• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
বিমান আক্ৰমণৰ ভয়ংকৰ খবৰ, প্ৰাণ হেৰুৱালে ৪৫ গৰাকীয়ে, ৭৬ আহত, নিহতৰ সংখ্যা বৃদ্ধিৰ আশংকা

বিমান আক্ৰমণৰ ভয়ংকৰ খবৰ, প্ৰাণ হেৰুৱালে ৪৫ গৰাকীয়ে, ৭৬ আহত, নিহতৰ সংখ্যা বৃদ্ধিৰ আশংকা

2 years ago
টোপনিত কেতিয়াবা শৰীৰত কঁপনি উঠে নেকি? ইয়াৰ কাৰণসমূহ কি কি? জানিবলৈ চাওক

জীৱন ধ্বংস হ’বলৈ বেছি পৰ নাই! ভুলতো নিশা গ্ৰহণ নকৰিব এইবোৰ বস্তু

2 hours ago
জনপ্ৰিয় কণ্ঠশিল্পীৰ মৃত্যু, ৫ দিন পিছত উদ্ধাৰ গলি যোৱা শৰীৰ!

সাংস্কৃতিক জগততলৈ আহিছে দুখবৰ! সপ্তমীৰ দিনটোতে মৃত্যু বিশিষ্ট সংগীত পৰিচালকৰ

2 hours ago
দুৰ্গা পূজাত ভয়ংকৰ দুৰ্ঘটনা, পদপিষ্ট হৈ মৃত্যু প্ৰায় ২০ জন লোকৰ

দুৰ্গা পূজাত ভয়ংকৰ দুৰ্ঘটনা, পদপিষ্ট হৈ মৃত্যু প্ৰায় ২০ জন লোকৰ

2 hours ago
কাইলৈ মহালয়া, ধৰাৰ বুকুলৈ আগমণ কৰিব মা দুৰ্গাই

মা দুৰ্গাৰ কোনখন হাতত কি অস্ত্ৰ থাকে? অস্ত্ৰসমূহে কি শিক্ষা দিয়ে জানক

3 hours ago
প্ৰতিদিনে ৰাতি এটাকৈ খাওক ইলাচি, পুৰুষে দেখিব চমৎকাৰ!

প্ৰতিদিনে ৰাতি এটাকৈ খাওক ইলাচি, পুৰুষে দেখিব চমৎকাৰ!

3 hours ago
ICCক শেষ কৰি পেলোৱাৰ হুংকাৰ আমেৰিকাৰ

ভাৰতৰ ওপৰত ১০০% শুল্ক সলনি! ট্ৰাম্পে ভংগ কৰিলে নিজৰ নিয়ম

4 hours ago
উৎসৱ-পাৰ্বনত বুন্দিয়া সকলোৱে খায়, কিন্তু ইয়াক ইংৰাজীত কি কয় ৯৯% লোকে নাজানে!

উৎসৱ-পাৰ্বনত বুন্দিয়া সকলোৱে খায়, কিন্তু ইয়াক ইংৰাজীত কি কয় ৯৯% লোকে নাজানে!

4 hours ago
কেতিয়া দাখিল হ’ব অষ্টম দৰমহা আয়োগৰ প্ৰতিবেদন?

8th pay commission: ৬৯,০০০ টকা বেচিক পে আৰু ৫০% ডি এৰ একত্ৰীকৰণৰ দাবী, কেন্দ্ৰৰ কি ইংগিত?

5 hours ago
কৰীনা-ছেইফৰ বেডৰুমৰ গোপন ৰহস্য আহিছে পোহৰলৈ, তাৰ পিছত…

কৰীনা-ছেইফৰ বেডৰুমৰ গোপন ৰহস্য আহিছে পোহৰলৈ, তাৰ পিছত…

6 hours ago
ভাগ্যৰ খেল দেখি হ’ব আচৰিত, চাকৰিৰ পৰা অৰ্থ লাভত পাব সুযোগ!

ভাগ্যৰ খেল দেখি হ’ব আচৰিত, চাকৰিৰ পৰা অৰ্থ লাভত পাব সুযোগ!

6 hours ago
EPFO Rules: ১০ বাৰকৈ টকা উলিয়াব পাৰিব প্ৰভিডেণ্ট ফাণ্ডৰ পৰা! নতুন নিয়মবোৰ জানক

EPFO Rules: ১০ বাৰকৈ টকা উলিয়াব পাৰিব প্ৰভিডেণ্ট ফাণ্ডৰ পৰা! নতুন নিয়মবোৰ জানক

8 hours ago
শাওনত ৪ ৰাশিৰ লোকে পাব ভাল খবৰ, ধনৰ হ’ব উভৈনদী!

দেওবাৰৰ দিনটোত ভাল খবৰ পাব ৪ ৰাশিৰ লোকে, আপুনিও নেকি ভাগ্যৱান!

9 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Sunday, October 18, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিবিধ

বিমান আক্ৰমণৰ ভয়ংকৰ খবৰ, প্ৰাণ হেৰুৱালে ৪৫ গৰাকীয়ে, ৭৬ আহত, নিহতৰ সংখ্যা বৃদ্ধিৰ আশংকা

editor by editor
September 30, 2024
in বিবিধ, বিশ্ব, ভাৰত, ৰাজনীতি
0
বিমান আক্ৰমণৰ ভয়ংকৰ খবৰ, প্ৰাণ হেৰুৱালে ৪৫ গৰাকীয়ে, ৭৬ আহত, নিহতৰ সংখ্যা বৃদ্ধিৰ আশংকা
0
SHARES
2.7k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

বিমান আক্ৰমণৰ ভয়ংকৰ খবৰ, প্ৰাণ হেৰুৱালে ৪৫ গৰাকীয়ে, ৭৬ আহত, নিহতৰ সংখ্যা বৃদ্ধিৰ আশংকা

