• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
ডিজিটেল সোণ ক্ৰয় বেছি লাভজনক নে সাধাৰণ সোণ লাভজনক? ক’ত বিনিয়োগ কৰাটো বেছি লাভজনক?

ডিজিটেল সোণ ক্ৰয় বেছি লাভজনক নে সাধাৰণ সোণ লাভজনক? ক’ত বিনিয়োগ কৰাটো বেছি লাভজনক?

5 months ago
কাইলৈৰ ৰাশিফলঃ দেওবাৰে সূৰ্যৰ গোচৰ, শুভ ফল পাব এই ৫ৰাশিৰ জাতকে

কাইলৈৰ ৰাশিফলঃ দেওবাৰে সূৰ্যৰ গোচৰ, শুভ ফল পাব এই ৫ৰাশিৰ জাতকে

32 minutes ago
পোষ্ট অফিচৰ এই স্কিমত ১৫০০০ টকাকৈ জমা কৰিলে পাব ২৫ লাখ টকা, জানি থওক হিচাপ

পোষ্ট অফিচৰ এই স্কিমত ১৫০০০ টকাকৈ জমা কৰিলে পাব ২৫ লাখ টকা, জানি থওক হিচাপ

2 hours ago
মালব্য ৰাজযোগৰ সৈতে জোঁট বান্ধিব শুক্ৰাদিত্য ৰাজযোগে, নতুন সপ্তাহত ৰজাৰ আসনত বহিব ৫ৰাশি

মালব্য ৰাজযোগৰ সৈতে জোঁট বান্ধিব শুক্ৰাদিত্য ৰাজযোগে, নতুন সপ্তাহত ৰজাৰ আসনত বহিব ৫ৰাশি

3 hours ago
এদিন পাছতেই তৈয়াৰ হ’ব পাৱাৰফুল ত্ৰিগ্ৰহী যোগ, ঘৰ, বাহন সকলো লাভ হ’ব ৩ৰাশিৰ

এদিন পাছতেই তৈয়াৰ হ’ব পাৱাৰফুল ত্ৰিগ্ৰহী যোগ, ঘৰ, বাহন সকলো লাভ হ’ব ৩ৰাশিৰ

4 hours ago
মাৰ্চৰ শেষত অৰ্থযোগ, শুক্ৰৰ কৃপাত মালামাল হ’ব এই ৫ৰাশিৰ জাতক-জাতিকা

মাৰ্চৰ শেষত অৰ্থযোগ, শুক্ৰৰ কৃপাত মালামাল হ’ব এই ৫ৰাশিৰ জাতক-জাতিকা

5 hours ago
পোষ্ট অফিচৰ এই স্কিমত ২লাখ বিনিয়োগ কৰিলে ৯০০০০ লাভ, জানি থওক হিচাপ

পোষ্ট অফিচৰ এই স্কিমত ২লাখ বিনিয়োগ কৰিলে ৯০০০০ লাভ, জানি থওক হিচাপ

5 hours ago
২৫ মাৰ্চৰ পৰা বুধ দক্ষিণমাৰ্গী হ’ব, কেৰিয়াৰত বৃহৎ সাফল্য পাব এই ৫ৰাশিৰ জাতকে

২৫ মাৰ্চৰ পৰা বুধ দক্ষিণমাৰ্গী হ’ব, কেৰিয়াৰত বৃহৎ সাফল্য পাব এই ৫ৰাশিৰ জাতকে

6 hours ago
সোনম ৱাংচুকক মুক্তি দিলে কেন্দ্ৰই! ছমাহ পাছত মুক্তি লাভ লাডাখৰ পৰিবেশ কৰ্মী সোনম ৱাংছুকৰ

সোনম ৱাংচুকক মুক্তি দিলে কেন্দ্ৰই! ছমাহ পাছত মুক্তি লাভ লাডাখৰ পৰিবেশ কৰ্মী সোনম ৱাংছুকৰ

7 hours ago
১৪ এপ্ৰিলৰ পৰা ৫ৰাশিৰ চমকিব ভাগ্য, সূৰ্যৰ গোচৰত ধনলাভ কৰিব এইকেইটা ৰাশিয়ে

১৪ এপ্ৰিলৰ পৰা ৫ৰাশিৰ চমকিব ভাগ্য, সূৰ্যৰ গোচৰত ধনলাভ কৰিব এইকেইটা ৰাশিয়ে

7 hours ago
মোবাইল ৰিচাৰ্জতো টেক্স! ২৪৯, ২৯৯ টকাৰ ৰিচাৰ্জ বাঢ়ি কিমান হ’ব, চৰকাৰৰ ১ জিবি ডাটাতো টেক্স লগোৱাৰ চিন্তা-চৰ্চা

মোবাইল ৰিচাৰ্জতো টেক্স! ২৪৯, ২৯৯ টকাৰ ৰিচাৰ্জ বাঢ়ি কিমান হ’ব, চৰকাৰৰ ১ জিবি ডাটাতো টেক্স লগোৱাৰ চিন্তা-চৰ্চা

1 day ago
কেইবাগৰাকীও বয়ফ্ৰেণ্ড, বিচ্ছেদৰো সীমা নাই! ভাঙিছে ২ ক্ৰিকেটাৰৰ মনো, এতিয়া ১২০ কোটিৰ মালিক কোন এই জনপ্ৰিয় বলীউড অভিনেত্ৰী?

