• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
৩ লাখ টকালৈ উঠিল গাধৰ মূল্য, ইয়াৰ প্ৰধান কাৰণ মহিলা

৩ লাখ টকালৈ উঠিল গাধৰ মূল্য, ইয়াৰ প্ৰধান কাৰণ মহিলা

1 year ago
আকাশৰ পৰা হেৰাই যাব চন্দ্ৰ! পৃথিৱীৰ একমাত্ৰ উপগ্ৰহৰ অস্তিত্বক লৈ বাঢ়িছে আশংকা, কি কৈছে বিজ্ঞানীয়ে?

আকাশৰ পৰা হেৰাই যাব চন্দ্ৰ! পৃথিৱীৰ একমাত্ৰ উপগ্ৰহৰ অস্তিত্বক লৈ বাঢ়িছে আশংকা, কি কৈছে বিজ্ঞানীয়ে?

53 seconds ago
গুৰুৰ ৰাশিলৈ আহিছে মঙ্গল, এপ্ৰিলৰ আৰম্ভণিতে আয়ৰ নতুন পথ খুলিছে ৪ৰাশিৰ

গুৰুৰ ৰাশিলৈ আহিছে মঙ্গল, এপ্ৰিলৰ আৰম্ভণিতে আয়ৰ নতুন পথ খুলিছে ৪ৰাশিৰ

33 minutes ago
এইকেইটা ৰাশি জন্মগতভাৱেই শিৱৰ প্ৰিয়, শিৱৰ প্ৰিয় এই ৩ৰাশি কি কি?

এইকেইটা ৰাশি জন্মগতভাৱেই শিৱৰ প্ৰিয়, শিৱৰ প্ৰিয় এই ৩ৰাশি কি কি?

55 minutes ago
আজি সন্ধিয়া মহালক্ষ্মী ৰাজযোগ, আঢ়ৈ দিন ধৰি ধন লাভৰ ভাগ্য আছে এই ৩ৰাশিৰ জাতকৰ

আজি সন্ধিয়া মহালক্ষ্মী ৰাজযোগ, আঢ়ৈ দিন ধৰি ধন লাভৰ ভাগ্য আছে এই ৩ৰাশিৰ জাতকৰ

2 hours ago
স্থান সলনি কৰিছে শনিয়ে, শনিৰ স্থান সলনিৰ ফলত সুদিন উভতিছে এই ৪ৰাশিৰ জীৱনলৈ

স্থান সলনি কৰিছে শনিয়ে, শনিৰ স্থান সলনিৰ ফলত সুদিন উভতিছে এই ৪ৰাশিৰ জীৱনলৈ

2 hours ago
প্ৰস্ৰাৱ জ্বলা-পোৰা আৰু দুৰ্গন্ধ… এয়া কি ৰোগৰ লক্ষণ?

প্ৰস্ৰাৱ জ্বলা-পোৰা আৰু দুৰ্গন্ধ… এয়া কি ৰোগৰ লক্ষণ?

3 hours ago
Facebookত আনৰ কন্টেন্ট চুৰি কৰি ব্যৱহাৰ কৰে নেকি? তেন্তে হেৰুৱাব আপোনাৰ একাউন্ট!

Facebookত আনৰ কন্টেন্ট চুৰি কৰি ব্যৱহাৰ কৰে নেকি? তেন্তে হেৰুৱাব আপোনাৰ একাউন্ট!

3 hours ago
প্ৰতিদিনে কণী খালে শৰীৰত দেখিব আচৰিত প্ৰভাৱ!

প্ৰতিদিনে কণী খালে শৰীৰত দেখিব আচৰিত প্ৰভাৱ!

4 hours ago
৬৬ বছৰত বয়সত গৰ্ভৱতী হ’ল নেকি নীনা গুপ্তা?

৬৬ বছৰত বয়সত গৰ্ভৱতী হ’ল নেকি নীনা গুপ্তা?

5 hours ago
হাড় মজবুতৰ পৰা ছালৰ সমস্যালৈ… চজিনাৰ উপকাৰী গুণৰ বিষয়ে জানি হ’ব আচৰিত!

হাড় মজবুতৰ পৰা ছালৰ সমস্যালৈ… চজিনাৰ উপকাৰী গুণৰ বিষয়ে জানি হ’ব আচৰিত!

5 hours ago
জুবিনবিহীন ছমাহ : ছমহীয়া তিথিত পত্নী গৰিমাই গ’ল্ডিলৈ ৰান্ধিছে প্ৰিয় খাদ্য

জুবিনবিহীন ছমাহ : ছমহীয়া তিথিত পত্নী গৰিমাই গ’ল্ডিলৈ ৰান্ধিছে প্ৰিয় খাদ্য

6 hours ago
Oscars 2026: কোনখন ছবিয়ে কি শিতানত দখল কৰিলে ২০২৬ বৰ্ষৰ অস্কাৰ?

Oscars 2026: কোনখন ছবিয়ে কি শিতানত দখল কৰিলে ২০২৬ বৰ্ষৰ অস্কাৰ?

