• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
মোস্কো বিমান বন্দৰত ড্ৰোণ আক্ৰমণ, অপাৰেচন সিন্দূৰৰ তথ্য দিবলৈ যোৱা ভাৰতীয় সাংদস দল কোনোমতে ৰক্ষা

মোস্কো বিমান বন্দৰত ড্ৰোণ আক্ৰমণ, অপাৰেচন সিন্দূৰৰ তথ্য দিবলৈ যোৱা ভাৰতীয় সাংদস দল কোনোমতে ৰক্ষা

11 months ago
স্কুলৰ শান্ত ছোৱালীজনীয়ে কেনেকৈ ভাঙিলে বহু যুৱকৰ নিদ্ৰা? ছানী লিয়নীৰ এই কাহিনী

স্কুলৰ শান্ত ছোৱালীজনীয়ে কেনেকৈ ভাঙিলে বহু যুৱকৰ নিদ্ৰা? ছানী লিয়নীৰ এই কাহিনী

44 minutes ago
নিশা শোৱাৰ পূৰ্বে খাওক এইকেইবিধ বস্তু, পাব জীৱনৰ মজা!

নিশা শোৱাৰ পূৰ্বে খাওক এইকেইবিধ বস্তু, পাব জীৱনৰ মজা!

2 hours ago
সুৰক্ষিত কৰক আপোনাৰ কন্যাৰ ভৱিষ্যৎ, আজিয়েই কৰক বিনিয়োগ!

সুৰক্ষিত কৰক আপোনাৰ কন্যাৰ ভৱিষ্যৎ, আজিয়েই কৰক বিনিয়োগ!

2 hours ago
১১ মে’ৰ পূৰ্বে সাৱধান ৮ ৰাশিৰ লোক, বাঢ়িব খৰচ, হ’ব পাৰে দুৰ্ঘটনা!

১১ মে’ৰ পূৰ্বে সাৱধান ৮ ৰাশিৰ লোক, বাঢ়িব খৰচ, হ’ব পাৰে দুৰ্ঘটনা!

3 hours ago
আপুনিও নগ্ন হৈ স্নান কৰে নেকি? সঠিক নিয়ম নাজানিলে বিপদ অনিবাৰ্য!

আপুনিও নগ্ন হৈ স্নান কৰে নেকি? সঠিক নিয়ম নাজানিলে বিপদ অনিবাৰ্য!

4 hours ago
স্বামীৰ বাবে ভাগ্যৱান এই মূল্যাংকৰ কন্যা, পাৰিব বিলাসী জীৱন কটাব!

স্বামীৰ বাবে ভাগ্যৱান এই মূল্যাংকৰ কন্যা, পাৰিব বিলাসী জীৱন কটাব!

5 hours ago
আপুনিও শৰীৰৰ নোম আঁতৰাই নেকি? আপোনাৰ বাবে Waxing নে Shaving উত্তম?

আপুনিও শৰীৰৰ নোম আঁতৰাই নেকি? আপোনাৰ বাবে Waxing নে Shaving উত্তম?

5 hours ago
চাকৰি বিচাৰে কিন্তু INTERVIEW লৈ ভয় কৰে? এই উপায়ে সহায় কৰিব আপোনাৰ আত্মবিশ্বাস বৃদ্ধিত

চাকৰি বিচাৰে কিন্তু INTERVIEW লৈ ভয় কৰে? এই উপায়ে সহায় কৰিব আপোনাৰ আত্মবিশ্বাস বৃদ্ধিত

6 hours ago
তেতেলীৰ বীজে জাগ্ৰত কৰে পুৰুষৰ কামনা! আজিয়েই জানক উপকাৰী গুণৰ বিষয়ে

তেতেলীৰ বীজে জাগ্ৰত কৰে পুৰুষৰ কামনা! আজিয়েই জানক উপকাৰী গুণৰ বিষয়ে

7 hours ago
গ্ৰীষ্মকালত কিদৰে আনক বলিয়া কৰিব? শিকক অভিনেত্ৰী পলকৰ তিৱাৰীৰ পৰা

গ্ৰীষ্মকালত কিদৰে আনক বলিয়া কৰিব? শিকক অভিনেত্ৰী পলকৰ তিৱাৰীৰ পৰা

22 hours ago
BCCI ৰ জৰিমনাৰ পিছত ৰিয়ান পৰাগৰ চমক, বন্ধ কৰিলে সমালোচকৰ মুখ!

