• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
ডিচ’পজেব্যল (Disposable) কাপত চাহ খাই নেকি? আপোনাৰ কেন্সাৰ হোৱাটো খাটাং!

ডিচ’পজেব্যল (Disposable) কাপত চাহ খাই নেকি? আপোনাৰ কেন্সাৰ হোৱাটো খাটাং!

3 years ago
বাৰে বাৰে ওঁঠ ফটাৰ সমস্যা? তেন্তে আওকাণ নকৰিব এনে লক্ষণক

বাৰে বাৰে ওঁঠ ফটাৰ সমস্যা? তেন্তে আওকাণ নকৰিব এনে লক্ষণক

34 minutes ago
ঘৰত অপৰাজিতা আছে নেকি? আহিব সুখ-সমৃদ্ধি!

ঘৰত অপৰাজিতা আছে নেকি? আহিব সুখ-সমৃদ্ধি!

1 hour ago
২৯ জুলাইত শুক্ৰই সলাব নক্ষত্ৰ, সলনি হ’ব ৩ ৰাশিৰ ভাগ্য!

২৯ জুলাইত শুক্ৰই সলাব নক্ষত্ৰ, সলনি হ’ব ৩ ৰাশিৰ ভাগ্য!

2 hours ago
ভাল খবৰ! EPFO নিয়মত আহিছে শিথিলতা

ভাল খবৰ! EPFO নিয়মত আহিছে শিথিলতা

3 hours ago
আপুনি পিন্ধা জিন্সৰ ৰং পাতল হৈছে নেকি? সহজ পদ্ধতিৰে বজাই ৰাখক কাপোৰৰ প্ৰকৃত ৰং

আনৰ কাপোৰ পিন্ধাৰ অভ্যাস আছে নেকি? তেন্তে দুৰ্ভাগ্যই দেখা দিব আপোনাক!

3 hours ago
শৰীৰৰ কোনটো অংগৰ প্ৰয়োজন কম? ৯৯% লোকে নাজানে সঠিক উত্তৰ

শৰীৰৰ কোনটো অংগৰ প্ৰয়োজন কম? ৯৯% লোকে নাজানে সঠিক উত্তৰ

5 hours ago
আগন্তুক সপ্তাহত ভাগ্য মুকলি হ’ব ৩ ৰাশিৰ! আপোনাৰ মূল্যাংকই কি ইংগিত দিছে জানক

আগন্তুক সপ্তাহত ভাগ্য মুকলি হ’ব ৩ ৰাশিৰ! আপোনাৰ মূল্যাংকই কি ইংগিত দিছে জানক

19 hours ago
Chanakya Niti: ভুলতো এনে মানুহক নকৰিব সহায়, আচাৰ্য চাণক্যই কৰিছে সাৱধান!

Chanakya Niti: ভুলতো এনে মানুহক নকৰিব সহায়, আচাৰ্য চাণক্যই কৰিছে সাৱধান!

19 hours ago
নিশা টোপনি নাহে নেকি? হ’ব পাৰে কোনো গুৰুতৰ ৰোগ!

নিশা টোপনি নাহে নেকি? হ’ব পাৰে কোনো গুৰুতৰ ৰোগ!

20 hours ago
বাংলাদেশলৈ উভতি আহিলে মৃ*ত্যুদণ্ড… শ্বেখ হাছিনাক NCP ৰ ভাবুকি

বাংলাদেশলৈ উভতি আহিলে মৃ*ত্যুদণ্ড… শ্বেখ হাছিনাক NCP ৰ ভাবুকি

20 hours ago
সঘনাই মুখ-জিভাত ঘা, এয়া কি ৰোগৰ লক্ষণ জানক

সঘনাই মুখ-জিভাত ঘা, এয়া কি ৰোগৰ লক্ষণ জানক

21 hours ago
গুৱাহাটীত নেৰানেপেৰা বৰষুণ, বতৰ বিজ্ঞান কেন্দ্ৰই জাৰি কৰিলে সতৰ্কবাণী

গুৱাহাটীত নেৰানেপেৰা বৰষুণ, বতৰ বিজ্ঞান কেন্দ্ৰই জাৰি কৰিলে সতৰ্কবাণী

21 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Sunday, July 12, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী স্বাস্থ্য

ডিচ’পজেব্যল (Disposable) কাপত চাহ খাই নেকি? আপোনাৰ কেন্সাৰ হোৱাটো খাটাং!

ডিচ'পজেব্যল (Disposable) পাত্ৰত খাদ্য খালে কেন্সাৰৰ লগতে সৃষ্টি হয় থাইৰয়ডৰ দৰে সমস্যা

editor by editor
December 24, 2023
in স্বাস্থ্য
0
ডিচ’পজেব্যল (Disposable) কাপত চাহ খাই নেকি? আপোনাৰ কেন্সাৰ হোৱাটো খাটাং!
0
SHARES
331
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

