• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
লুকুৱাই থৈছিল বহু বছৰে! জনপ্ৰিয় গায়ক তথা অভিনেতা দিলজীৎ পূৰ্বৰে পৰা বিবাহিত, আছে এটি সন্তানো

লুকুৱাই থৈছিল বহু বছৰে! জনপ্ৰিয় গায়ক তথা অভিনেতা দিলজীৎ পূৰ্বৰে পৰা বিবাহিত, আছে এটি সন্তানো

3 years ago
মংগলে খুলিব ভাগ্যৰ দ্বাৰ, বৃষৰ লগতে ৪ ৰাশিৰ ফুলিব কপাল!

মংগলে খুলিব ভাগ্যৰ দ্বাৰ, বৃষৰ লগতে ৪ ৰাশিৰ ফুলিব কপাল!

33 minutes ago
সন্তান-স্বামীক এৰি যুৱতীৰ সৈতে পলায়ন মহিলাৰ

সন্তান-স্বামীক এৰি যুৱতীৰ সৈতে পলায়ন মহিলাৰ

3 hours ago
অবিশ্বাস্য! ৯ ৰানত ৮টাকৈ উইকেট

অবিশ্বাস্য! ৯ ৰানত ৮টাকৈ উইকেট

4 hours ago
পাঞ্জাবৰ পিছত এইবাৰ হাৰিয়ানা, এইবাৰ পিটবুলৰ আক্ৰমণৰ বলি কোন?

পাঞ্জাবৰ পিছত এইবাৰ হাৰিয়ানা, এইবাৰ পিটবুলৰ আক্ৰমণৰ বলি কোন?

4 hours ago
কৰ্কট ৰাশিত মংগলৰ প্ৰৱেশ, সাৱধান হওঁক এই ৬ ৰাশিৰ লোক

কৰ্কট ৰাশিত মংগলৰ প্ৰৱেশ, সাৱধান হওঁক এই ৬ ৰাশিৰ লোক

5 hours ago
PFৰ মজুৰি সীমা বৃদ্ধি, কৰ্মচাৰীৰ দৰমহা, পেঞ্চন আৰু সঞ্চয়ত কি প্ৰভাৱ পৰিব?

PFৰ মজুৰি সীমা বৃদ্ধি, কৰ্মচাৰীৰ দৰমহা, পেঞ্চন আৰু সঞ্চয়ত কি প্ৰভাৱ পৰিব?

6 hours ago
মন গ’লেই ফাৰ্মাচীৰ পৰা কিনিব নোৱাৰিব ঔষধ!

মন গ’লেই ফাৰ্মাচীৰ পৰা কিনিব নোৱাৰিব ঔষধ!

6 hours ago
চিকিৎসালয়ত অগ্নিকাণ্ড, ই-ৰিক্সাতে সন্তান প্ৰসৱ প্ৰসূতিৰ

চিকিৎসালয়ত অগ্নিকাণ্ড, ই-ৰিক্সাতে সন্তান প্ৰসৱ প্ৰসূতিৰ

6 hours ago
শাড়ী পিন্ধি ঘূৰি ফুৰিছিল যুৱক, আৰক্ষীৰ জেৰাত পোহৰলৈ আহিল ভয়ংকৰ তথ্য

শাড়ী পিন্ধি ঘূৰি ফুৰিছিল যুৱক, আৰক্ষীৰ জেৰাত পোহৰলৈ আহিল ভয়ংকৰ তথ্য

7 hours ago
কঠোৰ জিলা আয়ুক্ত, কনিষ্ঠ সহায়কক অৱনমিত কৰিলে পিয়নলৈ

কঠোৰ জিলা আয়ুক্ত, কনিষ্ঠ সহায়কক অৱনমিত কৰিলে পিয়নলৈ

8 hours ago
সোণৰ গহনাৰ বাবেই মাতৃক হ*ত্যা জী-জোঁৱাইৰ

সোণৰ গহনাৰ বাবেই মাতৃক হ*ত্যা জী-জোঁৱাইৰ

8 hours ago
পুনৰ প্ৰতিবাদত নামিব সোণম ৱাংচুক

পুনৰ প্ৰতিবাদত নামিব সোণম ৱাংচুক

9 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, September 18, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিনোদন চিনেমা

লুকুৱাই থৈছিল বহু বছৰে! জনপ্ৰিয় গায়ক তথা অভিনেতা দিলজীৎ পূৰ্বৰে পৰা বিবাহিত, আছে এটি সন্তানো

editor by editor
March 19, 2024
in চিনেমা, জীৱনশৈলী, বিনোদন
0
লুকুৱাই থৈছিল বহু বছৰে! জনপ্ৰিয় গায়ক তথা অভিনেতা দিলজীৎ পূৰ্বৰে পৰা বিবাহিত, আছে এটি সন্তানো
0
SHARES
204
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

