• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
মহিলাই পাব ৭.৫০শতাংশ হাৰত সুদ, ক’ত বিনিয়োগ কৰিলে এই লাভ পাব?

মহিলাই পাব ৭.৫০শতাংশ হাৰত সুদ, ক’ত বিনিয়োগ কৰিলে এই লাভ পাব?

2 years ago
এইকেইটা ৰাশিয়ে লাভ কৰিব আৰ্থিক, কৰ্মক্ষেত্ৰত আকৰ্ষণীয় সুযোগ

এইকেইটা ৰাশিয়ে লাভ কৰিব আৰ্থিক, কৰ্মক্ষেত্ৰত আকৰ্ষণীয় সুযোগ

23 minutes ago
কেতিয়াও আৰ্থিক বিপদত নপৰিবলৈ জানক এইকেইটা বিত্তীয় টিপছ

কেতিয়াও আৰ্থিক বিপদত নপৰিবলৈ জানক এইকেইটা বিত্তীয় টিপছ

16 hours ago
নলা চফা কৰা শ্ৰমিকে লাভ কৰিলে ৯৯ কোটি টকাৰ সোণ

নলা চফা কৰা শ্ৰমিকে লাভ কৰিলে ৯৯ কোটি টকাৰ সোণ

16 hours ago
তন্ত্ৰ-মন্ত্ৰৰ নামত মহিলাক শাৰীৰিক নিৰ্যা*তন

তন্ত্ৰ-মন্ত্ৰৰ নামত মহিলাক শাৰীৰিক নিৰ্যা*তন

17 hours ago
তৃতীয়বাৰলৈ দৰা হ’ব ‘গেংগছ অব ৱাছেপুৰ’ৰ অনুৰাগ কাশ্যপ

তৃতীয়বাৰলৈ দৰা হ’ব ‘গেংগছ অব ৱাছেপুৰ’ৰ অনুৰাগ কাশ্যপ

18 hours ago
কেইবাহাজাৰ চৰকাৰী চাকৰিৰ বিজ্ঞাপন মুকলি

কেইবাহাজাৰ চৰকাৰী চাকৰিৰ বিজ্ঞাপন মুকলি

18 hours ago
‘বিমল’ৰ বিজ্ঞাপন কৰি বিপদত শ্বাহৰুখ, অজয় দেৱগন আৰু টাইগাৰ শ্ৰফ

‘বিমল’ৰ বিজ্ঞাপন কৰি বিপদত শ্বাহৰুখ, অজয় দেৱগন আৰু টাইগাৰ শ্ৰফ

19 hours ago
শৰীৰত ভিটামিন আৰু মিনাৰেলছৰ অভাৱ কেনেকৈ চিনাক্ত কৰিব? জানক এই জৰুৰী সংকেত

শৰীৰত ভিটামিন আৰু মিনাৰেলছৰ অভাৱ কেনেকৈ চিনাক্ত কৰিব? জানক এই জৰুৰী সংকেত

20 hours ago
‘৩৭০ অনুচ্ছেদ থাকিলে PoK-এও হয়টো পুনৰ ভাৰতত যোগ দিলেহেঁতেন’

‘৩৭০ অনুচ্ছেদ থাকিলে PoK-এও হয়টো পুনৰ ভাৰতত যোগ দিলেহেঁতেন’

21 hours ago
সিংহ সংক্ৰান্তিৰ পূৰ্বে এইকেইটা ৰাশিলৈ আহি আছে বিশেষ সময়

সিংহ সংক্ৰান্তিৰ পূৰ্বে এইকেইটা ৰাশিলৈ আহি আছে বিশেষ সময়

22 hours ago
গ্ৰেট ব্ৰিটেইন নে ‘ইছলামিক ৰিপাব্লিক অব ব্ৰিটেইন’?

গ্ৰেট ব্ৰিটেইন নে ‘ইছলামিক ৰিপাব্লিক অব ব্ৰিটেইন’?

22 hours ago
দলীয় কাৰ্যালয়ত প্ৰাক্তন মন্ত্ৰীৰ চৰমপন্থা

দলীয় কাৰ্যালয়ত প্ৰাক্তন মন্ত্ৰীৰ চৰমপন্থা

23 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Monday, August 17, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

মহিলাই পাব ৭.৫০শতাংশ হাৰত সুদ, ক’ত বিনিয়োগ কৰিলে এই লাভ পাব?

মহিলাই পাব ৭.৫০শতাংশ হাৰত সুদ, ক’ত বিনিয়োগ কৰিলে এই লাভ পাব?

editor by editor
November 23, 2024
in জীৱনশৈলী
0
মহিলাই পাব ৭.৫০শতাংশ হাৰত সুদ, ক’ত বিনিয়োগ কৰিলে এই লাভ পাব?
0
SHARES
47
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

বৰ্তমান যুগত মহিলাসকলক আগুনাই নিয়াৰ কথা ভাৱিয়েই বহু প্ৰকল্প আনিছে কেন্দ্ৰীয় চৰকাৰে৷ এনে এক প্ৰকল্প মহিলাৰ বাবে আৰম্ভ কৰিছে কেন্দ্ৰীয় চৰকাৰে য’ত বিনিয়োগ কৰিলে মহিলাসকলক ৭.৫০ শতাংশ হাৰত সুদ দিয়া হ’ব৷ বহু মহিলাই এই প্ৰকল্পত বিনিয়োগ কৰি লাভৰো মুখ দেখিছে৷ কি এই প্ৰকল্প?

