আজি পৱিত্ৰ মহালয়া। ঢাক-ঢোলৰ শব্দত ৰজনজনাইছে ৰাজ্যৰ চৌদিশ। ঘোঁৰাত উঠি মর্তলৈ আগমন মহিষমর্দিনীৰ। শাৰদী ৰাণীক আদৰিবলৈ সাজু ৰাজ্যবাসী। মহামাৰীৰ ছাঁ আঁতৰাই দেৱী দুর্গাক আৱাহন ভক্তৰ।