• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
আধাৰ কাৰ্ড দেখুৱাই আপুনি ল’ব পাৰে কোটি টকাৰ ঋণ, কিন্তু কেনেকৈ?

আধাৰ কাৰ্ড দেখুৱাই আপুনি ল’ব পাৰে কোটি টকাৰ ঋণ, কিন্তু কেনেকৈ?

2 years ago
মানুহৰ শৰীৰৰ ভংগীমাই উদঙাই চৰিত্ৰ, চাণক্যৰ এই নিয়ম জানি থওক

হাঁহিমুখীয়া সকলো আপোনাৰ বন্ধু নহয়, আচাৰ্য চাণক্যই দিলে ৰক্ষা পৰাৰ উপায়!

4 minutes ago
নিশা দৈ খোৱাটো উচিত নে অনুচিত? বিশেষজ্ঞসকলে কয় জানক

আমি দৈ কিয় খোৱা উচিত? মুখৰ উজ্জ্বলতা বৃদ্ধিতো সহায়ক দৈ

9 minutes ago
বৈবাহিক জীৱনত কন্দল, এয়া বৃহস্পতি দুৰ্বল হোৱাৰ সংকেত নেকি?

৫ ৰাশিৰ জীৱনত আহিব শুভ পৰিৱৰ্তন, কিন্তু বাকীবোৰৰ বাবে হ’ব চিন্তনীয়!

34 minutes ago
‘হেৰ বাঁহী, তোক বৰ ভালপাওঁ দেহী’, হাৰ্টথ্ৰ’বৰ হৃদয়ত কেৱল তেঁৱেই বজাই সুহুৰি…

জুবিন গাৰ্গৰ ন্যায় আৰু হাজাৰটা প্ৰশ্ন! প্ৰকৃততে ১৯ ছেপ্টেম্বৰত কি হৈছিল জুবিনৰ সৈতে?

1 hour ago
গাঁঠিৰ বিষ বা মেদবহুলতা এয়া ইউৰিক এচিডৰ লক্ষণ নেকি?

গাঁঠিৰ বিষ বা মেদবহুলতা এয়া ইউৰিক এচিডৰ লক্ষণ নেকি?

2 hours ago
iPhone প্ৰেমীৰ বাঢ়িছে চিন্তা! iPhone Duo কিনিব নে চাৰিচকীয়া বাহন?

iPhone প্ৰেমীৰ বাঢ়িছে চিন্তা! iPhone Duo কিনিব নে চাৰিচকীয়া বাহন?

3 hours ago
পিতৃৰ হাতত প্ৰাণ গ’ল পুত্ৰৰ, ৰাজ্যত সংঘটিত হৈছে ভয়ংকৰ কাণ্ড

পিতৃৰ হাতত প্ৰাণ গ’ল পুত্ৰৰ, ৰাজ্যত সংঘটিত হৈছে ভয়ংকৰ কাণ্ড

3 hours ago
আজি কেনে যাব আপোনাৰ দিনটো? এইকোইটা ৰাশিয়ে পাব ভাল খবৰ

বিপদে লগ দিব ৪ ৰাশিক! কাইলৈ কেনে যাব আপোনাৰ দিনটো?

5 hours ago
BRICS ৰ মঞ্চত G7ক উপহাস পুটিনৰ, ক’লে তেওঁলোক আমাতকৈ কম!

BRICS ৰ মঞ্চত G7ক উপহাস পুটিনৰ, ক’লে তেওঁলোক আমাতকৈ কম!

5 hours ago
বেংকিং খণ্ডত বৃহৎ পৰিৱৰ্তন, শীঘ্ৰে সলনি হ’ব বহু বেংকৰ CEO

বেংকিং খণ্ডত বৃহৎ পৰিৱৰ্তন, শীঘ্ৰে সলনি হ’ব বহু বেংকৰ CEO

6 hours ago
প্ৰধান শিক্ষকৰ নিৰ্মম প্ৰহাৰত ধুবুৰীৰ কুকিলাডাংগা হাইস্কুলৰ ২০ শিক্ষাৰ্থী চিকিৎসাধীন

প্ৰধান শিক্ষকৰ নিৰ্মম প্ৰহাৰত ধুবুৰীৰ কুকিলাডাংগা হাইস্কুলৰ ২০ শিক্ষাৰ্থী চিকিৎসাধীন

9 hours ago
ভয়ংকৰ তথ্য! একাংশ বহিৰাগতাই এনেকৈ কাঢ়িছে নেকি খিলঞ্জীয়াৰ ভূমি?

ভয়ংকৰ তথ্য! একাংশ বহিৰাগতাই এনেকৈ কাঢ়িছে নেকি খিলঞ্জীয়াৰ ভূমি?

9 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, September 11, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বাণিজ্য

আধাৰ কাৰ্ড দেখুৱাই আপুনি ল’ব পাৰে কোটি টকাৰ ঋণ, কিন্তু কেনেকৈ?

