• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
কেৱল মানুহেই নহয়, সাগৰৰ ডলফিনেও নাচি নাচি আদৰণি জনালে সুনীতা-বুশ্বক

কেৱল মানুহেই নহয়, সাগৰৰ ডলফিনেও নাচি নাচি আদৰণি জনালে সুনীতা-বুশ্বক

1 year ago
কৰ্মচাৰীয়ে চাকৰি এৰাৰ ২ দিনৰ ভিতৰতে পাব সম্পূৰ্ণ দৰমহা! আহিছে নতুন নিয়ম

কৰ্মচাৰীয়ে চাকৰি এৰাৰ ২ দিনৰ ভিতৰতে পাব সম্পূৰ্ণ দৰমহা! আহিছে নতুন নিয়ম

24 minutes ago
তেল নোহোৱাকৈ জ্বলি থাকে এগছি বন্তি, এই মন্দিটোত গ’লে পূৰণ হয় ভক্তৰ মনোকামনা!

তেল নোহোৱাকৈ জ্বলি থাকে এগছি বন্তি, এই মন্দিটোত গ’লে পূৰণ হয় ভক্তৰ মনোকামনা!

53 minutes ago
৮০% সমকামীৰে ভৰিছে পাকিস্তান! পোহৰলৈ আহিছে চাঞ্চল্যকৰ খবৰ

৮০% সমকামীৰে ভৰিছে পাকিস্তান! পোহৰলৈ আহিছে চাঞ্চল্যকৰ খবৰ

1 hour ago
কেতিয়াৰ পৰা Income Tax Return প্ৰক্ৰিয়া আৰম্ভ হ’ব?

কেতিয়াৰ পৰা Income Tax Return প্ৰক্ৰিয়া আৰম্ভ হ’ব?

18 hours ago
কিমান সম্পত্তি আছে ৰাঘৱ চাদ্দাৰ? নেটৱৰ্থ জানি হ’ব আচৰিত!

কিমান সম্পত্তি আছে ৰাঘৱ চাদ্দাৰ? নেটৱৰ্থ জানি হ’ব আচৰিত!

18 hours ago
ছোৱালীৰ জিন্স পেন্টত কিয় চেইন থাকে? ৯৯% লোকে নাজানে সঠিক উত্তৰ

ছোৱালীৰ জিন্স পেন্টত কিয় চেইন থাকে? ৯৯% লোকে নাজানে সঠিক উত্তৰ

19 hours ago
বিজেপিত যোগদান কৰিব নেকি ৰাঘৱ চাদ্দাই? আতিশীয়ে দিলে উত্তৰ

বিজেপিত যোগদান কৰিব নেকি ৰাঘৱ চাদ্দাই? আতিশীয়ে দিলে উত্তৰ

19 hours ago
Post Office Saving Account কি? মাত্ৰ ৫০০ টকাৰে একাউণ্ট খুলি হওক ধনী!

Post Office Saving Account কি? মাত্ৰ ৫০০ টকাৰে একাউণ্ট খুলি হওক ধনী!

20 hours ago
শনিয়ে বনাব ৰজা, শনিৰ দৃষ্টিয়ে সলাব আপোনাৰ ভাগ্য!

শনিয়ে বনাব ৰজা, শনিৰ দৃষ্টিয়ে সলাব আপোনাৰ ভাগ্য!

21 hours ago
বিপদৰ আগমণ ৩ ৰাশিৰ জীৱনলৈ, ১১ মে’ৰ পূৰ্বে হওক সজাগ!

বিপদৰ আগমণ ৩ ৰাশিৰ জীৱনলৈ, ১১ মে’ৰ পূৰ্বে হওক সজাগ!

22 hours ago
আইচক্ৰীম নিষিদ্ধ এখন গাওঁ, ধৰা পৰিলেই ৫ হাজাৰ টকাৰ জৰিমনা

আইচক্ৰীম নিষিদ্ধ এখন গাওঁ, ধৰা পৰিলেই ৫ হাজাৰ টকাৰ জৰিমনা

22 hours ago
ঘৰ চাফা কৰোতে নকৰিব ভুল, ক্ষতি হ’ব আপোনাৰ অৰ্থ !

ঘৰ চাফা কৰোতে নকৰিব ভুল, ক্ষতি হ’ব আপোনাৰ অৰ্থ !

23 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, April 4, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিবিধ

কেৱল মানুহেই নহয়, সাগৰৰ ডলফিনেও নাচি নাচি আদৰণি জনালে সুনীতা-বুশ্বক

editor by editor
March 19, 2025
in বিবিধ, বিশ্ব, ভাৰত
0
কেৱল মানুহেই নহয়, সাগৰৰ ডলফিনেও নাচি নাচি আদৰণি জনালে সুনীতা-বুশ্বক
0
SHARES
2.1k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

