• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
কুম্ভমেলালৈ যাব? ভুলতো মহাকুম্ভৰ পৰা এইসমূহ সামগ্ৰী ঘৰলৈ নানিব

কুম্ভমেলালৈ যাব? ভুলতো মহাকুম্ভৰ পৰা এইসমূহ সামগ্ৰী ঘৰলৈ নানিব

1 year ago
কেনে যাব আজি আপোনাৰ দিনটো?

কেনে যাব আজি আপোনাৰ দিনটো?

24 minutes ago
শীঘ্ৰে পাব ৫ ৰাশিৰ লোকে সুখবৰ, জানক দৈনিক ৰাশিফল

কাইলৈ নতুন খবৰ পাব ৪ ৰাশিৰ লোকে, জানক কাৰ কাৰ উদয় হ’ব ভাগ্য!

8 hours ago
৫ মিনিটতে WhatsAppত উপলব্ধ হ’ব আয়ুষ্মান কাৰ্ড, এইদৰে কৰক আবেদন

৫ মিনিটতে WhatsAppত উপলব্ধ হ’ব আয়ুষ্মান কাৰ্ড, এইদৰে কৰক আবেদন

9 hours ago
পুৰণি ৫০ বা ১০০ টকীয়া নোট আছে নেকি? তেন্তে হ’ব পাৰিব কোটিপতি!

পুৰণি ৫০ বা ১০০ টকীয়া নোট আছে নেকি? তেন্তে হ’ব পাৰিব কোটিপতি!

9 hours ago
‘কেৰিয়াৰ বচাবলৈ দীপিকাক ত্যাগ কৰিলো!’ ক’লে দীপিকা পাডুকনৰ প্ৰাক্তন প্ৰেমিকে

‘কেৰিয়াৰ বচাবলৈ দীপিকাক ত্যাগ কৰিলো!’ ক’লে দীপিকা পাডুকনৰ প্ৰাক্তন প্ৰেমিকে

10 hours ago
২২ জুলাইৰ পূৰ্বে হওক সাৱধান, হ’ব পাৰে দুৰ্ঘটনা!

২২ জুলাইৰ পূৰ্বে হওক সাৱধান, হ’ব পাৰে দুৰ্ঘটনা!

11 hours ago
ডায়েবেটিছ ৰোগীৰ বাবে ডাঙৰ সকাহ, সপ্তাহত এবাৰহে মাত্ৰ প্ৰয়োজন হ’ব ইনচুলিন!

ডায়েবেটিছ ৰোগীৰ বাবে ডাঙৰ সকাহ, সপ্তাহত এবাৰহে মাত্ৰ প্ৰয়োজন হ’ব ইনচুলিন!

11 hours ago
সংগীৰ নাকৰ শব্দই নিশা টোপনিত ব্যাঘাত জন্মাইছে নেকি? ব্যয়ামেৰে কৰক দূৰ

সংগীৰ নাকৰ শব্দই নিশা টোপনিত ব্যাঘাত জন্মাইছে নেকি? ব্যয়ামেৰে কৰক দূৰ

13 hours ago
নেটৱৰ্ক অবিহনেও এতিয়াৰে পৰা পাতিব পাৰিব কথা, কিন্তু কেনেকৈ?

নেটৱৰ্ক অবিহনেও এতিয়াৰে পৰা পাতিব পাৰিব কথা, কিন্তু কেনেকৈ?

14 hours ago
‘মই খুলিলোঁ, আপুনিও কাপোৰ খুলি লওক!’ এয়া কি কাণ্ড কৰিলে ছেইফ আলী খানে?

‘মই খুলিলোঁ, আপুনিও কাপোৰ খুলি লওক!’ এয়া কি কাণ্ড কৰিলে ছেইফ আলী খানে?

14 hours ago
আপোনাৰ দৰমহা কিমান বৃদ্ধি পাব? DA নিৰ্ণয়ৰ সূত্ৰটো কি জানক

আপোনাৰ দৰমহা কিমান বৃদ্ধি পাব? DA নিৰ্ণয়ৰ সূত্ৰটো কি জানক

15 hours ago
সোণে দেখুৱাইছে যাদু! এয়াই উচিত সময় নেকি গহনা ক্ৰয়ৰ?

সোণে দেখুৱাইছে যাদু! এয়াই উচিত সময় নেকি গহনা ক্ৰয়ৰ?

16 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, July 11, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

কুম্ভমেলালৈ যাব? ভুলতো মহাকুম্ভৰ পৰা এইসমূহ সামগ্ৰী ঘৰলৈ নানিব

কুম্ভমেলালৈ যাব? ভুলতো মহাকুম্ভৰ পৰা এইসমূহ সামগ্ৰী ঘৰলৈ নানিব

editor by editor
January 27, 2025
in জীৱনশৈলী, বিবিধ, ভাৰত, লেখা
0
কুম্ভমেলালৈ যাব? ভুলতো মহাকুম্ভৰ পৰা এইসমূহ সামগ্ৰী ঘৰলৈ নানিব
0
SHARES
809
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

১৪৪ বছৰ পাছত প্ৰয়াগৰাজত আয়োজিত মহাকুম্ভলৈ যোৱাৰ পৰিকল্পনা আছে আপোনাৰ৷ আপুনি যদি মহাকুম্ভৰ পূণ্যস্নান কৰিবলৈ যোৱাৰ পৰিকল্পনা কৰিছে তেতিয়া এই বিষয়টো মনত ৰখা জৰুৰী৷ কাৰণ আপোনাৰ কোনো ভুলৰ ফলত মহাকুম্ভত যোগ দিয়াৰ পূণ্যৰ পৰা বঞ্চিত হ’ব পাৰে আপুনি৷ জানি থওক মহাকুম্ভলৈ গৈ কি ৫টা কাম নকৰিব?

