• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
প্ৰতিদিনে কণী খালে শৰীৰত দেখিব আচৰিত প্ৰভাৱ!

প্ৰতিদিনে কণী খালে শৰীৰত দেখিব আচৰিত প্ৰভাৱ!

7 months ago
Pension Rules: নাপাব পেঞ্চন, যদি ৩০ নৱেম্বৰৰ ভিতৰত নকৰে এই কাম!

Pension Rules: নাপাব পেঞ্চন, যদি ৩০ নৱেম্বৰৰ ভিতৰত নকৰে এই কাম!

12 minutes ago
Salman Khan: হোটেলৰ কোঠাত নায়িকাক স্পৰ্শ চলমানৰ, তাৰ পিছত…

Salman Khan: হোটেলৰ কোঠাত নায়িকাক স্পৰ্শ চলমানৰ, তাৰ পিছত…

24 minutes ago
SBI Schemes: কষ্টোপাৰ্জিত ধনৰ ওপৰত কৰ ৰেহাইৰ লগতে শক্তিশালী সুতৰ হাৰ বিচাৰিছে নেকি? জানক বিনিয়োগৰ সৰ্বোত্তম বিকল্প

SBI Schemes: কষ্টোপাৰ্জিত ধনৰ ওপৰত কৰ ৰেহাইৰ লগতে শক্তিশালী সুতৰ হাৰ বিচাৰিছে নেকি? জানক বিনিয়োগৰ সৰ্বোত্তম বিকল্প

42 minutes ago
আৰ্থিক উন্নতিৰ পৰা কেৰিয়াৰলৈ… কাইলৈ কোন ৰাশিৰ কেনে যাব দিনটো?

আৰ্থিক উন্নতিৰ পৰা কেৰিয়াৰলৈ… কাইলৈ কোন ৰাশিৰ কেনে যাব দিনটো?

1 hour ago
মাজ আকাশত বিমান হাইজেক! ২৫০ গৰাকী ভাৰতীয় যাত্ৰী থকা এয়াৰ ইণ্ডিয়া বিমানত হাহাকাৰ

মাজ আকাশত বিমান হাইজেক! ২৫০ গৰাকী ভাৰতীয় যাত্ৰী থকা এয়াৰ ইণ্ডিয়া বিমানত হাহাকাৰ

2 hours ago
Diwali 2026: ৮ নৱেম্বৰ নে ৯ নৱেম্বৰ? অসমত কেতিয়া কৰিব দীপাৱলী উদযাপন জানক

Diwali 2026: ৮ নৱেম্বৰ নে ৯ নৱেম্বৰ? অসমত কেতিয়া কৰিব দীপাৱলী উদযাপন জানক

2 hours ago
হেৰুৱাব পিতৃ হোৱাৰ স্বপ্ন, যদি পেন্টৰ জেপত ৰাখে মোবাইল ফোন!

হেৰুৱাব পিতৃ হোৱাৰ স্বপ্ন, যদি পেন্টৰ জেপত ৰাখে মোবাইল ফোন!

3 hours ago
অমৃতপ্ৰভা মুক্ত! মুকলি আকাশৰ তলত জুবিন গাৰ্গৰ ঘটনাৰে জড়িত প্ৰথমগৰাকী অভিযুক্ত

‘Don’t Do this, আঁতৰি দিয়ক!’, অমৃতপ্ৰভাৰ অধিবক্তাই কাক ক’লে এইদৰে?

4 hours ago
সোণে দেখুৱাইছে যাদু! আজি হ্ৰাস নে বৃদ্ধি পাইছে সোণৰ মূল্য?

