• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
বুমৰাহ সন্দৰ্ভত বিশেষ খবৰ, বাহিৰ হ’ব পাৰে এই প্ৰতিযোগিতাৰ পৰা

বুমৰাহ সন্দৰ্ভত বিশেষ খবৰ, বাহিৰ হ’ব পাৰে এই প্ৰতিযোগিতাৰ পৰা

1 year ago
দৈনিক ৰাশিফল, মকৰ সংক্ৰান্তিৰ পূৰ্বে ভাগ্যোদয় ৩ ৰাশিৰ, কিন্তু আন ৩ ৰাশিৰ সমস্যা বৃদ্ধি

কাইলৈ কেনে যাব আপোনাৰ দিনটো? জানক কাৰ কাৰ উদয় হ’ব ভাগ্য

1 hour ago
শীঘ্ৰে ভাগ্য উদয় হ’ব ৫ ৰাশিৰ লোকৰ, বাবা ভাংগাৰ ভৱিষ্যতবাণী

বাবা ভাংগাৰ ভৱিষ্যদ্বাণী, বৃশ্চিক ৰাশিকে ধৰি ৪ ৰাশিয়ে পাব আৰ্থিক সকাহ!

2 hours ago
গা ধুলে প্ৰস্ৰাৱ কৰে নেকি? তেন্তে পৰিব পাৰে ভয়ংকৰ বিপদত!

গা ধুলে প্ৰস্ৰাৱ কৰে নেকি? তেন্তে পৰিব পাৰে ভয়ংকৰ বিপদত!

2 hours ago
সপোনে পাব নতুন দিশ, মাত্ৰ এই সপ্তাহত সাৱধানে থাকক ৫ ৰাশিৰ লোক!

সপোনে পাব নতুন দিশ, মাত্ৰ এই সপ্তাহত সাৱধানে থাকক ৫ ৰাশিৰ লোক!

3 hours ago
RBI ৰ ডাঙৰ সিদ্ধান্ত! অনলাইনত প্ৰতাৰণা কৰিলে পাব ক্ষতিপূৰণ

RBI ৰ ডাঙৰ সিদ্ধান্ত! অনলাইনত প্ৰতাৰণা কৰিলে পাব ক্ষতিপূৰণ

4 hours ago
তিতা কাপোৰ বহুদিন ধৰি বাথৰুমত ৰখাৰ অভ্যাস আছে নেকি?

তিতা কাপোৰ বহুদিন ধৰি বাথৰুমত ৰখাৰ অভ্যাস আছে নেকি?

5 hours ago
‘ৰন্ধা-বঢ়া বা ঘৰ চাফা কৰাটো নাৰীৰ কাম নহয়’, প্ৰিয়ংকা চোপ্ৰাৰ মন্তব্যই লগাইছে তোলপাৰ!

‘ৰন্ধা-বঢ়া বা ঘৰ চাফা কৰাটো নাৰীৰ কাম নহয়’, প্ৰিয়ংকা চোপ্ৰাৰ মন্তব্যই লগাইছে তোলপাৰ!

6 hours ago
৮ম দৰমহা আয়োগৰ নতুন আপডেট, ফেমিলি ইউনিট ৩.০ৰ পৰা ৫.০লৈ হ’লে কিমান বাঢ়িব দৰমহা?

৮ম দৰমহা আয়োগৰ নতুন আপডেট, ফেমিলি ইউনিট ৩.০ৰ পৰা ৫.০লৈ হ’লে কিমান বাঢ়িব দৰমহা?

7 hours ago
Love Bite এ কাঢ়িব পাৰে প্ৰিয়জনৰ প্ৰাণ, মাত্ৰ এটা ভুলে কৰিব সৰ্বনাশ!

Love Bite এ কাঢ়িব পাৰে প্ৰিয়জনৰ প্ৰাণ, মাত্ৰ এটা ভুলে কৰিব সৰ্বনাশ!

7 hours ago
জুলাইৰ পৰা বাঢ়িব বহু ৰাশিৰ ধন, শুক্ৰই সলনি কৰিব জীৱন!

জুলাইৰ পৰা বাঢ়িব বহু ৰাশিৰ ধন, শুক্ৰই সলনি কৰিব জীৱন!

8 hours ago
PF উলিওৱাৰ পৰা পাছপ’ৰ্টলৈ, ১ জুলাইৰ পূৰ্বে জানক এই ৫টা ডাঙৰ আপডেট

PF উলিওৱাৰ পৰা পাছপ’ৰ্টলৈ, ১ জুলাইৰ পূৰ্বে জানক এই ৫টা ডাঙৰ আপডেট

8 hours ago
ৰাহুল গান্ধীৰ ভুল স্বীকাৰ, শিৱৰাজ সিং চৌহানৰ পুত্ৰই তৰা মানহানিৰ গোচৰৰ নিষ্পত্তি

ৰাহুল গান্ধীৰ ভুল স্বীকাৰ, শিৱৰাজ সিং চৌহানৰ পুত্ৰই তৰা মানহানিৰ গোচৰৰ নিষ্পত্তি

11 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, June 27, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিনোদন ক্ৰীড়া

বুমৰাহ সন্দৰ্ভত বিশেষ খবৰ, বাহিৰ হ’ব পাৰে এই প্ৰতিযোগিতাৰ পৰা

editor by editor
April 2, 2025
in ক্ৰীড়া, ভাৰত
0
বুমৰাহ সন্দৰ্ভত বিশেষ খবৰ, বাহিৰ হ’ব পাৰে এই প্ৰতিযোগিতাৰ পৰা
0
SHARES
108
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

