• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
ভাৰতলৈ অহাটো নিশ্চিত কৰিলে পৰিয়ালে, কোন ৰাজ্যৰ সৈতে কি সম্পৰ্ক সুনীতাৰ

ভাৰতলৈ অহাটো নিশ্চিত কৰিলে পৰিয়ালে, কোন ৰাজ্যৰ সৈতে কি সম্পৰ্ক সুনীতাৰ

1 year ago
৪ জুলাইত শুক্ৰই কৰিব সিংহ ৰাশিত প্ৰৱেশ, জানক কোন ৰাশিৰ উদয় হ’ব ভাগ্য!

৪ জুলাইত শুক্ৰই কৰিব সিংহ ৰাশিত প্ৰৱেশ, জানক কোন ৰাশিৰ উদয় হ’ব ভাগ্য!

7 minutes ago
বিৰাট কোহলিক চেৰ পেলাই দ্বিতীয় স্থানত শুভমন গিল

বিৰাট কোহলিক চেৰ পেলাই দ্বিতীয় স্থানত শুভমন গিল

38 minutes ago
শচীন তেণ্ডুলকাৰৰ দৰে বৈভৱ সূৰ্যবংশীয়ে পালে বিশেষ অনুমতি, BCCI এ কৰিলে নিয়ম সলনি

শচীন তেণ্ডুলকাৰৰ দৰে বৈভৱ সূৰ্যবংশীয়ে পালে বিশেষ অনুমতি, BCCI এ কৰিলে নিয়ম সলনি

56 minutes ago
মছজিদত প্ৰশাসনৰ বুলড’জাৰ, বিদেশী ৰাষ্ট্ৰৰ পতাকাসহ জব্দ বহু আপত্তিজনক নথি

মছজিদত প্ৰশাসনৰ বুলড’জাৰ, বিদেশী ৰাষ্ট্ৰৰ পতাকাসহ জব্দ বহু আপত্তিজনক নথি

1 hour ago
কাইলৈ ভাগ্য উদয় হ’ব ৫ ৰাশিৰ, হঠাতে হাতলৈ আহিব পাৰে অৰ্থ!

কাইলৈ ভাগ্য উদয় হ’ব ৫ ৰাশিৰ, হঠাতে হাতলৈ আহিব পাৰে অৰ্থ!

2 hours ago
আমি অসমীয়া হ’ম কেতিয়া? বন্ধ দিলেই হ’ব নেকি সমাধান?

আমি অসমীয়া হ’ম কেতিয়া? বন্ধ দিলেই হ’ব নেকি সমাধান?

2 hours ago
টকাৰে হ’ব ঘৰ উভৈনদী, মাথোঁ সূৰ্যাস্তৰ সময়ত নকৰিব এইকেইটা ভুল!

টকাৰে হ’ব ঘৰ উভৈনদী, মাথোঁ সূৰ্যাস্তৰ সময়ত নকৰিব এইকেইটা ভুল!

2 hours ago
আফগানিস্তানৰ বিৰুদ্ধে ভাৰতৰ বেটিং বিক্ৰম

আফগানিস্তানৰ বিৰুদ্ধে ভাৰতৰ বেটিং বিক্ৰম

3 hours ago
জুবিন গাৰ্গৰ ‘হামিং’ কিয় ইমান মৰ্মস্পৰ্শী? প্ৰকাশ বিশ্বৰ আগশাৰীৰ বিজ্ঞান গৱেষণা পত্ৰিকাত

জুবিন গাৰ্গৰ ‘হামিং’ কিয় ইমান মৰ্মস্পৰ্শী? প্ৰকাশ বিশ্বৰ আগশাৰীৰ বিজ্ঞান গৱেষণা পত্ৰিকাত

4 hours ago
আপুনি ভাবিব নোৱাৰা হিং*স্ৰতাৰে ভৰা এক উৎসৱ

আপুনি ভাবিব নোৱাৰা হিং*স্ৰতাৰে ভৰা এক উৎসৱ

4 hours ago
‘মোদী মোৰ ভাল বন্ধু!’ মোদীৰ প্ৰশংসাত পঞ্চমুখ ড’নাল্ড ট্ৰাম্প, আঁৰৰ কাৰণ কি?

‘মোদী মোৰ ভাল বন্ধু!’ মোদীৰ প্ৰশংসাত পঞ্চমুখ ড’নাল্ড ট্ৰাম্প, আঁৰৰ কাৰণ কি?

5 hours ago
FIFA World Cup 2026: ছাকিৰাক চাব নে নোৰাক? ফুটবল বিশ্বকাপত দেখিব দুয়োৰে যাদু!

FIFA World Cup 2026: ছাকিৰাক চাব নে নোৰাক? ফুটবল বিশ্বকাপত দেখিব দুয়োৰে যাদু!

