• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
মা দুৰ্গাৰ আশীৰ্বাদ পাবলৈ দুৰ্গাপূজাৰ পূৰ্বেই ঘৰৰ পৰা আঁতৰাই দিয়ক এইকেইপদ সামগ্ৰী

মা দুৰ্গাৰ আশীৰ্বাদ পাবলৈ দুৰ্গাপূজাৰ পূৰ্বেই ঘৰৰ পৰা আঁতৰাই দিয়ক এইকেইপদ সামগ্ৰী

2 years ago
বিবাহিত নহয়, কিন্তু হোটেলত নিশা একেলগে? আৰক্ষীয়ে আপোনাক আটক কৰিব পাৰেনে?

বিবাহিত নহয়, কিন্তু হোটেলত নিশা একেলগে? আৰক্ষীয়ে আপোনাক আটক কৰিব পাৰেনে?

41 minutes ago
চৰকাৰী নে ব্যক্তিগত খণ্ডৰ বেংক? জ্যেষ্ঠ নাগৰিকে ক’ত FD খুলিলে সৰ্বাধিক সুত পাব?

১০ বছৰত FDয়ে পূৰণ কৰিব সপোন, দুগুণ হ’ব আপোনাৰ ধন!

2 hours ago
সোণে আচৰিত কৰিব আপোনাক, আজি ১ গ্ৰাম সোণৰ শেহতীয়া মূল্য জানক

Gold Price: চলিত বৰ্ষত ২০% হ্ৰাস সোণৰ মূল্য, অনাগত দিনত আৰু অধিক হ্ৰাস পাব নেকি?

3 hours ago
ৰাজহাড় ভাঙিল নুছৰতৰ, কেনেকৈ সংঘটিত হ’ল ভয়ংকৰ দুৰ্ঘটনা?

ৰাজহাড় ভাঙিল নুছৰতৰ, কেনেকৈ সংঘটিত হ’ল ভয়ংকৰ দুৰ্ঘটনা?

3 hours ago
নাৰীৰ ৫টা গুণে সুখী কৰে স্বামীক, বিবাহৰ পূৰ্বে জানি লওক!

ভাল নাৰীক চিনাক্ত কৰাত নকৰিব ভুল, আচাৰ্য চাণক্যই ক’লে এইদৰে…

4 hours ago
কেনে যাব আপোনাৰ আগন্তুক সপ্তাহ?

কেনে যাব আপোনাৰ আগন্তুক সপ্তাহ?

6 hours ago
এইবাৰ সাংবাদিক হ’ল অভিনেত্ৰী পৰিনীতি চোপ্ৰা

এইবাৰ সাংবাদিক হ’ল অভিনেত্ৰী পৰিনীতি চোপ্ৰা

6 hours ago
পুৰুষ অবিহনেই মহিলাই জন্ম দিব পাৰিব সন্তান?

পুৰুষ অবিহনেই মহিলাই জন্ম দিব পাৰিব সন্তান?

7 hours ago
গ্ৰেপ্তাৰ হ’ব নেকি বদৰুদ্দিন আজমল?

গ্ৰেপ্তাৰ হ’ব নেকি বদৰুদ্দিন আজমল?

8 hours ago
এছিয়ান গেমছত প্ৰতিপক্ষক কামুৰি বাহিৰ হ’ল চীনা খেলুৱৈ

এছিয়ান গেমছত প্ৰতিপক্ষক কামুৰি বাহিৰ হ’ল চীনা খেলুৱৈ

8 hours ago
কেপ্টেইন স্মিটক আক্ৰমণ কৰা ওমানী সহ-পাইলটৰ পৰিচয় প্ৰকাশ

কেপ্টেইন স্মিটক আক্ৰমণ কৰা ওমানী সহ-পাইলটৰ পৰিচয় প্ৰকাশ

9 hours ago
শীতৰ আগমনৰ আগেয়ে ঘৰলৈ আনক এই ৬ বিধ Indoor Plants

শীতৰ আগমনৰ আগেয়ে ঘৰলৈ আনক এই ৬ বিধ Indoor Plants

10 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, October 3, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

মা দুৰ্গাৰ আশীৰ্বাদ পাবলৈ দুৰ্গাপূজাৰ পূৰ্বেই ঘৰৰ পৰা আঁতৰাই দিয়ক এইকেইপদ সামগ্ৰী