বুমৰাহ সন্দৰ্ভত বিশেষ খবৰ, বাহিৰ হ’ব পাৰে এই প্ৰতিযোগিতাৰ পৰা

ভাৰতীয় দুধৰ্ষ বলাৰ যশপ্ৰীত বুমৰাহ সন্দৰ্ভত আহিছে এক বিশেষ খবৰ । মেডিকেলে দিছে এই খবৰ। বাহিৰ হব পাৰে এই প্ৰতিযোগিতাৰ পৰা। অনুৰাগীয়ে দেখা নাপাব পাৰে বুমৰাহৰ বলিং।

আঘাতৰ বাবে বৰ্তমানে আই পি এলৰ মুম্বাই দলৰ পৰা আঁতৰত আছে বুমৰাহ। সকলোৱে আশা কৰিছিল যে এই বলাৰজনক আৰম্ভণিতে নহলেও এপ্ৰিল মাহত মুম্বাই দলত দেখা পাব। কিন্তু সেই অপেক্ষা এতিয়া কেৱল অপেক্ষাই হৈ ৰব।

আঘাতৰ বাবে খেলপথাৰৰ বাহিৰত আছে বেগী বলাৰ বুমৰাহ। চলিত বৰ্ষৰ জানুৱাৰী মাহত বুমৰাহে অন্তিমখন মেচ খেলিছিল। ভাৰতৰ অষ্ট্ৰেলিয়া ভ্ৰমণৰ পিছত এতিয়ালৈকে খেলপথাৰলৈ ঘূৰি আহিব পৰা নাই বুমৰাহ।

অৱশ্যে খেলুৱৈগৰাকীৰ স্বাস্থ্য সন্দৰ্ভত খবৰ আহিছে যে, বুমৰাহ বৰ্তমানে ফিট হৈ পৰিছে। কিন্তু পৰৱৰ্তী খেল কথা মনত ৰাখি দেশৰ হৈ খেলিবলৈ সুস্থ হৈ থকা উদ্দেশ্যে আই পি এল ২০২৫ত বুমৰাহে মুম্বাই ইণ্ডিয়ানছৰ হৈ খেলিব নোৱাৰিব।

টাইমছ অৱ ইণ্ডিয়াত প্ৰকাশিত এক বাতৰি অনুসৰি বুমৰাহ উভতি অহাৰ বাবে আৰু বেছি সময় অপেক্ষা কৰিব লাগিব। বুমৰাহ বিচিচিআই চেণ্টাৰ অৱ এক্সেলেন্সত আছে আৰু সম্পূৰ্ণ সুস্থ হৈ উঠাৰ বাবে কঠোৰ পৰিশ্ৰম কৰি আছে।

বুমৰাহ ক্লিনিকেলভাৱে ফিট। কিন্তু ৱৰ্কলোড মেনেজমেণ্টৰ কথা মনত ৰাখি তেওঁ এতিয়াই খেলিব নোৱাৰিব। উল্লেখ্য যে, অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে ছিডনী টেষ্টৰ সময়ত বুমৰাহ পিঠিৰ সমস্যাত ভুগিছিল।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: cricketJashprit Boomrah
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

ৰাহুল গান্ধীৰ ভুল স্বীকাৰ, শিৱৰাজ সিং চৌহানৰ পুত্ৰই তৰা মানহানিৰ গোচৰৰ নিষ্পত্তি
ৰাজনীতি

ৰাহুল গান্ধীৰ ভুল স্বীকাৰ, শিৱৰাজ সিং চৌহানৰ পুত্ৰই তৰা মানহানিৰ গোচৰৰ নিষ্পত্তি

June 26, 2026
বৈভৱ নহয় এইজন ক্ৰিকেটাৰে ১৪ বছৰতে অভিষেক ঘটাইছিল আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত 
বিনোদন

বৈভৱ নহয় এইজন ক্ৰিকেটাৰে ১৪ বছৰতে অভিষেক ঘটাইছিল আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত 

June 26, 2026
অৰুণাচলেৰে নোৱাৰি ধুবুৰীৰে চীনৰ প্ৰৱেশৰ অপচেষ্টা! চিকেন নেকত শেনচকু ৰঙাচীনৰ
বিশ্ব

অৰুণাচলেৰে নোৱাৰি ধুবুৰীৰে চীনৰ প্ৰৱেশৰ অপচেষ্টা! চিকেন নেকত শেনচকু ৰঙাচীনৰ

June 26, 2026
গাখীৰ নালাগে, চাউলৰ পানীৰেই বনাব পাৰি মলাইদাৰ খীৰ, জানক সহজ পদ্ধতি
জীৱনশৈলী

গাখীৰ নালাগে, চাউলৰ পানীৰেই বনাব পাৰি মলাইদাৰ খীৰ, জানক সহজ পদ্ধতি

June 26, 2026
Next Post
২ আৰু ৭ মে’ত পঞ্চায়ত নিৰ্বাচন, ১১ মে’ত ভোটগণনা, নিৰ্বাচন সন্দৰ্ভত পঢ়ক সবিশেষ

২ আৰু ৭ মে’ত পঞ্চায়ত নিৰ্বাচন, ১১ মে'ত ভোটগণনা, নিৰ্বাচন সন্দৰ্ভত পঢ়ক সবিশেষ

কাইলৈ ৩ এপ্ৰিল তাৰিখে ভাগ্যৰ দ্বাৰ মুকলি হ’ব ৫ ৰাশিৰ লোকৰ

কাইলৈ ৩ এপ্ৰিল তাৰিখে ভাগ্যৰ দ্বাৰ মুকলি হ'ব ৫ ৰাশিৰ লোকৰ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.