উৎসৱৰ বতৰত সোণ নে হীৰা ক্ৰয় কৰাটো উত্তম? জানি হ’ব আচৰিত

4 hours ago
অত্যাধিক ঋণ লোৱা ৩৩খন দেশৰ নতুন মিত্ৰজোঁট, পাকিস্তানে পাইছে অধ্যক্ষৰ চকী

অত্যাধিক ঋণ লোৱা ৩৩খন দেশৰ নতুন মিত্ৰজোঁট, পাকিস্তানে পাইছে অধ্যক্ষৰ চকী

5 hours ago
ভাগ্যৰ দুৱাৰ হ’ব মুকলি, ৫ ৰাশিৰ ধন-সম্পত্তি, কৰ্মজীৱন আৰু প্ৰেমত আহিব পাৰে সুখবৰ

ভাগ্যৰ দুৱাৰ হ’ব মুকলি, ৫ ৰাশিৰ ধন-সম্পত্তি, কৰ্মজীৱন আৰু প্ৰেমত আহিব পাৰে সুখবৰ

7 hours ago
দৈনিক ৰাশিফল- কেনে যাব আজি ৯ ছেপ্টেম্বৰৰ দিনটো, সাৱধান হ’ব পৰিয়ালত মতানৈক্যৰ সম্ভাৱনা

হাতলৈ আহিব ধন, আজি ভাগ্য সলনি হ’ব পাৰে এইকেইটা ৰাশিৰ

7 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, October 14, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

প্ৰতিদিনে কণী খালে শৰীৰত দেখিব আচৰিত প্ৰভাৱ!

প্ৰতিদিনে কণী খালে শৰীৰত দেখিব আচৰিত প্ৰভাৱ!

editor by editor
March 16, 2026
in জীৱনশৈলী, স্বাস্থ্য
0
প্ৰতিদিনে কণী খালে শৰীৰত দেখিব আচৰিত প্ৰভাৱ!
0
SHARES
597
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

কণীত প্ৰচুৰ পৰিমাণে প্ৰ ‘টিন থাকে। বহুতে ব্ৰেকফাষ্টত কণী খায়। পেশী শক্তিশালী কৰিবৰ বাবে কণী এক স্বাস্থ্যকৰ বিকল্প। প্ৰ’টিনৰ বাবে ই চকুৰ বাবেও স্বাস্থ্যকৰ। অৱশ্যে কিছুমান মানুহে এদিনতে ৪-৫টা কণী খায়। প্ৰতিদিনে ইমানবোৰ কণী খোৱাটো স্বাস্থ্যসন্মত নে? দৈনিক কিমান কণী খাব লাগে, আৰু ই স্বাস্থ্যৰ ওপৰত কি প্ৰভাৱ পেলাব জানক

কণী সহজলভ্য আৰু কম খৰচী পুষ্টিকৰ খাদ্য। সৰু ল’ৰা-ছোৱালীৰ পৰা আৰম্ভ কৰি বৃদ্ধলৈকে সকলোৰে বাবে কণীয়ে এক বিশেষ স্থান দখল কৰে। বিশেষকৈ শৰীৰত অত্যাৱশ্যকীয় প্ৰ’টিন দ্ৰুতভাৱে যোগান ধৰাত উপকাৰী, যাৰ বাবে বহু চিকিৎসকে দৈনন্দিন খাদ্যত কণী অন্তৰ্ভুক্ত কৰাৰ পৰামৰ্শ দিয়ে। প্ৰ’টিনৰ উপৰিও কণীত বিভিন্ন ভিটামিন, খনিজ পদাৰ্থ, স্বাস্থ্যকৰ চৰ্বি আদিও প্ৰচুৰ পৰিমাণে থাকে।

কণীয়ে শৰীৰক শক্তি প্ৰদান কৰে আৰু গোটেই দিনটো সক্ৰিয় কৰি ৰাখে। বিশেষকৈ ব্ৰেকফাষ্টত কণী খোৱাটোৱে আপোনাক বেছি সময়লৈকে পেট ভৰি থকাত সহায় কৰিব পাৰে। কণীত থকা পুষ্টিকৰ উপাদানে তেজৰ চেনিৰ পৰিমাণ হঠাৎ বৃদ্ধি নকৰে, গতিকে ডায়েবেটিছ ৰোগীয়েও পৰিমিতভাৱে কণী খাব পাৰে। বিশেষজ্ঞসকলে কয় যে ইহঁতে ইনচুলিনৰ সঠিক কামত সহায় কৰে।