২০২৩ চনৰ বাজেটত মহিলা সন্মান ছেভিংছ চাৰ্টিফিকেট আনিছে কেন্দ্ৰীয় চৰকাৰে৷ ইয়াৰ ম্যাদ আৰু সময়সীমাও বেছি নহয়৷ মাত্ৰ ২বছৰৰ বাবে ইয়াত বিনিয়োগ কৰিলেই পাব ভাল পৰিমানৰ অৰ্থ৷ যদি কোনো মহিলাই ইয়াত বিনিয়োগ কৰে তেন্তে ১ হাজাৰ টকাৰ পৰা আৰম্ভ কৰি ২লাখ পৰ্যন্ত বিনিয়োগ কৰিব পাৰে৷ ১৮ বছৰীয়া যিকোনো তৰুণী পৰা তেওঁৰ পৰিয়ালৰ অভিভাৱকেও এই একাউণ্ট খুলিব পাৰে৷

কিন্তু তাৰপূৰ্বে পষ্ট অফিচ বা বেংকত এটা একাউণ্ট খুলিব লাগিব৷ তাত আপোনাক এখন কেৱাইচি ফৰ্ম ফিলাপ কৰিবলৈ দিয়া হ’ব৷ তাতেই নিজৰ আধাৰ কাৰ্ড, পান কাৰ্ড আৰু পাছপৰ্ট ছাইজৰ ফটো জমা দিব লাগিব৷ ইয়াতেই বিনিয়োগৰ ১বছৰৰ পাছত আপুনি নিজৰ জমা টকাৰ ৪০শতাংশ উঠাই ল’ব পাৰিব৷ যি নমিনি থাকে তেওঁ এই ধন উঠাই ল’ব পাৰিব৷

যদি নিৰ্ধাৰিত সময়ৰ পূৰ্বে এই একাউণ্ট বন্ধ কৰিব খোজে তেন্তে অসুবিধা নাই৷ ইয়াত সুদৰ হাৰ ৭.৫০শতাংশৰ পৰা কমি ৫.৫০ শতাংশহে পাব৷ এইক্ষেত্ৰত মনত ৰাখিব যিকোনো বিনিয়োগ কৰিলে আপুনি তাৰ সমস্ত তথ্য ভালকৈ চাইহে বিনিয়োগ কৰিব৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

এইকেইটা ৰাশিয়ে লাভ কৰিব আৰ্থিক, কৰ্মক্ষেত্ৰত আকৰ্ষণীয় সুযোগ
জীৱনশৈলী

এইকেইটা ৰাশিয়ে লাভ কৰিব আৰ্থিক, কৰ্মক্ষেত্ৰত আকৰ্ষণীয় সুযোগ

August 17, 2026
তন্ত্ৰ-মন্ত্ৰৰ নামত মহিলাক শাৰীৰিক নিৰ্যা*তন
অপৰাধ

তন্ত্ৰ-মন্ত্ৰৰ নামত মহিলাক শাৰীৰিক নিৰ্যা*তন

August 16, 2026
‘বিমল’ৰ বিজ্ঞাপন কৰি বিপদত শ্বাহৰুখ, অজয় দেৱগন আৰু টাইগাৰ শ্ৰফ
বিনোদন

‘বিমল’ৰ বিজ্ঞাপন কৰি বিপদত শ্বাহৰুখ, অজয় দেৱগন আৰু টাইগাৰ শ্ৰফ

August 16, 2026
শৰীৰত ভিটামিন আৰু মিনাৰেলছৰ অভাৱ কেনেকৈ চিনাক্ত কৰিব? জানক এই জৰুৰী সংকেত
জীৱনশৈলী

শৰীৰত ভিটামিন আৰু মিনাৰেলছৰ অভাৱ কেনেকৈ চিনাক্ত কৰিব? জানক এই জৰুৰী সংকেত

August 16, 2026
Next Post
ৰাহুলৰ অভিলেখ ভংগ কৰি ৪,১০,০০০ ভোটৰ ব্যৱধানত ৱায়নাডত জয়লাভ প্ৰিয়ংকা গান্ধীৰ

ৰাহুলৰ অভিলেখ ভংগ কৰি ৪,১০,০০০ ভোটৰ ব্যৱধানত ৱায়নাডত জয়লাভ প্ৰিয়ংকা গান্ধীৰ

ইনষ্টাগ্ৰামত ফল’ৱাৰ্ছ ৫৬লাখঃ মহাৰাষ্ট্ৰ নিৰ্বাচনত ১০৩টা ভোট পালে এজাজ খানে

ইনষ্টাগ্ৰামত ফল’ৱাৰ্ছ ৫৬লাখঃ মহাৰাষ্ট্ৰ নিৰ্বাচনত ১০৩টা ভোট পালে এজাজ খানে

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.