• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
পুৱাই ভূমিকম্প, ৰিখটাৰ স্কেলত ভূমিকম্পৰ মাত্ৰা ৫.১, ক’ত ক’ত অনুভূত হৈছে কম্পন?

1 year ago
পুৱাই এইসমূহ কাম কৰাৰ অভ্যাস আছে? এইকেইটা অভ্যাসৰ কাৰণেই বাঢ়ে বেয়া কলষ্টেৰল, হৃদৰোগৰ আশংকা কমাবলৈ এৰক এইসমূহ অভ্যাস

9 minutes ago
মীন ৰাশিলৈ আহি খেল দেখুৱাব মঙ্গলে, ভাগ্য চমকি উঠিব এই ৪ৰাশিৰ

1 hour ago
ল’ৰাৰজাৰ দৰে ব্যৱহাৰ গৌৰৱৰ, বাৰে বাৰে অপমান সহ্য কৰিব নোৱাৰি দুখেৰে কংগ্ৰেছ এৰিছোঃ প্ৰদ্যুৎ বৰদলৈ

2 hours ago
এই ৫ সহজ টেকনিকেই বঢ়ায় বেংক বেলেন্স, আপুনিও ধনী হ’ব পাৰিব

প্লেনত পছন্দৰ ছিট পাবলৈ দিব নালাগে এক্সট্ৰা চাৰ্জ, ডাঙৰ সিদ্ধান্ত কেন্দ্ৰৰ

3 hours ago
লিখিত লাগিব আপুনি যে সনাতনী, হিন্দুত্বত বিশ্বাসী’, কেদাৰনাথত অগ্নিপৰীক্ষা ছাৰা আলি খানৰ

তেজ পৰীক্ষাতেই ধৰা পৰিব ব্ৰেইন কেন্সাৰ, টিউমাৰ! কেনেকৈ কৰা হ’ব পৰীক্ষা? জানক বিশেষজ্ঞই কি কৈছে?

4 hours ago
১৯ এপ্ৰিলৰ পৰা ধন-সম্পদ বাঢ়িব ৫ৰাশিৰ, তৈয়াৰ হৈছে মালব্য ৰাজযোগ

5 hours ago
২৫ মাৰ্চৰ পৰা ভাগ্যৰ চকা ঘূৰিব ৫ৰাশিৰ, খুলিব অৰ্থাগমনৰ নতুন নতুন পথ, তালিকাত আছেনে আপুনি?

প্ৰভাৱশালী নেতা আলি লাৰিজানিৰ মৃত্যুৰ খবৰ স্বীকাৰ ইৰানৰ, ইজৰায়েলৰ ভয়ংকৰ আক্ৰমণত প্ৰাণ হেৰুৱালে ইৰানৰ শীৰ্ষ নেতাই

6 hours ago
বুধবাৰে গণেশৰ কৃপা, সাফল্য কঢ়িয়াই আনিব ৩ৰাশিৰ জীৱনলৈ

7 hours ago
এতিয়া কংগ্ৰেছ দলত যোগদানৰ শাৰীত কৈ Exit Gateতহে বেছি ভিৰ! সামাজিক মাধ্যমত কি মজাৰ কাহিনী কি লিখিলে পীয়ুষ হাজৰিকাই?

16 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, March 18, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

পুৱাই ভূমিকম্প, ৰিখটাৰ স্কেলত ভূমিকম্পৰ মাত্ৰা ৫.১, ক’ত ক’ত অনুভূত হৈছে কম্পন?

পুৱাই ভূমিকম্প, ৰিখটাৰ স্কেলত ভূমিকম্পৰ মাত্ৰা ৫.১, ক’ত ক’ত অনুভূত হৈছে কম্পন?

editor by editor
February 25, 2025
in জীৱনশৈলী, বিবিধ, ভাৰত
0
পুৱাই ভূমিকম্প, ৰিখটাৰ স্কেলত ভূমিকম্পৰ মাত্ৰা ৫.১, ক’ত ক’ত অনুভূত হৈছে কম্পন?
0
SHARES
623
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

