• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
১ নে ২ এপ্ৰিল, কোনদিনা অসমত পালন হ’ব হনুমান জয়ন্তী?

হনুমানে পূৰণ কৰিব মনৰ ইচ্ছা, মঙলবাৰে মন্দিৰলৈ গৈ কৰক মাত্ৰ এইকেইটা কাম!

3 months ago
আজিৰ দিনটোৰ ১০ টা গুৰুত্বপূৰ্ণ খবৰ থোৰতে পঢ়ক

আজিৰ দিনটোৰ ১০ টা গুৰুত্বপূৰ্ণ খবৰ থোৰতে পঢ়ক

4 minutes ago
আপোনাৰো সহজতে নজৰ লাগে নেকি? প্ৰেমানন্দ মহাৰাজে দিলে উত্তৰ

আপোনাৰো সোনকালে নজৰ লাগে নেকি? জানক প্ৰেমানন্দ মহাৰাজে কি ক’লে

14 minutes ago
শৰীৰৰ Private parts-ক নকৰিব আওকাণ, ৯৯% লোকে নাজানে সঠিক যতন

শৰীৰৰ Private parts-ক নকৰিব আওকাণ, ৯৯% লোকে নাজানে সঠিক যতন

54 minutes ago
হঠাৎ দাঁতত ব্ৰাছৰ আঘাত, সংক্ৰমণৰ পূৰ্বে অনুসৰণ কৰক এই ঘৰুৱা টিপছ

হঠাৎ দাঁতত ব্ৰাছৰ আঘাত, সংক্ৰমণৰ পূৰ্বে অনুসৰণ কৰক এই ঘৰুৱা টিপছ

1 hour ago
ৰাখী বন্ধনৰ পৰা ঘূৰিব ভাগ্যৰ চকা! ৩ ৰাশিয়ে পাব সুখবৰ

ভাগ্যই দেখুৱাব নতুন ৰূপ, কাইলৈ কাৰ কেনেকুৱা যাব দিনটো?

1 hour ago
শৌচাগাৰত বিষাক্ত সাপ! ভিতৰলৈ সোমোৱাৰ পূৰ্বে এবাৰ চকু ফুৰাওক চৌদিশে

শৌচাগাৰত বিষাক্ত সাপ! ভিতৰলৈ সোমোৱাৰ পূৰ্বে এবাৰ চকু ফুৰাওক চৌদিশে

2 hours ago
বয়ফ্ৰেণ্ডক বাইক দিবলৈ প্ৰেমিকাই চুৰি কৰিলে মাতৃৰ অলংকাৰ, তাৰ পিছত…

বয়ফ্ৰেণ্ডক বাইক দিবলৈ প্ৰেমিকাই চুৰি কৰিলে মাতৃৰ অলংকাৰ, তাৰ পিছত…

3 hours ago
সমগ্ৰ দেশতে অনিৰ্দিষ্টকালীন বেংক ষ্ট্ৰাইক! সমস্যাত পৰিব নেকি আপুনি?

সমগ্ৰ দেশতে অনিৰ্দিষ্টকালীন বেংক ষ্ট্ৰাইক! সমস্যাত পৰিব নেকি আপুনি?

4 hours ago
নৱেম্বৰ মাহ পৰ্যন্ত এই ৪ৰাশিক লাভ দিব শনি আৰু কেতুৱে, আৰ্থিক লাভ কোন কোন ৰাশিৰ কপালত আছে?

শনিদেৱক সন্তুষ্ট কৰাৰ সহজ উপায়, জিলিকি উঠিব ভাগ্য!

