• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
জানেনে মিষ্টাৰ ইউনিভাৰ্চৰ খিতাপ দখলকাৰী বিশ্বৰ প্ৰথম আৰু দ্বিতীয় দুয়োগৰাকীয়ে ভাৰতৰ

জানেনে মিষ্টাৰ ইউনিভাৰ্চৰ খিতাপ দখলকাৰী বিশ্বৰ প্ৰথম আৰু দ্বিতীয় দুয়োগৰাকীয়ে ভাৰতৰ

2 years ago
Daily Horoscope: আজি ভাগ্য উদয় হ’ব বহু ৰাশিৰ, জানক দৈনিক ৰাশিফল

Daily Horoscope: আজি ভাগ্য উদয় হ’ব বহু ৰাশিৰ, জানক দৈনিক ৰাশিফল

23 minutes ago
IPL ত RCB ৰ বিৰুদ্ধে RR ৰ জয়লাভ, বৰ্ষাপাৰাত ইতিহাস গঢ়িলে ঘৰুৱা দলটোৱে

IPL ত RCB ৰ বিৰুদ্ধে RR ৰ জয়লাভ, বৰ্ষাপাৰাত ইতিহাস গঢ়িলে ঘৰুৱা দলটোৱে

8 hours ago
IPL ত ১৫ বছৰীয়া বৈভৱ সূৰ্যবংশীৰ চমক, ২৬ টা বলত ৭৮ ৰাণ সংগ্ৰহ

IPL ত ১৫ বছৰীয়া বৈভৱ সূৰ্যবংশীৰ চমক, ২৬ টা বলত ৭৮ ৰাণ সংগ্ৰহ

9 hours ago
প্ৰথম প্ৰেমত প্ৰতাৰণা? এই ৫ টা টিপছে সহায় কৰিব আঘাত পাহৰাত!

প্ৰথম প্ৰেমত প্ৰতাৰণা? এই ৫ টা টিপছে সহায় কৰিব আঘাত পাহৰাত!

9 hours ago
টোপনিত নাকৰ শব্দ, ই কোনো ৰোগৰ লক্ষণ নেকি ?

টোপনিত নাকৰ শব্দ, ই কোনো ৰোগৰ লক্ষণ নেকি ?

10 hours ago
ৰেড ফ্লেগ আৰু গ্ৰীণ ফ্লেগ কি? জানক কিয় Gen Z ৰ মাজত এই দুটা শব্দ জনপ্ৰিয়

ৰেড ফ্লেগ আৰু গ্ৰীণ ফ্লেগ কি? জানক কিয় Gen Z ৰ মাজত এই দুটা শব্দ জনপ্ৰিয়

11 hours ago
বুদ্ধিৰে ধন উপাৰ্জন কৰাৰ কৌশল, মাত্ৰ নকৰিব এইবোৰ ভুল!

বুদ্ধিৰে ধন উপাৰ্জন কৰাৰ কৌশল, মাত্ৰ নকৰিব এইবোৰ ভুল!

11 hours ago
বিবাহত বাধা আৰু পোৱা নাই সংগী, এয়া গ্ৰহ দোষ নেকি?

বিবাহত বাধা আৰু পোৱা নাই সংগী, এয়া গ্ৰহ দোষ নেকি?

12 hours ago
ধনৰ হ’ব বৰষুণ, বুধ গ্ৰহৰ গোচৰে প্ৰভাৱ পেলাব ১২ ৰাশিৰ ভাগ্যত!

ধনৰ হ’ব বৰষুণ, বুধ গ্ৰহৰ গোচৰে প্ৰভাৱ পেলাব ১২ ৰাশিৰ ভাগ্যত!

13 hours ago
আজি বৰ্ষাপাৰাত RR vs RCB ৰ মেচ, কোন হ’ব জয়ী?

আজি বৰ্ষাপাৰাত RR vs RCB ৰ মেচ, কোন হ’ব জয়ী?

14 hours ago
‘শেষত মানি ল’লে’, অৰ্জুন কাপুৰ মানসিকভাৱে অশান্তিত আছে নেকি?

‘শেষত মানি ল’লে’, অৰ্জুন কাপুৰ মানসিকভাৱে অশান্তিত আছে নেকি?

