• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
দীপাৱলিতেই মুকেশ আম্বানীয়ে দিছে উপহাৰ! ৩৭লাখ মানুহক কি উপহাৰ দিব আম্বানীয়ে?

দীপাৱলিতেই মুকেশ আম্বানীয়ে দিছে উপহাৰ! ৩৭লাখ মানুহক কি উপহাৰ দিব আম্বানীয়ে?

1 year ago
Oscars 2026: কোনখন ছবিয়ে কি শিতানত দখল কৰিলে ২০২৬ বৰ্ষৰ অস্কাৰ?

Oscars 2026: কোনখন ছবিয়ে কি শিতানত দখল কৰিলে ২০২৬ বৰ্ষৰ অস্কাৰ?

1 hour ago
দুপৰীয়া টোপনি যোৱা অভ্যাসে মাতিব পাৰে বিপদ!

দুপৰীয়া টোপনি যোৱা অভ্যাসে মাতিব পাৰে বিপদ!

2 hours ago
LPG চিলিণ্ডাৰৰ নতুন আপডেট, হ্ৰাস নে বৃদ্ধি পালে বুকিং?

LPG চিলিণ্ডাৰৰ নতুন আপডেট, হ্ৰাস নে বৃদ্ধি পালে বুকিং?

3 hours ago
মহাদেৱৰ আশীৰ্বাদ পাবলৈ সোমবাৰে কৰক এইকেইটা কাম!

মহাদেৱৰ আশীৰ্বাদ পাবলৈ সোমবাৰে কৰক এইকেইটা কাম!

3 hours ago
অভাৱে জুৰুলা কৰিব আপোনাক! ভুলতো জোতা-চেণ্ডেল পিন্ধি প্ৰৱেশ নকৰিব পাকঘৰত

অভাৱে জুৰুলা কৰিব আপোনাক! ভুলতো জোতা-চেণ্ডেল পিন্ধি প্ৰৱেশ নকৰিব পাকঘৰত

4 hours ago
পাকঘৰৰ এইবিধ সামগ্ৰীয়ে দূৰ কৰিব আপোনাৰ ছালৰ সমস্যা!

পাকঘৰৰ এইবিধ সামগ্ৰীয়ে দূৰ কৰিব আপোনাৰ ছালৰ সমস্যা!

15 hours ago
বিয়াত বহিবলৈ অমান্তি প্ৰেমিকা, প্ৰেমিকে সংঘটিত কৰিলে আচৰিত কাণ্ড!

বিয়াত বহিবলৈ অমান্তি প্ৰেমিকা, প্ৰেমিকে সংঘটিত কৰিলে আচৰিত কাণ্ড!

16 hours ago
প্ৰেমত কোনে বেছি বলিয়া হৈ পৰে, ল’ৰা নে ছোৱালী?

প্ৰেমত কোনে বেছি বলিয়া হৈ পৰে, ল’ৰা নে ছোৱালী?

17 hours ago
মহিলাৰ অত্যাধিক চুলি সৰাৰ সমস্যা! এয়া কোনো ৰোগৰ লক্ষণ নেকি?

মহিলাৰ অত্যাধিক চুলি সৰাৰ সমস্যা! এয়া কোনো ৰোগৰ লক্ষণ নেকি?

17 hours ago
দাঁতৰ বিষে অশান্তি কৰিছে নেকি? ঘৰুৱা সহজ পদ্ধতিৰে কৰক দূৰ!

দাঁতৰ বিষে অশান্তি কৰিছে নেকি? ঘৰুৱা সহজ পদ্ধতিৰে কৰক দূৰ!

18 hours ago
কিমান তাৰিখে ৰাজ্যত অনুষ্ঠিত হ’ব বিধানসভা নিৰ্বাচন?

কিমান তাৰিখে ৰাজ্যত অনুষ্ঠিত হ’ব বিধানসভা নিৰ্বাচন?

19 hours ago
শনিয়ে ধ্বংস কৰিব আপোনাৰ কেৰিয়াৰ, ভুলতো নকৰিব এইবোৰ কাম!

শনিয়ে ধ্বংস কৰিব আপোনাৰ কেৰিয়াৰ, ভুলতো নকৰিব এইবোৰ কাম!

20 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Monday, March 16, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

দীপাৱলিতেই মুকেশ আম্বানীয়ে দিছে উপহাৰ! ৩৭লাখ মানুহক কি উপহাৰ দিব আম্বানীয়ে?

