• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
ঐতিহাসিক মুহূৰ্ত- লোকসভাত দাখিল ৱাকফ সংশোধনী বিধেয়ক, গৌৰৱ গগৈৰ মোডী চৰকাৰক প্ৰশ্ন

ঐতিহাসিক মুহূৰ্ত- লোকসভাত দাখিল ৱাকফ সংশোধনী বিধেয়ক, গৌৰৱ গগৈৰ মোডী চৰকাৰক প্ৰশ্ন

1 year ago
কেতিয়াৰ পৰা Income Tax Return প্ৰক্ৰিয়া আৰম্ভ হ’ব?

কেতিয়াৰ পৰা Income Tax Return প্ৰক্ৰিয়া আৰম্ভ হ’ব?

7 hours ago
কিমান সম্পত্তি আছে ৰাঘৱ চাদ্দাৰ? নেটৱৰ্থ জানি হ’ব আচৰিত!

কিমান সম্পত্তি আছে ৰাঘৱ চাদ্দাৰ? নেটৱৰ্থ জানি হ’ব আচৰিত!

8 hours ago
ছোৱালীৰ জিন্স পেন্টত কিয় চেইন থাকে? ৯৯% লোকে নাজানে সঠিক উত্তৰ

ছোৱালীৰ জিন্স পেন্টত কিয় চেইন থাকে? ৯৯% লোকে নাজানে সঠিক উত্তৰ

8 hours ago
বিজেপিত যোগদান কৰিব নেকি ৰাঘৱ চাদ্দাই? আতিশীয়ে দিলে উত্তৰ

বিজেপিত যোগদান কৰিব নেকি ৰাঘৱ চাদ্দাই? আতিশীয়ে দিলে উত্তৰ

9 hours ago
Post Office Saving Account কি? মাত্ৰ ৫০০ টকাৰে একাউণ্ট খুলি হওক ধনী!

Post Office Saving Account কি? মাত্ৰ ৫০০ টকাৰে একাউণ্ট খুলি হওক ধনী!

10 hours ago
শনিয়ে বনাব ৰজা, শনিৰ দৃষ্টিয়ে সলাব আপোনাৰ ভাগ্য!

শনিয়ে বনাব ৰজা, শনিৰ দৃষ্টিয়ে সলাব আপোনাৰ ভাগ্য!

11 hours ago
বিপদৰ আগমণ ৩ ৰাশিৰ জীৱনলৈ, ১১ মে’ৰ পূৰ্বে হওক সজাগ!

বিপদৰ আগমণ ৩ ৰাশিৰ জীৱনলৈ, ১১ মে’ৰ পূৰ্বে হওক সজাগ!

11 hours ago
আইচক্ৰীম নিষিদ্ধ এখন গাওঁ, ধৰা পৰিলেই ৫ হাজাৰ টকাৰ জৰিমনা

আইচক্ৰীম নিষিদ্ধ এখন গাওঁ, ধৰা পৰিলেই ৫ হাজাৰ টকাৰ জৰিমনা

12 hours ago
ঘৰ চাফা কৰোতে নকৰিব ভুল, ক্ষতি হ’ব আপোনাৰ অৰ্থ !

ঘৰ চাফা কৰোতে নকৰিব ভুল, ক্ষতি হ’ব আপোনাৰ অৰ্থ !

12 hours ago
প্ৰস্ৰাৱৰ সৈতে তেজ ওলাই নেকি? আওকাণ নকৰিব এনে সমস্যাক

প্ৰস্ৰাৱৰ সৈতে তেজ ওলাই নেকি? আওকাণ নকৰিব এনে সমস্যাক

13 hours ago
ব্যক্তিগত খণ্ডৰ বিদ্যালয়ক নাকী লগাবলৈ সাজু! DoE ই দিছে কঠোৰ নিৰ্দেশনা

