• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
জামা মছজিদ জৰীপৰ সময়ত হঠাতে হাহাকাৰ, মুহুৰ্ততে উপস্থিত ১০০০ প্ৰতিবাদী, দেশজুৰি চাঞ্চল্য

জামা মছজিদ জৰীপৰ সময়ত হঠাতে হাহাকাৰ, মুহুৰ্ততে উপস্থিত ১০০০ প্ৰতিবাদী, দেশজুৰি চাঞ্চল্য

2 years ago
ডায়েবেটিছ নিয়ন্ত্ৰণ আৰু ওজন কমাবলৈ, নিয়মীয়াকৈ লৈ আছে নেকি এইবিধ ঔষধ?

ডায়েবেটিছ নিয়ন্ত্ৰণ আৰু ওজন কমাবলৈ, নিয়মীয়াকৈ লৈ আছে নেকি এইবিধ ঔষধ?

23 minutes ago
পুনৰ বন বিভাগৰ বুলড’জাৰৰ গৰ্জন

পুনৰ বন বিভাগৰ বুলড’জাৰৰ গৰ্জন

2 hours ago
ভগ্নীক হ*ত্যা কৰি নিজকো শেষ কৰিলে আৰক্ষী কনিষ্টবলে

ভগ্নীক হ*ত্যা কৰি নিজকো শেষ কৰিলে আৰক্ষী কনিষ্টবলে

2 hours ago
যি iphoneৰ বাবে সমগ্ৰ বিশ্ব উন্মাদ…

যি iphoneৰ বাবে সমগ্ৰ বিশ্ব উন্মাদ…

3 hours ago
আজি কোন ৰাশিৰ উজলিব ভাগ্য, কোন ৰাশিয়ে হ’ব লাগিব সাৱধান?

আজি কোন ৰাশিৰ উজলিব ভাগ্য, কোন ৰাশিয়ে হ’ব লাগিব সাৱধান?

4 hours ago
মেঘালয়ত বিজেপিৰ শক্তিবৃদ্ধি! UDPৰ ৮ বিধায়কৰ বিজেপিত যোগ

মেঘালয়ত বিজেপিৰ শক্তিবৃদ্ধি! UDPৰ ৮ বিধায়কৰ বিজেপিত যোগ

4 hours ago
পূজা চলি থকাৰ মাজতে পত্নী-পুৰোহিতসহ ৩ জনক হ*ত্যা

পূজা চলি থকাৰ মাজতে পত্নী-পুৰোহিতসহ ৩ জনক হ*ত্যা

18 hours ago
কাইলৈ কন্যা, তুলাসহ কেইবাটাও ৰাশিৰ বাবে শুভ দিন

কাইলৈ কন্যা, তুলাসহ কেইবাটাও ৰাশিৰ বাবে শুভ দিন

19 hours ago
আদালতৰ সকাহ! ৪ অক্টোবৰত মুকলি আকাশৰ তললৈ আহিব শ্বাৰ্জিল

আদালতৰ সকাহ! ৪ অক্টোবৰত মুকলি আকাশৰ তললৈ আহিব শ্বাৰ্জিল

19 hours ago
অভিষেক-আয়াৰক আউট কৰা চাৰ্লি হিঞ্জেৰ কাহিনী

অভিষেক-আয়াৰক আউট কৰা চাৰ্লি হিঞ্জেৰ কাহিনী

20 hours ago
ৰাহুল গান্ধীৰ অনুষ্ঠানত ভাইৰেল যুৱতী

ৰাহুল গান্ধীৰ অনুষ্ঠানত ভাইৰেল যুৱতী

21 hours ago
মন্দিৰলৈ যোৱা কিশোৰীক নি*ৰ্যাতন

মন্দিৰলৈ যোৱা কিশোৰীক নি*ৰ্যাতন

21 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, September 23, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিবিধ

জামা মছজিদ জৰীপৰ সময়ত হঠাতে হাহাকাৰ, মুহুৰ্ততে উপস্থিত ১০০০ প্ৰতিবাদী, দেশজুৰি চাঞ্চল্য

editor by editor
November 24, 2024
in বিবিধ, বিশ্ব, ভাৰত, ৰাজনীতি, লেখা
0
জামা মছজিদ জৰীপৰ সময়ত হঠাতে হাহাকাৰ, মুহুৰ্ততে উপস্থিত ১০০০ প্ৰতিবাদী, দেশজুৰি চাঞ্চল্য
0
SHARES
124
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

জামা মছজিদ জৰীপৰ সময়ত হঠাতে হাহাকাৰ, মুহুৰ্ততে উপস্থিত ১০০০ প্ৰতিবাদী, দেশজুৰি চাঞ্চল্য

উত্তৰ প্ৰদেশৰ সম্বলস্থিত জামা মছজিদক লৈ এক বৃহৎ হুলস্থুল আৰম্ভ হৈছে। মছজিদ জৰীপৰ বাবে যাওতেই এই সংঘৰ্ষৰ সৃষ্টি হয়। আজি ২৪ নৱেম্বৰ দেওবাৰে পুৱা ৬ বজাত সম্বলত জামা মছজিদৰ জৰীপৰ সময়ত হাহাকাৰ হোৱাত শেষত শিলাবৰ্ষণ, আৰক্ষীৰ লাঠিচাৰ্জ, বাহনত অগ্নি সংযোগ আদিৰ দৰে হিংসাত্মক ঘটনা সংঘটিত হয়।

শেষলৈ ইমানেই অশান্তিৰ সৃষ্টি হয় যে আৰক্ষীয়ে প্ৰথমে কন্দুৱা গেছ নিক্ষেপ কৰে পিছত লাঠী চাৰ্জ কৰি প্ৰতিবাদী ৰাইজক ছত্ৰভংগ দিবলৈ চেষ্টা কৰে। কিন্তু পৰিস্থিতি এতিয়াও নিয়ন্ত্ৰণৰ বাহিৰত।

এই হুলস্থুলৰ সামান্য আৰম্ভ হোৱাৰ পিছতে হঠাৎ কৰবাৰ পৰা ১০০০ জনীয়া ভিৰ ঘটাস্থলীত উপস্থিত হৈ পৰিস্থিতি আৰু অধিক বেয়াৰ ফালে লৈ যায়। মছজিদ জৰীপৰ সময়তে এই গটনা সংঘটিত হয়ষ

জৰীপ কৰিবলৈ বাধা দি প্ৰতিবাদকাৰীয়ে বিপুল পৰিমাণৰ শিলগুটি নিক্ষেপ কৰিবলৈ ধৰে। হঠাতে ইমান শিল ঘটনাস্থীলত অহাটো দেখাত এনে যেন, প্ৰতিবাদকাৰী আগৰ পৰাই প্ৰস্তুৰ, বহু আগতেই এনেদৰে বহু শিল প্ৰস্তুত কৰা যেন লাগে।

জিলাখনৰ সমান্তৰালকৈ সম্বলত এই হুলস্থুলৰ পাছত উত্তৰ প্ৰদেশ আৰক্ষীও সজাগ হৈ পৰে। ওচৰৰ আৰক্ষী থানাৰ পৰা অতিৰিক্ত আৰক্ষী বাহিনীকো পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে মাতি অনা হৈছে।

ঘটনা সন্দৰ্ভত জানিব পৰা মতে, আজি ২৪ নৱেম্বৰৰ পুৱা ৬ মান বজাত ডি এম-এছ পিৰ সৈতে এটা দল জামা মছজিদৰ জৰীপ কৰিবলৈ আহিছিল। পুৱাই দলটো দেখি ওচৰৰ মুছলমান সমাজে আপত্তি দৰ্শাই আৰপ ছুটীৰ দিনত ইমান পুৱা কিয় এই সমীক্ষা চলোৱা হৈছে বুলি প্ৰশ্ন কৰে। কিন্তু জৰীপৰ বাবে যোৱা দলটোই এই জৰীপ হোৱাৰ কথা প্ৰকাশ কৰাৰ লগে লগে ক্ষোভিত হৈ পৰে মুছলমান সমাজ।

