• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
আই আই টি বাবাৰ পত্নীও মহাকাশ অভিযন্তা, ক’ত কেতিয়া কেনেকৈ বাবা অভয়ৰ সৈতে পৰিচিত হ’ল উচ্চশিক্ষিতা প্ৰীতিকা?

আই আই টি বাবাৰ পত্নীও মহাকাশ অভিযন্তা, ক’ত কেতিয়া কেনেকৈ বাবা অভয়ৰ সৈতে পৰিচিত হ’ল উচ্চশিক্ষিতা প্ৰীতিকা?

6 months ago
স্বাধীনতাৰ পিছত গান্ধীজীৰ ফটো নাছিল, কিন্তু এতিয়া সকলো নোটত মহাত্মা গান্ধীৰ ফটো কিয় দেখা যায়?

স্বাধীনতাৰ পিছত গান্ধীজীৰ ফটো নাছিল, কিন্তু এতিয়া সকলো নোটত মহাত্মা গান্ধীৰ ফটো কিয় দেখা যায়?

2 minutes ago
Small Savings Scheme: মাহে মাত্ৰ ৫০০ টকাকৈ বিনিয়োগ, পাব দুগুণ ৰিটাৰ্ণ!

Small Savings Scheme: মাহে মাত্ৰ ৫০০ টকাকৈ বিনিয়োগ, পাব দুগুণ ৰিটাৰ্ণ!

30 minutes ago
Ketu Gochar 2026: আগন্তুক ৬৭ দিনত উজলিব ভাগ্য, আহিব নতুন সুযোগ!

Ketu Gochar 2026: আগন্তুক ৬৭ দিনত উজলিব ভাগ্য, আহিব নতুন সুযোগ!

2 hours ago
কণমানিৰ জীৱন বচাবলৈ ৯ কোটি! অনন্ত আম্বানীৰ মানৱীয় পদক্ষেপত আবেগিক নেটিজেন

কণমানিৰ জীৱন বচাবলৈ ৯ কোটি! অনন্ত আম্বানীৰ মানৱীয় পদক্ষেপত আবেগিক নেটিজেন

3 hours ago
অক্ষয় তৃতীয়াৰ পূৰ্বেই নামিছে ক’লা ছায়া! শনিৰ ৰাশি পৰিবৰ্তনত বিপদত পৰিব এই ৪ৰাশিৰ জাতক জাতিকা

৫ অক্টোবৰৰ পূৰ্বে সাৱধান হওক ৫ ৰাশি, আহিব পাৰে বিপদ!

5 hours ago
জীৱনত এবাৰ দৰ্শন কৰক এই মন্দিৰটো, আঁতৰিব সকলো বাধা!

জীৱনত এবাৰ দৰ্শন কৰক এই মন্দিৰটো, আঁতৰিব সকলো বাধা!

18 hours ago
কাইলৈ ভাগ্যৰ দুৱাৰ খোল খাব ৫ ৰাশিৰ! লাভ, সফলতা আৰু সুখৰ যোগ

কাইলৈ ভাগ্যৰ দুৱাৰ খোল খাব ৫ ৰাশিৰ! লাভ, সফলতা আৰু সুখৰ যোগ

19 hours ago
Night Club ত অৰ্ধ উলংগ যুৱতী! নিশাৰ মহানগৰীত এয়া কি?

Night Club ত অৰ্ধ উলংগ যুৱতী! নিশাৰ মহানগৰীত এয়া কি?

20 hours ago
কাইলৈ আপোনাৰ দিনটো কেনে যাব?

ভাগ্যৰ দেখিব যাদু! ৪ অক্টোবৰত কেনে যাব আপোনাৰ দিনটো?

20 hours ago
ই-ৰিক্সা চালকসকল সাৱধান! আৰম্ভ আৰক্ষীৰ বৃহৎ অভিযান

ই-ৰিক্সা চালকসকল সাৱধান! আৰম্ভ আৰক্ষীৰ বৃহৎ অভিযান

20 hours ago
ছবিখন AI ৰ সৌজন্যত।

কঠোৰ পৰিশ্ৰমী ৫ ৰাশি, সহজেই পায় উন্নতি!

21 hours ago
Fork Design: কাঁটা চামুচৰ চাৰিটা কাঁটা কিয় থাকে? বুদ্ধিমানে জানিব সঠিক উত্তৰ

Fork Design: কাঁটা চামুচৰ চাৰিটা কাঁটা কিয় থাকে? বুদ্ধিমানে জানিব সঠিক উত্তৰ

21 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Sunday, October 4, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

আই আই টি বাবাৰ পত্নীও মহাকাশ অভিযন্তা, ক’ত কেতিয়া কেনেকৈ বাবা অভয়ৰ সৈতে পৰিচিত হ’ল উচ্চশিক্ষিতা প্ৰীতিকা?

