• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
২ আৰু ৭ মে’ত পঞ্চায়ত নিৰ্বাচন, ১১ মে’ত ভোটগণনা, নিৰ্বাচন সন্দৰ্ভত পঢ়ক সবিশেষ

২ আৰু ৭ মে’ত পঞ্চায়ত নিৰ্বাচন, ১১ মে’ত ভোটগণনা, নিৰ্বাচন সন্দৰ্ভত পঢ়ক সবিশেষ

1 year ago
ছোনম ৱাংচুকক ব্যৱহাৰ কৰি আছে CJP-এ, মন্তব্য শ্বেতা তিৱাৰীৰ

ছোনম ৱাংচুকক ব্যৱহাৰ কৰি আছে CJP-এ, মন্তব্য শ্বেতা তিৱাৰীৰ

8 hours ago
ISROৰ শতাধিক বিজ্ঞানীৰ পদত্যাগৰ পিছতে কঠোৰ চৰকাৰ, নিৰ্দেশনা জাৰি

ISROৰ শতাধিক বিজ্ঞানীৰ পদত্যাগৰ পিছতে কঠোৰ চৰকাৰ, নিৰ্দেশনা জাৰি

8 hours ago
যেন চিনেমাৰ কাহিনী! কি এক কাকতলীয়া সংযোগ

যেন চিনেমাৰ কাহিনী! কি এক কাকতলীয়া সংযোগ

9 hours ago
আগন্তুক ১০ দিন এই ৪টা ৰাশিৰ বাবে সোণালী সময়

আগন্তুক ১০ দিন এই ৪টা ৰাশিৰ বাবে সোণালী সময়

10 hours ago
গুলশ্যন গ্ৰোভাৰৰ সৈতে চুম্বনৰ সেই বিতৰ্কিত দৃশ্যক লৈ কেটৰিনাৰ মন্তব্য কি?

গুলশ্যন গ্ৰোভাৰৰ সৈতে চুম্বনৰ সেই বিতৰ্কিত দৃশ্যক লৈ কেটৰিনাৰ মন্তব্য কি?

11 hours ago
‘ভগৱান শ্ৰীকৃষ্ণই দিনটোত পঢ়িছিল ৫বাৰকৈ নামাজ’- মৌলানাৰ নিকৃষ্ট মন্তব্য

‘ভগৱান শ্ৰীকৃষ্ণই দিনটোত পঢ়িছিল ৫বাৰকৈ নামাজ’- মৌলানাৰ নিকৃষ্ট মন্তব্য

12 hours ago
ইনফাৰ্টিলিটীৰ সমস্যাত ভুগিছে নেকি?

ইনফাৰ্টিলিটীৰ সমস্যাত ভুগিছে নেকি?

13 hours ago
ইতিহাসৰ অন্যতম ভয়াৱহ সামুদ্ৰিক দুৰ্ঘটনা! ৫ শতাধিকৰ মৃ*ত্যুৰ আশংকা

ইতিহাসৰ অন্যতম ভয়াৱহ সামুদ্ৰিক দুৰ্ঘটনা! ৫ শতাধিকৰ মৃ*ত্যুৰ আশংকা

13 hours ago
চৰকাৰী কৰ্মচাৰীসকলৰ বাবে সুখবৰ! ১৭,৫০০টকা পৰ্যন্ত বাঢ়িব পাৰে দৰমহা

চৰকাৰী কৰ্মচাৰীসকলৰ বাবে সুখবৰ! ১৭,৫০০টকা পৰ্যন্ত বাঢ়িব পাৰে দৰমহা

14 hours ago
‘এতিয়া আৰু মই বিচনাত কাকোৱেই নিবিচাৰো, পুৰুষয়েই হওক বা মহিলা!’

‘এতিয়া আৰু মই বিচনাত কাকোৱেই নিবিচাৰো, পুৰুষয়েই হওক বা মহিলা!’

15 hours ago
“তোমাৰো এদিন ব্ৰেক-আপ হ’ব!” সোণাক্ষী-জাহিৰকলৈ কিয় এনকৈ ক’লে চলমানে?