কেইবাগৰাকীও বয়ফ্ৰেণ্ড, বিচ্ছেদৰো সীমা নাই! ভাঙিছে ২ ক্ৰিকেটাৰৰ মনো, এতিয়া ১২০ কোটিৰ মালিক কোন এই জনপ্ৰিয় বলীউড অভিনেত্ৰী?

1 day ago
জোঁট বান্ধিব শনি-মঙ্গলে, অশুভ প্ৰভাৱ নেওচি সৌভাগ্যৰে উজলি উঠিব এই ৫ৰাশি

জোঁট বান্ধিব শনি-মঙ্গলে, অশুভ প্ৰভাৱ নেওচি সৌভাগ্যৰে উজলি উঠিব এই ৫ৰাশি

1 day ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, March 14, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

ডিজিটেল সোণ ক্ৰয় বেছি লাভজনক নে সাধাৰণ সোণ লাভজনক? ক’ত বিনিয়োগ কৰাটো বেছি লাভজনক?

ডিজিটেল সোণ ক্ৰয় বেছি লাভজনক নে সাধাৰণ সোণ লাভজনক? ক’ত বিনিয়োগ কৰাটো বেছি লাভজনক?

editor by editor
October 11, 2025
in জীৱনশৈলী, বিবিধ, বিশ্ব, ভাৰত
0
ডিজিটেল সোণ ক্ৰয় বেছি লাভজনক নে সাধাৰণ সোণ লাভজনক? ক’ত বিনিয়োগ কৰাটো বেছি লাভজনক?
0
SHARES
181
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email
ভাৰতত ঐতিহ্যগতভাৱেই সোণৰ গুৰুত্ব অপৰিসীম৷ ভাৰতৰ দৰে সোণৰ গহনাৰ প্ৰতি আকৰ্ষণ অন্য ক’তোৱেই নাই৷ ইয়াৰোপৰি সোণক সকলো সময়তে নিৰাপদ বিনিয়োগ হিচাপে বিবেচনা কৰা হয়৷ কিন্তু সময় সলনি হৈছে৷ এতিয়া মানুহে ক্ৰমশ ঐতিহ্যবাহী সোণতকৈ ডিজিটেল সোণ ক্ৰয়ক গুৰুত্ব দিছে৷ লকাৰ বা নিৰাপত্তাৰ চিন্তা নকৰাকৈ ডিজিটেল গল্ডত বিনিয়োগ কৰিব পাৰে৷
মোবাইল এপ বা অনলাইন প্লেটফৰ্মৰ মাধ্যমেৰে ইয়াক ক্ৰয় কৰিব পাৰে৷ অন্যহাতে নিয়মিত সোণৰ ক্ষেত্ৰত ক্ৰয়, বিশুদ্ধতা আৰু সংৰক্ষণৰ কিছু অসুবিধা থাকে৷ ডিজিটেল সোণত এনে কোনো অসুবিধা নাই৷ সেয়ে বহুতেই এতিয়া ডিজিটেল সোণত বিনিয়োগ কৰিবলৈ লৈছে৷

ডিজিটেল সোণ নে ফিজিকেল সোণত বিনিয়োগ বেছিকৈ লাভজনক?

