• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
স্বয়ং শ্ৰীকৃষ্ণক সপোনত দেখিছে? ইয়াৰ অৰ্থ কি? কি কৈছে স্বপ্নশাস্ত্ৰই?

স্বয়ং শ্ৰীকৃষ্ণক সপোনত দেখিছে? ইয়াৰ অৰ্থ কি? কি কৈছে স্বপ্নশাস্ত্ৰই?

6 months ago
Sun Transit 2026: সাৱধান হওক! শীঘ্ৰে মিথুন ৰাশিকে ধৰি এই ৪ ৰাশিৰ আহিব পাৰে বিপদ

Sun Transit 2026: সাৱধান হওক! শীঘ্ৰে মিথুন ৰাশিকে ধৰি এই ৪ ৰাশিৰ আহিব পাৰে বিপদ

2 minutes ago
TESLAৰ যুগান্তকাৰী আৱিষ্কাৰ: বতাহত উৰিব পৰা বাহন নিৰ্মাণ

TESLAৰ যুগান্তকাৰী আৱিষ্কাৰ: বতাহত উৰিব পৰা বাহন নিৰ্মাণ

2 hours ago
সাগৰত উপঙিছে হাজাৰ হাজাৰ iPhone

সাগৰত উপঙিছে হাজাৰ হাজাৰ iPhone

2 hours ago
এইজন অভিনেতাৰ সৈতে ৩৫খনকৈ ছবিত অভিনয় কৰিছিল ড্ৰীমগাৰ্লে

এইজন অভিনেতাৰ সৈতে ৩৫খনকৈ ছবিত অভিনয় কৰিছিল ড্ৰীমগাৰ্লে

3 hours ago
এতিয়াৰে পৰা খাদ্য আধা খাই আধা পেলাই দিয়াৰ আগতে হাজাৰবাৰ চিন্তা কৰক

এতিয়াৰে পৰা খাদ্য আধা খাই আধা পেলাই দিয়াৰ আগতে হাজাৰবাৰ চিন্তা কৰক

3 hours ago
পুৱা টোপনিৰ পৰা উঠিয়েই মোবাইল চাই নেকি?

পুৱা টোপনিৰ পৰা উঠিয়েই মোবাইল চাই নেকি?

4 hours ago
নৱৰাত্ৰিৰ ষষ্ঠ দিনত ৫ ৰাশিৰ ভাগ্য উজলিব

নৱৰাত্ৰিৰ ষষ্ঠ দিনত ৫ ৰাশিৰ ভাগ্য উজলিব

5 hours ago
‘প্ৰেমত ঘূৰিছে ভূমণ্ডল…’, কন্যাৰ বান্ধৱীৰে পিতৃৰ বিয়া!

‘প্ৰেমত ঘূৰিছে ভূমণ্ডল…’, কন্যাৰ বান্ধৱীৰে পিতৃৰ বিয়া!

6 hours ago
অষ্টম দৰমহা আয়োগৰ গুৰুত্বপূৰ্ণ খবৰ

অষ্টম দৰমহা আয়োগৰ গুৰুত্বপূৰ্ণ খবৰ

6 hours ago
অভিযুক্তক জামিনৰ বাবে ধনৰ প্ৰয়োজন

অভিযুক্তক জামিনৰ বাবে ধনৰ প্ৰয়োজন

7 hours ago
বৰষুণ-বজ্ৰপাতে ম্লান কৰিব নেকি পূজাৰ আনন্দ?

বৰষুণ-বজ্ৰপাতে ম্লান কৰিব নেকি পূজাৰ আনন্দ?

8 hours ago
মুম্বাইত তেজৰ বিনিময়ত ঘড়ী

মুম্বাইত তেজৰ বিনিময়ত ঘড়ী

8 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, October 16, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

স্বয়ং শ্ৰীকৃষ্ণক সপোনত দেখিছে? ইয়াৰ অৰ্থ কি? কি কৈছে স্বপ্নশাস্ত্ৰই?

স্বয়ং শ্ৰীকৃষ্ণক সপোনত দেখিছে? ইয়াৰ অৰ্থ কি? কি কৈছে স্বপ্নশাস্ত্ৰই?

editor by editor
April 8, 2026
in জীৱনশৈলী, বিবিধ, ভাৰত
0
স্বয়ং শ্ৰীকৃষ্ণক সপোনত দেখিছে? ইয়াৰ অৰ্থ কি? কি কৈছে স্বপ্নশাস্ত্ৰই?
0
SHARES
139
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

স্বপ্নশাস্ত্ৰমতে শ্ৰীকৃষ্ণ বা গোপালক সপোনত দেখাৰ কিছু পৃথক পৃথক অৰ্থ আছে৷ সাধাৰণতে এই ধৰণৰ সপোনক অত্যন্ত শুভ বুলি ধাৰণা কৰা হয়৷ সপোন বিশেষে ইয়াৰ অৰ্থও অৱশ্যে ভিন্ন৷ সপোনত শ্ৰীকৃষ্ণক দেখাৰ অৰ্থ কি?