ব্যক্তিগত খণ্ডৰ বিদ্যালয়ক নাকী লগাবলৈ সাজু! DoE ই দিছে কঠোৰ নিৰ্দেশনা

13 hours ago
শীঘ্ৰে বাঢ়িব হোটেলৰ খাদ্যৰ মূল্য, আঁৰত আছে ডাঙৰ কাৰণ

শীঘ্ৰে বাঢ়িব হোটেলৰ খাদ্যৰ মূল্য, আঁৰত আছে ডাঙৰ কাৰণ

14 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, April 4, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিবিধ

ঐতিহাসিক মুহূৰ্ত- লোকসভাত দাখিল ৱাকফ সংশোধনী বিধেয়ক, গৌৰৱ গগৈৰ মোডী চৰকাৰক প্ৰশ্ন

editor by editor
April 2, 2025
in বিবিধ, ভাৰত, ৰাজনীতি
0
ঐতিহাসিক মুহূৰ্ত- লোকসভাত দাখিল ৱাকফ সংশোধনী বিধেয়ক, গৌৰৱ গগৈৰ মোডী চৰকাৰক প্ৰশ্ন
0
SHARES
351
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

ঐতিহাসিক মুহূৰ্ত- লোকসভাত দাখিল ৱাকফ সংশোধনী বিধেয়ক, গৌৰৱ গগৈৰ মোডী চৰকাৰক প্ৰশ্ন

লোকসভাত উত্থাপন হৈছে ৱাকফ সংশোধনী বিধেয়ক। সংসদীয় পৰিক্ৰমা মন্ত্ৰী কিৰেন ৰিজিজুৱে লোকসভাত আলোচনাৰ বাবে উত্থাপন কৰে বিধেয়কখন। অধ্যক্ষ ওম বিৰলাই এই বিধেয়ক সন্দৰ্ভত আলোচনাৰ বাবে ৮ ঘণ্টা সময় নিৰ্ধাৰণ কৰি দিয়ে। প্ৰয়োজন হ’লে অধ্যক্ষই সময় বৃদ্ধি কৰিব পাৰে।

চৰকাৰে আজি খোদ লোকসভাৰ পৰা বিধেয়কখন গৃহীত কৰাৰ চেষ্টা চলাইছে তাৰ পিছত ৰাজ্যসভাত দাখিল কৰা হ’ব বিধেয়কখন।

পাছে কোনে কিমান সময় লাভ কৰে ৱাকফ সংশোধনী বিধেয়ক সন্দৰ্ভত আলোচনাৰ বাবে। এন ডি এক দিয়া হৈছে ৪ ঘন্টা ৪০ মিনিট।
বাকী ৩ ঘন্টা ২০ মিনিট সময় বিৰোধীয়ে লাভ কৰে।

অৱশ্যে বিৰোধীয়ে আলোচনাৰ বাবে ১২ ঘন্টা সময় বিচাৰিছিল। এই সন্দৰ্ভত ৰিজিজুৱে কয় যে আলোচনাৰ সময় বৃদ্ধি কৰিব পাৰি।

ইফালে চন্দ্ৰবাবু নাইডুৰ তেলেগু দেশম পাৰ্টি অৰ্থাৎ টিডিপি আৰু নীতিশ কুমাৰৰ জনতা দল ইউনাইটেড অর্থাৎ জেডিইউয়ে বিধেয়কখনক সমৰ্থন কৰাৰ কথা ঘোষণা কৰিছে। লগতে দুয়োটা দলে নিজৰ সকলো সাংসদক সদনত উপস্থিত থাকিবলৈ হুইপ জাৰি কৰিছে।

ইফালে কংগ্ৰেছৰ সাংসদ গৌৰৱ গগৈয়ে সংসদত বিৰোধীৰ পক্ষ দাখিল কৰিছে। ইয়াৰ সমান্তৰালকৈ তেওঁ এই বিধেয়ক সন্দৰ্ভত মোডী চৰকাৰক কঠোৰভাৱে লক্ষ্য কৰি লয়। তেওঁ কয় যে ৱাকফ বিধেয়ক সংশোধনতো তেওঁলোকৰ এটাই গাইড আছে আৰু সেই গাইড হৈছে ভাৰতৰ সংবিধান।

