ৰাজ্যৰ ৫ সমষ্টিৰ মাজৰ ৪ টা সমষ্টিয়ে বিজেপিৰ দখলত
ধলাইত ১০ হাজাৰ ভোটৰ ব্যৱধানত নিহাৰ ৰঞ্জন দাসৰ জয়লাভ
কংগ্ৰেছৰ ধ্ৰুবজ্যোতি পুৰকায়স্থৰ পৰাজয়
১৬ ৰাউণ্ডৰ ভোটগণনাৰ অন্তত বৃহৎ জয় বিজেপিৰ
চামগুৰিক বাদ দি ৪ সমষ্টিতেই উৰিল গেৰুৱা পতাকা
চামগুৰিতো বৃহৎ ব্যৱধানত অগ্ৰগতি দিপ্লু ৰঞ্জনৰ
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ
