সুখ-সমৃদ্ধিৰ আগমন

যদি আপুনি সপোনত হাঁহি থকা কোনো শিশু গোপালক দেখে তেন্তে ই আপোনাৰ জীৱনলৈ সুখ, শান্তি আৰু সমৃদ্ধি অহাৰ ইংগিত হব পাৰে৷ ইয়াৰ অৰ্থ হব পাৰে যে আপোনাৰ পৰিয়াললৈ কোনো নতুন সদস্যৰ আগমন ঘটিবলৈ গৈছে৷ অথৱা আপোনাৰ জীৱনলৈ কোনো শুভ সংবাদ আহি আছে৷

নতুন আৰম্ভণিৰ ইংগিত

গোপালক সপোনত দেখা মানে নতুন কোনো সূচনা বা কোনো নতুন অধ্যায়ৰ আৰম্ভণিৰ ইংগিত৷ ইয়াৰ মানে হব পাৰে যে আপুনি জীৱনৰ কোনো কঠিন সময় পাৰ কৰি আহিছে আৰু আপোনাৰ সন্মুখত নতুন সুৰ্যোদয়ে অপেক্ষা কৰিছে৷ নতুন কামৰ শুভাৰম্ভ কৰা নতুন সম্পৰ্কত সোমাই পৰা বা জীৱনৰ কোনো বৃহৎ পৰিবৰ্তনৰ ইংগিত ই বহন কৰে৷

আধ্যাত্মিক চিন্তাধাৰা বৃদ্ধি

শ্ৰীকৃষ্ণক সপোনত দেখাৰ অৰ্থ আপোনাৰ আধ্যাত্মিক জীৱনৰ প্ৰতি আগ্ৰহ বাঢ়িছে৷ ইয়াৰ অৰ্থ হব পাৰে যে আপুনি ঈশ্বৰ বা পৰমাত্মাৰ সৈতে এক গভীৰ সংযোগ অনুভৱ কৰিছে৷ এই সপোনে আপোনাক আপোনাৰ নৈতিক আৰু আধ্যাত্মিক মূল্যবোধৰ প্ৰতি আৰু মনোযোগী কৰাত উৎসাহিত কৰে৷

সমস্যা সমাধানৰ ইংগিত

যদি আপুনি কোনো সমস্যাৰে জৰ্জৰিত হৈ থাকে আৰু সপোনত শ্ৰীকৃষ্ণক দেখে তেন্তে ইয়াৰ অৰ্থ হব পাৰে যে আপোনাৰ সেই সমস্যা সমাধানৰ পথ খুলিছে৷ এই সপোনে আপোনাক আশাবাদী আৰু মনক শান্ত ৰখাত সহায় কৰিব৷ শ্ৰীকৃষ্ণক সপোনত দেখা মানে আপোনাৰ ঈশ্বৰ বিশ্বাস পুনৰ জাগি উঠিছে৷ ঈশ্বৰে আপোনাৰ সৈতে যোগসংযোগ ৰাখিছে আৰু সকলো ধৰণৰ সমস্যাৰ পৰা আপোনাক মুক্ত কৰাৰ বাবে আগুৱাই আহিছে৷

(এই প্ৰতিবেদন জ্যোতিষশাস্ত্ৰৰ গণনাৰ ভিত্তিতহে লিখা হৈছে৷ ইয়াত লেখা সকলো কথা আগন্তুক দিনত সঁচা প্ৰমাণিত হবই বুলি অসম লাইভ ২৪ য়ে দাবী কৰা নাই৷ জ্যোতিষশাস্ত্ৰ সংক্ৰান্তিয় কোনো প্ৰশ্ন থাকিলে পেছাদাৰ জ্যোতিষীৰ সৈতে আলোচনা কৰি সিদ্ধান্ত ল’ব)

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

Sun Transit 2026: সাৱধান হওক! শীঘ্ৰে মিথুন ৰাশিকে ধৰি এই ৪ ৰাশিৰ আহিব পাৰে বিপদ
জীৱনশৈলী

Sun Transit 2026: সাৱধান হওক! শীঘ্ৰে মিথুন ৰাশিকে ধৰি এই ৪ ৰাশিৰ আহিব পাৰে বিপদ

October 16, 2026
TESLAৰ যুগান্তকাৰী আৱিষ্কাৰ: বতাহত উৰিব পৰা বাহন নিৰ্মাণ
প্ৰযুক্তি

TESLAৰ যুগান্তকাৰী আৱিষ্কাৰ: বতাহত উৰিব পৰা বাহন নিৰ্মাণ

October 16, 2026
এইজন অভিনেতাৰ সৈতে ৩৫খনকৈ ছবিত অভিনয় কৰিছিল ড্ৰীমগাৰ্লে
বিনোদন

এইজন অভিনেতাৰ সৈতে ৩৫খনকৈ ছবিত অভিনয় কৰিছিল ড্ৰীমগাৰ্লে

October 16, 2026
এতিয়াৰে পৰা খাদ্য আধা খাই আধা পেলাই দিয়াৰ আগতে হাজাৰবাৰ চিন্তা কৰক
জীৱনশৈলী

এতিয়াৰে পৰা খাদ্য আধা খাই আধা পেলাই দিয়াৰ আগতে হাজাৰবাৰ চিন্তা কৰক

October 16, 2026
Next Post
অত্যাধিক প্ৰ’টিনে নষ্ট কৰে নেকি বৃক্ক? বিশেষজ্ঞৰ পৰা জানক

অত্যাধিক প্ৰ'টিনে নষ্ট কৰে নেকি বৃক্ক? বিশেষজ্ঞৰ পৰা জানক

মাহেকীয়াৰ সময়ত অত্যাধিক পেটৰ বিষ, দূৰ কৰক সহজ ঘৰুৱা উপায়েৰে

মাহেকীয়াৰ সময়ত অত্যাধিক পেটৰ বিষ, দূৰ কৰক সহজ ঘৰুৱা উপায়েৰে

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.