“তোমাৰো এদিন ব্ৰেক-আপ হ’ব!” সোণাক্ষী-জাহিৰকলৈ কিয় এনকৈ ক’লে চলমানে?

16 hours ago
জনতাৰ মূৰত মাধমাৰ, পুনৰ বৃদ্ধি অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য

জনতাৰ মূৰত মাধমাৰ, পুনৰ বৃদ্ধি অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য

16 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, July 17, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home অসম

২ আৰু ৭ মে’ত পঞ্চায়ত নিৰ্বাচন, ১১ মে’ত ভোটগণনা, নিৰ্বাচন সন্দৰ্ভত পঢ়ক সবিশেষ

editor by editor
April 2, 2025
in অসম, উত্তৰ-পূব, গুৱাহাটী, ৰাজনীতি
0
২ আৰু ৭ মে’ত পঞ্চায়ত নিৰ্বাচন, ১১ মে’ত ভোটগণনা, নিৰ্বাচন সন্দৰ্ভত পঢ়ক সবিশেষ
0
SHARES
1.1k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

২ আৰু ৭ মে’ত পঞ্চায়ত নিৰ্বাচন, ১১ মে’ত ভোটগণনা, নিৰ্বাচন সন্দৰ্ভত পঢ়ক সবিশেষ

বহু অপেক্ষাৰ অন্তত আজি ২ এপ্ৰিল তাৰিখে ঘোষণা কৰা হয় পঞ্চায়ত নিৰ্বাচনৰ দিন। আনুষ্ঠানিক ঘোষণা ৰাজ্যিক নিৰ্বাচনী আয়োগৰ। সংবাদ মেল যোগে সদৰি কৰে এই নিৰ্বাচন সন্দৰ্ভত সকলো তথ্য।

ঘোষণা কৰা অনুসৰি অহা মাহত ৰাজ্যত দুটা পৰ্যায়ত নিৰ্বাচন অনুষ্ঠিত হব। প্ৰথম পৰ্যায়ত নিৰ্বাচন হব ২মে’ শুকুৰবাৰে। প্ৰথম পৰ্যায়ৰ নিৰ্বাচন উজনি অসম আৰু বৰাক উপত্যকাত। তাৰ পাছত ৭ মে’ বুধবাৰে দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচন। দ্বিতীয় পৰ্যায়ত নামনি অসমত অনুষ্ঠিত হ’ব পঞ্চায়ত নিৰ্বাচন।

৩ এপ্ৰিলৰ পৰা প্ৰাৰ্থীয়ে দিব পাৰিব মনোনয়ন। ৩ তাৰিখৰ পৰা আৰম্ভ হৈ ১১ এপ্ৰিললৈ প্ৰাৰ্থীয়ে দাখিল কৰিব পাৰিব মনোনয়ন পত্ৰ। মনোনয়ন পত্ৰ দাখিলৰ অন্তিম তাৰিখ ১১ এপ্ৰিল। মনোনয়ন পত্ৰ পৰীক্ষণৰ দিন ১২ এপ্ৰিল। আনহাতে মনোনয়ন পত্ৰ প্ৰত্যাহাৰৰ দিন ১৭ এপ্ৰিল।

এইবাৰৰ পঞ্চায়ত নিৰ্বাচনৰ বিশেষ কথাটো হ’ল – পঞ্চায়ত নিৰ্বাচনত এইবাৰ EVM ব্যৱহাৰ নহয়। বেলট পেপাৰতে অনুষ্ঠিত হ’ব নিৰ্বাচন। অৱশ্যে বিভিন্ন দিশত থাকিব অনলাইন ব্যবস্থা।

কি কি থাকিব নতুন নিয়ম-

নতুন পদ্ধতিৰে ৰাজ্যত অনুষ্ঠিত হ’ব এইবাৰৰ পঞ্চায়ত নিৰ্বাচনত । ২১ বছৰ বয়স হ’লেহে খেলিব পাৰিব পঞ্চায়ত নিৰ্বাচন। বাল্য বিবাহৰে জড়িত প্ৰাৰ্থী হ’ব আযোগ্য। প্ৰাৰ্থী, প্ৰাৰ্থীৰ স্বামী, প্ৰাৰ্থীৰ পত্নী বাল্য বিবাহত লিপ্ত হ’লেও অযোগ্য বিবেচিত হ’ব।

