• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
মাথো ২২ বছৰতেই ইতিহাস ৰচি শচিন-বিৰাটৰ ক্লাবত যোগ যশস্বীৰ

মাথো ২২ বছৰতেই ইতিহাস ৰচি শচিন-বিৰাটৰ ক্লাবত যোগ যশস্বীৰ

2 years ago
কঁঠাল আপোনাৰ প্ৰিয় নেকি? এই ফল খালে শৰীৰত কি কি পৰিৱৰ্তন হয় জানো আহক

কঁঠাল আপোনাৰ প্ৰিয় নেকি? এই ফল খালে শৰীৰত কি কি পৰিৱৰ্তন হয় জানো আহক

33 minutes ago
সুৰক্ষিত কৰক আপোনাৰ কন্যাৰ ভৱিষ্যৎ, আজিয়েই কৰক বিনিয়োগ!

শ্বেয়াৰ বজাৰত বিনিয়োগ কৰিবলৈ ভয়? এই চৰকাৰী আঁচনিসমূহত বিনিয়োগ কৰিলে পাব যথেষ্ট লাভ

1 hour ago
আয়ুষ্মান কাৰ্ডৰ নতুন নিয়ম, সমস্যাত পৰাৰ পূৰ্বে সম্পূৰ্ণ তথ্য জানি লওক

আয়ুষ্মান কাৰ্ডৰ নতুন নিয়ম, সমস্যাত পৰাৰ পূৰ্বে সম্পূৰ্ণ তথ্য জানি লওক

2 hours ago
হাতলৈ আহিব ধন, বাঢ়িব চিন্তা… জানক আজি কেনে যাব আপোনাৰ দিনটো

হাতলৈ আহিব ধন, বাঢ়িব চিন্তা… জানক আজি কেনে যাব আপোনাৰ দিনটো

3 hours ago
১ আগষ্টৰ পৰা শনি-শুক্ৰই দেখুৱাব যাদু, আয় আৰু প্ৰগতি হ’ব বৃদ্ধি!

১ আগষ্টৰ পৰা শনি-শুক্ৰই দেখুৱাব যাদু, আয় আৰু প্ৰগতি হ’ব বৃদ্ধি!

16 hours ago
আজি কেনে যাব আপোনাৰ দিনটো? এইকোইটা ৰাশিয়ে পাব ভাল খবৰ

কাইলৈ ভাগ্য উদয় হ’ব ৩ ৰাশিৰ, জানক ৰাশিফলত কি আছে

16 hours ago
অভিনেতা স্বামীয়ে গোপনে কৰিছে প্ৰতাৰণা, একেটা ঘৰত থাকিও হৈ পৰিছে অচিনাকি!

অভিনেতা স্বামীয়ে গোপনে কৰিছে প্ৰতাৰণা, একেটা ঘৰত থাকিও হৈ পৰিছে অচিনাকি!

17 hours ago
খজুৱতি, এলাৰ্জী সকলো হ’ব দূৰ, মাত্ৰ ব্যৱহাৰ কৰক এইবিধ গছৰ পাত

খজুৱতি, এলাৰ্জী সকলো হ’ব দূৰ, মাত্ৰ ব্যৱহাৰ কৰক এইবিধ গছৰ পাত

18 hours ago
চাকৰি নে ব্যৱসায়! কি আছে আপোনাৰ ভাগ্যত জানক

চাকৰি নে ব্যৱসায়! কি আছে আপোনাৰ ভাগ্যত জানক

19 hours ago
গাড়ীত উঠিলেই বমি বমি অনুভৱ, এয়া কোনো ৰোগৰ ইংগিত নেকি?

গাড়ীত উঠিলেই বমি বমি অনুভৱ, এয়া কোনো ৰোগৰ ইংগিত নেকি?

19 hours ago
২৭ জুলাইৰ পূৰ্বে মালামাল হ’ব ২ ৰাশি, পাব সোণালী সুযোগ!

২৭ জুলাইৰ পূৰ্বে মালামাল হ’ব ২ ৰাশি, পাব সোণালী সুযোগ!