আই আই টি বাবাৰ পত্নীও মহাকাশ অভিযন্তা, ক’ত কেতিয়া কেনেকৈ বাবা অভয়ৰ সৈতে পৰিচিত হ’ল উচ্চশিক্ষিতা প্ৰীতিকা?

editor by editor
April 7, 2026
in জীৱনশৈলী, বিবিধ, ভাৰত, লেখা, শিক্ষা
0
আই আই টি বাবাৰ পত্নীও মহাকাশ অভিযন্তা, ক’ত কেতিয়া কেনেকৈ বাবা অভয়ৰ সৈতে পৰিচিত হ’ল উচ্চশিক্ষিতা প্ৰীতিকা?
0
SHARES
367
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email
IIT বাবা অভয় সিং পুনৰ বাতৰিৰ শিৰোনামত। মহাকুম্ভত ‘আইআইটিয়ান বাবা’ নামেৰে বিখ্যাত হোৱা অভয় সিঙ শেহতীয়াকৈ বিবাহপাশত আবদ্ধ হৈছে। এতিয়া তেওঁ অকলশৰীয়া নহয়, বা সাধু হৈয়ো থকা নাই৷ আই আইটি বাবা এতিয়া বিবাহিত৷ পত্নী প্ৰীতিকাৰ সৈতে এৰি অহা ঘৰলৈ আকৌ উভতিছে বাবা অভয় সিং। নৱবধুক মাতৃয়ে কৰাইছে গৃহপ্ৰৱেশ৷ ১৫ ফেব্ৰুৱাৰীত হিমাচল প্ৰদেশত মহাশিৱৰাত্ৰিৰ দিনটোতে দুয়োৱে বিবাহপাশত আবদ্ধ হয় বুলি সূত্ৰই প্ৰকাশ কৰিছে৷ বিবাহৰ পিছত ৬ এপ্ৰিলত হাৰিয়ানাৰ ঝজ্জাৰত থকা অভয়ৰ পূৰ্বপুৰুষৰ ঘৰত বেংক সম্পৰ্কীয় কিছু কাম সম্পূৰ্ণ কৰিবলৈ আহিছিল অভয় আৰু তেওঁৰ নৱবিবাহিতা পত্নী৷ তেতিয়াই পোহৰলৈ আহে সমগ্ৰ খবৰ৷

অভয় সিঙৰ পত্নী প্ৰীতিকা কোন?

অভয় সিঙৰ পত্নী প্ৰীতিকা কৰ্ণাটকৰ৷ মূলতঃ  তেওঁ বেংগালুৰুৰ। প্ৰীতিকা এগৰাকী অভিযন্তাও আৰু আধ্যাত্মিকতাৰ প্ৰতি তেওঁৰো আছে তীব্ৰ আগ্ৰহ। সংবাদ মাধ্যমৰ সৈতে হোৱা কথা-বতৰাত অভয়ে প্ৰীতিকাক অতি সহজ-সৰল, সৎ, প্ৰকৃতিৰ ব্যক্তি বুলি অভিহিত কৰিছে। বিবাহ জীৱনত অতি সুখী আৰু বৰ্তমান হিমাচল প্ৰদেশৰ ধৰ্মশালাতেই দুয়ো থাকে বুলি জনাই বাবা অভয় সিঙে৷ প্ৰীতকাইয়ো অভয়ক অতি সহজ-সৰল, সৎ, প্ৰকৃত ব্যক্তি বুলি বৰ্ণনা কৰিছে। প্ৰীতিকা পঢ়া-শুনাতো অতি চোকা আছিল বুলিও জনাইছে অভয়ে৷ মঙ্গলুৰ ছেইণ্ট জোচেফ ইঞ্জিনিয়াৰিং কলেজ (এছজেইচি)ৰ পৰা ইলেক্ট্ৰনিক্স আৰু কমিউনিকেচনত বি.টেক ডিগ্ৰী লাভ কৰিছে প্ৰীতিকাই।  তাৰপিছত এম আই টি মণিপালৰ পৰা জ্যোতিৰ্বিজ্ঞান আৰু মহাকাশ অভিযান্ত্ৰিক বিষয়ত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে। স্নাতকোত্তৰ কালত বেংগালুৰুৰ ইণ্ডিয়ান ইনষ্টিটিউট অৱ এষ্ট্ৰ’ফিজিক্স (আই আই এ)ত গৱেষণাৰ ইন্টাৰশ্বিপো কৰিছিল। বিশ্বব্ৰহ্মাণ্ডৰ ৰহস্যসমূহ অন্বেষণ কৰি থাকোঁতে প্ৰীতিকাই নিজেই আধ্যাত্মিকতাৰ ফালে মন মেলে৷

অভয় সিং কোন আৰু তেওঁৰ ডিগ্ৰী কি?