কেৱল মানুহেই নহয়, সাগৰৰ ডলফিনেও নাচি নাচি আদৰণি জনালে সুনীতা-বুশ্বক

ভাৰতীয় মূলৰ মহাকাশচাৰী সুনীতা উইলিয়ামছে এতিয়া পৃথিৱীত। সুনীতা উইলিয়ামছৰ সৈতে বুশ্ব উইলম’ৰো সুকলমে উভতি আহিছে। ভাৰতীয় সময় অনুসৰি পুৱা প্ৰায় ৩:৩০ বজাত সুনীতা উইলিয়ামছ আৰু বুশ্ব উইলম’ৰৰ ড্ৰেগন কেপচুলে ফ্ল’ৰিডাৰ উপকূলত সফল অৱতৰণ কৰে।

সুনীতা-বুশ্বৰ সফল উভতনি যাত্ৰাত সমগ্ৰ বিশ্ববাসীয়ে সুখী অনুভৱ কৰিছে। পাছে কেৱল মানুহেই নহয়, জীৱ-জন্তুৱেও যেন বুজি পাইছে এই সুখৰ কথা। তাৰেই প্ৰমাণ পোৱা যায় সুনীতাহঁত উভতি অহা ভিডিঅ’ চালে।

এই লিংকত ক্লিক কৰিলে চাব পাৰিব ভিডিঅ’টো- https://x.com/NASA_Johnson/status/1902124589636784140

এই ড্ৰেগন কেপচুলটো সাগৰত অৱতৰণ কৰাৰ দৃশ্যটোও চাবলগীয়া আছিল। ড্ৰেগন কেপচুলটো সাগৰৰ মাজত অৱতৰণ কৰাৰ লগে লগে নাছাৰ দলটোৱে স্পীড ব’টৰ সহায়ত কেপচুলটোৰ ওচৰ পায়গৈ।

নাছাৰ দলটোৱে যেতিয়া ড্ৰেগন কেপচুলত উপস্থিত হয় তেতিয়া ডলফিনৰ এটা দলো সেই স্থানত উপস্থিত হৈ ঘূৰি ঘূৰি সাঁতুৰি সুনীতা উইলিয়ামছক আদৰিবলৈ ধৰে।

বিশেষ কথাটো হ’ল ডলফিনৰ দলটোৱে ড্ৰেগন কেপচুলৰ চাৰিওফালে বহুসময় ধৰি তেনেদৰে ঘূৰি ঘূৰি ফুৰিছিল, এনে লাগিছিল যেন ডলফিনবোৰোও সাগৰৰ তলীৰ পৰা ওলাই আহি ক্ৰু-৯ৰ সকলো সদস্যক আদৰণি জনাইছে।

সমগ্ৰ বিশ্ববাসীয়ে এতিয়া সুনীতা উইলিয়ামছ আৰু বুশ্ব উইলম’ৰৰ সফল লেণ্ডিঙৰ লগতে প্ৰত্যক্ষ কৰিছে ডলফিনৰ জাকটোও।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: Butch WilmoreIndian Origin Sunita WilliamsSunita Wiiliams
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

কৰ্মচাৰীয়ে চাকৰি এৰাৰ ২ দিনৰ ভিতৰতে পাব সম্পূৰ্ণ দৰমহা! আহিছে নতুন নিয়ম
বাণিজ্য

কৰ্মচাৰীয়ে চাকৰি এৰাৰ ২ দিনৰ ভিতৰতে পাব সম্পূৰ্ণ দৰমহা! আহিছে নতুন নিয়ম

April 4, 2026
তেল নোহোৱাকৈ জ্বলি থাকে এগছি বন্তি, এই মন্দিটোত গ’লে পূৰণ হয় ভক্তৰ মনোকামনা!
জীৱনশৈলী

তেল নোহোৱাকৈ জ্বলি থাকে এগছি বন্তি, এই মন্দিটোত গ’লে পূৰণ হয় ভক্তৰ মনোকামনা!

April 4, 2026
৮০% সমকামীৰে ভৰিছে পাকিস্তান! পোহৰলৈ আহিছে চাঞ্চল্যকৰ খবৰ
বিশ্ব

৮০% সমকামীৰে ভৰিছে পাকিস্তান! পোহৰলৈ আহিছে চাঞ্চল্যকৰ খবৰ

April 4, 2026
কেতিয়াৰ পৰা Income Tax Return প্ৰক্ৰিয়া আৰম্ভ হ’ব?
বাণিজ্য

কেতিয়াৰ পৰা Income Tax Return প্ৰক্ৰিয়া আৰম্ভ হ’ব?

April 3, 2026
Next Post
ভাৰতলৈ অহাটো নিশ্চিত কৰিলে পৰিয়ালে, কোন ৰাজ্যৰ সৈতে কি সম্পৰ্ক সুনীতাৰ

ভাৰতলৈ অহাটো নিশ্চিত কৰিলে পৰিয়ালে, কোন ৰাজ্যৰ সৈতে কি সম্পৰ্ক সুনীতাৰ

আজি ৰং পঞ্চমীত বিশাখা নক্ষত্ৰত হৰ্ষণ যোগ, সফলতাৰ দুৱাৰ মুকলি হ’ব এই ৰাশিৰ

আজি ৰং পঞ্চমীত বিশাখা নক্ষত্ৰত হৰ্ষণ যোগ, সফলতাৰ দুৱাৰ মুকলি হ'ব এই ৰাশিৰ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.