• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
চীনা APP BAT-BMSৰ উপদ্ৰৱত ই-ৰিক্সা চালকৰ হাৰাশাস্তি ! চলন্ত অৱস্থাতে বন্ধ হৈ যায় ই-ৰিক্সা

চীনা APP BAT-BMSৰ উপদ্ৰৱত ই-ৰিক্সা চালকৰ হাৰাশাস্তি ! চলন্ত অৱস্থাতে বন্ধ হৈ যায় ই-ৰিক্সা

3 months ago
DJৰ উচ্চস্বৰে প্ৰাণ কাঢ়িলে কণমানি ছাত্ৰীৰ

DJৰ উচ্চস্বৰে প্ৰাণ কাঢ়িলে কণমানি ছাত্ৰীৰ

16 minutes ago
চাইনাছ আৰু চৰ্দি একে সমস্যা নেকি? ডাক্তৰৰ পৰা পাৰ্থক্যটো জানি লওক

চাইনাছ আৰু চৰ্দি একে সমস্যা নেকি? ডাক্তৰৰ পৰা পাৰ্থক্যটো জানি লওক

54 minutes ago
8th Pay Commission: মৌলিক দৰমহা ৬৫% বৃদ্ধিৰ প্ৰস্তুতি? HRA, TA আৰু DA একত্ৰীকৰণে সলাব আপোনাৰ পে-স্লিপ

8th Pay Commission: চৰকাৰী কৰ্মচাৰীৰ বাবে ভাল খবৰ! প্ৰায় ১৮ লাখ টকা বকেয়া কৰিব লাভ

1 hour ago
শৰীৰত ইউৰিক এচিড বাঢ়িলে কি কি লক্ষণে দেখা দিয়ে?

শৰীৰত ইউৰিক এচিড বাঢ়িলে কি কি লক্ষণে দেখা দিয়ে?

1 hour ago
বিজেপি এৰিলে সীমান্ত শেখৰে, অসম ৰাজ্যিক চলচ্চিত্ৰ বিত্ত আৰু উন্নয়ন নিগমৰ অধ্যক্ষৰ পদো কৰিলে ত্যাগ

বিজেপি এৰিলে সীমান্ত শেখৰে, অসম ৰাজ্যিক চলচ্চিত্ৰ বিত্ত আৰু উন্নয়ন নিগমৰ অধ্যক্ষৰ পদো কৰিলে ত্যাগ

2 hours ago
ফটো উঠক আৰু লাভ কৰক লাখ লাখ টকা! AI কোম্পানীৰ ডাঙৰ অফাৰ, জানক

ফটো উঠক আৰু লাভ কৰক লাখ লাখ টকা! AI কোম্পানীৰ ডাঙৰ অফাৰ, জানক

2 hours ago
কম বয়সতে মাইগ্ৰেইন হৈছে নেকি? বিশেষজ্ঞসকলৰ পৰা জানক প্ৰধান কাৰণ

টোপনিৰ পৰা উঠিলেই মূৰৰ বিষ? বিপদৰ পূৰ্বেই হওক সাৱধান!

5 hours ago
প্ৰেমৰ বতাহত মাতাল হৈ হালিছে কঁহুৱা, কবিৰ হৃদয়ত বাজিছে বীণা!

প্ৰেমৰ বতাহত মাতাল হৈ হালিছে কঁহুৱা, কবিৰ হৃদয়ত বাজিছে বীণা!

6 hours ago
Bank Strike: দেশজুৰি ব্যাহত হ’ব বেংকিং সেৱা! কি ভাবিছে চৰকাৰে?

Bank Strike: দেশজুৰি ব্যাহত হ’ব বেংকিং সেৱা! কি ভাবিছে চৰকাৰে?

8 hours ago
আজি ৩ ৰাশিৰ হাতলৈ আহিব ধন, কেৰিয়াৰ আৰু ব্যক্তিগত জীৱনতো পাব নতুন সুযোগ!

আজি ৩ ৰাশিৰ হাতলৈ আহিব ধন, কেৰিয়াৰ আৰু ব্যক্তিগত জীৱনতো পাব নতুন সুযোগ!

