• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
ধনতেৰাছত ৪ ৰাশিত শনিৰ কৃপা, পৰিশ্ৰমৰ ফল পাব এওঁলোকে, আৰ্থিক উন্নতিৰ যোগ আছে এইকেইটা ৰাশিৰ

ধনতেৰাছত ৪ ৰাশিত শনিৰ কৃপা, পৰিশ্ৰমৰ ফল পাব এওঁলোকে, আৰ্থিক উন্নতিৰ যোগ আছে এইকেইটা ৰাশিৰ

12 months ago
৩ ৰাশিৰ বাবে অত্যন্ত শুভ আগন্তুক ৫ দিন, ধনেৰে উভৈনদী হ’ব ঘৰ!

কেনে যাব আজি আপোনাৰ দিনটো? ভাগ্যৰ সকলো কথা জানক ৰাশিফলত

23 minutes ago
জানক কেনে যাব আপোনাৰ ২৯ ছেপ্টেম্বৰৰ দিনটো

জানক কেনে যাব আপোনাৰ ২৯ ছেপ্টেম্বৰৰ দিনটো

9 hours ago
১ অক্টোবৰৰ পৰা দেশত সলনি হ’ব এই ১০ টা নিয়ম

১ অক্টোবৰৰ পৰা দেশত সলনি হ’ব এই ১০ টা নিয়ম

9 hours ago
ODI ক্ৰিকেটৰ ইতিহাসত প্ৰথমবাৰৰ বাবে হ’ল এই ৰেকৰ্ড

ODI ক্ৰিকেটৰ ইতিহাসত প্ৰথমবাৰৰ বাবে হ’ল এই ৰেকৰ্ড

9 hours ago
মহাকাশৰ পৰা আহিছে মহাবিনাশৰ ভয়ংকৰ সংকেত!

মহাকাশৰ পৰা আহিছে মহাবিনাশৰ ভয়ংকৰ সংকেত!

10 hours ago
এই ৪ ৰাশিৰ হাতলৈ আহিব প্ৰচুৰ পৰিমাণে ধন!

এই ৪ ৰাশিৰ হাতলৈ আহিব প্ৰচুৰ পৰিমাণে ধন!

11 hours ago
টীম ইণ্ডিয়াৰ এইগৰাকী ক্ৰিকেটাৰৰ চুৰি হ’ল ৩খনকৈ বেট

টীম ইণ্ডিয়াৰ এইগৰাকী ক্ৰিকেটাৰৰ চুৰি হ’ল ৩খনকৈ বেট

12 hours ago
কেনেকৈ হ*ত্যা কৰা হৈছিল নিমিষাক?

কেনেকৈ হ*ত্যা কৰা হৈছিল নিমিষাক?

13 hours ago
বিয়াৰ আনন্দ নিমিষতে সলনি হ’ল চকুপানীলৈ…

বিয়াৰ আনন্দ নিমিষতে সলনি হ’ল চকুপানীলৈ…

13 hours ago
ভাৰততো নাবালকৰ বাবে বন্ধ হ’ব নেকি ছ’চিয়েল মিডিয়া?

ভাৰততো নাবালকৰ বাবে বন্ধ হ’ব নেকি ছ’চিয়েল মিডিয়া?

13 hours ago
বিগত ৫ বছৰত হোমষ্টেসমূহত সংঘটিত ১০টা হ*ত্যাকাণ্ড

বিগত ৫ বছৰত হোমষ্টেসমূহত সংঘটিত ১০টা হ*ত্যাকাণ্ড

14 hours ago
জালুকবাৰীত পুনৰ নিমিষা কাণ্ডৰ পুনৰাবৃত্তি

জালুকবাৰীত পুনৰ নিমিষা কাণ্ডৰ পুনৰাবৃত্তি

15 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Tuesday, September 29, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

