পৰা ২০ জন লোকক নিৰাপদে উলিয়াই আনে। স্থানীয় লোকৰ মতে, পিছফালৰ এপাৰ্টমেণ্টটোত কিছু লোক আবদ্ধ হৈ থকাৰ সন্দেহ কৰা হৈছে যদিও বৰ্তমান আৰক্ষীয়ে ভিতৰত কোনো লোক আবদ্ধ থকাৰ কথা অস্বীকাৰ কৰিছে।

AC বিস্ফোৰণৰ ফলত জুইৰ আশংকা

প্ৰত্যক্ষদৰ্শীৰ মতে, এচি বিস্ফোৰণৰ ফলত এই অগ্নিকাণ্ড সংঘটিত হৈছে। কিন্তু অগ্নিকাণ্ডৰ সঠিক কাৰণ এতিয়াও আনুষ্ঠানিকভাৱে নিৰ্ণয় হোৱা নাই আৰু তদন্ত অব্যাহত আছে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

নামমাত্ৰ বিনিয়োগ কৰি ৰিটাৰ্ণত পাব ২৫লাখ, পোষ্ট অফিচৰ এই স্কিমে সহজেই লাখপতি কৰিব পাৰে আপোনাক
জীৱনশৈলী

নামমাত্ৰ বিনিয়োগ কৰি ৰিটাৰ্ণত পাব ২৫লাখ, পোষ্ট অফিচৰ এই স্কিমে সহজেই লাখপতি কৰিব পাৰে আপোনাক

May 25, 2026
ছায়া গ্ৰহৰ মায়াৰ খেলা, বছৰৰ শেষত ৰাহুৰ প্ৰভাৱত সাফল্যৰ দিশেৰে আগুৱাব এই ৪ৰাশিৰ জাতক
জীৱনশৈলী

ছায়া গ্ৰহৰ মায়াৰ খেলা, বছৰৰ শেষত ৰাহুৰ প্ৰভাৱত সাফল্যৰ দিশেৰে আগুৱাব এই ৪ৰাশিৰ জাতক

May 25, 2026
ঘৰত পঁইতাচোৰা থকাটো শুভ নে অশুভ সংকেত? হওক সাৱধান
জীৱনশৈলী

ঘৰত পঁইতাচোৰা থকাটো শুভ নে অশুভ সংকেত? হওক সাৱধান

May 25, 2026
বাৰে বাৰে পানীৰ পিয়াহ, ই কোনো গুৰুতৰ ৰোগৰ লক্ষণ নেকি?
জীৱনশৈলী

বাৰে বাৰে পানীৰ পিয়াহ, ই কোনো গুৰুতৰ ৰোগৰ লক্ষণ নেকি?

May 25, 2026
Next Post
আপোনাৰ সংগীৰ প্ৰিয় ফুলৰ পৰা জানক প্ৰেমৰ গভীৰতা!

আপোনাৰ সংগীৰ প্ৰিয় ফুলৰ পৰা জানক প্ৰেমৰ গভীৰতা!

আপোনাৰ শিশুৱে বাৰে বাৰে মূৰত আঘাত পাইছে নেকি? বিপদৰ পূৰ্বে হওক সাৱধান!

আপোনাৰ শিশুৱে বাৰে বাৰে মূৰত আঘাত পাইছে নেকি? বিপদৰ পূৰ্বে হওক সাৱধান!

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.