গৌৰৱ গগৈয়ে কয় যে, সংবিধানত ভাৰতত প্ৰতিজন ব্যক্তিয়ে সামাজিক, অৰ্থনৈতিক আৰু ৰাজনৈতিক ন্যায়, চিন্তা, ধৰ্ম আৰু পূজাৰ স্বাধীনতা লাভ কৰে। ইয়াৰ লগতে ই ব্যক্তিৰ মৰ্যাদা আৰু জাতিৰ অখণ্ডতাও নিশ্চিত কৰে। কিন্তু এই ৱাকফ বিল সংশোধনী ২০২৫ আজি সংবিধানৰ মৌলিক গাঁথনিৰ ওপৰত আক্ৰমণৰ দৰে।

উল্লেখ্য যে লোকসভাত সংখ্যা তথা ভোটৰ ওপৰত বিধেয়কখন গৃহীত হ’বনে নাই তাৰ ওপৰত নিৰ্ধাৰণ কৰিব, এই ক্ষেত্ৰত ভোটৰ খেলখন চৰকাৰৰ পক্ষত। এনে পৰিস্থিতিত এই বিধেয়কখন লোকসভাত সহজেই গৃহীত হ’ব বুলি ধাৰণা কৰা হৈছে। ৱাকফ বিধেয়কৰ সমৰ্থনত ২৯৩ জন সাংসদ থকাৰ বিপৰীতে ইয়াৰ বিৰোধী মাত্ৰ ২৩৯ জন সাংসদ, যিটো প্ৰয়োজনীয় সংখ্যাতকৈ ৩৩ জন কম।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: loksabhaWaqf Board
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

কেতিয়াৰ পৰা Income Tax Return প্ৰক্ৰিয়া আৰম্ভ হ’ব?
বাণিজ্য

কেতিয়াৰ পৰা Income Tax Return প্ৰক্ৰিয়া আৰম্ভ হ’ব?

April 3, 2026
কিমান সম্পত্তি আছে ৰাঘৱ চাদ্দাৰ? নেটৱৰ্থ জানি হ’ব আচৰিত!
বাণিজ্য

কিমান সম্পত্তি আছে ৰাঘৱ চাদ্দাৰ? নেটৱৰ্থ জানি হ’ব আচৰিত!

April 3, 2026
ছোৱালীৰ জিন্স পেন্টত কিয় চেইন থাকে? ৯৯% লোকে নাজানে সঠিক উত্তৰ
জীৱনশৈলী

ছোৱালীৰ জিন্স পেন্টত কিয় চেইন থাকে? ৯৯% লোকে নাজানে সঠিক উত্তৰ

April 3, 2026
বিজেপিত যোগদান কৰিব নেকি ৰাঘৱ চাদ্দাই? আতিশীয়ে দিলে উত্তৰ
ভাৰত

বিজেপিত যোগদান কৰিব নেকি ৰাঘৱ চাদ্দাই? আতিশীয়ে দিলে উত্তৰ

April 3, 2026
Next Post
বাবা ভংগাৰ ভৱিষ্যদ্বাণী- ম্যানমাৰৰ ভূমিকম্প সঁচা প্ৰমাণিত, আৰু কি কি

বাবা ভংগাৰ ভৱিষ্যদ্বাণী- ম্যানমাৰৰ ভূমিকম্প সঁচা প্ৰমাণিত, আৰু কি কি

বুমৰাহ সন্দৰ্ভত বিশেষ খবৰ, বাহিৰ হ’ব পাৰে এই প্ৰতিযোগিতাৰ পৰা

বুমৰাহ সন্দৰ্ভত বিশেষ খবৰ, বাহিৰ হ'ব পাৰে এই প্ৰতিযোগিতাৰ পৰা

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.