• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
আজি ৪৭ সংখ্যক ৰাষ্ট্ৰপতি হিচাপে শপত ল’ব ডোনাল্ড ট্ৰাম্পে, ভাৰতৰ হৈ উপস্থিত থাকিব দুগৰাকী

আজি ৪৭ সংখ্যক ৰাষ্ট্ৰপতি হিচাপে শপত ল’ব ডোনাল্ড ট্ৰাম্পে, ভাৰতৰ হৈ উপস্থিত থাকিব দুগৰাকী

2 years ago
আধাৰৰ ঠিকনা সলনি কৰিবলৈ নাই চিন্তা, ঘৰতে বহি কৰক অনলাইন আপডেট

আধাৰৰ ঠিকনা সলনি কৰিবলৈ নাই চিন্তা, ঘৰতে বহি কৰক অনলাইন আপডেট

1 hour ago
২০ টা কণী, ৯ টা লোকেল মুৰ্গী! অসমীয়া খাদ্যসম্ভাৰৰ প্ৰেমত দ্য গ্ৰেট খালী?

২০ টা কণী, ৯ টা লোকেল মুৰ্গী! অসমীয়া খাদ্যসম্ভাৰৰ প্ৰেমত দ্য গ্ৰেট খালী?

2 hours ago
আজি মেষ, বৃষকে আদি কৰি ৪ ৰাশিৰ ফুলিব কপাল, জীৱনে ল’ব নতুন গতি!

আজি ভাগ্য উদয় হ’ব ৩ ৰাশিৰ, জীৱনে ল’ব নতুন গতি!

4 hours ago
৯ লাখ টকাৰ বৃত্তি পোৱাৰ সোণালী সুযোগ! কেনেকৈ কৰিব আবেদন?

৯ লাখ টকাৰ বৃত্তি পোৱাৰ সোণালী সুযোগ! কেনেকৈ কৰিব আবেদন?

17 hours ago
আঙুলিত অৰ্ধচন্দ্ৰৰ চিন? কোনো মাৰাত্মক ৰোগৰ লক্ষণ নেকি জানক

কাইলৈ কেনে যাব আপোনাৰ দিনটো? ৪ ৰাশিৰ হাতলৈ আহিব ধন!

17 hours ago
শৰীৰৰ কোন অংশৰ তিলে সলাব পাৰে আপোনাৰ ভাগ্য?

শৰীৰৰ কোন অংশৰ তিলে সলাব পাৰে আপোনাৰ ভাগ্য?

18 hours ago
গা ধুলে প্ৰস্ৰাৱ কৰে নেকি? তেন্তে পৰিব পাৰে ভয়ংকৰ বিপদত!

প্ৰস্ৰাৱত অধিক ফেন? নকৰিব আওকান, হ’ব পাৰে এইসমূহ গুৰুতৰ ৰোগ

18 hours ago
মাহেকীয়াত Pain Killer সেৱনে মাতৃ হোৱাৰ সপোন শেষ কৰে নেকি?

মাহেকীয়াৰ পূৰ্বে অত্যাধিক বগাস্ৰাৱ? এয়া স্বাভাৱিক নে চিন্তাৰ বিষয় জানক

19 hours ago
কিয় চাকৰি কৰা যুৱতী পচন্দ কৰে পুৰুষে? আঁৰত আছে ৫ টা কাৰণ

পুৰুষৰ তুলনাত এইটো বস্তু বেছি থাকে নাৰীৰ! জানি হ’ব আচৰিত

20 hours ago
২৭ নে ২৮ আগষ্টত ৰাখীবন্ধন? জানক এই দিনটোৰ ইতিহাস আৰু মহত্ব

২৭ নে ২৮ আগষ্টত ৰাখীবন্ধন? জানক এই দিনটোৰ ইতিহাস আৰু মহত্ব

20 hours ago
কি ৰঙৰ মানিবেগে ভাগ্য সলনি কৰে? বাস্তু মতে শুভ ৰং জানি লওক

কি ৰঙৰ মানিবেগে ভাগ্য সলনি কৰে? বাস্তু মতে শুভ ৰং জানি লওক

21 hours ago
প্ৰতিমাহে ৫০০০ টকাৰ SIP ৰে ১০ বছৰত উপাৰ্জন কৰক লাখ লাখ টকা

প্ৰতিমাহে ৫০০০ টকাৰ SIP ৰে ১০ বছৰত উপাৰ্জন কৰক লাখ লাখ টকা

21 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Monday, August 24, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিবিধ

আজি ৪৭ সংখ্যক ৰাষ্ট্ৰপতি হিচাপে শপত ল’ব ডোনাল্ড ট্ৰাম্পে, ভাৰতৰ হৈ উপস্থিত থাকিব দুগৰাকী

editor by editor
January 20, 2025
in বিবিধ, বিশ্ব, ভাৰত
0
আজি ৪৭ সংখ্যক ৰাষ্ট্ৰপতি হিচাপে শপত ল’ব ডোনাল্ড ট্ৰাম্পে, ভাৰতৰ হৈ উপস্থিত থাকিব দুগৰাকী
0
SHARES
193
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