8 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Monday, March 16, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিবিধ

৩ লাখ টকালৈ উঠিল গাধৰ মূল্য, ইয়াৰ প্ৰধান কাৰণ মহিলা

editor by editor
September 16, 2024
in বিবিধ, বিশ্ব, ভাৰত
0
৩ লাখ টকালৈ উঠিল গাধৰ মূল্য, ইয়াৰ প্ৰধান কাৰণ মহিলা
0
SHARES
191
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

৩ লাখ টকালৈ উঠিল গাধৰ মূল্য, ইয়াৰ প্ৰধান কাৰণ মহিলা

আজিকালি ভাৰতৰ চুবুৰীয়া দেশ পাকিস্তানত গাধৰ বিপুল চাহিদা। এই কাৰণেই দেশখনত আকাশলংঘী হৈছে গাধৰ দাম। এই মূল্যবৃদ্ধিৰ কাৰণ হৈছে পাকিস্তানৰ ঘনিষ্ঠ আৰু বিশেষ বন্ধু চীন। কাৰণ চীনত গাধৰ ছাল চিকিৎসা আৰু বিশেষকৈ মহিলাৰ সৌন্দৰ্য্য চৰ্চাৰ সামগ্ৰীত ব্যৱহাৰ কৰা হয়।

পাকিস্তানী সংবাদ মাধ্যমৰ মতে এটা গাধৰ দাম ৩ লাখ পাকিস্তানী টকা হৈছেগৈ। সামগ্রী কঢ়িয়াই নিয়া এই জীৱ-জন্তুবোৰৰ বাবে তিনি লাখ টকা বৃহৎ পৰিমাণৰ ধন যদিও গাধ গাড়ী চলাই জীৱিকা উপাৰ্জন কৰা লোকসকলৰ বাবে এই দাম এক সমস্যা হিচাপে দেখা দিছে।

আচলতে চীনত গাধৰ ছাল সৌন্দৰ্য চৰ্চাৰ সামগ্ৰী তৈয়াৰ কৰাত ব্যৱহাৰ কৰা হয়। ইয়াৰ লগতে গাধৰ ছাল এজিয়াও নামৰ চীনৰ পৰম্পৰাগত ঔষধ উৎপাদনতো ব্যৱহাৰ কৰা হয়। এই কাৰণেই চীনত প্ৰতি বছৰে লাখ লাখ গাধ হত্যা কৰা হয়।

আজিয়াও হৈছে চীনৰ পৰম্পৰাগত ঔষধ, যিটো গাধৰ ছালৰ পৰা উলিওৱা কলাজেনৰ পৰা তৈয়াৰ কৰা হয়। লগতে বনৌষধি আৰু অন্যান্য সামগ্ৰী মিহলাই বড়ি আৰু তৰল পদাৰ্থৰ ৰূপত সৌন্দৰ্য্য চৰ্চাৰ সামগ্ৰী তৈয়াৰ কৰা হয়।

২০১৩ চনৰ পৰা ২০১৬ চনৰ ভিতৰত আইজিয়াওৰ বাৰ্ষিক উৎপাদন ৩২০০ টনৰ পৰা ৫৬০০ টনলৈ ২০ শতাংশ বৃদ্ধি পাইছে। ২০১৬ চনৰ পৰা ২০২১ চনৰ ভিতৰত ইয়াৰ উৎপাদন ১৬০ শতাংশ বৃদ্ধি পাইছে। ২০২৭ চনৰ ভিতৰত ২০০ শতাংশ বৃদ্ধি পোৱাৰ সকলো সম্ভাৱনা আছে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: Beauty Productdonkeydonkey priceprice hike
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

আকাশৰ পৰা হেৰাই যাব চন্দ্ৰ! পৃথিৱীৰ একমাত্ৰ উপগ্ৰহৰ অস্তিত্বক লৈ বাঢ়িছে আশংকা, কি কৈছে বিজ্ঞানীয়ে?
জীৱনশৈলী

আকাশৰ পৰা হেৰাই যাব চন্দ্ৰ! পৃথিৱীৰ একমাত্ৰ উপগ্ৰহৰ অস্তিত্বক লৈ বাঢ়িছে আশংকা, কি কৈছে বিজ্ঞানীয়ে?

March 16, 2026
মহাদেৱৰ আশীৰ্বাদ পাবলৈ সোমবাৰে কৰক এইকেইটা কাম!
জীৱনশৈলী

মহাদেৱৰ আশীৰ্বাদ পাবলৈ সোমবাৰে কৰক এইকেইটা কাম!

March 16, 2026
অভাৱে জুৰুলা কৰিব আপোনাক! ভুলতো জোতা-চেণ্ডেল পিন্ধি প্ৰৱেশ নকৰিব পাকঘৰত
জীৱনশৈলী

অভাৱে জুৰুলা কৰিব আপোনাক! ভুলতো জোতা-চেণ্ডেল পিন্ধি প্ৰৱেশ নকৰিব পাকঘৰত

March 16, 2026
বিয়াত বহিবলৈ অমান্তি প্ৰেমিকা, প্ৰেমিকে সংঘটিত কৰিলে আচৰিত কাণ্ড!
ভাৰত

বিয়াত বহিবলৈ অমান্তি প্ৰেমিকা, প্ৰেমিকে সংঘটিত কৰিলে আচৰিত কাণ্ড!

March 15, 2026
Next Post
সাধাৰণ ভাৱে সম্পন্ন অদিতি-সিদ্ধাৰ্থৰ বিয়া, আৰু কোন কোন তাৰকাই অতি কম খৰচতে সম্পন্ন কৰিছে বিয়া

সাধাৰণ ভাৱে সম্পন্ন অদিতি-সিদ্ধাৰ্থৰ বিয়া, আৰু কোন কোন তাৰকাই অতি কম খৰচতে সম্পন্ন কৰিছে বিয়া

জন্মৰ পাছতে হাস্পতালত সলনি হৈছিল বলীউডৰ এইগৰাকী অভিনেত্ৰী, মাতৃয়ে কোনোমতে কৰিছিল উদ্ধাৰ

জন্মৰ পাছতে হাস্পতালত সলনি হৈছিল বলীউডৰ এইগৰাকী অভিনেত্ৰী, মাতৃয়ে কোনোমতে কৰিছিল উদ্ধাৰ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.