BCCI ৰ জৰিমনাৰ পিছত ৰিয়ান পৰাগৰ চমক, বন্ধ কৰিলে সমালোচকৰ মুখ!

22 hours ago
মাহেকীয়াত কম ৰক্তক্ষৰণ, ই কোনো ৰোগৰ ইংগিত নেকি?

মাহেকীয়াত কম ৰক্তক্ষৰণ, ই কোনো ৰোগৰ ইংগিত নেকি?

23 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, May 2, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিবিধ

মোস্কো বিমান বন্দৰত ড্ৰোণ আক্ৰমণ, অপাৰেচন সিন্দূৰৰ তথ্য দিবলৈ যোৱা ভাৰতীয় সাংদস দল কোনোমতে ৰক্ষা

editor by editor
May 23, 2025
in বিবিধ, বিশ্ব, ভাৰত, ৰাজনীতি
0
মোস্কো বিমান বন্দৰত ড্ৰোণ আক্ৰমণ, অপাৰেচন সিন্দূৰৰ তথ্য দিবলৈ যোৱা ভাৰতীয় সাংদস দল কোনোমতে ৰক্ষা
0
SHARES
31
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

মোস্কো বিমান বন্দৰত ড্ৰোণ আক্ৰমণ, অপাৰেচন সিন্দূৰৰ তথ্য দিবলৈ যোৱা ভাৰতীয় সাংদস দল কোনোমতে ৰক্ষা

অপাৰেচন সিন্দূৰৰ বিষয়ে মস্কোত তথ্য দিবলৈ যোৱা ডি এম কেৰ সাংসদ কানিমাঝি আৰু তেখেতৰ নেতৃত্বত যোৱা দলৰ কোনোমতে প্ৰাণ ৰহক্ষা পৰে। মস্কোত অৱতৰণৰ সময়তে দ্ৰোণ আক্ৰমণ।

ড্ৰোণ আক্ৰমণ হোৱা দেখিয়ে ভাৰতীয় প্ৰতিনিধি থকা বিমান খন বহু সময় ধৰি মাজ আকাশতে ঘূৰি থাকে। যাৰ ফলত কেইবা ঘণ্টা পলমকৈ বিমান বন্দৰত অৱতৰণ কৰে বিমানখন।

উল্লেখ্য় যে, অপাৰেচন সিন্দূৰৰ বিষয়ে তথ্য, ইয়াৰ উদ্দেশ্য তথা ইয়াৰ সন্দৰ্ভত অন্য তথ্য বিশ্বৰ বিভিন্ন দেশলৈ ভাৰতৰ প্ৰতিনিধি দল ৰাওনা হৈছে। যিয়ে ভাৰতৰ লক্ষ্য আৰু ভাৰতৰ সত্যতাৰ বিষয়ে জনাবলৈ যোৱা তাৰেই মাজৰ এটা প্ৰতিনিধি দল আজি মস্কোত উপস্থিত হৈছিল।

এই দলৰ প্ৰতিনিধিত্ব কৰিছিল ডি এম কে ৰ সাংসদ কানিমোঝি। কিন্তু বিমানখন অৱতৰণৰ সময়তে লাগি যায হুৱাদুৱা। বিমান আক্ৰমণৰ ঠিক কেই মুহুৰ্তমান আগে আগে ইউক্ৰেইনে ড্ৰোণ আক্ৰমণ কৰি দিয়ে। যাৰ ফলত মাজ আকাশতে উৰি থাকে বিমান।