ইজৰাইল আৰু লেবাননৰ মাজত বৰ্তমানৰ সংঘাত অধিক বৃদ্ধি পাইছে। এই সন্দৰ্ভত লেবাননৰ স্বাস্থ্য মন্ত্ৰালয়ে জনাইছে যে ২৯ ছেপ্টেম্বৰ দেওবাৰে ইজৰাইল সেনাই দুটা ভিন্ন অঞ্চলত দ্ৰুত বিমান আক্ৰমণ চলাইছিল, য’ত কমেও ৪৫ জন লোক নিহত হৈছিল আৰু ৭৬ জন আহত হৈছিল।

তথ্য অনুসৰি লেবাননৰ দক্ষিণৰ আইন আল-ডেলব গাঁও আৰু পূব লেবাননৰ বেকা উপত্যকাৰ বালবেক-হাৰ্মেল অঞ্চলত এই আক্ৰমণ সংঘটিত হয়। য’ত আইন আল ডেলবত ২৪ জন লোকৰ মৃত্যু হোৱাৰ লগতে ২৯ জন লোক আহত হয়। বালবেক-হাৰ্মেলত থকাৰ সময়তে কমেও ২১ জন লোকৰ মৃত্যু হোৱাৰ লগতে ৪৭ জন লোক আহত হয়।

শেহতীয়াকৈ ইজৰাইলৰ তীব্ৰ বোমাবৰ্ষণৰ বাবে হাজাৰ হাজাৰ লেবাননৰ নাগৰিকে ঘৰ এৰি আন ঠাইলৈ পলায়ন কৰিবলগীয়া হৈছে। বিমান আক্ৰমণত ধ্বংস হৈছে অট্টালিকা। বৃহৎ আন্তঃগাঁথনি ধ্বংস হৈছে।

উল্লেখ্য যে, ইজৰাইলে হিজবুল্লাহৰ সন্ত্ৰাসবাদীক নিৰ্মূল কৰিবলৈ এই আক্ৰমণ চলাইছে। শেহতীয়াকৈ হাছান নছৰল্লাহক হত্যা কৰাৰ পিছত ইজৰাইলৰ মনোবল শিখৰত উপনীত হৈছে। দেশৰ প্ৰধানমন্ত্ৰী বেঞ্জামিন নেত্যানাহুৱে কোনো মূল্যৰ বিনিময়ত এই আক্ৰমণ বন্ধ কৰিবলৈ যোৱা নাই বুলি স্পষ্ট কৰি দিছে।

এতিয়ালৈকে ইজৰাইলৰ বিমান আক্ৰমণত শ শ লোকে প্ৰাণ হেৰুৱাইছে, আনহাতে হাজাৰ হাজাৰ লোক আহত হৈছে। পৰিসংখ্যা অনুসৰি লেবাননত এতিয়ালৈকে মুঠ ১৬৪০ জন লোকৰ মৃত্যু হৈছে, য’ত ১০৪ জন শিশু আৰু ১৯৪ গৰাকী মহিলাও আছে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: attackhizabullah AttackHizbullahLebanonWar
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

টোপনিত কেতিয়াবা শৰীৰত কঁপনি উঠে নেকি? ইয়াৰ কাৰণসমূহ কি কি? জানিবলৈ চাওক
জীৱনশৈলী

জীৱন ধ্বংস হ’বলৈ বেছি পৰ নাই! ভুলতো নিশা গ্ৰহণ নকৰিব এইবোৰ বস্তু

October 17, 2026
জনপ্ৰিয় কণ্ঠশিল্পীৰ মৃত্যু, ৫ দিন পিছত উদ্ধাৰ গলি যোৱা শৰীৰ!
বিনোদন

সাংস্কৃতিক জগততলৈ আহিছে দুখবৰ! সপ্তমীৰ দিনটোতে মৃত্যু বিশিষ্ট সংগীত পৰিচালকৰ

October 17, 2026
দুৰ্গা পূজাত ভয়ংকৰ দুৰ্ঘটনা, পদপিষ্ট হৈ মৃত্যু প্ৰায় ২০ জন লোকৰ
ভাৰত

দুৰ্গা পূজাত ভয়ংকৰ দুৰ্ঘটনা, পদপিষ্ট হৈ মৃত্যু প্ৰায় ২০ জন লোকৰ

October 17, 2026
কাইলৈ মহালয়া, ধৰাৰ বুকুলৈ আগমণ কৰিব মা দুৰ্গাই
জীৱনশৈলী

মা দুৰ্গাৰ কোনখন হাতত কি অস্ত্ৰ থাকে? অস্ত্ৰসমূহে কি শিক্ষা দিয়ে জানক

October 17, 2026
Next Post
নেপালত বানৰ বিধ্বংসী ৰূপ, এতিয়ালৈকে ১৭০ লোক নিহত, ৪২ নিৰুদ্দেশ, সকলো শিক্ষানুষ্ঠান বন্ধ

নেপালত বানৰ বিধ্বংসী ৰূপ, এতিয়ালৈকে ১৭০ লোক নিহত, ৪২ নিৰুদ্দেশ, সকলো শিক্ষানুষ্ঠান বন্ধ

বিচিচিআইয়ে সলনি কৰিলে ৰাষ্ট্ৰীয় ক্ৰিকেট একাডেমীৰ নাম, এতিয়া NCAৰ ঠাইত কি হ’ব নাম

বিচিচিআইয়ে সলনি কৰিলে ৰাষ্ট্ৰীয় ক্ৰিকেট একাডেমীৰ নাম, এতিয়া NCAৰ ঠাইত কি হ’ব নাম

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.