15 hours ago
হনুমানক সন্তুষ্ট কৰাৰ সহজ উপায়, পাব জীৱনত সফলতা!

হনুমানক সন্তুষ্ট কৰাৰ সহজ উপায়, পাব জীৱনত সফলতা!

15 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, April 11, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী ফেশ্বন

জানেনে মিষ্টাৰ ইউনিভাৰ্চৰ খিতাপ দখলকাৰী বিশ্বৰ প্ৰথম আৰু দ্বিতীয় দুয়োগৰাকীয়ে ভাৰতৰ

editor by editor
March 30, 2024
in ফেশ্বন, ভাৰত
0
জানেনে মিষ্টাৰ ইউনিভাৰ্চৰ খিতাপ দখলকাৰী বিশ্বৰ প্ৰথম আৰু দ্বিতীয় দুয়োগৰাকীয়ে ভাৰতৰ
0
SHARES
235
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

জানেনে মিষ্টাৰ ইউনিভাৰ্চৰ খিতাপ দখলকাৰী বিশ্বৰ প্ৰথম আৰু দ্বিতীয় দুয়োগৰাকীয়ে ভাৰতৰ

সততে মিছ ইউনিভাৰ্চৰ কথা প্ৰসংগহে সঘনাই মানুহৰ মুখে মুখে শুনা যায়। মিছ ইউনিভাৰ্চ খিতাপ দখল কৰা ভাৰতীয় সুন্দৰী সকলকো হয়তো আপুনি ভলদৰেই চিনি পায়। এতিয়ালৈকে তিনিগৰাকী ভাৰতীয় সুন্দৰীয়ে লাভ কৰিছে মিছ ইউনিভাৰ্চ খিতাপ। প্ৰথমগৰাকী সুস্মিতা সেন, দ্বিতীয় লাৰা দত্ত, তৃতীয়তে হৰনাজ সান্ধু।

পাছে জানেনে কিমানগৰাকী পুৰুষে মিষ্টাৰ ইউনিভাৰ্চ খিতাপ দখল কৰিছে। মিষ্টাৰ ইউনিভাৰ্চ খিতাপ দখল কৰাটো মুখৰ কথা নহয়। বহু কষ্টৰ ফলতহে এই সফলতাই আহি আপোনাৰ ভৰিত চুমুক দিয়ে। মহিলাৰ সমানে তিনিগৰাকী পুৰুষে মিষ্টাৰ ইউনিভাৰ্চ খিতাপ দখল কৰিছে এতিয়ালৈকে।

পাছে তাতোকৈ ডাঙৰ কথাটো, মিষ্টাৰ ইউনিভাৰ্চ খিতাপ দখল কৰা প্ৰথম আৰু দ্বিতীয় দুয়োগৰাকীয়ে ভাৰতৰ। হয়তো বিশ্বাস কৰিবলৈ টান হলেও এয়া সম্পূৰ্ণ সত্য কথা। মোনোতোশ ৰয় আৰু মনোহৰ এইচ। মিষ্টাৰ ইউনিভাৰ্চৰ প্ৰফেছনেল বিভাগত জয় হোৱা প্ৰথমগৰাকীয়ে হৈছে ভাৰতৰ মোনোতোশ ৰয়।

১৯৪৮ চনত আৰম্ভ হৈছিল মিষ্টাৰ ইউনিভাৰ্চৰ এমেচাৰ বিভাগৰ প্ৰতিযোগিতা। তাৰ পাছতে ১৯৫০ চনত আৰম্ভ হয় মিষ্টাৰ ইউনিভাৰ্চৰ প্ৰফেচনেল বিভাগৰ প্ৰতিযোগিতা। সেই বাৰেই জয় হয় ভাৰতৰ মোনোতোশ ।

তাৰ পাছত ১৯৫১ চনত দ্বিতীয় বাৰৰ বাবে অনুষ্ঠিত হোৱা মিষ্টাৰ ইউনিভাৰ্চ খিতাপো দখল কৰোতা জনো ভাৰতৰে। তেঁওৰ নাম মনোহৰ এইচ। যি পকেট হাৰকিউলাচ নামে জনাজাত। কিয়নো এইগৰাকী বলীবিল্ডাৰৰ উচ্চতা মাত্ৰ ৪ ফুট ১১ ইঞ্চি।