কিছু সময়ৰ ভিতৰতে হাজাৰৰো অধিক লোক জামা মছজিদৰ বাহিৰত উপস্থিত হয়। লগতে মছজিদৰ ভিতৰলৈ জৰীপৰ বাবে যোৱাত বাধা দি আছিল ভিৰে। আৰক্ষীয়ে ৰখাবলৈ চেষ্টা কৰাত একাংশ লোকে আৰক্ষীলৈ বুলি শিলগুটি নিক্ষেপ কৰে। হঠাতে শিলগুটি নিক্ষেপ কৰাত পলায়ন কৰিবলগীয়া হয় আৰক্ষী।

জৰীপৰ সময়ত হোৱা হুলস্থুলৰ তথ্য লাভ কৰাৰ লগে লগে আৰক্ষী বাহিনী আৰু প্ৰশাসনৰ দলো আহিবলৈ আৰম্ভ কৰে। আৰক্ষীয়ে লাঠিচাৰ্জ কৰি ৰাইজক ছত্ৰভংগ দিয়ে। হুলস্থুলৰ সৃষ্টি কৰা লোকসকলক ছত্ৰভংগ দিবলৈ আৰক্ষীয়ে কন্দুৱা গেছৰো প্ৰয়োগ কৰে।

উল্লেখ্য যে, আদালতলৈ গৈছে সম্বলৰ জামা মছজিদৰ গোচৰ। হিন্দু পক্ষই সেই স্থানত হৰিহৰ মন্দিৰ ভাঙি জামা মছজিদ নিৰ্মাণ কৰা বুলি দাবী কৰিছিল। যাৰ পিছতে আদালতে জামা মছজিদৰ জৰীপৰ বাবে নিৰ্দেশ দিছিল। এই নিৰ্দেশতে ডি এম-এছ পিকে ধৰি এটা দলে পুৱাই জামা মছজিদত উপস্থিত হৈছিল।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: SambalupUttar Pradesh Jama MasjidUttar Pradesh PoliceUttar Predesh
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

ডায়েবেটিছ নিয়ন্ত্ৰণ আৰু ওজন কমাবলৈ, নিয়মীয়াকৈ লৈ আছে নেকি এইবিধ ঔষধ?
জীৱনশৈলী

ডায়েবেটিছ নিয়ন্ত্ৰণ আৰু ওজন কমাবলৈ, নিয়মীয়াকৈ লৈ আছে নেকি এইবিধ ঔষধ?

September 23, 2026
পুনৰ বন বিভাগৰ বুলড’জাৰৰ গৰ্জন
অসম

পুনৰ বন বিভাগৰ বুলড’জাৰৰ গৰ্জন

September 23, 2026
ভগ্নীক হ*ত্যা কৰি নিজকো শেষ কৰিলে আৰক্ষী কনিষ্টবলে
ভাৰত

ভগ্নীক হ*ত্যা কৰি নিজকো শেষ কৰিলে আৰক্ষী কনিষ্টবলে

September 23, 2026
যি iphoneৰ বাবে সমগ্ৰ বিশ্ব উন্মাদ…
প্ৰযুক্তি

যি iphoneৰ বাবে সমগ্ৰ বিশ্ব উন্মাদ…

September 23, 2026
Next Post
বিয়াৰ বাবে সাজু তমন্না-বিজয়, কেৱল অপেক্ষা এটা বিশেষ কাৰণৰ বাবে

বিয়াৰ বাবে সাজু তমন্না-বিজয়, কেৱল অপেক্ষা এটা বিশেষ কাৰণৰ বাবে

হেমন্ত ছ’ৰেনেই হ’ব পুনৰ মুখ্যমন্ত্ৰী

হেমন্ত ছ’ৰেনেই হ’ব পুনৰ মুখ্যমন্ত্ৰী

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.