• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
২০ বছৰীয়া যুৱকে দিছিল ছলমান খান আৰু জীশান ছিদ্দিকিক ভাবুকি, অৱশেষত গ্ৰেপ্তাৰ

২০ বছৰীয়া যুৱকে দিছিল ছলমান খান আৰু জীশান ছিদ্দিকিক ভাবুকি, অৱশেষত গ্ৰেপ্তাৰ

2 years ago
দৈনিক ৰাশিফল, মকৰ সংক্ৰান্তিৰ পূৰ্বে ভাগ্যোদয় ৩ ৰাশিৰ, কিন্তু আন ৩ ৰাশিৰ সমস্যা বৃদ্ধি

বুধবাৰে কোন কোন ৰাশিৰ ভাগ্য উজলিব? জানক ১২টা ৰাশিৰ ভাগ্য

1 hour ago
প্ৰতিদিনে এটা মধুৰিআম খালে শৰীৰত দেখিব আচৰিত প্ৰভাৱ!

প্ৰতিদিনে এটা মধুৰিআম খালে শৰীৰত দেখিব আচৰিত প্ৰভাৱ!

1 hour ago
প্ৰেমত হাবুডুবু খাব সংগী, মাত্ৰ সলনি কৰক এইকেইটা অভ্যাস!

সম্পৰ্কত নাথাকে তিক্ততা, মৰম দিব বিচাৰিব স্বামীয়ে, মাত্ৰ অনুসৰণ কৰক এই টিপছ!

2 hours ago
চাকৰি বিচাৰি হাবাথুৰি খাইছে যুৱপ্ৰজন্মই! ভাৰতৰ নিবনুৱা হাৰ কিমান?

চাকৰি বিচাৰি হাবাথুৰি খাইছে যুৱপ্ৰজন্মই! ভাৰতৰ নিবনুৱা হাৰ কিমান?

2 hours ago
বিপদে লগ এৰা নাই অমৃতপ্ৰভাক, আদালতৰ চৰ্ত উলংঘা কৰিলে বাতিল হ’ব জামিন

বিপদে লগ এৰা নাই অমৃতপ্ৰভাক, আদালতৰ চৰ্ত উলংঘা কৰিলে বাতিল হ’ব জামিন

2 hours ago
Kidney damage: পানী সেৱনৰ পিছতো ভাগৰুৱা? এই ৮টা লক্ষণে দিয়ে বৃক্কৰ সমস্যাৰ ইংগিত

Kidney damage: পানী সেৱনৰ পিছতো ভাগৰুৱা? এই ৮টা লক্ষণে দিয়ে বৃক্কৰ সমস্যাৰ ইংগিত

3 hours ago
দুৰ্গা পূজাৰ পূৰ্বে ভাল খবৰ পাব ৩ ৰাশিৰ লোকে, মুকলি হ’ব নতুন পথ!

দুৰ্গা পূজাৰ পূৰ্বে ভাল খবৰ পাব ৩ ৰাশিৰ লোকে, মুকলি হ’ব নতুন পথ!

4 hours ago
নৱৰাত্ৰিত বিবাহৰ বান্ধোনত সোমাই নকৰিব ভুল! সংসাৰত পৰিব প্ৰভাৱ

নৱৰাত্ৰিত বিবাহৰ বান্ধোনত সোমাই নকৰিব ভুল! সংসাৰত পৰিব প্ৰভাৱ

4 hours ago
চৰ্চাত বিপাশা বাসু, পুনৰ আৰম্ভ কৰিব অভিনয় যাত্ৰা!

চৰ্চাত বিপাশা বাসু, পুনৰ আৰম্ভ কৰিব অভিনয় যাত্ৰা!

5 hours ago
ভাগ্যত আহিব পাৰে নতুন সুযোগ, ৪ ৰাশিৰ হ’ব আৰ্থিক উন্নতি!

ভাগ্যত আহিব পাৰে নতুন সুযোগ, ৪ ৰাশিৰ হ’ব আৰ্থিক উন্নতি!