ডিজিটেল সোণৰ সুবিধা বেছি হোৱা হেতুকে বৰ্তমান ফিজিকেল সোণৰ গহনাৰ তুলনাত ডিজিটেল সোণত বিনিয়োগ বাঢ়িছে৷ ডিজিটেল সোণত বিনিয়োগৰ সকলোতকৈ ডাঙৰ সুবিধা হৈছে, ঘৰত এই সোণ সংৰক্ষণৰ প্ৰয়োজন নাই৷ ডিজিটেল সোণ ক্ৰয়ত আপুনি যিকোনো পৰিমাণৰ সোণ ক্ৰয় কৰিব পাৰে, মাত্ৰ ১০০ টকাৰো সোণ আপুনি ক্ৰয় কৰিব পাৰে৷ আৰু ই খাটি ২৪ কেৰেট সোণৰ বিনিয়োগ৷ ভৱিষ্যতে যিকোনো সময়ত ইয়াক বিক্ৰিও কৰিব পাৰে৷ Paytm, Google Pay আৰু PhonePe-ৰ দৰে প্লেটফৰ্মতো ইয়াক ক্ৰয় কৰিব পাৰে৷ সোণ এক সুৰক্ষিত ভল্টত সংৰক্ষণ কৰা হয় বাবে চুৰি বা ক্ষতিৰ কোনো ভয় নাই৷ ই বিনিয়োগক তৰল কৰি তোলে যাৰ অৰ্থ প্ৰয়োজনত ই দ্ৰুত নগদলৈ ৰূপান্তৰিত কৰা যায়৷ সৰু বিনিয়োগকাৰীসকলৰ বাবে ই এক ভাল বিকল্প৷
সাধাৰণ সোণৰ সুবিধা ডিজিটেল সোণৰ তুলনাত ফিজিকেল সোণৰ নিজস্ব সুবিধা আছে৷ ডিজিটেল সোণ ডিজিটেলভাৱে সংৰক্ষণ কৰা হয় আৰু এই সোণ আপুনি পিন্ধিব নোৱাৰে৷ কিন্তু ফিজিকেল সোণ আপুনি অলংকাৰ হিচাপে পিন্ধিব পাৰে৷ জনসাধাৰণে ইয়াক কেৱল এক বিনিয়োগ হিচাপে নহয়, বৰং এক পাৰিবাৰিক সম্পদ হিচাপেও ৰাখে৷ ঋণ লাভৰ বাবে সোণৰ গহনা বহুতে বন্ধকো দিয়ে৷ যেতিয়া বজাৰত সোণৰ দাম বাঢ়ি যায় তেতিয়া লাভ অৰ্জনৰ বাবে এই সোণ বহুতে বিক্ৰিও কৰে৷ অৱশ্যে ডিজিটেল সোণ এক নিৰাপদ সম্পদ হিচাপে ভাল৷ ঐতিহ্য আৰু আৱেগগত মূল্যৰ কাৰণে নিয়মিত সোণে এতিয়াও তাৰ স্থান ধৰি ৰাখিছে৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

কাইলৈৰ ৰাশিফলঃ দেওবাৰে সূৰ্যৰ গোচৰ, শুভ ফল পাব এই ৫ৰাশিৰ জাতকে
জীৱনশৈলী

কাইলৈৰ ৰাশিফলঃ দেওবাৰে সূৰ্যৰ গোচৰ, শুভ ফল পাব এই ৫ৰাশিৰ জাতকে

March 14, 2026
পোষ্ট অফিচৰ এই স্কিমত ১৫০০০ টকাকৈ জমা কৰিলে পাব ২৫ লাখ টকা, জানি থওক হিচাপ
জীৱনশৈলী

পোষ্ট অফিচৰ এই স্কিমত ১৫০০০ টকাকৈ জমা কৰিলে পাব ২৫ লাখ টকা, জানি থওক হিচাপ

March 14, 2026
মালব্য ৰাজযোগৰ সৈতে জোঁট বান্ধিব শুক্ৰাদিত্য ৰাজযোগে, নতুন সপ্তাহত ৰজাৰ আসনত বহিব ৫ৰাশি
জীৱনশৈলী

মালব্য ৰাজযোগৰ সৈতে জোঁট বান্ধিব শুক্ৰাদিত্য ৰাজযোগে, নতুন সপ্তাহত ৰজাৰ আসনত বহিব ৫ৰাশি

March 14, 2026
এদিন পাছতেই তৈয়াৰ হ’ব পাৱাৰফুল ত্ৰিগ্ৰহী যোগ, ঘৰ, বাহন সকলো লাভ হ’ব ৩ৰাশিৰ
জীৱনশৈলী

এদিন পাছতেই তৈয়াৰ হ’ব পাৱাৰফুল ত্ৰিগ্ৰহী যোগ, ঘৰ, বাহন সকলো লাভ হ’ব ৩ৰাশিৰ

March 14, 2026
Next Post
মঙ্গলৰ বছৰত কাটিব সকলো দুৰ্ভোগ, ২০২৬ চন এই ৫ ৰাশিৰ বাবে অত্যন্ত শুভ হ’ব

মঙ্গলৰ বছৰত কাটিব সকলো দুৰ্ভোগ, ২০২৬ চন এই ৫ ৰাশিৰ বাবে অত্যন্ত শুভ হ’ব

ধনতেৰাছত এই ৫ সামগ্ৰী ক্ৰয় কৰিলেই ঘোৰ অমঙ্গল! অভাৱ দূৰ নহ’ব আপোনাৰ

ধনতেৰাছত এই ৫ সামগ্ৰী ক্ৰয় কৰিলেই ঘোৰ অমঙ্গল! অভাৱ দূৰ নহ’ব আপোনাৰ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.