দীপাৱলিতেই মুকেশ আম্বানীয়ে দিছে উপহাৰ! ৩৭লাখ মানুহক কি উপহাৰ দিব আম্বানীয়ে?

editor by editor
October 28, 2024
in জীৱনশৈলী, বিবিধ, ভাৰত, লেখা
0
দীপাৱলিতেই মুকেশ আম্বানীয়ে দিছে উপহাৰ! ৩৭লাখ মানুহক কি উপহাৰ দিব আম্বানীয়ে?
0
SHARES
1.3k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

পোহৰৰ উৎসৱ দীপাৱলি৷ এই উৎসৱ সকলো পৰিয়াল, বন্ধু বান্ধৱসকলৰ সৈতে আনন্দ কৰে৷ ইয়াৰোপৰি এজনে আনজনক উপহাৰ দিয়ে৷ দীপাৱলিত হাত খুলি উপহাৰ দিবলৈ আগবাঢ়িছে মুকেশ আম্বানীও৷ দেশৰ সকলোতকৈ ধনী ব্যক্তি তথা ৰিলায়েন্স ইণ্ডাষ্ট্ৰিজৰ চেয়াৰমেন মুকেশ আম্বানীয়ে ঘোষণা কৰিছে উপহাৰ৷ দুই-চাৰিজনক নহয় ৩৭ লাখ মানুহক উপহাৰ দিব মুকেশ আম্বানীয়ে৷

সম্প্ৰতি ৰিলায়েন্স ইণ্ডাষ্ট্ৰিৰ সাধাৰণ বৈঠকত মুকেশ আম্বানী ঘোষণা কৰিছে যে, বিনিয়োগকাৰীসকলক তেওঁ এই বিশেষ উপহাৰ দিব৷ দীপাৱলিৰ পূৰ্বে এই উপহাৰ দিয়া হ’ব৷ জনা গৈছে যে, উপহাৰ হিচাপে বোনাছ শ্বেয়াৰ দিয়া হ’ব ৰিলায়েন্স বিনিয়োগকাৰীসকলক৷ মুঠ ৩৭ লাখ বিনিয়োগৰাকীয়ে লাভ কৰিব এই উপহাৰ৷

ৰিলায়েন্স ইণ্ডাষ্ট্ৰীজৰ তৰফৰ পৰা জনা গৈছে যে শ্বেয়াৰ হোল্ডাৰসকলৰ শ্বেয়াৰে প্ৰতি বোনাছ শ্বেয়াৰ উপহাৰ দিব আম্বানীয়ে৷ অৰ্থাৎ আপুনি যদি বিনিয়োগ কৰিছে আপোনাৰ বিনিয়োগ দিগুণ হ’ব৷

কোনে কোনে পাব এই উপহাৰ?

ৰিলায়েন্স ইণ্ডাষ্ট্ৰিজৰ ৰেকৰ্ড বুকত যিসকলৰ নাম আছে সেই সমস্ত বিনিয়োগকাৰীয়ে এই বোনাছ শ্বেয়াৰ উপহাৰ পাব৷ ইয়াৰ পূৰ্বে ২০১৭ চনত ৰিলায়েন্স ইণ্ডাষ্ট্ৰিজ শ্বেয়াৰ হোল্ডাৰসকলে বোনাছ শ্বেয়াৰ উপহাৰ পাইছিল৷ ২০০৯ চনতো একেদৰেই বোনাছ শ্বেয়াৰ দিয়া হৈছিল৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

দুপৰীয়া টোপনি যোৱা অভ্যাসে মাতিব পাৰে বিপদ!
জীৱনশৈলী

দুপৰীয়া টোপনি যোৱা অভ্যাসে মাতিব পাৰে বিপদ!

March 16, 2026
মহাদেৱৰ আশীৰ্বাদ পাবলৈ সোমবাৰে কৰক এইকেইটা কাম!
জীৱনশৈলী

মহাদেৱৰ আশীৰ্বাদ পাবলৈ সোমবাৰে কৰক এইকেইটা কাম!

March 16, 2026
অভাৱে জুৰুলা কৰিব আপোনাক! ভুলতো জোতা-চেণ্ডেল পিন্ধি প্ৰৱেশ নকৰিব পাকঘৰত
জীৱনশৈলী

অভাৱে জুৰুলা কৰিব আপোনাক! ভুলতো জোতা-চেণ্ডেল পিন্ধি প্ৰৱেশ নকৰিব পাকঘৰত

March 16, 2026
পাকঘৰৰ এইবিধ সামগ্ৰীয়ে দূৰ কৰিব আপোনাৰ ছালৰ সমস্যা!
জীৱনশৈলী

পাকঘৰৰ এইবিধ সামগ্ৰীয়ে দূৰ কৰিব আপোনাৰ ছালৰ সমস্যা!

March 15, 2026
Next Post
পিতৃ ৰান্ধনী, মাতৃ অংগনবড়ী কৰ্মী! অভাৱৰ সংসাৰত Youtubeত পঢ়াশুনা কৰিয়েই UPSC পাছ কৰিলে বিনি মুৰুলীয়ে

পিতৃ ৰান্ধনী, মাতৃ অংগনবড়ী কৰ্মী! অভাৱৰ সংসাৰত Youtubeত পঢ়াশুনা কৰিয়েই UPSC পাছ কৰিলে বিনি মুৰুলীয়ে

কটকটীয়া নিৰাপত্তাবেষ্টনীৰ মাজত ADRE পৰীক্ষা, হঠাৎ পৰীক্ষাহলত বাজি উঠিল পৰীক্ষাৰ্থীৰ ফোন, তাৰপিছত?

কটকটীয়া নিৰাপত্তাবেষ্টনীৰ মাজত ADRE পৰীক্ষা, হঠাৎ পৰীক্ষাহলত বাজি উঠিল পৰীক্ষাৰ্থীৰ ফোন, তাৰপিছত?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.