6 hours ago
অমৃতপ্ৰভা মুক্ত! মুকলি আকাশৰ তলত জুবিন গাৰ্গৰ ঘটনাৰে জড়িত প্ৰথমগৰাকী অভিযুক্ত

অমৃতপ্ৰভা মুক্ত! মুকলি আকাশৰ তলত জুবিন গাৰ্গৰ ঘটনাৰে জড়িত প্ৰথমগৰাকী অভিযুক্ত

8 hours ago
কাইলৈৰ পৰা এইকেইটাৰ ৰাশিৰ লোকৰ খুলিব সৌভাগ্যৰ দুৱাৰ

আজি ভাগ্যই ল’ব নতুন ৰূপ, সলনি হ’ব ৫ ৰাশিৰ লোকৰ জীৱন!

8 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Tuesday, October 13, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিনোদন চিনেমা

২০ বছৰীয়া যুৱকে দিছিল ছলমান খান আৰু জীশান ছিদ্দিকিক ভাবুকি, অৱশেষত গ্ৰেপ্তাৰ

editor by editor
October 29, 2024
in চিনেমা, বিনোদন, বিবিধ, বিশ্ব, ভাৰত
0
২০ বছৰীয়া যুৱকে দিছিল ছলমান খান আৰু জীশান ছিদ্দিকিক ভাবুকি, অৱশেষত গ্ৰেপ্তাৰ
0
SHARES
190
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

২০ বছৰীয়া যুৱকে দিছিল ছলমান খান আৰু জীশান ছিদ্দিকিক ভাবুকি, অৱশেষত গ্ৰেপ্তাৰ

বলীউডৰ অভিনেতা ছলমান খান আৰু বাবা ছিদ্দিকিৰ পুত্ৰ জীশান ছিদ্দিকীক ভাবুকি দিয়া যুৱকক গ্ৰেপ্তাৰ। ২০ বছৰীয়া এক যুৱকে ভাবুকি দিছিল দুয়োকে।

এই যুৱকেই বান্দ্ৰা ইষ্টৰ জীশান ছিদ্দিকিৰ জনসংযোগ কাৰ্যালয়লৈ ফোন কৰি ভাবুকি দিছিল। শুকুৰবাৰে সন্ধিয়া কৰা হৈছিল এই ভাবুকিমূলক ফোন। এই ফোনত জীশান ছিদ্দিকি আৰু অভিনেতা ছলমান খানক মৃত্যুৰ ভাবুকি দিছিল অচিনাকি ব্যক্তিয়ে।

জিশান ছিদ্দিকিৰ কার্যালয়ৰ কর্মচাৰীয়ে দিয়া এজাহাৰৰ ভিত্তিত অচিনাকি ব্যক্তিৰ বিৰুদ্ধে নিৰ্মলনগৰ থানাত গোচৰ ৰুজু কৰা হয়। এই গোচৰৰ ভিত্তিতে আৰক্ষীয়ে তদন্ত কৰি নয়দাৰ পৰা এজন ২০ বছৰীয়া অভিযুক্তক গ্ৰেপ্তাৰ কৰে। অভিযুক্তৰ নাম গুফৰাণ।

আৰক্ষীৰ সূত্ৰ অনুসৰি প্ৰাথমিক তদন্তত এনে লাগে যে এই ভাবুকিমূলক ফোন কেৱল ধন বিচৰাৰ বাবেহে কৰা হৈছিল। অৱশ্যে আৰক্ষীয়ে এতিয়াও বিষয়টোৰ তদন্ত অব্যাহত ৰাখিছে আৰু বিষয়টো প্ৰতিটো কোণৰ পৰা চোৱা হৈছে।

মহম্মদ টায়াব ওৰফে গুৰফান দিল্লীৰ বাসিন্দা বুলি জানিব পৰা গৈছে। ছেক্টৰ-৩৯ থানা এলেকাৰ পৰা নয়ডাৰ অভিযুক্তক গ্ৰেপ্তাৰ কৰিছে। মুম্বাই আৰক্ষীয়ে গুৰফানক ট্ৰেনজিট ৰিমাণ্ডত লৈছে।