আধাৰ কাৰ্ড দেখুৱাই আপুনি ল’ব পাৰে কোটি টকাৰ ঋণ, কিন্তু কেনেকৈ?

editor by editor
September 26, 2024
in বাণিজ্য, ভাৰত
0
আধাৰ কাৰ্ড দেখুৱাই আপুনি ল’ব পাৰে কোটি টকাৰ ঋণ, কিন্তু কেনেকৈ?
0
SHARES
282
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

ভাৰতীয় নাগৰিকসকলৰ বাবে বাধ্যতামূলক আধাৰ কাৰ্ড৷ যি কোনো চৰকাৰী কামতেই আধাৰ কাৰ্ড থকাটো প্ৰয়োজনীয়৷ আধাৰ কাৰ্ড নাথাকিলে গুৰুত্বপূৰ্ণ কাম ৰৈ যায়৷ কিন্তু আধাৰ কাৰ্ড সম্পৰ্কে বহু তথ্যই আমি নাজানো৷ যেনে আধাৰ কাৰ্ড দেখুৱাই আমি লাখ লাখ টকাৰ ঋণ ল’ব পাৰো৷ কেনেকৈ ঋণ ল’ব আধাৰ কাৰ্ডৰ পৰা?

আধাৰ কাৰ্ড সাধাৰণ এখন ডকুমেণ্ট নহয়৷ এখন আধাৰ কাৰ্ডৰ মাধ্যমেৰে ঋণো ল’ব পাৰি৷ ৫বছৰীয়া শিশুসকলৰ যেনেকৈ বাল্য আধাৰ থাকে তেনেকৈ এখন আধাৰ কাৰ্ড হৈছে উদ্যোগ আধাৰ৷ এই আধাৰ কাৰ্ডখন বিশেষভাৱে ব্যৱসায়ীসকলৰ বাবে৷ এই আধাৰ কাৰ্ডৰ মাধ্যমেৰে ২৫ লাখ টকাৰ পৰা সৰ্বাধিক ১০ কোটি টকা পৰ্যন্ত ঋণ পোৱা যায়৷ ইয়াৰ বাবে কোনো জামানত দিব নালাগে৷ ইয়াৰোপৰি ঋণৰ সুদত ৰেহাইয়ো পোৱা যায়৷

ক্ষুদ্ৰ ব্যৱসায়ী আৰু মধ্যমীয়া ব্যৱসায়ী, উদ্যোগপতিৰ বাবে এই ধৰণৰ আধাৰ কাৰ্ড ইছ্যু কৰা হয়৷ ব্যৱসায়ীসকলে ঋণ পাবলৈ যাতে সুবিধা হয় তাৰবাবে এই বিশেষ আধাৰ কাৰ্ড আনিছে কেন্দ্ৰীয় চৰকাৰে৷ এই আধাৰ কাৰ্ডৰ আৰু এটি সুবিধা হৈছে আবকাৰী আৰু ডাইৰেক্ট টেক্সত ৰেহাই পোৱা৷ ব্যৱসায়ৰ পেটেণ্ট আৰু ট্ৰেডমাৰ্ক ফাইল কৰাৰ সময়তো ৫০শতাংশলৈকে ৰেহাই লাভ কৰে ব্যৱসায়ীয়ে৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam ka tazza khabarassam live 24axom live 24axom live 24 digitalBest Assamese News Channelbest news channel in assamBest news channel of assamBest News Portal in AssamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

iPhone প্ৰেমীৰ বাঢ়িছে চিন্তা! iPhone Duo কিনিব নে চাৰিচকীয়া বাহন?
বাণিজ্য

iPhone প্ৰেমীৰ বাঢ়িছে চিন্তা! iPhone Duo কিনিব নে চাৰিচকীয়া বাহন?

September 11, 2026
BRICS ৰ মঞ্চত G7ক উপহাস পুটিনৰ, ক’লে তেওঁলোক আমাতকৈ কম!
ভাৰত

BRICS ৰ মঞ্চত G7ক উপহাস পুটিনৰ, ক’লে তেওঁলোক আমাতকৈ কম!

September 11, 2026
বেংকিং খণ্ডত বৃহৎ পৰিৱৰ্তন, শীঘ্ৰে সলনি হ’ব বহু বেংকৰ CEO
বাণিজ্য

বেংকিং খণ্ডত বৃহৎ পৰিৱৰ্তন, শীঘ্ৰে সলনি হ’ব বহু বেংকৰ CEO

September 11, 2026
ৰাজ্যত বিগত ১০ বছৰত ৩৭ হাজাৰৰো অধিক দুৰ্ঘটনা
অসম

ৰাজ্যত বিগত ১০ বছৰত ৩৭ হাজাৰৰো অধিক দুৰ্ঘটনা

September 11, 2026
Next Post
আজি মনমোহন সিঙৰ ওপজা দিনঃ জানক কেনেকৈ তেওঁৰ এই ৫ সিদ্ধান্তই গঢ়িছে নতুন ভাৰত?

আজি মনমোহন সিঙৰ ওপজা দিনঃ জানক কেনেকৈ তেওঁৰ এই ৫ সিদ্ধান্তই গঢ়িছে নতুন ভাৰত?

আপুনি ৫কোটিৰ মালিক হ’বঃ এইদৰে বিনিয়োগ কৰক, কোটিপতি সাধাৰণ কথা

আপুনি ৫কোটিৰ মালিক হ’বঃ এইদৰে বিনিয়োগ কৰক, কোটিপতি সাধাৰণ কথা

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.