গুৱাহাটী আহি পালে মাৰাত্মক ‘য়াবা’৷ ঘোঁৰাৰ দৰব খাবলৈ উত্ৰাৱল হৈছে যুৱক-যুৱতী৷ ভয়াৱহ ভৱিষ্যতৰ দিশে মহানগৰীৰ নৱ-প্ৰজন্ম৷