চতুৰ্থ বৰ্গৰ ADRE পৰীক্ষা দিবলৈ অহা পৰীক্ষাৰ্থী পতিত দুৰ্ঘটনাত৷
থিতাতে নিহত হৈছে পৰীক্ষাৰ্থী মিলন গগৈ৷
নিহত মিলন গগৈৰ ঘৰ টিংখাঙৰ ৰাইদঙীয়াত৷
বাইকেৰে অহা মিলনে খুন্দা মাৰিছিল এখন বাহনত৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