তাৰ বহু বছৰ পাছত ২০১২ চনতে আন এগৰাকী ভাৰতীয় যুৱকে এই খিতাপ দখল কৰে। তেঁও হৈছে সংগ্ৰাম চৌগুলে। এই সংগ্ৰাম চৌগুলেই কেৱল মিষ্টাৰ ইউনিভাৰ্চেই নহয় , মিষ্টাৰ ৱৰ্ল্ডৰো খিতাপ দখল কৰিছে। যি ভাৰতৰ বাবে সঁচাকৈয়ে গৌৰৱৰ বিষয়।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: Manohar AichMonotosh RoyMr UniverseSangram ChouguleUniverse Championships
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

শীৰ্ষস্থান দখল কৰা জ্যোতিৰ্ময় দাসৰ পিতৃ চতুৰ্থ বৰ্গৰ কৰ্মচাৰী, উৰুখা পজাৰ পৰা ওলোৱা জ্যোতিৰ্ময়ৰ ভৱিষ্যতৰ সপোন কি?
জীৱনশৈলী

শীৰ্ষস্থান দখল কৰা জ্যোতিৰ্ময় দাসৰ পিতৃ চতুৰ্থ বৰ্গৰ কৰ্মচাৰী, উৰুখা পজাৰ পৰা ওলোৱা জ্যোতিৰ্ময়ৰ ভৱিষ্যতৰ সপোন কি?

April 10, 2026
কংগ্ৰেছ নেতা পৱন খেড়াৰ অগ্ৰিম জামিন মঞ্জুৰ, তেলেংগানা উচ্চ ন্যায়ালয়ে মঞ্জুৰ কৰে জামিন আবেদন
অপৰাধ

কংগ্ৰেছ নেতা পৱন খেড়াৰ অগ্ৰিম জামিন মঞ্জুৰ, তেলেংগানা উচ্চ ন্যায়ালয়ে মঞ্জুৰ কৰে জামিন আবেদন

April 10, 2026
মীন ৰাশিত বুধ, কাইলৈৰ পৰা দ্বিদাদশ যোগ, ঘূৰিব ভাগ্যৰ চকা, দ্বিগুণ অৰ্থলাভ ৩ৰাশিৰ
জীৱনশৈলী

মীন ৰাশিত বুধ, কাইলৈৰ পৰা দ্বিদাদশ যোগ, ঘূৰিব ভাগ্যৰ চকা, দ্বিগুণ অৰ্থলাভ ৩ৰাশিৰ

April 10, 2026
মোক নস্যাৎ কৰি পেলাব নোৱাৰে, মানুহৰ কাষত মই থাকিমেই, মানুহৰ কথা মই কমেই…’  বিজেপি দলত যোগ নিদিয়ে ৰাঘৱ চাড্ডাই!
জীৱনশৈলী

মোক নস্যাৎ কৰি পেলাব নোৱাৰে, মানুহৰ কাষত মই থাকিমেই, মানুহৰ কথা মই কমেই…’ বিজেপি দলত যোগ নিদিয়ে ৰাঘৱ চাড্ডাই!

April 10, 2026
Next Post
পাৰবিন বাবীক চাবলৈ আহি ভাৰতীয় চিনেমাৰ অভিনেতা হৈ ৰৈ যায় অষ্ট্ৰেলিয়াৰ ইঞ্জিনিয়াৰ

পাৰবিন বাবীক চাবলৈ আহি ভাৰতীয় চিনেমাৰ অভিনেতা হৈ ৰৈ যায় অষ্ট্ৰেলিয়াৰ ইঞ্জিনিয়াৰ

কিদৰে পাৰ হ’ব মাৰ্চ মাহৰ শেষৰটো দেওবাৰ, যাত্ৰাৰ পৰা বিৰত থাকক আজি এই সকল ৰাশিৰ লোকে

কিদৰে পাৰ হ'ব মাৰ্চ মাহৰ শেষৰটো দেওবাৰ, যাত্ৰাৰ পৰা বিৰত থাকক আজি এই সকল ৰাশিৰ লোকে

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.