ধনতেৰাছত ৪ ৰাশিত শনিৰ কৃপা, পৰিশ্ৰমৰ ফল পাব এওঁলোকে, আৰ্থিক উন্নতিৰ যোগ আছে এইকেইটা ৰাশিৰ

ধনতেৰাছত ৪ ৰাশিত শনিৰ কৃপা, পৰিশ্ৰমৰ ফল পাব এওঁলোকে, আৰ্থিক উন্নতিৰ যোগ আছে এইকেইটা ৰাশিৰ

editor by editor
October 14, 2025
in জীৱনশৈলী
0
ধনতেৰাছত ৪ ৰাশিত শনিৰ কৃপা, পৰিশ্ৰমৰ ফল পাব এওঁলোকে, আৰ্থিক উন্নতিৰ যোগ আছে এইকেইটা ৰাশিৰ
0
SHARES
5.5k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

হিন্দু ধৰ্মত ধনতেৰাছ উৎসৱক বিশেষ বুলি কোৱা হয়৷ এই বছৰ ধনতেৰাছ ১৮ অক্টোবৰ শনিবাৰে পালিত হ’ব৷ ধনতেৰাছৰ পৰা আৰম্ভ হয় দীপাৱলি৷ অৰ্থাৎ পাঁচ দিন ধৰি দেৱী লক্ষ্মী, ভগৱান কুবেৰ, ভগৱান ধন্বন্তৰী আৰু দেৱী কালীক আৰাধনা কৰা হয় এই ৫ দিনত৷ জ্যোতিষশাস্ত্ৰ অনুসৰি এইবাৰ ধনতেৰাছৰ দিনাই শনি প্ৰদোস ব্ৰতৰো এক কাকতালীয় সংযোগ পৰিছে৷ যাৰ কাৰণে এই দিনটোত শনিদেৱৰ আশীৰ্বাদ বৰ্তি থাকিব কেইবাটাও ৰাশিৰ ওপৰত৷

জ্যোতিষীৰ মতে ধনতেৰাছেৰে দীপাৱলিৰ আৰম্ভণি হয়৷ এই দিনটোত সোণ আৰু ৰূপৰ গহনা ক্ৰয় কৰা শুভ৷ সনাতন ধৰ্মগ্ৰন্থত কোৱা হৈছে  বহু পূৰ্বে সমুদ্ৰ মন্থনৰ সময়ত ভগৱান ধন্বন্তৰীয়ে অমৃতৰ পাত্ৰ লৈ আবিৰ্ভাৱ হৈছিল৷ সেই ধন্বন্তৰীকেই উপাসনা কৰা হয় ধনতেৰাছত৷ এইবাৰ ধনতেৰাছত শনি প্ৰদোষ ব্ৰতৰ মাধ্যমেৰে কোন কোন ৰাশিৰ জাতকৰ শুভ সময় আৰম্ভ হ’ব?

মেষ ৰাশি

ধনতেৰাছত ভাগ্যৰ দুৱাৰ খুলিব৷ শনিৰ আশীৰ্বাদত ৰৈ থকা যিকোনো অৰ্থ পুনৰুদ্ধাৰ কৰিব পাৰিব৷ চাকৰিয়ালৰ পদোন্নতি আৰু দৰমহা বৃদ্ধি পাব পাৰে৷ ব্যৱসায়ীসকলৰ বাবে এই দিনটো শুভ হ’ব৷ বিশেষকৈ যিসকলে লোহা বা যন্ত্ৰপাতিৰ ব্যৱসায় কৰে তেওঁলোকৰ বাবে এই দিনটো খুবেই শুভ৷ এই সময়ত বিনিয়োগৰ পৰাও লাভ হোৱাৰ সম্ভাৱনা আছে৷ পাৰিবাৰিক জীৱনত সুখ আৰু সন্তুষ্টি বৃদ্ধি পাব৷