শেহতীয়াকৈ মুম্বাই যান-বাহন আৰক্ষীয়ে ছলমান খানৰ নামত এক ভাবুকি বাৰ্তা লাভ কৰিছিল। এক ভাবুকিপূৰ্ণ বাৰ্তাত অভিনেতা ছলমান খানৰ পৰা ৫ কোটি টকাৰ দাবী কৰিছিল। মুম্বাই যান-বাহন আৰক্ষীৰ হোৱাটছএপ নম্বৰলৈ প্ৰেৰণ কৰা বাৰ্তাত কোৱা হৈছে যে ইয়াক সহজভাৱে লোৱা নাই।

বাৰ্তা টোত কোৱা হৈছিল যে, -যদি ছলমান খানে জীয়াই থাকিব বিচাৰে আৰু লৰেন্স বিষ্ণয়ৰ সৈতে শত্ৰুতা শেষ কৰিব বিচাৰে তেন্তে ৫ কোটি টকা দিব লাগিব। বাৰ্তাটোত আৰু সকীয়াই দিয়া হৈছিল যে যদিহে এই ধন নিদিয়ে তেন্তে ছলমান খানৰ অৱস্থা বাবা ছিদ্দিকীতকৈও বেয়া হ’ব।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: baba SiddikiJishan SidikiSalman Khan
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

দৈনিক ৰাশিফল, মকৰ সংক্ৰান্তিৰ পূৰ্বে ভাগ্যোদয় ৩ ৰাশিৰ, কিন্তু আন ৩ ৰাশিৰ সমস্যা বৃদ্ধি
জীৱনশৈলী

বুধবাৰে কোন কোন ৰাশিৰ ভাগ্য উজলিব? জানক ১২টা ৰাশিৰ ভাগ্য

October 13, 2026
প্ৰতিদিনে এটা মধুৰিআম খালে শৰীৰত দেখিব আচৰিত প্ৰভাৱ!
জীৱনশৈলী

প্ৰতিদিনে এটা মধুৰিআম খালে শৰীৰত দেখিব আচৰিত প্ৰভাৱ!

October 13, 2026
প্ৰেমত হাবুডুবু খাব সংগী, মাত্ৰ সলনি কৰক এইকেইটা অভ্যাস!
জীৱনশৈলী

সম্পৰ্কত নাথাকে তিক্ততা, মৰম দিব বিচাৰিব স্বামীয়ে, মাত্ৰ অনুসৰণ কৰক এই টিপছ!

October 13, 2026
চাকৰি বিচাৰি হাবাথুৰি খাইছে যুৱপ্ৰজন্মই! ভাৰতৰ নিবনুৱা হাৰ কিমান?
ভাৰত

চাকৰি বিচাৰি হাবাথুৰি খাইছে যুৱপ্ৰজন্মই! ভাৰতৰ নিবনুৱা হাৰ কিমান?

October 13, 2026
Next Post
আজি ধনতেৰাছত ত্ৰিপুষ্কৰ যোগ, কুবেৰৰ এই মন্ত্ৰ জপ কৰক, ধনেৰে ভৰি পৰিব ভঁৰাল

আজি ধনতেৰাছত ত্ৰিপুষ্কৰ যোগ, কুবেৰৰ এই মন্ত্ৰ জপ কৰক, ধনেৰে ভৰি পৰিব ভঁৰাল

আজি ধনতেৰাছত ১০০ বছৰৰ পাছত বিৰল কাকতলীয়া ঘটনা, কুবেৰৰ কৃপাত মেষ-সিংহ ৰাশিকে ধৰি ৬ ৰাশিৰ ধন-সম্পত্তি বৃদ্ধি

আজি ধনতেৰাছত ১০০ বছৰৰ পাছত বিৰল কাকতলীয়া ঘটনা, কুবেৰৰ কৃপাত মেষ-সিংহ ৰাশিকে ধৰি ৬ ৰাশিৰ ধন-সম্পত্তি বৃদ্ধি

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.