• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
নতশিৰে প্ৰণাম আৰু আন্তৰিক ধন্যবাদ অসমঃ ৫ সমষ্টি দখলৰ পাছতেই কি ক’লে মুখ্যমন্ত্ৰী শৰ্মাই?

নতশিৰে প্ৰণাম আৰু আন্তৰিক ধন্যবাদ অসমঃ ৫ সমষ্টি দখলৰ পাছতেই কি ক’লে মুখ্যমন্ত্ৰী শৰ্মাই?

2 years ago
দুই বন্ধুৰ প্ৰাণ কাঢ়ি মন্দিৰৰ চৌহদতেই পুঁতি থ’লে মন্দিৰৰ পূজাৰীয়ে

দুই বন্ধুৰ প্ৰাণ কাঢ়ি মন্দিৰৰ চৌহদতেই পুঁতি থ’লে মন্দিৰৰ পূজাৰীয়ে

16 hours ago
জীৱনত সমৃদ্ধি ধৰি ৰাখিব কেনেকৈ? লক্ষ্মীক সন্তুষ্ট কৰাৰ ৭টা উপায়

জীৱনত সমৃদ্ধি ধৰি ৰাখিব কেনেকৈ? লক্ষ্মীক সন্তুষ্ট কৰাৰ ৭টা উপায়

17 hours ago
‘আমি চৰকাৰক পাগল কৰিহে এৰিম’ ‘আমি RSSক সুৰক্ষা দিবলৈ সাজু’- ৰাহুল গান্ধী

‘আমি চৰকাৰক পাগল কৰিহে এৰিম’ ‘আমি RSSক সুৰক্ষা দিবলৈ সাজু’- ৰাহুল গান্ধী

17 hours ago
এইবাৰ বলীউডত এলভিছ যাদৱৰ SUPER ENTRY

এইবাৰ বলীউডত এলভিছ যাদৱৰ SUPER ENTRY

18 hours ago
দাঁত ব্ৰাছ কৰাৰ সময়ত হোৱা ভুলৰ ফলত হৃদৰোগ হ’ব পাৰে! জানক বিশেষজ্ঞৰ মতামত

দাঁত ব্ৰাছ কৰাৰ সময়ত হোৱা ভুলৰ ফলত হৃদৰোগ হ’ব পাৰে! জানক বিশেষজ্ঞৰ মতামত

19 hours ago
বিগত প্ৰায় ১০ বছৰে পুখুৰীৰ পানীয়েই হৈ পৰিছে এইজন কিশোৰৰ জীৱন

বিগত প্ৰায় ১০ বছৰে পুখুৰীৰ পানীয়েই হৈ পৰিছে এইজন কিশোৰৰ জীৱন

19 hours ago
long distance relationshipত ৰিয়ান পৰাগ!

long distance relationshipত ৰিয়ান পৰাগ!

20 hours ago
LOAN লোৱাসকলৰ বাবে সকাহৰ খবৰ!

LOAN লোৱাসকলৰ বাবে সকাহৰ খবৰ!

21 hours ago
এইগৰাকী মুখ্যমন্ত্ৰীৰে কঁকাল ভাঙি এপাক নাচিলে সাংসদ-অভিনেত্ৰী কংগনা ৰানাৱটে

এইগৰাকী মুখ্যমন্ত্ৰীৰে কঁকাল ভাঙি এপাক নাচিলে সাংসদ-অভিনেত্ৰী কংগনা ৰানাৱটে

22 hours ago
প্ৰচণ্ড গৰমত কি খাব, কি নাখাব? কেনেকুৱা কাপোৰ পিন্ধিব?

প্ৰচণ্ড গৰমত কি খাব, কি নাখাব? কেনেকুৱা কাপোৰ পিন্ধিব?

22 hours ago
কেতিয়া দাখিল হ’ব অষ্টম দৰমহা আয়োগৰ প্ৰতিবেদন?

কেতিয়া দাখিল হ’ব অষ্টম দৰমহা আয়োগৰ প্ৰতিবেদন?

23 hours ago
আজিৰ বাবে আপোনাৰ শুভ সংখ্যা, শুভ ৰং কি?

আজিৰ বাবে আপোনাৰ শুভ সংখ্যা, শুভ ৰং কি?

24 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, August 14, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

নতশিৰে প্ৰণাম আৰু আন্তৰিক ধন্যবাদ অসমঃ ৫ সমষ্টি দখলৰ পাছতেই কি ক’লে মুখ্যমন্ত্ৰী শৰ্মাই?

নতশিৰে প্ৰণাম আৰু আন্তৰিক ধন্যবাদ অসমঃ ৫ সমষ্টি দখলৰ পাছতেই কি ক’লে মুখ্যমন্ত্ৰী শৰ্মাই?

