• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
মহালয়া কেতিয়া, ধৰালৈ কেতিয়া আগমণ হ’ব মা দুৰ্গাৰ

মহালয়া কেতিয়া, ধৰালৈ কেতিয়া আগমণ হ’ব মা দুৰ্গাৰ

2 years ago
কেতিয়াৰ পৰা Income Tax Return প্ৰক্ৰিয়া আৰম্ভ হ’ব?

কেতিয়াৰ পৰা Income Tax Return প্ৰক্ৰিয়া আৰম্ভ হ’ব?

6 hours ago
কিমান সম্পত্তি আছে ৰাঘৱ চাদ্দাৰ? নেটৱৰ্থ জানি হ’ব আচৰিত!

কিমান সম্পত্তি আছে ৰাঘৱ চাদ্দাৰ? নেটৱৰ্থ জানি হ’ব আচৰিত!

7 hours ago
ছোৱালীৰ জিন্স পেন্টত কিয় চেইন থাকে? ৯৯% লোকে নাজানে সঠিক উত্তৰ

ছোৱালীৰ জিন্স পেন্টত কিয় চেইন থাকে? ৯৯% লোকে নাজানে সঠিক উত্তৰ

8 hours ago
বিজেপিত যোগদান কৰিব নেকি ৰাঘৱ চাদ্দাই? আতিশীয়ে দিলে উত্তৰ

বিজেপিত যোগদান কৰিব নেকি ৰাঘৱ চাদ্দাই? আতিশীয়ে দিলে উত্তৰ

8 hours ago
Post Office Saving Account কি? মাত্ৰ ৫০০ টকাৰে একাউণ্ট খুলি হওক ধনী!

Post Office Saving Account কি? মাত্ৰ ৫০০ টকাৰে একাউণ্ট খুলি হওক ধনী!

9 hours ago
শনিয়ে বনাব ৰজা, শনিৰ দৃষ্টিয়ে সলাব আপোনাৰ ভাগ্য!

শনিয়ে বনাব ৰজা, শনিৰ দৃষ্টিয়ে সলাব আপোনাৰ ভাগ্য!

10 hours ago
বিপদৰ আগমণ ৩ ৰাশিৰ জীৱনলৈ, ১১ মে’ৰ পূৰ্বে হওক সজাগ!

বিপদৰ আগমণ ৩ ৰাশিৰ জীৱনলৈ, ১১ মে’ৰ পূৰ্বে হওক সজাগ!

10 hours ago
আইচক্ৰীম নিষিদ্ধ এখন গাওঁ, ধৰা পৰিলেই ৫ হাজাৰ টকাৰ জৰিমনা

আইচক্ৰীম নিষিদ্ধ এখন গাওঁ, ধৰা পৰিলেই ৫ হাজাৰ টকাৰ জৰিমনা

11 hours ago
ঘৰ চাফা কৰোতে নকৰিব ভুল, ক্ষতি হ’ব আপোনাৰ অৰ্থ !

ঘৰ চাফা কৰোতে নকৰিব ভুল, ক্ষতি হ’ব আপোনাৰ অৰ্থ !

11 hours ago
প্ৰস্ৰাৱৰ সৈতে তেজ ওলাই নেকি? আওকাণ নকৰিব এনে সমস্যাক

প্ৰস্ৰাৱৰ সৈতে তেজ ওলাই নেকি? আওকাণ নকৰিব এনে সমস্যাক

12 hours ago
ব্যক্তিগত খণ্ডৰ বিদ্যালয়ক নাকী লগাবলৈ সাজু! DoE ই দিছে কঠোৰ নিৰ্দেশনা

ব্যক্তিগত খণ্ডৰ বিদ্যালয়ক নাকী লগাবলৈ সাজু! DoE ই দিছে কঠোৰ নিৰ্দেশনা

13 hours ago
শীঘ্ৰে বাঢ়িব হোটেলৰ খাদ্যৰ মূল্য, আঁৰত আছে ডাঙৰ কাৰণ

শীঘ্ৰে বাঢ়িব হোটেলৰ খাদ্যৰ মূল্য, আঁৰত আছে ডাঙৰ কাৰণ

13 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, April 4, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home অসম