ডিজিটেল ডেস্কঃ ডিচ’পজেব্যল (Disposable) কাপ নাইবা গ্লাছত পানী নতুবা চাহ হয়তো আপুনিও খায়। কিন্তু কেতিয়াবা ভাৱি চাইছেনে, এনে পাত্ৰত খাই আপুনি নিজৰ স্বাস্থ্যক তিল তিলকৈ মাৰি আছে। আচহুৱা যেন লাগিলেও, এই ভয়ংকৰ তথ্য চিকিতসকসকলে কেতিয়াবাই পোহৰলৈ আনিছিল। কিন্তু আমাৰ অমনোযোগিতাৰ বাবেই আমি নিজেই নিজৰ স্বাস্থ্যক লৈ হেতালি খেলি আছো।

চিকিতসকসকলে গৱেষণা কৰি পোহৰলৈ অনা তথ্য অনুসৰি, ডিচ’পজেব্যল গ্লাছত অধিক দিন চাহ নাইবা পানী সেৱন কৰিলে কেন্সাৰৰ দৰে মাৰাত্মক ৰোগে শৰীৰত থিতাপি লয়। চিকিতসকসকলে জনোৱা অনুসৰি, এই কাপবোৰ প্ৰস্তুত কৰোতে বিছফেনেল আৰু বি পি এৰ দৰে কেমিকেল ব্যৱহাৰ কৰা হয়। এই কেমিকেলবোৰ মানৱ স্বাস্থ্যৰ বাবে অতিকৈ অপকাৰী। যেতিয়া কোনো গৰম বস্তু এই পাত্ৰবোৰত খোৱা হয় তেতিয়া ইয়াত থকা এই মাৰাত্মক কেমিকেল আমি খোৱা খাদ্য সামগ্ৰীৰ সৈতে মিহলৈ হৈ আমাৰ শৰীৰত প্ৰৱেশ কৰে। ইয়াৰ ফলতে কেন্সাৰৰ দৰে জটিল ৰোগৰ জন্ম হয়।

চিকিতসকসকৰ গৱেষণাত লগতে পোহৰলৈ আহিছিল যে, এই ডিচ’পজেব্যল (Disposable) গ্লাছত খাদ্য সেৱন কৰিলে থাইৰয়ডৰ দৰে সমস্যাই ঠাই লয়। এইবোৰ প্ৰস্তুত কৰোতে কেৱল কেমিকেলে নহয়, মাইক্ৰপ্লাষ্টিকৰো ব্যৱহাৰ হয়। এই মাইক্ৰপ্লাষ্টিকৰ বাবেই মানৱ শৰীৰত থাইৰয়ডৰ দৰে সমস্যাই দেখা দিয়ে। এইখিনিতে উল্লেখ কৰা প্ৰয়োজন যে, সুৰা আৰু চিগাৰেট সেৱন কৰা লোকে এই ডিচ’পজেব্যল (Disposable)ৰ পাত্ৰ ব্যৱহাৰ কৰিলে কেন্সাৰৰ দৰে ৰোগ অতি সহজে শৰীৰত ঠাই লয়।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

বাৰে বাৰে ওঁঠ ফটাৰ সমস্যা? তেন্তে আওকাণ নকৰিব এনে লক্ষণক
জীৱনশৈলী

বাৰে বাৰে ওঁঠ ফটাৰ সমস্যা? তেন্তে আওকাণ নকৰিব এনে লক্ষণক

July 12, 2026
আপোনাৰ সংগীয়ে ধূম্ৰপান কৰে নেকি? চুম্বন কৰাৰ পূৰ্বে ১০০ বাৰ ভাবক!
জীৱনশৈলী

আপোনাৰ সংগীয়ে ধূম্ৰপান কৰে নেকি? চুম্বন কৰাৰ পূৰ্বে ১০০ বাৰ ভাবক!

July 11, 2026
এতিয়াৰে পৰা বজাৰত নাপাব কোনো ধৰণৰ Energy Drink
জীৱনশৈলী

এতিয়াৰে পৰা বজাৰত নাপাব কোনো ধৰণৰ Energy Drink

July 11, 2026
ডায়েবেটিছ ৰোগীৰ বাবে ডাঙৰ সকাহ, সপ্তাহত এবাৰহে মাত্ৰ প্ৰয়োজন হ’ব ইনচুলিন!
ভাৰত

ডায়েবেটিছ ৰোগীৰ বাবে ডাঙৰ সকাহ, সপ্তাহত এবাৰহে মাত্ৰ প্ৰয়োজন হ’ব ইনচুলিন!

July 10, 2026
Next Post
খ্ৰীষ্টমাছত বিশেষ এজোপা গছ সজোৱাৰ আঁৰত আছে বিশেষ কাৰণ! বৰদিনত এইকেইটা নিয়ম পালনৰ আঁৰত আছে কেইবাটাও ৰহস্য

খ্ৰীষ্টমাছত বিশেষ এজোপা গছ সজোৱাৰ আঁৰত আছে বিশেষ কাৰণ! বৰদিনত এইকেইটা নিয়ম পালনৰ আঁৰত আছে কেইবাটাও ৰহস্য

চাউণ্ড বক্সৰ সৈতে গৈছিল গাড়ীৰ ওপৰতঃ  বনভোজ খাবলৈ গৈ উভতি নাহিল নলবাৰীৰ চন্দন…

চাউণ্ড বক্সৰ সৈতে গৈছিল গাড়ীৰ ওপৰতঃ বনভোজ খাবলৈ গৈ উভতি নাহিল নলবাৰীৰ চন্দন...

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.