মা দুৰ্গাৰ আশীৰ্বাদ পাবলৈ দুৰ্গাপূজাৰ পূৰ্বেই ঘৰৰ পৰা আঁতৰাই দিয়ক এইকেইপদ সামগ্ৰী

editor by editor
September 26, 2024
in জীৱনশৈলী, লেখা
0
মা দুৰ্গাৰ আশীৰ্বাদ পাবলৈ দুৰ্গাপূজাৰ পূৰ্বেই ঘৰৰ পৰা আঁতৰাই দিয়ক এইকেইপদ সামগ্ৰী
0
SHARES
803
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

হিন্দু কেলেণ্ডাৰ অনুসৰি আহিন মাহৰ শুক্লপক্ষৰ প্ৰতিপদ তিথিৰ পৰা আৰম্ভ হয় দেৱীপক্ষ বা শাৰদীয় নৱৰাত্ৰী৷ এই বছৰ ৩ অক্টোবৰ বৃহস্পতিবাৰৰ পৰা আৰম্ভ হৈছে দেৱীপক্ষ৷ তাৰপাছতেই ৯ অক্টোবৰ মহাষষ্ঠীত দেৱী বোধনৰ মাজেৰে আৰম্ভ হৈছে দুৰ্গা পূজা ২০২৪৷ ৯দিন ধৰি মা দুৰ্গাৰ ৯ৰূপৰ আৰাধনা কৰা হয়৷  এই সময়তেই মৰ্ত্যলৈ আগমন ঘটে মা দুৰ্গাৰ৷

দেৱীক সুখী কৰিবলৈ মনত ভক্তি ৰাখি পূজা কৰাৰ ওপৰিও অইন কেইবাটাও নিয়ম মানি চলা খুবেই জৰুৰী৷ দুৰ্গা পূজা আৰম্ভণিৰ পূৰ্বেই ঘৰত থকা তিনিটা বস্তু আঁতৰাই দিয়াৰ ইংগিত দিছে বাস্তু বিশেষজ্ঞই৷ এই সামগ্ৰীসমূহ ঘৰত থাকিলে নিগেটিভ এনাৰ্জি তৈয়াৰ কৰে৷ এই অশুভ শক্তি আপোনাৰ ঘৰত পুঞ্জীভূত হৈ থাকিলে ৰুষ্ট হয় দেৱী দুৰ্গা আৰু দেৱীৰ ৰোষত নানান বিপদ বাঢ়িব পাৰে আপোনাৰ জীৱনত৷ বিশেষকৈ বাস্তু অনুসৰি এই সকলো সামগ্ৰীয়ে সংসাৰলৈ দাৰিদ্ৰতা কঢ়িয়াই আনে৷ এই সামগ্ৰীসমূহ ঘৰৰ পৰা অঁতৰাই দিয়াটোৱেই শুভ৷ তেতিয়াই মা জগৎ জননী জগদম্বা আপোনাৰ প্ৰতি তুষ্ট হ’ব৷ সেয়ে দুৰ্গাপূজাৰ পূৰ্বে ঘৰ পৰিষ্কাৰ কৰোতে এইকেইপদ সামগ্ৰী ঘৰৰ পৰা আঁতৰাই দিব৷

ভঙা মূৰ্তি

ধৰ্মীয় বিশ্বাস অনুসৰি কোনো দেৱতাৰ ভঙা মূৰ্তি ঘৰত ৰখাটো অশুভ৷ সেয়ে কোনো মূৰ্তি ভাঙি গ’লে ল’গে লগে ঘৰৰ পৰা আঁতৰাই দিয়ক৷ আপোনাৰ ঘৰত কোনো ভঙা মূৰ্তি থাকিলে দুৰ্গা পুজাৰ পূৰ্বেই পানীত উটোৱাই দিয়ক৷ য’তে ত’তে ঘৰৰ ভঙা মূৰ্তি পেলাই নিদিব৷  এই সকলো মূৰ্তি আপুনি পানীত উটোৱাই দিব পাৰে৷