পুৱাই ভূমিকম্পত কঁপি উঠিল দক্ষিণবংগৰ উপকূলীয় অঞ্চল৷ কম্পনৰ মাত্ৰা অনুভৱ হৈছে পশ্চিমবংগৰ বিভিন্ন এলেকাৰ লগতে বাংলাদেশ আৰু ওড়িশাতো৷ ৰিখটাৰ স্কেলত কম্পনৰ মাত্ৰা আছিল ৫.১ শতাংশ৷ জাতীয় ভূকম্পন পৰিমাপকেন্দ্ৰ বা নেশ্ব্যনেল চেণ্টাৰ ফল ছিচমলজিয়ে জনাইছে যে মঙলবাৰে পুৱা ৬ বাজি ১০ মিনিটত ভূমিকম্পৰ কম্পন অনুভূত হৈছে৷

ভূমিকম্পৰ উৎসস্থল বঙ্গোপসাগৰৰ ৯১ কিঃমিঃ গভীৰ৷ জাতীয় ভূকম্পন পৰিমাপকেন্দ্ৰই যি ছবি প্ৰকাশ কৰিছে তাত দেখা গৈছে যে ওড়িশা আৰু পশ্চিমবংগৰ উপকূল আৰু উপকূল সংলগ্ন অঞ্চলত কম্পন অনুভূত হৈছে৷ প্ৰাথমিকভাৱে জনা গৈছে যে পূৰ্ব মেদিনীপুৰৰ হলদিয়া, কাঁথি, দীঘাসহ কম্পন অনুভূত হৈছে৷ বাংলাদেশৰ পশ্চিম প্ৰান্তৰ উপকূলৰ কিছু অঞ্চলত কম্পন অনুভূত হৈছে৷

ভূমিকম্পত বৰ্তমান পৰ্যন্ত কোনো ক্ষয়ক্ষতিৰ খবৰ এতিয়াও লাভ কৰা হোৱা নাই৷ ভূমিকম্পৰ পাছতেই সমুদ্ৰৰ পৰিস্থিতি সন্দৰ্ভতো কোনো তথ্য বৰ্তমানলৈ লাভ কৰা হোৱা নাই৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

পুৱাই এইসমূহ কাম কৰাৰ অভ্যাস আছে? এইকেইটা অভ্যাসৰ কাৰণেই বাঢ়ে বেয়া কলষ্টেৰল, হৃদৰোগৰ আশংকা কমাবলৈ এৰক এইসমূহ অভ্যাস
জীৱনশৈলী

March 18, 2026
মীন ৰাশিলৈ আহি খেল দেখুৱাব মঙ্গলে, ভাগ্য চমকি উঠিব এই ৪ৰাশিৰ
জীৱনশৈলী

মীন ৰাশিলৈ আহি খেল দেখুৱাব মঙ্গলে, ভাগ্য চমকি উঠিব এই ৪ৰাশিৰ

March 18, 2026
ল’ৰাৰজাৰ দৰে ব্যৱহাৰ গৌৰৱৰ, বাৰে বাৰে অপমান সহ্য কৰিব নোৱাৰি দুখেৰে কংগ্ৰেছ এৰিছোঃ প্ৰদ্যুৎ বৰদলৈ
অসম

ল’ৰাৰজাৰ দৰে ব্যৱহাৰ গৌৰৱৰ, বাৰে বাৰে অপমান সহ্য কৰিব নোৱাৰি দুখেৰে কংগ্ৰেছ এৰিছোঃ প্ৰদ্যুৎ বৰদলৈ

March 18, 2026
এই ৫ সহজ টেকনিকেই বঢ়ায় বেংক বেলেন্স, আপুনিও ধনী হ’ব পাৰিব
জীৱনশৈলী

এই ৫ সহজ টেকনিকেই বঢ়ায় বেংক বেলেন্স, আপুনিও ধনী হ’ব পাৰিব

March 18, 2026
Next Post
চাইৱালাৰ বাদে চাহৰ গোন্ধ আৰু সোৱাদ কোনেনো ভালকৈ বুজিবঃ নিজৰ চাইৱালাৰ পৰিচয় আকৌ এবাৰ তুলি ধৰি কি কি ক’লে প্রধানমন্ত্ৰী মোদীয়ে?

ত্ৰিপুষ্কৰ যোগত মঙলবাৰে উন্নতিৰ চূড়াত উঠিব ৫ ৰাশি, এওঁলোকৰ ওপৰত থাকিব বজৰংবলীৰ আশীৰ্বাদ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন