• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
ধনতেৰাছৰ এদিন পূৰ্বে সোণৰ মূল্য হ্ৰাস, মিছকল দি জানিব পাৰিব আপোনাৰ চহৰৰ সোণৰ মূল্য

ধনতেৰাছৰ এদিন পূৰ্বে সোণৰ মূল্য হ্ৰাস, মিছকল দি জানিব পাৰিব আপোনাৰ চহৰৰ সোণৰ মূল্য

1 year ago
IPL ত RCB ৰ বিৰুদ্ধে RR ৰ জয়লাভ, বৰ্ষাপাৰাত ইতিহাস গঢ়িলে ঘৰুৱা দলটোৱে

IPL ত RCB ৰ বিৰুদ্ধে RR ৰ জয়লাভ, বৰ্ষাপাৰাত ইতিহাস গঢ়িলে ঘৰুৱা দলটোৱে

5 hours ago
IPL ত ১৫ বছৰীয়া বৈভৱ সূৰ্যবংশীৰ চমক, ২৬ টা বলত ৭৮ ৰাণ সংগ্ৰহ

IPL ত ১৫ বছৰীয়া বৈভৱ সূৰ্যবংশীৰ চমক, ২৬ টা বলত ৭৮ ৰাণ সংগ্ৰহ

6 hours ago
প্ৰথম প্ৰেমত প্ৰতাৰণা? এই ৫ টা টিপছে সহায় কৰিব আঘাত পাহৰাত!

প্ৰথম প্ৰেমত প্ৰতাৰণা? এই ৫ টা টিপছে সহায় কৰিব আঘাত পাহৰাত!

7 hours ago
টোপনিত নাকৰ শব্দ, ই কোনো ৰোগৰ লক্ষণ নেকি ?

টোপনিত নাকৰ শব্দ, ই কোনো ৰোগৰ লক্ষণ নেকি ?

8 hours ago
ৰেড ফ্লেগ আৰু গ্ৰীণ ফ্লেগ কি? জানক কিয় Gen Z ৰ মাজত এই দুটা শব্দ জনপ্ৰিয়

ৰেড ফ্লেগ আৰু গ্ৰীণ ফ্লেগ কি? জানক কিয় Gen Z ৰ মাজত এই দুটা শব্দ জনপ্ৰিয়

8 hours ago
বুদ্ধিৰে ধন উপাৰ্জন কৰাৰ কৌশল, মাত্ৰ নকৰিব এইবোৰ ভুল!

বুদ্ধিৰে ধন উপাৰ্জন কৰাৰ কৌশল, মাত্ৰ নকৰিব এইবোৰ ভুল!

8 hours ago
বিবাহত বাধা আৰু পোৱা নাই সংগী, এয়া গ্ৰহ দোষ নেকি?

বিবাহত বাধা আৰু পোৱা নাই সংগী, এয়া গ্ৰহ দোষ নেকি?

9 hours ago
ধনৰ হ’ব বৰষুণ, বুধ গ্ৰহৰ গোচৰে প্ৰভাৱ পেলাব ১২ ৰাশিৰ ভাগ্যত!

ধনৰ হ’ব বৰষুণ, বুধ গ্ৰহৰ গোচৰে প্ৰভাৱ পেলাব ১২ ৰাশিৰ ভাগ্যত!

10 hours ago
আজি বৰ্ষাপাৰাত RR vs RCB ৰ মেচ, কোন হ’ব জয়ী?

আজি বৰ্ষাপাৰাত RR vs RCB ৰ মেচ, কোন হ’ব জয়ী?

11 hours ago
‘শেষত মানি ল’লে’, অৰ্জুন কাপুৰ মানসিকভাৱে অশান্তিত আছে নেকি?

‘শেষত মানি ল’লে’, অৰ্জুন কাপুৰ মানসিকভাৱে অশান্তিত আছে নেকি?

12 hours ago
হনুমানক সন্তুষ্ট কৰাৰ সহজ উপায়, পাব জীৱনত সফলতা!

হনুমানক সন্তুষ্ট কৰাৰ সহজ উপায়, পাব জীৱনত সফলতা!

12 hours ago
‘WhatsApp বিশ্বাসযোগ্য এপ নহয়’, ইলন মাস্কে কিয় ক’লে এইদৰে?

‘WhatsApp বিশ্বাসযোগ্য এপ নহয়’, ইলন মাস্কে কিয় ক’লে এইদৰে?

13 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, April 11, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

ধনতেৰাছৰ এদিন পূৰ্বে সোণৰ মূল্য হ্ৰাস, মিছকল দি জানিব পাৰিব আপোনাৰ চহৰৰ সোণৰ মূল্য

editor by editor
October 28, 2024
in জীৱনশৈলী, বিবিধ, বিশ্ব, ভাৰত
0
ধনতেৰাছৰ এদিন পূৰ্বে সোণৰ মূল্য হ্ৰাস, মিছকল দি জানিব পাৰিব আপোনাৰ চহৰৰ সোণৰ মূল্য
0
SHARES
328
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

ধনতেৰাছৰ এদিন পূৰ্বে সোণৰ মূল্য হ্ৰাস, মিছকল দি জানিব পাৰিব আপোনাৰ চহৰৰ সোণৰ মূল্য

ধনেৰাছত সোণ-ৰূপ ক্ৰয় কৰাটো অতি শুভ বুলি গণ্য কৰা হয়। ধনেৰাছত সোণ ক্ৰয় কৰিলে দেৱী লক্ষ্মীয়ে বছৰটোতে আপোনাৰ ঘৰত বাস কৰে বুলি বিশ্বাস আছে। এইবাৰ ধনেৰাছ ২৯ অক্টোবৰত।

একে সময়তে ধনতেৰাছৰ এদিন পূর্বে ২০২৪ চনৰ ২৮ অক্টোবৰত ভাৰতীয় বুলিয়নৰ বজাৰত সোণৰ মূল্য হ্ৰাস পোৱা গৈছে৷ কিন্তু আজি ৰূপৰ দামৰ কোনো পৰিৱৰ্তন হোৱা নাই।

সোমবাৰে দিল্লীৰ বুলিয়ন বজাৰত সোণৰ মূল্য ৪০০ টকা হ্ৰাস পাই ৮১,১০০ টকা প্ৰতি ১০ গ্ৰামত বন্ধ হৈ পৰে। অল ইণ্ডিয়া বুলিয়ন এছ’চিয়েশ্যনৰ তথ্য অনুসৰি বিদেশী বজাৰত দুৰ্বল ধাৰা থকাৰ বাবেই এই হ্ৰাস ঘটিছে।

শনিবাৰে সোণৰ মূল্য ৯৯.৯ শতাংশ আৰু ৯৯.৫ শতাংশ বিশুদ্ধতাৰ সৰ্বকালৰ সৰ্বোচ্চ মূল্য ক্ৰমে ৮১,৫০০ আৰু ৮১,১০০ টকা প্ৰতি ১০ গ্ৰামত উপনীত হৈছিল। সোমবাৰে ৯৯.৫ শতাংশ বিশুদ্ধতাৰ সোণৰ মূল্য ৪০০ টকা হ্ৰাস পাই প্ৰতি ১০ গ্ৰামত ৮০,৭০০ টকা হয়। ব্যৱসায়ীসকলে কয় যে স্থানীয় বজাৰত জুৱেলাৰী আৰু ষ্টকিষ্টৰ চাহিদাৰ অভাৱ আৰু বিশ্বৰ বজাৰত মন্থৰতাৰ বাবে সোণৰ মূল্য হ্ৰাস পাইছে।

কিন্তু ৰূপৰ মূল্য স্থিৰ হৈ থাকে প্ৰতি কেজিত ৯৯,৫০০ টকা।

মিছড কলৰ জৰিয়তে সোণৰ ৰেট জানিব পাৰে। ইয়াৰ বাবে আপুনি মাত্ৰ এই নম্বৰ 8955664433 ত এটা মিছড কল দিব লাগিব আৰু আপোনাৰ ফোনত এটা মেছেজ আহিব, য’ত আপুনি শেহতীয়া ৰেট পৰীক্ষা কৰিব পাৰিব।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: DhanterasDiwaliGold Price DownGold Privce
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

IPL ত ১৫ বছৰীয়া বৈভৱ সূৰ্যবংশীৰ চমক, ২৬ টা বলত ৭৮ ৰাণ সংগ্ৰহ
বিনোদন

IPL ত ১৫ বছৰীয়া বৈভৱ সূৰ্যবংশীৰ চমক, ২৬ টা বলত ৭৮ ৰাণ সংগ্ৰহ

April 10, 2026
প্ৰথম প্ৰেমত প্ৰতাৰণা? এই ৫ টা টিপছে সহায় কৰিব আঘাত পাহৰাত!
জীৱনশৈলী

প্ৰথম প্ৰেমত প্ৰতাৰণা? এই ৫ টা টিপছে সহায় কৰিব আঘাত পাহৰাত!

April 10, 2026
টোপনিত নাকৰ শব্দ, ই কোনো ৰোগৰ লক্ষণ নেকি ?
জীৱনশৈলী

টোপনিত নাকৰ শব্দ, ই কোনো ৰোগৰ লক্ষণ নেকি ?

April 10, 2026
ৰেড ফ্লেগ আৰু গ্ৰীণ ফ্লেগ কি? জানক কিয় Gen Z ৰ মাজত এই দুটা শব্দ জনপ্ৰিয়
জীৱনশৈলী

ৰেড ফ্লেগ আৰু গ্ৰীণ ফ্লেগ কি? জানক কিয় Gen Z ৰ মাজত এই দুটা শব্দ জনপ্ৰিয়

April 10, 2026
Next Post
বাবা ভেংগা আৰু নষ্ট্ৰাডামুছৰ ২০২৫ক লৈ একেটাই ভৱিষ্যদ্বাণী, প্ৰলয় আহিব অহা বছৰ

স্তম্ভিত হৈ পৰিব আপুনি, টাইটানিক সন্দৰ্ভত অভিনেত্ৰীয়ে প্ৰকাশ কৰিলে বিশেষ গোপনীয়তা

২০ বছৰীয়া যুৱকে দিছিল ছলমান খান আৰু জীশান ছিদ্দিকিক ভাবুকি, অৱশেষত গ্ৰেপ্তাৰ

২০ বছৰীয়া যুৱকে দিছিল ছলমান খান আৰু জীশান ছিদ্দিকিক ভাবুকি, অৱশেষত গ্ৰেপ্তাৰ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.