6 hours ago
৫০ বছৰ বয়সত ১ কোটি টকা লাগে নেকি? প্ৰতিমাহে SIPত কিমান কৰিব বিনিয়োগ জানক

৫০ বছৰ বয়সত ১ কোটি টকা লাগে নেকি? প্ৰতিমাহে SIPত কিমান কৰিব বিনিয়োগ জানক

6 hours ago
পাকিস্তানতকৈও পিছ পৰি আছে ভাৰত

পাকিস্তানতকৈও পিছ পৰি আছে ভাৰত

8 hours ago
মহিলাৰ পিঠি খজুৱাই লাখ লাখ টকা উপাৰ্জন চীনৰ যুৱকৰ

মহিলাৰ পিঠি খজুৱাই লাখ লাখ টকা উপাৰ্জন চীনৰ যুৱকৰ

8 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, September 5, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

হনুমানে পূৰণ কৰিব মনৰ ইচ্ছা, মঙলবাৰে মন্দিৰলৈ গৈ কৰক মাত্ৰ এইকেইটা কাম!

হনুমানে পূৰণ কৰিব মনৰ ইচ্ছা, মঙলবাৰে মন্দিৰলৈ গৈ কৰক মাত্ৰ এইকেইটা কাম!

editor by editor
May 26, 2026
in জীৱনশৈলী, বিবিধ, লেখা
0
১ নে ২ এপ্ৰিল, কোনদিনা অসমত পালন হ’ব হনুমান জয়ন্তী?
0
SHARES
710
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

হনুমানক বিষ্ণুৰ অৱতাৰ ৰামৰ ভক্ত বুলি গণ্য কৰা হয়, যি তেওঁৰ অটল ভক্তিৰ বাবে বহুলভাৱে পৰিচিত। তেওঁক শক্তিৰ প্ৰতীক হিচাপে শ্ৰদ্ধা কৰা হয়।কেৰিয়াৰ আৰু ব্যৱসায়ত সফল হ’বলৈ কৰক হনুমানৰ আৰাধনা! আজি জানো আহক হনুমানক সন্তুষ্ট কৰিবলৈ কি কৰিব লাগে।

যদি আপুনি চৰকাৰী চাকৰিৰ বাবে চেষ্টা চলাই আছে, তেন্তে মঙলবাৰে ভগৱান হনুমানক পূজা কৰক। ভগৱান হনুমান সন্তুষ্ট খ’লে তেওঁৰ কৃপাত আপুনি আকাংক্ষিত সফলতা লাভ কৰিব। চৰকাৰী চাকৰিৰ বাবে আপুনি চলাই অহা চেষ্টাও তেওঁৰ কৃপাত সফল হ’ব। জ্যোতিষ মতে ৰাশিফলৰ প্ৰথম, দ্বিতীয়, চতুৰ্থ, সপ্তম, অষ্টম আৰু দ্বাদশ স্থানত যদি মংগল গ্ৰহ থাকে তেন্তে সেই ব্যক্তিজনক মাংগলিক বুলি কোৱা হয়। এই দোষৰ সমস্যা সমাধান কৰাটো বাধ্যতামূলক। সেয়ে মঙলবাৰে ৰঙা জলকীয়া দান কৰিব লাগে। ইয়াৰ ফলত মংগল দোষৰ প্ৰভাৱ কমি যায়। যদি আপুনি নিজৰ ইচ্ছা পূৰণ কৰিব বিচাৰে তেন্তে মঙলবাৰে গা ধুই ধ্যান কৰক আৰু ৰঙা ৰঙৰ কাপোৰ পৰিধান কৰক। ইয়াৰ পিছত ৰীতি-নীতি অনুসৰি হনুমানক পূজা কৰিব লাগে। পূজাৰ সময়ত ভগৱান হনুমানক ৰঙা ৰঙৰ ফলমূল আৰু ফুল আগবঢ়াওক।