20 hours ago
শিৱৰ প্ৰিয় ৰাশি কোনবোৰ? জানি লওক শাওনত কাৰ কাৰ উদয় হ’ব ভাগ্য

শিৱৰ প্ৰিয় ৰাশি কোনবোৰ? জানি লওক শাওনত কাৰ কাৰ উদয় হ’ব ভাগ্য

20 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Monday, July 27, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিনোদন ক্ৰীড়া

মাথো ২২ বছৰতেই ইতিহাস ৰচি শচিন-বিৰাটৰ ক্লাবত যোগ যশস্বীৰ

editor by editor
November 24, 2024
in ক্ৰীড়া, বিবিধ, বিশ্ব, ভাৰত
0
মাথো ২২ বছৰতেই ইতিহাস ৰচি শচিন-বিৰাটৰ ক্লাবত যোগ যশস্বীৰ
0
SHARES
97
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

মাথো ২২ বছৰতেই ইতিহাস ৰচি শচিন-বিৰাটৰ ক্লাবত যোগ যশস্বীৰ

বৰ্তমানে অষ্ট্ৰেলিয়াৰ মাটিত ভাৰত আৰু বনাম অষ্ট্ৰেলিয়াৰ টেষ্ট মেচ চলি আছে। প্ৰথম ইনিংছত ভাৰতে অষ্ট্ৰেলিয়াতকৈ আগবঢ়াৰ লগতে বৰ্তমানলৈ ৩০০ ৰ ওপৰত অগ্ৰগতি লাভ কৰি আছে । প্ৰথম ইনিংছত ভাৰতীয় বলাৰে সুন্দৰ ভাৱে খেলি ১০৪তে নিয়ন্ত্ৰণত ৰাখে কেংগাৰু বাহিনীক।

তাৰ পাছতে দ্বিতীয় ইনিংছত ভাৰতীয় ক্ৰিকেটাৰে সুন্দৰ আৰম্ভণি কৰিছে। নবাগত যশস্বী জয়ছৱালে শতক কৰাৰ লগতে কে এল ৰাহুলে ৭৭ ৰান কৰি আউট হয়। পাছে তাৰেই মাজতে নবাগত যশস্বী জয়ছৱালে এক ইতিহাস ৰচে। ১৬১ ৰান কৰি অকলেই দলত এক শক্তিশালী স্থানত উপনীত কৰায়।

মাথো ২২ বছৰ বয়সতে ক্ৰিকেটৰ ভগৱান বিৰাট আৰু কিং কোহলীৰ সমানে একেটা ক্লাবতে স্থান লাভ কৰিছে যশস্বীয়ে। অষ্ট্ৰেলিয়াৰ মাটিত ইতিহাসৰ সৃষ্টি কৰিছে ভাৰতীয় অ’পেনিং বেটছমেন যশস্বী জয়ছৱালে। আজি ২৪ নৱেম্বৰ তাৰিখ দেওবাৰে ২২ বছৰীয়া যশস্বীয়ে নিজৰ কেৰিয়াৰৰ চতুৰ্থটো শতক অৰ্জন কৰে।

পাৰ্থত যশস্বীয়ে ২০৫ বলত শতক সম্পূৰ্ণ কৰি এক ডাঙৰ অভিলেখ গঢ়িবলৈ সক্ষম হয়। কম বয়সতে কেংগাৰুৰ মাটিত শতক অৰ্জন কৰা ভাৰতীয় বেটছমেনসকলৰ ভিতৰত যশস্বীৰ নাম এতিয়া অন্তৰ্ভুক্ত হৈছে। বৰ্তমান জয়ছোৱালৰ বয়স ২২ বছৰ ৩৩২ দিন।

আনহাতে কিংবদন্তি শচীন টেণ্ডুলকাৰে ১৯৯২ চনত মাথো ১৮ বছৰ বয়সতে প্ৰথমটো শতক অৰ্জন কৰিছিল। ইয়াৰ বাহিৰেও বিৰাট কোহলীয়ে ২৩ বছৰ বয়সত এই কৃতিত্ব কৰিছিল। তাৰ পাছতে এতিয়া কম বয়সতে অষ্ট্ৰেলিয়াৰ মাটিত শতক কৰি শচীন-বিৰাটৰ শাৰীতে স্থান লাভ যশস্বীৰ।