পুৰণি চটি-জোতা

যি জোতা আপুনি পৰিধান নকৰে তেনে জোতা, পৰিধান নকৰা কাপোৰ আদি ঘৰত নাৰাখিব৷ ইয়াৰ পৰা নিগেটিভ এনাৰ্জিৰ সৃষ্টি হয়৷ এনে নিগেটিভ এনাৰ্জিয়ে আমাৰ জীৱনলৈ দুৰ্ভাগ্য মাতি আনে৷ সেয়ে ঘৰত পুৰণি নিপিন্ধা জোতা, কাপোৰ ভুলতো নাৰাখিব৷ যদি সেইসমূহ ব্যৱহাৰৰ উপযোগী অথচ আপুনি ব্যৱহাৰ কৰিব নোখোজে তেন্তে সেয়া দান কৰি দিব পাৰে৷

পিঁয়াজ নহৰু

নৱৰাত্ৰি পালন কৰাৰ সময়ত ঘৰত কোনো আমিষ আহাৰ নথব৷ আমিষত বহুতেই কেৱল মাছ, মাংসকেই ধৰে৷ কেৱল মাছ মাংসই আমিষ নহয়৷ পিয়াজ, নহৰুও আমিষতেই পৰে৷ সেয়ে পিঁয়াজ, নহৰুও এই সময়ত ঘৰত নৰখাৰ পৰামৰ্শ দিছে বিশেষজ্ঞই৷ এই সময়ত ঘৰত পিঁয়াজ নোখোৱাটোও ভাল৷ এই সময়ত সম্পূৰ্ণ সাত্ত্বিক আহাৰ সেৱন কৰক৷

বন্ধ ঘড়ী

আপোনাৰ ঘৰত বন্ধ ঘড়ী আছে যদি এইসময়তেই আঁতৰাই দিয়ক৷ জ্যোতিষ অনুসৰি ঘৰত বন্ধ ঘড়ী থাকিলে অশুভ শক্তিৰ সৃষ্টি কৰে৷ সেয়ে ভুলতো ঘৰত বন্ধ ঘড়ী নাৰাখিব৷ দুৰ্গা পূজা আৰম্ভ হোৱাৰ পূৰ্বেই ঘৰৰ পৰা সকলো বন্ধ ঘড়ী আঁতৰাই দিয়ক৷ অন্যথা দেৱী আপোনাৰ ওপৰত ৰুষ্ট হ’ব৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24best news channel in assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

বিবাহিত নহয়, কিন্তু হোটেলত নিশা একেলগে? আৰক্ষীয়ে আপোনাক আটক কৰিব পাৰেনে?
জীৱনশৈলী

বিবাহিত নহয়, কিন্তু হোটেলত নিশা একেলগে? আৰক্ষীয়ে আপোনাক আটক কৰিব পাৰেনে?

October 3, 2026
চৰকাৰী নে ব্যক্তিগত খণ্ডৰ বেংক? জ্যেষ্ঠ নাগৰিকে ক’ত FD খুলিলে সৰ্বাধিক সুত পাব?
বাণিজ্য

১০ বছৰত FDয়ে পূৰণ কৰিব সপোন, দুগুণ হ’ব আপোনাৰ ধন!

October 3, 2026
সোণে আচৰিত কৰিব আপোনাক, আজি ১ গ্ৰাম সোণৰ শেহতীয়া মূল্য জানক
বাণিজ্য

Gold Price: চলিত বৰ্ষত ২০% হ্ৰাস সোণৰ মূল্য, অনাগত দিনত আৰু অধিক হ্ৰাস পাব নেকি?

October 3, 2026
ৰাজহাড় ভাঙিল নুছৰতৰ, কেনেকৈ সংঘটিত হ’ল ভয়ংকৰ দুৰ্ঘটনা?
বিনোদন

ৰাজহাড় ভাঙিল নুছৰতৰ, কেনেকৈ সংঘটিত হ’ল ভয়ংকৰ দুৰ্ঘটনা?

October 3, 2026
Next Post
ভাৰতীয় দলৰ সফল অধিনায়ক কোন ! যুৱৰাজে দিলে সুন্দৰ উত্তৰ

ভাৰতীয় দলৰ সফল অধিনায়ক কোন ! যুৱৰাজে দিলে সুন্দৰ উত্তৰ

চৰকাৰ সলনিৰ পাছতে ডাঙৰ সিদ্ধান্ত, মহিলা সৈনিকে পৰিধান কৰিব লাগিব হিজাব

চৰকাৰ সলনিৰ পাছতে ডাঙৰ সিদ্ধান্ত, মহিলা সৈনিকে পৰিধান কৰিব লাগিব হিজাব

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.