মহালয়া কেতিয়া, ধৰালৈ কেতিয়া আগমণ হ’ব মা দুৰ্গাৰ

editor by editor
September 30, 2024
in অসম, উত্তৰ-পূব, বিবিধ, ভাৰত
0
মহালয়া কেতিয়া, ধৰালৈ কেতিয়া আগমণ হ’ব মা দুৰ্গাৰ
0
SHARES
346
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

মহালয়া কেতিয়া, ধৰালৈ কেতিয়া আগমণ হ’ব মা দুৰ্গাৰ

হিন্দু ধৰ্মত দুৰ্গা পূজা তথা নৱৰাত্ৰিৰ সময়ছোৱা অতি গুৰুত্বপূৰ্ণ বুলি গণ্য কৰা হয়। এই সময়ছোৱাত উদযাপন কৰা মহালয়াৰো বিশেষ তাৎপৰ্য আছে। এইবাৰ ৩ অক্টোবৰ বৃহস্পতিবাৰৰ পৰা আৰম্ভ হৈছে শাৰদিয় নৱৰাত্ৰি। এনে পৰিস্থিতিত নৱৰাত্ৰিৰ সময়ত কেতিয়া মহালয়া পালন কৰা হ’ব আৰু ইয়াৰ ধৰ্মীয় তাৎপৰ্য কি !

প্ৰতি বছৰে আহিন মাহৰ কৃষ্ণ অমৱশ্যা তিথিত মহালয়া পালন কৰা হয় , যিটো পিত্ৰু পক্ষৰ অন্তিম দিনো। এনে পৰিস্থিতিত হিন্দু পঞ্জিকা অনুসৰি এইবাৰ পিত্ৰু পক্ষৰ অন্তিম দিন ০২ অক্টোবৰ বুধবাৰ। সেয়েহে মহালয়াও ২ অক্টোবৰতহে উদযাপন কৰা হ’ব।

মহালয়াত মাতৃ দুৰ্গা পৃথিৱীত উপস্থিত হোৱাৰ দিন বুলি গণ্য কৰা হয় আৰু এই দিনটোত দুৰ্গা মাক আদৰিবলৈ পূজা কৰা হয়। একে সময়তে এই দিনটোক বেয়াৰ ওপৰত ভাল বুলিও দেখা যায়। পিছদিনা শাৰদিয়া নৱৰাত্ৰি আৰম্ভ হয় আৰু কলাছ প্ৰতিষ্ঠা হয়। এই উৎসৱ মূলতঃ পশ্চিমবংগ, অসমত অধিক জনপ্ৰিয়।

হিন্দু ধর্মমতে, মহালয়াৰ দিনটোতে দেৱ-দেৱীকুলে দুর্গাপূজাৰ বাবে নিজকে জাগ্রত কৰে। আজিৰ দিনটোতে গংগাতীৰত প্রার্থনা কৰি ভক্তসকলে মৃত আত্মীয়-স্বজন আৰু পূর্বপুৰুষৰ আত্মাৰ মংগল কামনা কৰে। আজিৰ দিনটোত পুৱতিনিশাৰ পৰাই সমগ্ৰ দেশৰ স্থায়ী দুর্গা মণ্ডপসমূহত চণ্ডীপাঠ আৰু পূজা-অর্চনাৰে দুর্গা দেৱীক আবাহন কৰা হয়।

হিন্দুধৰ্মীয় বিশ্বাস অনুসৰি, মহালয়াৰ জৰিয়তে ধৰালৈ আগমন ঘটে শক্তিৰ অধিষ্ঠাত্ৰী দেৱীৰ। পুৰাণৰ মতে, অশুভ অসুৰ শক্তিৰ ওচৰত পৰাভূত দেৱতাসকলে স্বর্গলোকচ্যুত হোৱাৰ পিছত চাৰিওফালে আৰম্ভ হয় অশুভ শক্তিৰ প্রতাপ। এই অশুভ শক্তি বিনাশ কৰিবলৈ একত্রিত হয় দেৱতাগণ। তেতিয়াই দেৱতাৰ তেজৰশ্মিৰ পৰা আৱির্ভাৱ হয় অসুৰবিনাশিনী দেৱী দুর্গাৰ।