গাঁও পঞ্চায়তৰ ৱাৰ্ড সদস্য পদৰ সাধাৰণ শ্ৰেণীৰ প্ৰাৰ্থী মেট্ৰিক উত্তীৰ্ণ হ’ব লাগিব। অনুসূচিত জাতি-জনজাতি অনান্য পিছপৰা শ্ৰেণীৰ প্ৰাৰ্থী দশম শ্ৰেণীলৈকে পঢ়া হ’ব লাগিব। আঞ্চলিক পঞ্চায়তৰ সদস্য পদৰ বাবে সাধাৰণ,অনুসূচিত জাতি-জনজাতি,পিছপৰা শ্ৰেণীৰ প্ৰাৰ্থী দশম শ্ৰেণী উত্তীৰ্ণ হ’ব লাগিব। জিলা পৰিষদৰ ক্ষেত্ৰতো প্ৰাৰ্থী গৰাকী মেট্ৰিক পৰীক্ষাত উত্তীৰ্ণ হ’ব লাগিব।

দুটাতকৈ অধিক সন্তান থাকিলে নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰিব নোৱাৰিব । ১৯/০৩/২০১৮ তাৰিখৰ আগত দুটাতকৈ অধিক সন্তান থকা প্ৰাৰ্থীয়েহে প্ৰতিদ্বন্দিতা কৰিব পাৰিব।

নৈতিক স্খলন সম্পৰ্কীয় অপৰাধত চৰকাৰী চাকৰিৰ পৰা বৰ্খাস্ত হোৱা ব্যক্তি অযোগ্য বিবেচিত হ’ব। দেউলীয়া ঘোষিত হোৱা ব্যক্তিয়ো অযোগ্য বিবেচিত হ’ব। চৰকাৰী অনুদান পোৱা, চৰকাৰী পদত অধিষ্ঠিত ব্যক্তি হ’ব অযোগ্য। গাঁও পঞ্চায়ত, জিলা পৰিষদৰ পাৰিশ্ৰমিক পোৱা প্ৰাৰ্থী হ’ব অযোগ্য। কৰ, মাছুল পৰিশোধ কৰিবলৈ বাকী থকা ব্যক্তিও হ’ব অযোগ্য। সমবায় সমিতিৰ ঋণ পৰিশোধ নকৰা প্ৰাৰ্থীক অযোগ্য ঘোষণা কৰা হ’ব। বাসস্থানত ছেনিটাৰী ব্যৱস্থা নথকা ব্যক্তিকো অযোগ্য ঘোষণা কৰা হ’ব

কি কি প্ৰয়োজন হব প্ৰতিদ্বন্দ্বিতা কৰিবলৈ-

ৰাজ্যিক নিৰ্বাচন আয়োগে ঘোষণা কৰা অনুসৰি- পঞ্চায়ত নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিবলৈ প্ৰাৰ্থীক প্ৰয়োজন হব ১২বিধ নথি। প্ৰাৰ্থীয়ে মনোনয়ন পত্ৰৰ লগত জমা দিব লাগিব শিক্ষাগত অৰ্হতা সন্দৰ্ভত শপতনামা। শিক্ষাগত অৰ্হতাৰ শুদ্ধ প্ৰমাণপত্ৰৰ প্ৰতিলিপি জমা দিব লাগিব মনোনয়ন পত্ৰৰ লগত।

প্ৰাৰ্থীয়ে জমা দিবলগীয়া ১২বিধ নথিপত্ৰ । বাকীজাই প্ৰমাণ পত্ৰ দিব লাগিব, সমবায় আপত্তিবিহীন প্ৰমাণপত্ৰ, বেংক আপত্তিবিহীন প্ৰমাণ পত্ৰ, জাতিগত প্ৰমাণ পত্ৰ, খাজানা ৰচিদ, শিক্ষাগত অৰ্হতা প্ৰমাণ পত্ৰ, আঞ্চলিক পঞ্চায়তৰ NOC, প্ৰাৰ্থীৰ নামত নতুন বেংক একাউণ্ট , প্ৰস্থাৱকৰ নথিপত্ৰ, আৰু গাঁও প্ৰধানৰ প্ৰমাণপত্ৰ জমা দিব লাগিব।