কন্যা ৰাশি

শনিৰ সংযোগত আৰ্থিক পৰিস্থিতি স্থিতিশীল হ’ব৷ ধনতেৰাছত কোনো পুৰণি পৰিকল্পনা সফল হ’ব পাৰে৷ স্ত্ৰী বা পৰিবাৰৰ কোনো সদস্যৰ পৰা আৰ্থিক সহায়তা আহিব পাৰে৷ যদি নতুন যানবাহন বা সম্পত্তি ক্ৰয়ৰ কথা ভাৱিছে তেন্তে এই সময় অনুকূল৷ ব্যয় নিয়ন্ত্ৰণত ৰাখক আৰু খৰধৰকৈ সিদ্ধান্ত নল’ব৷

তুলা ৰাশি

এই ধনতেৰাছত তুলা ৰাশিৰ জাতকৰৈ শনিয়ে শুভ ফল আনিছে৷ কেৰিয়াৰত অগ্ৰগতিৰ দীগন্ত উন্মোচিত হ’ব এই ধনতেৰাছত৷ নতুন উদ্যোগ আৰম্ভ কৰিব খুজিলে ভাগ্যৰ সহায়তা পাব৷ আৰ্থিক লেনদেনৰ ক্ষেত্ৰত সতৰ্ক থাকক৷ অৰ্থৰ প্ৰবাহৰ বাবে বহু পথ খুলি যাব পাৰে৷ ঘৰত কোনো শুভ ঘটনা ঘটিব পাৰে৷

ধনু ৰাশি

শনিদেৱৰ কৰুণাত আৰ্থিক অৱস্থা শক্তিশালী হ’ব৷ চাকৰিয়ালৰ পদোন্নতি বা বদলিও হ’ব পাৰে৷ পৰিয়ালৰ মাজত সুখ বৃদ্ধি পাব আৰু ধনতেৰাচত কিনা সামগ্ৰীৰ ফলত ইতিবাচক ফলাফল পাব৷ কেৱল অহংকাৰ এৰাই চলক আৰু কঠোৰ পৰিশ্ৰমৰ ওপৰত নিৰ্ভৰ কৰিব৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

৩ ৰাশিৰ বাবে অত্যন্ত শুভ আগন্তুক ৫ দিন, ধনেৰে উভৈনদী হ’ব ঘৰ!
জীৱনশৈলী

কেনে যাব আজি আপোনাৰ দিনটো? ভাগ্যৰ সকলো কথা জানক ৰাশিফলত

September 29, 2026
জানক কেনে যাব আপোনাৰ ২৯ ছেপ্টেম্বৰৰ দিনটো
জীৱনশৈলী

জানক কেনে যাব আপোনাৰ ২৯ ছেপ্টেম্বৰৰ দিনটো

September 28, 2026
১ অক্টোবৰৰ পৰা দেশত সলনি হ’ব এই ১০ টা নিয়ম
জীৱনশৈলী

১ অক্টোবৰৰ পৰা দেশত সলনি হ’ব এই ১০ টা নিয়ম

September 28, 2026
এই ৪ ৰাশিৰ হাতলৈ আহিব প্ৰচুৰ পৰিমাণে ধন!
জীৱনশৈলী

এই ৪ ৰাশিৰ হাতলৈ আহিব প্ৰচুৰ পৰিমাণে ধন!

September 28, 2026
Next Post
SIT ৰ সৈতে বৈঠক সমাপ্ত, কি কি আলোচনা হ’ল বৈঠকত A-Z তথ্য?

SIT ৰ সৈতে বৈঠক সমাপ্ত, কি কি আলোচনা হ’ল বৈঠকত A-Z তথ্য?

মা কালীৰ প্ৰিয় এই ৪ ৰাশি, তেওঁলোকৰ জীৱনত থাকে দেৱীৰ আশীৰ্বাদ

মা কালীৰ প্ৰিয় এই ৪ ৰাশি, তেওঁলোকৰ জীৱনত থাকে দেৱীৰ আশীৰ্বাদ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.