মহালয়াৰ সময়ত ঘোৰ অমাৱস্যা থাকে। তেতিয়াই দুর্গা দেৱীৰ তেজোদ্বীপ্ত আলোকত সেই অমাৱস্যা দূৰ হয়। প্রতিষ্ঠা লাভ কৰে শুভশক্তিয়ে। জনশ্ৰুতি অনুসৰি, হিমালয়ৰ কৈলাসৰ পৰা সুদূৰ পথেৰে প্রতিবছৰে দুর্গা দেৱী সমতল ভূমিলৈ নামি আহে। লগত আহে গণেশ, কার্তিক, লক্ষ্মী আৰু সৰস্বতী।

প্রতিবছৰে শৰতকালত দেৱী দুর্গাৰ এই আগমন হয়। ষষ্ঠী পূজাৰে শাৰদীয় দুর্গোৎসৱৰ আনুষ্ঠানিকতা আৰম্ভ হ’লেও মূলতঃ মহালয়াৰ পৰাই দুর্গা দেৱীৰ আগমনৰ ধ্বনি শুনিবলৈ পোৱা যায়। উল্লেখযোগ্য যে এই দিনটোতেই অস্থায়ী মৃন্ময় মা দূর্গাৰ প্ৰতিমা সমূহত চকু আঁকি প্ৰাণ প্ৰতিষ্ঠা কৰা হয়।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: durga pujaMaa MahalyaMahalyaNavratri
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

কেতিয়াৰ পৰা Income Tax Return প্ৰক্ৰিয়া আৰম্ভ হ’ব?
বাণিজ্য

কেতিয়াৰ পৰা Income Tax Return প্ৰক্ৰিয়া আৰম্ভ হ’ব?

April 3, 2026
কিমান সম্পত্তি আছে ৰাঘৱ চাদ্দাৰ? নেটৱৰ্থ জানি হ’ব আচৰিত!
বাণিজ্য

কিমান সম্পত্তি আছে ৰাঘৱ চাদ্দাৰ? নেটৱৰ্থ জানি হ’ব আচৰিত!

April 3, 2026
ছোৱালীৰ জিন্স পেন্টত কিয় চেইন থাকে? ৯৯% লোকে নাজানে সঠিক উত্তৰ
জীৱনশৈলী

ছোৱালীৰ জিন্স পেন্টত কিয় চেইন থাকে? ৯৯% লোকে নাজানে সঠিক উত্তৰ

April 3, 2026
বিজেপিত যোগদান কৰিব নেকি ৰাঘৱ চাদ্দাই? আতিশীয়ে দিলে উত্তৰ
ভাৰত

বিজেপিত যোগদান কৰিব নেকি ৰাঘৱ চাদ্দাই? আতিশীয়ে দিলে উত্তৰ

April 3, 2026
Next Post
বিমান আক্ৰমণৰ ভয়ংকৰ খবৰ, প্ৰাণ হেৰুৱালে ৪৫ গৰাকীয়ে, ৭৬ আহত, নিহতৰ সংখ্যা বৃদ্ধিৰ আশংকা

বিমান আক্ৰমণৰ ভয়ংকৰ খবৰ, প্ৰাণ হেৰুৱালে ৪৫ গৰাকীয়ে, ৭৬ আহত, নিহতৰ সংখ্যা বৃদ্ধিৰ আশংকা

নেপালত বানৰ বিধ্বংসী ৰূপ, এতিয়ালৈকে ১৭০ লোক নিহত, ৪২ নিৰুদ্দেশ, সকলো শিক্ষানুষ্ঠান বন্ধ

নেপালত বানৰ বিধ্বংসী ৰূপ, এতিয়ালৈকে ১৭০ লোক নিহত, ৪২ নিৰুদ্দেশ, সকলো শিক্ষানুষ্ঠান বন্ধ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.