ইয়াৰোপৰি মঙলবাৰে ৰাম-সীতাৰ সৈতে বজৰংগবলীক পূজা কৰিব লাগে। লগতে পূজাৰ সময়ত ৰাম ৰক্ষা স্তোত্ৰ পাঠ কৰিব লাগে। এনে বিধানৰ সহায়ত প্ৰতিটো কামতে অগ্ৰগতি লাভ কৰে। বহুলোকে প্ৰায়ে আৰ্থিক সমস্যাৰ দ্বাৰা জৰ্জৰিত আৰু এই পৰিস্থিতিৰ পৰা ওলাই আহিব বিচাৰে, তেন্তে আপোনাৰ দুৰ্বল আৰ্থিক অৱস্থা উন্নত কৰিবলৈ হ’লে ভগৱান হনুমানৰ এই মন্ত্ৰ মঙলবাৰে ২১ বাৰ জপ কৰিব লাগে। এই মন্ত্ৰটো হৈছে – ‘ঔম হনুমন্তে নমঃ’। এই মন্ত্ৰ জপ কৰিলে ধনৰ লগত জড়িত প্ৰতিটো সমস্যা দূৰ হৈ যায়।

যদি আপুনি নিজৰ ইচ্ছা পূৰণ কৰিব বিচাৰে তেন্তে মঙলবাৰে গা ধুই ধ্যান কৰক আৰু ৰঙা ৰঙৰ কাপোৰ পৰিধান কৰক। ইয়াৰ পিছত ৰীতি-নীতি অনুসৰি হনুমানক পূজা কৰিব লাগে। পূজাৰ সময়ত ভগৱান হনুমানক ৰঙা ৰঙৰ ফলমূল আৰু ফুল আগবঢ়াওক। বাস্তু শাস্ত্ৰৰ মতে মঙলবাৰে ঋণ দিয়া উচিত নহয়। মঙলবাৰে কোনো লোককে ধাৰ দিয়া উচিত নহয় বুলি বিশ্বাস কৰা হয়। এনে কৰিলে আৰ্থিক অৱস্থা বেয়া হয় আৰু ধনৰ নাটনি হয়।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

আজিৰ দিনটোৰ ১০ টা গুৰুত্বপূৰ্ণ খবৰ থোৰতে পঢ়ক
অসম

আজিৰ দিনটোৰ ১০ টা গুৰুত্বপূৰ্ণ খবৰ থোৰতে পঢ়ক

September 5, 2026
আপোনাৰো সহজতে নজৰ লাগে নেকি? প্ৰেমানন্দ মহাৰাজে দিলে উত্তৰ
জীৱনশৈলী

আপোনাৰো সোনকালে নজৰ লাগে নেকি? জানক প্ৰেমানন্দ মহাৰাজে কি ক’লে

September 5, 2026
শৰীৰৰ Private parts-ক নকৰিব আওকাণ, ৯৯% লোকে নাজানে সঠিক যতন
জীৱনশৈলী

শৰীৰৰ Private parts-ক নকৰিব আওকাণ, ৯৯% লোকে নাজানে সঠিক যতন

September 5, 2026
হঠাৎ দাঁতত ব্ৰাছৰ আঘাত, সংক্ৰমণৰ পূৰ্বে অনুসৰণ কৰক এই ঘৰুৱা টিপছ
জীৱনশৈলী

হঠাৎ দাঁতত ব্ৰাছৰ আঘাত, সংক্ৰমণৰ পূৰ্বে অনুসৰণ কৰক এই ঘৰুৱা টিপছ

September 5, 2026
Next Post
কেতুৰ সলনি হ’ব গতি, ২ আগষ্টলৈকে সাৱধান হওক এইসকল ৰাশিৰ লোক!

কেতুৰ সলনি হ’ব গতি, ২ আগষ্টলৈকে সাৱধান হওক এইসকল ৰাশিৰ লোক!

World Thyroid Day: মহিলাসকলৰ কিয় বেছি থাইৰয়ডৰ মাত্ৰা? কেনেদৰে আৰোগ্য হ’ব বিশেষজ্ঞৰ পৰা জানক

World Thyroid Day: মহিলাসকলৰ কিয় বেছি থাইৰয়ডৰ মাত্ৰা? কেনেদৰে আৰোগ্য হ’ব বিশেষজ্ঞৰ পৰা জানক

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.