• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
ইনষ্টাগ্ৰামত ফল’ৱাৰ্ছ ৫৬লাখঃ মহাৰাষ্ট্ৰ নিৰ্বাচনত ১০৩টা ভোট পালে এজাজ খানে

ইনষ্টাগ্ৰামত ফল’ৱাৰ্ছ ৫৬লাখঃ মহাৰাষ্ট্ৰ নিৰ্বাচনত ১০৩টা ভোট পালে এজাজ খানে

2 years ago
“বিজেপিয়ে য’তেই হাত দিয়ে তাতেই সোণ হয়!” কি প্ৰসংগত ক’লে মুখ্যমন্ত্ৰী?

“বিজেপিয়ে য’তেই হাত দিয়ে তাতেই সোণ হয়!” কি প্ৰসংগত ক’লে মুখ্যমন্ত্ৰী?

1 hour ago
কোনে মৃত্যুৰ ভাবুকি দিছে মুখ্যমন্ত্ৰীক, হিন্দু নে মুছলমান? অপপ্ৰচাৰৰ আঁৰত কি

কোনে মৃত্যুৰ ভাবুকি দিছে মুখ্যমন্ত্ৰীক, হিন্দু নে মুছলমান? অপপ্ৰচাৰৰ আঁৰত কি

2 hours ago
বাৰে বাৰে নখ ভাঙি যোৱাৰ সমস্যা, কোনো গুৰুতৰ ৰোগৰ লক্ষণ নেকি?

বাৰে বাৰে নখ ভাঙি যোৱাৰ সমস্যা, কোনো গুৰুতৰ ৰোগৰ লক্ষণ নেকি?

3 hours ago
মনোকামনা পূৰণ হোৱা এটি মন্দিৰ, কিন্তু নিশা গ’লে হ’ব সৰ্বনাশ!

মনোকামনা পূৰণ হোৱা এটি মন্দিৰ, কিন্তু নিশা গ’লে হ’ব সৰ্বনাশ!

3 hours ago
সঘনাই মিছা কোৱাৰ অভ্যাস, এয়া কোনো গ্ৰহৰ দোষ নেকি?

ৰাশিফলৰ ৪ টা গ্ৰহই নিৰ্ধাৰণ কৰে আপোনাৰ সফলতা! জানি লওক

4 hours ago
8th Pay Commission: মৌলিক দৰমহা ৬৫% বৃদ্ধিৰ প্ৰস্তুতি? HRA, TA আৰু DA একত্ৰীকৰণে সলাব আপোনাৰ পে-স্লিপ

8th Pay Commission: অৱসৰপ্ৰাপ্ত পেঞ্চনাৰসকলৰ বাবে দাবী, কি বিচাৰে সংগঠনসমূহে জানক

5 hours ago
এই বছৰৰে ১১ নৱেম্বৰত কইনা হ’ব কাব্য মৰাণ! কোন সেইজন লাকী দৰা?

এই বছৰৰে ১১ নৱেম্বৰত কইনা হ’ব কাব্য মৰাণ! কোন সেইজন লাকী দৰা?

6 hours ago
৭০-৭২ বছৰীয়া দম্পতীৰ বিৱাহ বিচ্ছেদৰ কাহিনী দেশজুৰি চৰ্চাত

৭০-৭২ বছৰীয়া দম্পতীৰ বিৱাহ বিচ্ছেদৰ কাহিনী দেশজুৰি চৰ্চাত

7 hours ago
দেশৰ কোন মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে আছে কেইটাকৈ অপৰাধমূলক গোচৰ?

দেশৰ কোন মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে আছে কেইটাকৈ অপৰাধমূলক গোচৰ?

7 hours ago
দেৰিকৈ খায় নেকি ৰাতিৰ আহাৰ? অজানিতে শৰীৰলৈ নিমন্ত্ৰণ দিছে এই মাৰাত্মক ৰোগ

দেৰিকৈ খায় নেকি ৰাতিৰ আহাৰ? অজানিতে শৰীৰলৈ নিমন্ত্ৰণ দিছে এই মাৰাত্মক ৰোগ

8 hours ago
ৰাম মন্দিৰৰ দানপাত্ৰ চুৰি গোচৰ, চম্পট ৰায় আৰু অনিল মিশ্ৰক ক্লীন-শ্বীট SITৰ

ৰাম মন্দিৰৰ দানপাত্ৰ চুৰি গোচৰ, চম্পট ৰায় আৰু অনিল মিশ্ৰক ক্লীন-শ্বীট SITৰ

8 hours ago
ৰাণী স্বৰ্ণকাৰেৰে বিতৰ্কৰ মাজতে এইবাৰ আকৌ কি নতুন বিতৰ্কত গোবিন্দ?

ৰাণী স্বৰ্ণকাৰেৰে বিতৰ্কৰ মাজতে এইবাৰ আকৌ কি নতুন বিতৰ্কত গোবিন্দ?