অৱশ্যে এই তালিকাত ভাৰতীয় দলটোৰ আন এগৰাকী খেলুৱৈ ঋষভ পন্তৰ নামো অন্তৰ্ভুক্ত আছে। মাথো ২১ বছৰ ৯১ দিন বয়সত অষ্ট্ৰেলিয়াত শতক অৰ্জন কৰাৰ কৃতিত্ব অৰ্জন কৰিছিল উইকেটকীপাৰ বেটছমেনগৰাকীয়ে।

জয়ছৱালে চলিত বৰ্ষত অষ্ট্ৰেলিয়াৰ মাটিত বৰ্তমানলৈ তিনিটা শতক অৰ্জন কৰিছে। যাৰ পলত যশস্বীয়ে শচীন তেণ্ডুলকাৰৰ ২২ বছৰ বয়সত এটা কেলেণ্ডাৰ বৰ্ষতে তিনিটা শতক অৰ্জন কৰাৰ অভিলেখৰো সমান হৈ পৰিছে। ১৯৯২ চনত শচীনে এই কৃতিত্ব কৰিছিল।

উল্লেখ্য যে, যশস্বী জয়ছৱালে সামগ্ৰিকভাৱে অষ্ট্ৰেলিয়াৰ মাটিত টেষ্টত শতক অৰ্জন কৰা ২৩ সংখ্যক ভাৰতীয় বেটছমেন হিচাপে পৰিগণিত হৈছে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: Australia CricketIndia Vs AustraliaIndian Cricketsachin tendulkarvirat kohliyashasvi jaiswal
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

কঁঠাল আপোনাৰ প্ৰিয় নেকি? এই ফল খালে শৰীৰত কি কি পৰিৱৰ্তন হয় জানো আহক
জীৱনশৈলী

কঁঠাল আপোনাৰ প্ৰিয় নেকি? এই ফল খালে শৰীৰত কি কি পৰিৱৰ্তন হয় জানো আহক

July 27, 2026
সুৰক্ষিত কৰক আপোনাৰ কন্যাৰ ভৱিষ্যৎ, আজিয়েই কৰক বিনিয়োগ!
বাণিজ্য

শ্বেয়াৰ বজাৰত বিনিয়োগ কৰিবলৈ ভয়? এই চৰকাৰী আঁচনিসমূহত বিনিয়োগ কৰিলে পাব যথেষ্ট লাভ

July 27, 2026
আয়ুষ্মান কাৰ্ডৰ নতুন নিয়ম, সমস্যাত পৰাৰ পূৰ্বে সম্পূৰ্ণ তথ্য জানি লওক
বাণিজ্য

আয়ুষ্মান কাৰ্ডৰ নতুন নিয়ম, সমস্যাত পৰাৰ পূৰ্বে সম্পূৰ্ণ তথ্য জানি লওক

July 27, 2026
হাতলৈ আহিব ধন, বাঢ়িব চিন্তা… জানক আজি কেনে যাব আপোনাৰ দিনটো
জীৱনশৈলী

হাতলৈ আহিব ধন, বাঢ়িব চিন্তা… জানক আজি কেনে যাব আপোনাৰ দিনটো

July 27, 2026
Next Post
বুধ-শুক্ৰৰ শুভদৃষ্টিৰ ফলত সৌভাগ্যৰে ভৰি পৰিব ৩ ৰাশিৰ জীৱন, লাভ কৰিব ধন

বুধ-শুক্ৰৰ শুভদৃষ্টিৰ ফলত সৌভাগ্যৰে ভৰি পৰিব ৩ ৰাশিৰ জীৱন, লাভ কৰিব ধন

জামা মছজিদ জৰীপৰ সময়ত হঠাতে হাহাকাৰ, মুহুৰ্ততে উপস্থিত ১০০০ প্ৰতিবাদী, দেশজুৰি চাঞ্চল্য

জামা মছজিদ জৰীপৰ সময়ত হঠাতে হাহাকাৰ, মুহুৰ্ততে উপস্থিত ১০০০ প্ৰতিবাদী, দেশজুৰি চাঞ্চল্য

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.