সাংসদ কানিমোঝিৰ নেতৃত্বৰ যোৱা ভাৰতীয় দলটোত আছে সমাজবাদী পাৰ্টীৰ সাংসদ ৰাজীৱ ৰায়, আৰ জে ডিৰ সাংসদ প্ৰেমচন্দ গুপ্তা। অশোক কুমাৰ মিট্টল, কেপ্টেইন ব্ৰিজেশ, ৰাজদুঁত মঞ্জীৱ সিং পুৰী। এই দলটো ২২ মে’ তাৰিখে ভাৰতৰ পৰা মস্কোলৈ বুলি ৰাওনা হৈছিল।

কিন্তু ড্ৰোণ আক্ৰমণৰ লগে লগে হুৱাদুৱা লাগি যায় বিমান বন্দৰত। বহুতো বিমানক লেণ্ডিঙৰ বাবে অপেক্ষা কৰিব লগা হয়। উৰণৰ বাব ৰৈ থকা বিমানৰ উৰণতো বাধা। কেইবা ঘণ্টাৰ পাছত সকলো সুস্থিৰ হোাৱাৰ পাছত হে সুৰক্ষিতভাৱে সকলো বিমান লেণ্ডিং কৰে। লগতে ৰাছিয়ত অৱস্থিত ভাৰতৰ দূতাবাসৰ অধিকাৰীয়ে ভাৰতৰ সাংসদ দলটোক সুৰক্ষিতভাৱে হোটেললৈ লৈ যায়।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

স্কুলৰ শান্ত ছোৱালীজনীয়ে কেনেকৈ ভাঙিলে বহু যুৱকৰ নিদ্ৰা? ছানী লিয়নীৰ এই কাহিনী
বিনোদন

স্কুলৰ শান্ত ছোৱালীজনীয়ে কেনেকৈ ভাঙিলে বহু যুৱকৰ নিদ্ৰা? ছানী লিয়নীৰ এই কাহিনী

May 2, 2026
নিশা শোৱাৰ পূৰ্বে খাওক এইকেইবিধ বস্তু, পাব জীৱনৰ মজা!
জীৱনশৈলী

নিশা শোৱাৰ পূৰ্বে খাওক এইকেইবিধ বস্তু, পাব জীৱনৰ মজা!

May 2, 2026
সুৰক্ষিত কৰক আপোনাৰ কন্যাৰ ভৱিষ্যৎ, আজিয়েই কৰক বিনিয়োগ!
বাণিজ্য

সুৰক্ষিত কৰক আপোনাৰ কন্যাৰ ভৱিষ্যৎ, আজিয়েই কৰক বিনিয়োগ!

May 2, 2026
১১ মে’ৰ পূৰ্বে সাৱধান ৮ ৰাশিৰ লোক, বাঢ়িব খৰচ, হ’ব পাৰে দুৰ্ঘটনা!
জীৱনশৈলী

১১ মে’ৰ পূৰ্বে সাৱধান ৮ ৰাশিৰ লোক, বাঢ়িব খৰচ, হ’ব পাৰে দুৰ্ঘটনা!

May 2, 2026
Next Post
দেশৰ ৪ ৰাজ্যৰ উপ নিৰ্বাচনৰ দিন ঘোষণা, জুনৰ তৃতীয় সপ্তাহত নিৰ্বাচন

দেশৰ ৪ ৰাজ্যৰ উপ নিৰ্বাচনৰ দিন ঘোষণা, জুনৰ তৃতীয় সপ্তাহত নিৰ্বাচন

আজি ২৫ মে’, কেৰিয়াৰৰ অন্তিমখন খেল খেলিব ধোনীয়ে, কেতিয়া নামিব খেলপথাৰত

আজি ২৫ মে', কেৰিয়াৰৰ অন্তিমখন খেল খেলিব ধোনীয়ে, কেতিয়া নামিব খেলপথাৰত

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.