কিমান সংখ্যকে দিব ভোট-

পঞ্চায়ত নিৰ্বাচনৰ প্ৰাকক্ষণত প্ৰকাশ পালে ভোটাৰ তালিকা। ৰাজ্যিক নিৰ্বাচন আয়োগে প্ৰকাশ কৰিলে পঞ্চায়ত নিৰ্বাচনৰ ভোটাৰ তালিকা। ভোটাৰ তালিকাত সন্নিৱিষ্ট হ’ল ১,৮০,১৪,৯১৩ ভোটাৰৰ নাম। ইয়াৰে ৯০,৬০,৬৪০জন পুৰুষ ভোটাৰ আৰু মহিলা ভোটাৰ ৮৯,৫৩,৮৬৫গৰাকী। আনহাকে তৃতীয় লিংগৰ ভোটাৰ হৈছে ৪০৮গৰাকী।

এইবাৰ ২৭ জিলাৰ ৩৯৭টা ZPCৰ বাবে অনুষ্ঠিত হ’ব নিৰ্বাচন। ১৮১খন আঞ্চলিক পঞ্চায়তৰ নিৰ্বাচন অনুষ্ঠিত হ’ব। ২১,১৯২ গাঁও পঞ্চায়তৰ ২১,৯২০টা ৱাৰ্ডত অনুষ্ঠিত হ’ব নিৰ্বাচন। গাঁও পঞ্চায়তৰ প্ৰতিটো ৱাৰ্ডৰ বাবে সুকীয়া সুকীয়াকৈ অনুষ্ঠিত হ’ব নিৰ্বাচন। নিৰ্বাচনত স্থাপন কৰা হ’ব ২৪,৮৮৪টা ভোটকেন্দ্ৰ ।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: 2 mayassam electionPanchayat Election
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

ছোনম ৱাংচুকক ব্যৱহাৰ কৰি আছে CJP-এ, মন্তব্য শ্বেতা তিৱাৰীৰ
বিনোদন

ছোনম ৱাংচুকক ব্যৱহাৰ কৰি আছে CJP-এ, মন্তব্য শ্বেতা তিৱাৰীৰ

July 16, 2026
ইতিহাসৰ অন্যতম ভয়াৱহ সামুদ্ৰিক দুৰ্ঘটনা! ৫ শতাধিকৰ মৃ*ত্যুৰ আশংকা
বিশ্ব

ইতিহাসৰ অন্যতম ভয়াৱহ সামুদ্ৰিক দুৰ্ঘটনা! ৫ শতাধিকৰ মৃ*ত্যুৰ আশংকা

July 16, 2026
জনতাৰ মূৰত মাধমাৰ, পুনৰ বৃদ্ধি অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য
অসম

জনতাৰ মূৰত মাধমাৰ, পুনৰ বৃদ্ধি অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য

July 16, 2026
শিক্ষামন্ত্ৰীৰ পদত্যাগৰ দাবীৰে এইবাৰ Broiler Chicken Partyৰ আত্মপ্ৰকাশ
ৰাজনীতি

শিক্ষামন্ত্ৰীৰ পদত্যাগৰ দাবীৰে এইবাৰ Broiler Chicken Partyৰ আত্মপ্ৰকাশ

July 15, 2026
Next Post
কাইলৈ ৩ এপ্ৰিল তাৰিখে ভাগ্যৰ দ্বাৰ মুকলি হ’ব ৫ ৰাশিৰ লোকৰ

কাইলৈ ৩ এপ্ৰিল তাৰিখে ভাগ্যৰ দ্বাৰ মুকলি হ'ব ৫ ৰাশিৰ লোকৰ

লালু যাদৱৰ স্বাস্থ্যৰ অধিক অৱনতি, দিল্লীলৈ নিয়াৰ প্ৰস্তুতি

লালু যাদৱৰ স্বাস্থ্যৰ অধিক অৱনতি, দিল্লীলৈ নিয়াৰ প্ৰস্তুতি

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.