8 hours ago
আজি কপাল ফুলিব ৪ ৰাশিৰ, হাতলৈ আহিব সুযোগ, পঢ়ক দৈনিক ৰাশিফল

আজি কপাল ফুলিব ৪ ৰাশিৰ, হাতলৈ আহিব সুযোগ, পঢ়ক দৈনিক ৰাশিফল

8 hours ago
কাইলৈ এইকেইটা ৰাশিৰ আছে আৰ্থিক লাভৰ যোগ

কাইলৈ এইকেইটা ৰাশিৰ আছে আৰ্থিক লাভৰ যোগ

17 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Tuesday, September 22, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home প্ৰযুক্তি

চীনা APP BAT-BMSৰ উপদ্ৰৱত ই-ৰিক্সা চালকৰ হাৰাশাস্তি ! চলন্ত অৱস্থাতে বন্ধ হৈ যায় ই-ৰিক্সা

কি এই বিতৰ্কিত BAT-BMS App?

editor by editor
July 2, 2026
in অপৰাধ, প্ৰযুক্তি, ভাৰত
0
চীনা APP BAT-BMSৰ উপদ্ৰৱত ই-ৰিক্সা চালকৰ হাৰাশাস্তি ! চলন্ত অৱস্থাতে বন্ধ হৈ যায় ই-ৰিক্সা
0
SHARES
1k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

সম্প্ৰতি ছ’চিয়েল মিডিয়াত BAT-BMS নামৰ এটা চীনা মোবাইল এপক লৈ ব্যাপক চৰ্চা চলিছে। অভিযোগ অনুসৰি, বহু উদণ্ড লোকে এই এপটোৰ অপব্যৱহাৰ কৰি ব্লুটুথৰ জৰিয়তে চলন্ত ই-ৰিক্সা মাজপথতে বন্ধ কৰি দিছে। এই ঘটনাৰ ভিডিঅ’ ভাইৰেল হোৱাৰ পিছতে নেটিজেনে এপটোক নিষিদ্ধ কৰাৰ দাবী জনাইছে। ভাইৰেল ভিডিঅ’সমূহত দেখা গৈছে, কিছুমান ব্যক্তিয়ে কেৱল আমোদৰ বাবে বা তথাকথিত‘prank’ৰ নামত চলি থকা ই-ৰিক্সাৰ বেটাৰীৰ সৈতে ব্লুটুথে সংযোগ স্থাপন কৰি বাহনখন বন্ধ কৰি দিছে। ইয়াৰ ফলত চালকৰ লগতে যাত্ৰীসকলেও যথেষ্ট অসুবিধাৰ সন্মুখীন হ’বলগীয়া হৈছে।

কি এই বিতৰ্কিত BAT-BMS App?

BAT-BMS হৈছে চীনৰ Shenzhen Grenergy Technology-এ নিৰ্মাণ কৰা এটা মোবাইল এপ। এই এপটোৰ মূল কাম হৈছে ব্লুটুথ-সক্ষম লিথিয়াম বেটাৰীৰ স্বাস্থ্য, চাৰ্জ, ভল্টেজ আৰু তাপমাত্ৰা আদিৰ তথ্য তাঁৰৰ সংযোগ অবিহনে পৰ্যবেক্ষণ বা পৰীক্ষা কৰা। ই মূলতঃ এটা Battery Management System (BMS) ইণ্টাৰফেচ হিচাপে কাম কৰে। কিন্তু সমস্যাৰ সৃষ্টি হৈছে এপটোৰ অপব্যৱহাৰক লৈ। ছচিয়েল মিডিয়া Xত প্ৰকাশ পোৱা তথ্য অনুসৰি, ভাৰতত ব্যৱহৃত বহু সস্তীয়া লিথিয়াম বেটাৰী পেকত ব্লুটুথ-সক্ষম BMS ইউনিট থাকে, য’ত পাছৱৰ্ড সুৰক্ষা অতি দুৰ্বল অথবা একেবাৰেই নাথাকে। এনে ক্ষেত্ৰত ১০–১৫ মিটাৰৰ ভিতৰত থকা যিকোনো ব্যক্তিয়ে বেটাৰীৰ সৈতে সংযোগ স্থাপন কৰি ডিছচাৰ্জ ফাংচন বন্ধ কৰিব পাৰে। এই ফাংচনৰ জৰিয়তেই মটৰলৈ শক্তি যোগান ধৰা হয়। সেয়েহে ইয়াক বন্ধ কৰি দিলেই ই-ৰিক্সাখন লগে লগে থমকি যাব পাৰে। ঘটনাটোক লৈ Xত বহু ব্যৱহাৰকাৰীয়ে ক্ষোভ প্ৰকাশ কৰিছে। বহুতেই -‘ই-ৰিক্সা চালকসকলৰ জীৱিকা এই বাহনৰ ওপৰত নিৰ্ভৰশীল। কোনো ব্যক্তিয়ে আমোদ-প্ৰমোদৰ বাবে মাজপথতে বাহন বন্ধ কৰি দিয়াটো কেতিয়াও গ্ৰহণযোগ্য নহয়। চৰকাৰে এনে এপৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা লোৱা উচিত।’ বুলি ক্ষোভ প্ৰকাশ কৰিছে।

BAT-BMS এতিয়াও ডাউনলোড কৰিব পাৰিনে?

ভাইৰেল বিতৰ্কৰ পিছত Apple App Store-ৰ পৰা BAT-BMS এপটো ইতিমধ্যে আঁতৰাই দিয়া হৈছে বুলি জানিব পৰা গৈছে। গুগলত এপটোৰ App Storeৰ পৰাও এই এপটো আঁতৰাই দিয়া হৈছে। অৱশ্যে, অন্যান্য প্লেটফৰ্মত এপটোৰ উপলব্ধতা সম্পৰ্কে এতিয়াও স্পষ্ট তথ্য পোৱা হোৱা নাই। এই ঘটনাই ব্লুটুথ-সক্ষম বেটাৰী ব্যৱস্থাৰ সুৰক্ষা ব্যৱস্থা শক্তিশালী কৰাৰ প্ৰয়োজনীয়তাক পুনৰ এবাৰ উজাগৰ কৰিছে।

এই প্ৰতিবেদন যুগুতাইছে মানসজ্যোতিয়ে

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live24e-rickshaw
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

DJৰ উচ্চস্বৰে প্ৰাণ কাঢ়িলে কণমানি ছাত্ৰীৰ
ভাৰত

DJৰ উচ্চস্বৰে প্ৰাণ কাঢ়িলে কণমানি ছাত্ৰীৰ

September 22, 2026
নাবালিকাক শাৰীৰিক নি*ৰ্যাতন, জ্ব*লিছে বিহাৰ
অপৰাধ

নাবালিকাক শাৰীৰিক নি*ৰ্যাতন, জ্ব*লিছে বিহাৰ

September 21, 2026
নিবনুৱাসকলৰ বাবে গুৰুত্বপূৰ্ণ খবৰ
নিয়োগ

নিবনুৱাসকলৰ বাবে গুৰুত্বপূৰ্ণ খবৰ

September 21, 2026
CSKৰ মুখ্য প্ৰশিক্ষকৰ দায়িত্ব কিয় দিয়া হ’ল জাহিৰ খানক?
বিনোদন

CSKৰ মুখ্য প্ৰশিক্ষকৰ দায়িত্ব কিয় দিয়া হ’ল জাহিৰ খানক?

September 21, 2026
Next Post

বয়সৰ লগে লগে বাঢ়ি আহে ডিমেনচিয়াৰ আশংকা! গঢ়ি তোলক এই অভ্যাস

ৰক বেণ্ডৰ ড্ৰামাৰ Paiceক কিয় জাপানৰ প্ৰধানমন্ত্ৰী তাকাইচিয়ে কৈছিল ‘You are my god’

ৰক বেণ্ডৰ ড্ৰামাৰ Paiceক কিয় জাপানৰ প্ৰধানমন্ত্ৰী তাকাইচিয়ে কৈছিল 'You are my god'

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.