মগজুৰ স্বাস্থ্যৰ বাবে কণী অতি উপকাৰী। কণীত থকা পুষ্টিকৰ উপাদান ক’লিনে স্মৃতিশক্তি আৰু চিন্তা ক্ষমতা বৃদ্ধি কৰাত সহায় কৰে। কণী খোৱাটো ছাত্ৰ-ছাত্ৰী বা যিসকলৰ বহুত মানসিক কাম আছে তেওঁলোকৰ বাবে উপকাৰী। তদুপৰি কণীয়ে যকৃতৰ সঠিক কাৰ্যক্ষমতা বজাই ৰখাত সহায় কৰে আৰু শৰীৰৰ পৰা বিষাক্ত পদাৰ্থ আঁতৰোৱাত সহায় কৰে।

চকুৰ স্বাস্থ্যৰ বাবেও কণী অতি উত্তম। কণীত থকা এন্টিঅক্সিডেন্টে চকুৰ ৰেটিনাক সুৰক্ষা দিয়ে। বয়স বৃদ্ধিৰ লগে লগে হোৱা দৃষ্টিশক্তিৰ সমস্যা হ্ৰাস কৰাত সহায় কৰে। ছাল আৰু চুলিৰ বাবেও কণী অতি প্ৰয়োজনীয়। কণীত থকা বায়’টিন আৰু ভিটামিন ডিয়ে চুলিৰ শিপা মজবুত কৰে, যাৰ ফলত চুলি সৰা কম হয়। কণীয়ে ছালখন কোমল আৰু উজ্জ্বল কৰি ৰখাতো সহায় কৰে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24eggEgg Healthhealth care
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

আৰ্থিক উন্নতিৰ পৰা কেৰিয়াৰলৈ… কাইলৈ কোন ৰাশিৰ কেনে যাব দিনটো?
জীৱনশৈলী

আৰ্থিক উন্নতিৰ পৰা কেৰিয়াৰলৈ… কাইলৈ কোন ৰাশিৰ কেনে যাব দিনটো?

October 14, 2026
Diwali 2026: ৮ নৱেম্বৰ নে ৯ নৱেম্বৰ? অসমত কেতিয়া কৰিব দীপাৱলী উদযাপন জানক
জীৱনশৈলী

Diwali 2026: ৮ নৱেম্বৰ নে ৯ নৱেম্বৰ? অসমত কেতিয়া কৰিব দীপাৱলী উদযাপন জানক

October 14, 2026
হেৰুৱাব পিতৃ হোৱাৰ স্বপ্ন, যদি পেন্টৰ জেপত ৰাখে মোবাইল ফোন!
জীৱনশৈলী

হেৰুৱাব পিতৃ হোৱাৰ স্বপ্ন, যদি পেন্টৰ জেপত ৰাখে মোবাইল ফোন!

October 14, 2026
ভাগ্যৰ দুৱাৰ হ’ব মুকলি, ৫ ৰাশিৰ ধন-সম্পত্তি, কৰ্মজীৱন আৰু প্ৰেমত আহিব পাৰে সুখবৰ
জীৱনশৈলী

ভাগ্যৰ দুৱাৰ হ’ব মুকলি, ৫ ৰাশিৰ ধন-সম্পত্তি, কৰ্মজীৱন আৰু প্ৰেমত আহিব পাৰে সুখবৰ

October 14, 2026
Next Post
Facebookত আনৰ কন্টেন্ট চুৰি কৰি ব্যৱহাৰ কৰে নেকি? তেন্তে হেৰুৱাব আপোনাৰ একাউন্ট!

Facebookত আনৰ কন্টেন্ট চুৰি কৰি ব্যৱহাৰ কৰে নেকি? তেন্তে হেৰুৱাব আপোনাৰ একাউন্ট!

প্ৰস্ৰাৱ জ্বলা-পোৰা আৰু দুৰ্গন্ধ… এয়া কি ৰোগৰ লক্ষণ?

প্ৰস্ৰাৱ জ্বলা-পোৰা আৰু দুৰ্গন্ধ... এয়া কি ৰোগৰ লক্ষণ?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.