9 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Tuesday, August 18, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

ইনষ্টাগ্ৰামত ফল’ৱাৰ্ছ ৫৬লাখঃ মহাৰাষ্ট্ৰ নিৰ্বাচনত ১০৩টা ভোট পালে এজাজ খানে

ইনষ্টাগ্ৰামত ফল’ৱাৰ্ছ ৫৬লাখ, মহাৰাষ্ট্ৰ নিৰ্বাচনত ১০৩টা ভোট পালে এজাজ খানে

editor by editor
November 23, 2024
in জীৱনশৈলী, ভাৰত, ৰাজনীতি
0
ইনষ্টাগ্ৰামত ফল’ৱাৰ্ছ ৫৬লাখঃ মহাৰাষ্ট্ৰ নিৰ্বাচনত ১০৩টা ভোট পালে এজাজ খানে
0
SHARES
86
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

কথাই কথাই তেওঁ কয়, ‘এক নম্বৰ৷ অথচ নিৰ্বচনী যুঁজত নামি শেষৰফালেৰেহে এক নম্বৰ হ’বলৈ সক্ষম হ’ল৷ নিৰ্বাচনী যুঁজত নামি নাকনি কাননি  খাইছে প্ৰাক্তন বিগ বছ প্ৰতিযোগী এজাজ খানে৷ ইনষ্টাগ্ৰামত তেওঁৰ অনুৰাগীৰ সংখ্যা ৫৬লাখতকৈ বেছি৷ ফেন পেজতো আছে কেইবা লাভ ফলৱাৰ্ছ৷ অথচ মহাৰাষ্ট্ৰত বিধানসভা নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰি লাজলগা ভোট পাইছে এজাজ খানে৷ এজাজে এই নিৰ্বাচনত লাভ কৰিছে ১০৩ টা ভোট৷ ইয়াৰ মাজতে এজাজৰ পৰিয়ালৰ সংখ্যাই ৭০তকৈ অধিক৷

নিৰ্বাচন কমিছনৰ ৱেবচাইট অনুসৰি ভাৰছোভা আসনত ৪৬,৬১৯ভোট লাভ কৰি আগুৱাইছে শিৱসেনা ইউবিটি প্ৰাৰ্থী হাৰুণ খান৷ ভাৰছোভা আসনত ৭৪৭জন ভোটাৰে নোটা বাচি লোৱাৰ বিপৰীতে এজাজে পাইছে মাত্ৰ ১০৩টা ভোট৷ এই কেন্দ্ৰত ভোট পাইছে ৫১.২ শতাংশ৷

৫.৬ মিলিয়নতকৈ বেছি ইনষ্টাগ্ৰাম ফলৱাৰ্ছ থকা সামাজিক মাধ্যমত নিজকে ষ্টাৰ বুলি কোৱা এজাজে ১০৩টা ভোট পোৱাৰ পাছতেই সামাজিক মাধ্যমত এতিয়া মিমৰ বন্যা৷ চলিছে ঠাট্টা মস্কৰাও৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

বাৰে বাৰে নখ ভাঙি যোৱাৰ সমস্যা, কোনো গুৰুতৰ ৰোগৰ লক্ষণ নেকি?
জীৱনশৈলী

বাৰে বাৰে নখ ভাঙি যোৱাৰ সমস্যা, কোনো গুৰুতৰ ৰোগৰ লক্ষণ নেকি?

August 18, 2026
মনোকামনা পূৰণ হোৱা এটি মন্দিৰ, কিন্তু নিশা গ’লে হ’ব সৰ্বনাশ!
জীৱনশৈলী

মনোকামনা পূৰণ হোৱা এটি মন্দিৰ, কিন্তু নিশা গ’লে হ’ব সৰ্বনাশ!

August 18, 2026
সঘনাই মিছা কোৱাৰ অভ্যাস, এয়া কোনো গ্ৰহৰ দোষ নেকি?
জীৱনশৈলী

ৰাশিফলৰ ৪ টা গ্ৰহই নিৰ্ধাৰণ কৰে আপোনাৰ সফলতা! জানি লওক

August 18, 2026
এই বছৰৰে ১১ নৱেম্বৰত কইনা হ’ব কাব্য মৰাণ! কোন সেইজন লাকী দৰা?
বিনোদন

এই বছৰৰে ১১ নৱেম্বৰত কইনা হ’ব কাব্য মৰাণ! কোন সেইজন লাকী দৰা?

August 18, 2026
Next Post
নতশিৰে প্ৰণাম আৰু আন্তৰিক ধন্যবাদ অসমঃ ৫ সমষ্টি দখলৰ পাছতেই কি ক’লে মুখ্যমন্ত্ৰী শৰ্মাই?

নতশিৰে প্ৰণাম আৰু আন্তৰিক ধন্যবাদ অসমঃ ৫ সমষ্টি দখলৰ পাছতেই কি ক’লে মুখ্যমন্ত্ৰী শৰ্মাই?

মাথো ২২ বছৰতেই ইতিহাস ৰচি শচিন-বিৰাটৰ ক্লাবত যোগ যশস্বীৰ

মাথো ২২ বছৰতেই ইতিহাস ৰচি শচিন-বিৰাটৰ ক্লাবত যোগ যশস্বীৰ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.