editor by editor
November 23, 2024
in জীৱনশৈলী, ভাৰত, ৰাজনীতি
0
নতশিৰে প্ৰণাম আৰু আন্তৰিক ধন্যবাদ অসমঃ ৫ সমষ্টি দখলৰ পাছতেই কি ক’লে মুখ্যমন্ত্ৰী শৰ্মাই?
0
SHARES
150
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email
উপনিৰ্বাচনৰ ৫ সমষ্টিত জয়লাভ কৰাৰ পাছতেই মুখ্যমন্ত্ৰীয়ে সামাজিক মাধ্যমত দিছে বিশেষ প’ষ্ট৷ মুখ্যমন্ত্ৰীয়ে এই জয়ক লৈ সামাজিক মাধ্যমত লিখিছে, ‘নতশিৰে প্ৰণাম আৰু আন্তৰিক ধন্যবাদ অসম৷ অসম বিধান সভাৰ উপ-নিৰ্বাচনত ৰাষ্ট্ৰীয় গণতান্ত্ৰিক মৰ্চাই ৫খনৰ ভিতৰত ৫খনতে বিজয় সাব্যস্ত কৰা কথাটিয়ে মাননীয় প্ৰধানমন্ত্ৰী শ্ৰীনৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ সুশাসন আৰু উন্নয়নৰ নীতিৰ বাস্তৱিক আৰু সাৰ্থক ৰূপটোকে প্ৰতিফলিত কৰিছে।
বিশেষকৈ প্ৰায় ৬৫% সংখ্যালঘু ভোটাৰ থকা চামগুৰি সমষ্টিৰ ফলাফলৰ সন্দৰ্ভত আলোকপাত কৰি ক’ব বিচাৰিছোঁ, যিখন আসন ২৫ বছৰ ধৰি কংগ্ৰেছে দখল কৰি আছিল সেই কংগ্ৰেছৰাজৰ অৱসান ঘটাই আমাৰ ভাৰতীয় জনতা পাৰ্টিয়ে আজি জয়লাভ কৰিলে। ইয়াৰ দ্বাৰা আমাৰ কল্যাণকামী মনোভাবাপন্ন কাৰ্যপ্ৰণালীৰ প্ৰতি সন্মানীয় জনসাধাৰণৰ সমৰ্থন আৰু বিৰোধীৰ বিভাজনকাৰী ৰাজনীতিক তেখেতসকলে প্ৰত্যাখ্যান কৰা পৰিলক্ষিত হ’ল৷
আপোনালোকৰ অকুণ্ঠ সঁহাৰি তথা সহায়-সহযোগিতাৰ বাবে আমি আপোনালোকক অলেখ কৃতজ্ঞতা জ্ঞাপন কৰিলোঁ আৰু মই আশ্বাস দিছোঁ যে আমি এখন বিকশিত অসম গঢ়ি তুলিবলৈ আগন্তুক সময়ত একেলগে কাম কৰি যাম।এই সুন্দৰ ক্ষণত আমাৰ সকলো কঠোৰ পৰিশ্ৰমী সন্মানীয় কাৰ্যকৰ্তালৈ আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিলোঁ। তেখেতসকলে আমাৰ প্ৰতিটো উন্নয়নী ধাৰণা, আমাৰ লক্ষ্য-আঁচনিক প্ৰতিটো বুথলৈ, সৰ্বসাধাৰণ জনতাৰ ওচৰলৈ লৈ যোৱাত অনন্য ভূমিকা গ্ৰহণ কৰিলে৷ এই যাত্ৰা ধাৰাবাহিকভাৱে অক্ষুণ্ণ থাকিব৷ পুনৰবাৰ আটাইলৈ মোৰ শত-সহস্ৰ প্ৰণাম৷’

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

দুই বন্ধুৰ প্ৰাণ কাঢ়ি মন্দিৰৰ চৌহদতেই পুঁতি থ’লে মন্দিৰৰ পূজাৰীয়ে
অপৰাধ

দুই বন্ধুৰ প্ৰাণ কাঢ়ি মন্দিৰৰ চৌহদতেই পুঁতি থ’লে মন্দিৰৰ পূজাৰীয়ে

August 13, 2026
জীৱনত সমৃদ্ধি ধৰি ৰাখিব কেনেকৈ? লক্ষ্মীক সন্তুষ্ট কৰাৰ ৭টা উপায়
জীৱনশৈলী

জীৱনত সমৃদ্ধি ধৰি ৰাখিব কেনেকৈ? লক্ষ্মীক সন্তুষ্ট কৰাৰ ৭টা উপায়

August 13, 2026
‘আমি চৰকাৰক পাগল কৰিহে এৰিম’ ‘আমি RSSক সুৰক্ষা দিবলৈ সাজু’- ৰাহুল গান্ধী
ৰাজনীতি

‘আমি চৰকাৰক পাগল কৰিহে এৰিম’ ‘আমি RSSক সুৰক্ষা দিবলৈ সাজু’- ৰাহুল গান্ধী

August 13, 2026
এইবাৰ বলীউডত এলভিছ যাদৱৰ SUPER ENTRY
বিনোদন

এইবাৰ বলীউডত এলভিছ যাদৱৰ SUPER ENTRY

August 13, 2026
Next Post
মাথো ২২ বছৰতেই ইতিহাস ৰচি শচিন-বিৰাটৰ ক্লাবত যোগ যশস্বীৰ

মাথো ২২ বছৰতেই ইতিহাস ৰচি শচিন-বিৰাটৰ ক্লাবত যোগ যশস্বীৰ

বুধ-শুক্ৰৰ শুভদৃষ্টিৰ ফলত সৌভাগ্যৰে ভৰি পৰিব ৩ ৰাশিৰ জীৱন, লাভ কৰিব ধন

বুধ-শুক্ৰৰ শুভদৃষ্টিৰ ফলত সৌভাগ্যৰে ভৰি পৰিব ৩ ৰাশিৰ জীৱন, লাভ কৰিব ধন

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.