বিনামূলীয়াকৈ একো নল’ব

কুম্ভমেলাত গৈ ভুলতো বিনামূলীয়াকৈ কাৰোৰে পৰা একো নল’ব৷ শাস্ত্ৰ অনুসৰি তীৰ্থস্থানলৈ গ’লে কেতিয়াও কাৰো পৰা বিনামূলীয়াকৈ একো নল’ব৷ কোনোৱে যদি আপোনাক কিবা দিয়েও লগে লগে মূল্য দিব৷ তীৰ্থস্থানলৈ গৈ কাৰোবাৰ পৰা কিবা বিনামূলীয়াকৈ ল’লে তীৰ্থ যাত্ৰা কৰাৰ পূণ্যফল আপুনি লাভ নকৰিব৷

কাকোৱেই দুখ নিদিব

মহাকুম্ভত গৈ ভুলতো কাকো দুখ নিদিব৷ আপোনাৰ বাবে যদি কোনোৱে আঘাত পায় তেতিয়া পূণ্যস্নানৰ ফল আপুনি সম্পূৰ্ণকৈ নাপাব৷ মহাকুম্ভত গৈ ভুলতো কাৰোৰে দুখৰ কাৰণ হৈ নপৰিব৷ কাৰোবাৰ অভিশাপ মূৰত লৈ আহিলে পূণ্যলাভ নকৰিব৷

কাৰোবাৰ প্ৰতি দ্বেষ

কুম্ভলৈ গ’লে নিজৰ মনত কাৰোৰে প্ৰতি হিংসা, দ্বেষ নাৰাখিব৷ সঙ্গমত স্নান কৰাৰ পূৰ্বে সকলো ধৰণৰ ঈৰ্ষা আৰু খঙৰ পৰা মুক্ত হৈ লওক৷ মনৰ পৰা শুদ্ধ নহ’লে কেৱল শৰীৰ শুদ্ধ কৰি কোনো লাভ নহয়৷

খং নকৰিব

মহাকুম্ভত গৈ ভুলতো কাৰো ওপৰত কোনো খং কঢ়িয়াই নাথাকিব৷ খং, ঘৃণা আৰু প্ৰতিশোধ পৰায়ণতাৰ পৰা মুক্ত হৈ কুম্ভৰ সঙ্গমত স্নান কৰক৷

খাদ্যবস্তু নানিব

কুম্ভমেলাত যি খাদ্য আপুনি সংগ্ৰহ কৰিছে তাতেই খাই শেষ কৰক৷ কুম্ভত কিনা খাদ্যবস্তু ভুলতো ঘৰলৈ নানিব৷ বেছি খাদ্য লগত থাকিলে তাতেই কাৰোবাক দান দি আহক৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

কেনে যাব আজি আপোনাৰ দিনটো?
জীৱনশৈলী

কেনে যাব আজি আপোনাৰ দিনটো?

July 11, 2026
শীঘ্ৰে পাব ৫ ৰাশিৰ লোকে সুখবৰ, জানক দৈনিক ৰাশিফল
জীৱনশৈলী

কাইলৈ নতুন খবৰ পাব ৪ ৰাশিৰ লোকে, জানক কাৰ কাৰ উদয় হ’ব ভাগ্য!

July 10, 2026
৫ মিনিটতে WhatsAppত উপলব্ধ হ’ব আয়ুষ্মান কাৰ্ড, এইদৰে কৰক আবেদন
বাণিজ্য

৫ মিনিটতে WhatsAppত উপলব্ধ হ’ব আয়ুষ্মান কাৰ্ড, এইদৰে কৰক আবেদন

July 10, 2026
পুৰণি ৫০ বা ১০০ টকীয়া নোট আছে নেকি? তেন্তে হ’ব পাৰিব কোটিপতি!
বাণিজ্য

পুৰণি ৫০ বা ১০০ টকীয়া নোট আছে নেকি? তেন্তে হ’ব পাৰিব কোটিপতি!

July 10, 2026
Next Post
ত্ৰিবেণী যোগত কাইলৈ সৌভাগ্য তুংগত থাকিব ৫ৰাশিৰ জাতকৰ, কেৰিয়াৰত বৃহৎ উন্নতি

ত্ৰিবেণী যোগত কাইলৈ সৌভাগ্য তুংগত থাকিব ৫ৰাশিৰ জাতকৰ, কেৰিয়াৰত বৃহৎ উন্নতি

সপ্তাহত কেইদিন সংগীৰ সৈতে মধুসময় কটালে সুখী হৈ পৰিব জীৱন? সম্পৰ্কত শাৰীৰিক চাহিদাৰ প্ৰয়োজনীয়তা আছেনে?

সপ্তাহত কেইদিন সংগীৰ সৈতে মধুসময় কটালে সুখী হৈ পৰিব জীৱন? সম্পৰ্কত শাৰীৰিক চাহিদাৰ প্ৰয়োজনীয়তা আছেনে?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.