আজি ৪৭ সংখ্যক ৰাষ্ট্ৰপতি হিচাপে শপত ল’ব ডোনাল্ড ট্ৰাম্পে, ভাৰতৰ হৈ উপস্থিত থাকিব দুগৰাকী

আজি ২০ জানুৱাৰী তাৰিখে ড’নাল্ড ট্ৰাম্পে আমেৰিকাৰ ৪৭ সংখ্যক ৰাষ্ট্ৰপতি হিচাপে শপত গ্ৰহণ কৰিবলৈ ওলাইছে। এই ঐতিহাসিক অনুষ্ঠানৰ বাবে সকলো প্ৰস্তুতি ইতিমধ্যে সম্পূৰ্ণ হৈছে। এইবাৰ প্ৰচণ্ড শীতৰ বাবে আমেৰিকাৰ কেপিটেলৰ ৰটাণ্ডাৰ ভিতৰতে শপত গ্ৰহণ অনুষ্ঠান অনুষ্ঠিত হ’ব।

ড’নাল্ড ট্ৰাম্পৰ শপত গ্ৰহণ অনুষ্ঠান আমেৰিকাৰ সময় অনুসৰি দুপৰীয়া ১২ বজাত অনুষ্ঠিত হ’ব। আনহাতে ভাৰতীয় সময় অনুসৰি এই অনুষ্ঠান আৰম্ভ হ’ব নিশা ১০:৩০ বজাৰ পৰা।

মুখ্য ন্যায়াধীশ জন ৰবাৰ্টছে ড’নাল্ড ট্ৰাম্পক শপত গ্ৰহণ কৰিব। উদ্বোধনী অনুষ্ঠানৰ সময়ত ট্ৰাম্পে দুখন বাইবেল ব্যৱহাৰ কৰিব, এখন তেওঁক মাতৃয়ে দিয়া আৰু আনখন লিংকন বাইবেল।

এই শপত গ্ৰহণ অনুষ্ঠানত ভাৰতৰ হৈ উপস্থিত থাকিব ভাৰতৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰী এছ. জয়শংকৰ আৰু মুকেশ আম্বানী। ইয়াৰ বাহিৰে অতিথি হিচাপে উপস্থিত থাকিব আৰ্জেণ্টিনাৰ ৰাষ্ট্ৰপতি জেভিয়াৰ মিলি, ইটালীৰ প্ৰধানমন্ত্ৰী জৰ্জিয়া মেলোনি, ইলন মাস্ক, জেফ বেজোছ আৰু মাৰ্ক জুকাৰবাৰ্গক অন্তৰ্ভুক্ত।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: america presidentDonald TrumpOath ceremonyPresident Oath Taking Ceremony
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

আধাৰৰ ঠিকনা সলনি কৰিবলৈ নাই চিন্তা, ঘৰতে বহি কৰক অনলাইন আপডেট
বাণিজ্য

আধাৰৰ ঠিকনা সলনি কৰিবলৈ নাই চিন্তা, ঘৰতে বহি কৰক অনলাইন আপডেট

August 24, 2026
২০ টা কণী, ৯ টা লোকেল মুৰ্গী! অসমীয়া খাদ্যসম্ভাৰৰ প্ৰেমত দ্য গ্ৰেট খালী?
অসম

২০ টা কণী, ৯ টা লোকেল মুৰ্গী! অসমীয়া খাদ্যসম্ভাৰৰ প্ৰেমত দ্য গ্ৰেট খালী?

August 24, 2026
আজি মেষ, বৃষকে আদি কৰি ৪ ৰাশিৰ ফুলিব কপাল, জীৱনে ল’ব নতুন গতি!
জীৱনশৈলী

আজি ভাগ্য উদয় হ’ব ৩ ৰাশিৰ, জীৱনে ল’ব নতুন গতি!

August 24, 2026
৯ লাখ টকাৰ বৃত্তি পোৱাৰ সোণালী সুযোগ! কেনেকৈ কৰিব আবেদন?
শিক্ষা

৯ লাখ টকাৰ বৃত্তি পোৱাৰ সোণালী সুযোগ! কেনেকৈ কৰিব আবেদন?

August 23, 2026
Next Post
শনি নক্ষত্ৰত মঙলৰ প্ৰৱেশে ৩ ৰাশিৰ জিলিকি উঠিব ভাগ্য, লাভ কৰিব সফলতা

শনি নক্ষত্ৰত মঙলৰ প্ৰৱেশে ৩ ৰাশিৰ জিলিকি উঠিব ভাগ্য, লাভ কৰিব সফলতা

আৰ জি কাৰ হাস্পতাল গোচৰ, ২.৪৫ বজাত ঐতিহাসিক ৰায়দান, সঞ্জয়ৰ কি হ’ব শাস্তি

আৰ জি কাৰ হাস্পতাল গোচৰ, ২.৪৫ বজাত ঐতিহাসিক ৰায়দান, সঞ্জয়ৰ কি হ'ব শাস্তি

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.