5 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, June 6, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিবিধ

ভাৰতলৈ অহাটো নিশ্চিত কৰিলে পৰিয়ালে, কোন ৰাজ্যৰ সৈতে কি সম্পৰ্ক সুনীতাৰ

editor by editor
March 19, 2025
in বিবিধ, বিশ্ব, ভাৰত
0
ভাৰতলৈ অহাটো নিশ্চিত কৰিলে পৰিয়ালে, কোন ৰাজ্যৰ সৈতে কি সম্পৰ্ক সুনীতাৰ
0
SHARES
1.9k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

ভাৰতলৈ অহাটো নিশ্চিত কৰিলে পৰিয়ালে, কোন ৰাজ্যৰ সৈতে কি সম্পৰ্ক সুনীতাৰ

সকলো বিশ্ববাসী সুনীতা উইলিয়ামছ আৰু বুশ্ব উইলমোৰক লৈ অধীৰ আগ্ৰহেৰে অপেক্ষা কৰি আছিল। দুয়োগৰাকী মহাকাশচাৰী যাতে সুকলমে ধৰাত ভৰি দিব পাৰে তাকে লৈ উৎকণ্ঠা।

কিন্তু ভাৰতবাসী কিয় ইমান বেছি আগ্ৰহী সুনীতাক লৈ। কিয় মাজ নিশাও সকলোৱে সাৰে থাকি চালে সুনীতা সুকলমে অহাৰ লাইভ। কিয় সকলো ভাৰতবাসীয়ে প্ৰাৰ্থনা কৰি থাকিল সকলো যাতে সুকলমে থাকে !

কাৰণ সুনীতাৰ নামটোতেই নিহিত হৈ আছে ভাৰত। ভাৰতীয় নাম থকা সুনীতা মূলতে ভাৰতৰ। যদিও সুনীতাৰ জন্ম আমেৰিকাৰ অহিয়োত তথাপি ভাৰতৰ সৈতে শিপা জোৰ খাই আছে সুনীতা উইলিয়ামছৰ।

কাৰণ সুনীতাৰ পিতৃ ভাৰতীয়। গুজৰাটৰ সৈতে সম্পৰ্ক আছে সুনীতাৰ। পিতৃ ডাক্টৰ দীপক পাণ্ডিয়া গুজৰাটী। সেই উদ্দেশ্যে ভাৰতৰ কন্যা হৈ পৰে সুনীতা । মাতৃ ইউৰোপৰ শ্লোভাকিয়াৰ।

আমেৰিকাতেই শিক্ষা গ্ৰগণ কৰিছিল সুনীতাই। ভাৰতলৈ পূৰ্বেও আহিছিল সুনীতা। পৰিয়ালে নিশ্চিত কৰিছে সুস্থ হৈ উঠিয়ে পুনৰ ভাৰতলৈ আহিব সুনীতা। গুজৰাটত থকা সুনীতাৰ পিতৃৰ পৰিয়ালে নিশ্চিত কৰিছে সুনীতা ভাৰতলৈ অহাৰ কথাটো।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: Indian Origin SunitaSunita William Relation With India
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

৪ জুলাইত শুক্ৰই কৰিব সিংহ ৰাশিত প্ৰৱেশ, জানক কোন ৰাশিৰ উদয় হ’ব ভাগ্য!
জীৱনশৈলী

৪ জুলাইত শুক্ৰই কৰিব সিংহ ৰাশিত প্ৰৱেশ, জানক কোন ৰাশিৰ উদয় হ’ব ভাগ্য!

June 6, 2026
বিৰাট কোহলিক চেৰ পেলাই দ্বিতীয় স্থানত শুভমন গিল
বিনোদন

বিৰাট কোহলিক চেৰ পেলাই দ্বিতীয় স্থানত শুভমন গিল

June 6, 2026
শচীন তেণ্ডুলকাৰৰ দৰে বৈভৱ সূৰ্যবংশীয়ে পালে বিশেষ অনুমতি, BCCI এ কৰিলে নিয়ম সলনি
বিনোদন

শচীন তেণ্ডুলকাৰৰ দৰে বৈভৱ সূৰ্যবংশীয়ে পালে বিশেষ অনুমতি, BCCI এ কৰিলে নিয়ম সলনি

June 6, 2026
মছজিদত প্ৰশাসনৰ বুলড’জাৰ, বিদেশী ৰাষ্ট্ৰৰ পতাকাসহ জব্দ বহু আপত্তিজনক নথি
ভাৰত

মছজিদত প্ৰশাসনৰ বুলড’জাৰ, বিদেশী ৰাষ্ট্ৰৰ পতাকাসহ জব্দ বহু আপত্তিজনক নথি

June 6, 2026
Next Post
আজি ৰং পঞ্চমীত বিশাখা নক্ষত্ৰত হৰ্ষণ যোগ, সফলতাৰ দুৱাৰ মুকলি হ’ব এই ৰাশিৰ

আজি ৰং পঞ্চমীত বিশাখা নক্ষত্ৰত হৰ্ষণ যোগ, সফলতাৰ দুৱাৰ মুকলি হ'ব এই ৰাশিৰ

প্ৰধানমন্ত্ৰীৰ মন কি বাতত বিশেষ বাৱে চৰ্চিত এগৰাকী জাৰ্মান জন্মান্ধ যুৱতী

প্ৰধানমন্ত্ৰীৰ মন কি বাতত বিশেষ বাৱে চৰ্চিত এগৰাকী জাৰ্মান জন্মান্ধ যুৱতী

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.