আজি ষষ্ঠী অর্থাৎ, বেলবোধন। শংখ, ঘণ্টা, ডবা, কাঁহৰ শব্দত মুখৰিত ৰাজ্য। বৈদিক ৰীতি-নীতিৰে পূজাৰ বেদীত প্ৰতিষ্ঠা দুর্গতিনাশিনীক।