লুকুৱাই থৈছিল বহু বছৰে! জনপ্ৰিয় গায়ক তথা অভিনেতা দিলজীৎ পূৰ্বৰে পৰা বিবাহিত, আছে এটি সন্তানো

জনপ্ৰিয় গায়ক তথা বৰ্তমানে নিজৰ অভিনয়েৰেও দৰ্শকৰ মন আকৰ্ষিত কৰা দিলজীতৰ কথা বহু লোকেই হয়তো নাজানে। নজনাটোও স্বাভাৱিত। লাইম লাইটৰ পৰা পৰিয়ালক দূৰত ৰাখে দিলজীতে।

কোনোদিনো ব্যক্তিগত কথা কতো সদৰি কৰা নাই গায়ক তথা অভিনেতাগৰাকীয়ে। পাছে সন্দেহ কৰা অনুসৰি পূৰ্বৰে পৰা বিবাহিত ৪০ বৰ্ষীয় গায়কগৰাকী। লগতে আছে এটি পুত্ৰ সন্তানো।

এই কথা দিলজীতে নিজে সদৰি নকৰিলেও বহু অন্য কথাৰ পৰা এয়া সন্দেহ কৰা হৈছে। এবাৰ কিয়াৰা আদবানীৰ কথাৰ পৰাও দিলজীৎ বিবাহিত তথা পিতৃ বুলি ওলাই পৰে।

‘গুড নিউজ’ ছবিত অক্ষয়, কৰিণা কাপুৰ, দিলজীৎ আৰু কিয়াৰাই একেলগে কাম কৰিছিল। সেই ছবিৰ সময়তে এক সাক্ষাতত কিয়াৰা আদৱানীয়ে কৈছিল ছবিখনত কেৱল তাইৰ বাহিৰে সকলো লোকেই বিবাহিত আৰু সেই সলকলোৰে সন্তানো আছে।

লগতে ইয়াকো সন্দেহ কৰা হয় যে, দিলজীতৰ পৰিয়াল পত্নী তথা সন্তান বৰ্তমানে আমেৰিকাত বাস কৰে । এবাৰ দিলজীতে নিজেও সাক্ষাতত কৈছিল যে, পৰিয়ালক সদায়ে লাইম লাইটৰ পৰা দূৰত ৰাখে, যাতে কোনোদিনে কোনোধৰণৰ ট্ৰোলৰ সন্মুখিন নহয় পৰিয়াল, আৰু মানসিক অশান্তিত নোভোগে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: bollywood actorBollywood Herobollywood singerDiljit Dosanjhsinger
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

মংগলে খুলিব ভাগ্যৰ দ্বাৰ, বৃষৰ লগতে ৪ ৰাশিৰ ফুলিব কপাল!
জীৱনশৈলী

মংগলে খুলিব ভাগ্যৰ দ্বাৰ, বৃষৰ লগতে ৪ ৰাশিৰ ফুলিব কপাল!

September 18, 2026
অবিশ্বাস্য! ৯ ৰানত ৮টাকৈ উইকেট
বিনোদন

অবিশ্বাস্য! ৯ ৰানত ৮টাকৈ উইকেট

September 18, 2026
কৰ্কট ৰাশিত মংগলৰ প্ৰৱেশ, সাৱধান হওঁক এই ৬ ৰাশিৰ লোক
জীৱনশৈলী

কৰ্কট ৰাশিত মংগলৰ প্ৰৱেশ, সাৱধান হওঁক এই ৬ ৰাশিৰ লোক

September 18, 2026
মন গ’লেই ফাৰ্মাচীৰ পৰা কিনিব নোৱাৰিব ঔষধ!
জীৱনশৈলী

মন গ’লেই ফাৰ্মাচীৰ পৰা কিনিব নোৱাৰিব ঔষধ!

September 18, 2026
Next Post
বিশ্বৰ আটাইতকৈ প্ৰদূষিত চহৰৰ তালিকাত গুৱাহাটী …আছে আৰু বহুতো নাম

বিশ্বৰ আটাইতকৈ প্ৰদূষিত চহৰৰ তালিকাত গুৱাহাটী ...আছে আৰু বহুতো নাম

হাইলাকান্দিৰ ইউনিচেক্স পাৰ্লাৰত হাহাকাৰ, আৰক্ষীৰে ভৰি পৰিল মুহুৰ্ততে

হাইলাকান্দিৰ ইউনিচেক্স পাৰ্লাৰত হাহাকাৰ, আৰক্ষীৰে ভৰি পৰিল মুহুৰ্ততে

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.