১৯৯০ চনৰ ৩ মাৰ্চত হাৰিয়ানাৰ ঝজ্জাৰ জিলাৰ ছাছৰোলি গাঁৱত জন্ম আই আই টিয়ান বাবা নামেৰে পৰিচিত অভয় সিঙৰ । পিতৃৰ নাম কৰণ সিং আৰু মাকৰ নাম শীলা দেৱী। তেওঁৰ সৰু ভনীয়েক এগৰাকীও আছে। অভয়ে আই আই টি মুম্বাইৰ পৰা এৰোস্পেচ ইঞ্জিনিয়াৰিঙৰ বি.টেক ডিগ্ৰী লাভ কৰে। ২০২০ চনত তেওঁ কানাডালৈ গুচি যায় আৰু তাত এটা কোম্পানীত কাম কৰে। ২০২১ চনত ভাৰতলৈ উভতি অহাৰ পিছত তেওঁ ফটোগ্ৰাফী আৰম্ভ কৰে। ২০২৪ চনত তেওঁ পৰিয়ালৰ পৰা বিচ্ছিন্ন হৈ পৰে৷ ২০২৫ চনত প্ৰয়াগৰাজ মহাকুম্ভত বাবাৰ সাজ-পোছাক পৰিধান কৰি “আই আই টি বাবা” নামেৰে বিখ্যাত হৈ পৰে অভয়৷ তাৰপিছতেই বিগত প্ৰায় এবছৰমান আগতে প্ৰীতিকাক লগ পায় অভয়ে৷ প্ৰথম অৱস্থাত দুয়ো ভাল বন্ধু হৈ পৰিল, তাৰ পিছত ক্ৰমান্বয়ে প্ৰেমতো পৰিল। মাত্ৰ আঠ মাহৰ বন্ধুত্বৰ অন্তত তেওঁলোকে বিয়া কৰোৱাৰ সিদ্ধান্ত লয়।
১৫ ফেব্ৰুৱাৰীত মহাশিৱৰাত্ৰি উপলক্ষে হিমাচল প্ৰদেশত বিবাহপাশত আবদ্ধ হয় দুয়ো৷ দুয়োজনে কয় যে তেওঁলোকে একেলগে এটা বৃহত্তৰ উদ্দেশ্যত কাম কৰি আছে। অভয় আৰু প্ৰীতিকাই কয় যে, তেওঁলোকে শ্ৰী বিশ্ববিদ্যালয় স্থাপনৰ কাম কৰি আছে, যি প্ৰতিষ্ঠানে জ্ঞানৰ সৈতে আধ্যাত্মিক অনুশীলনৰ সংমিশ্ৰণ ঘটাব।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

স্বাধীনতাৰ পিছত গান্ধীজীৰ ফটো নাছিল, কিন্তু এতিয়া সকলো নোটত মহাত্মা গান্ধীৰ ফটো কিয় দেখা যায়?
ভাৰত

স্বাধীনতাৰ পিছত গান্ধীজীৰ ফটো নাছিল, কিন্তু এতিয়া সকলো নোটত মহাত্মা গান্ধীৰ ফটো কিয় দেখা যায়?

October 4, 2026
Small Savings Scheme: মাহে মাত্ৰ ৫০০ টকাকৈ বিনিয়োগ, পাব দুগুণ ৰিটাৰ্ণ!
বাণিজ্য

Small Savings Scheme: মাহে মাত্ৰ ৫০০ টকাকৈ বিনিয়োগ, পাব দুগুণ ৰিটাৰ্ণ!

October 4, 2026
Ketu Gochar 2026: আগন্তুক ৬৭ দিনত উজলিব ভাগ্য, আহিব নতুন সুযোগ!
জীৱনশৈলী

Ketu Gochar 2026: আগন্তুক ৬৭ দিনত উজলিব ভাগ্য, আহিব নতুন সুযোগ!

October 4, 2026
কণমানিৰ জীৱন বচাবলৈ ৯ কোটি! অনন্ত আম্বানীৰ মানৱীয় পদক্ষেপত আবেগিক নেটিজেন
বাণিজ্য

কণমানিৰ জীৱন বচাবলৈ ৯ কোটি! অনন্ত আম্বানীৰ মানৱীয় পদক্ষেপত আবেগিক নেটিজেন

October 4, 2026
Next Post
বাহন, ঘৰৰ লগতে বিলাসী জীৱনৰ শুভাৰম্ভণি হ’ব ৩ৰাশিৰ, ১৯ এপ্ৰিলৰ পৰা শুক্ৰই সলাব ৩ৰাশিৰ ভাগ্য

বাহন, ঘৰৰ লগতে বিলাসী জীৱনৰ শুভাৰম্ভণি হ’ব ৩ৰাশিৰ, ১৯ এপ্ৰিলৰ পৰা শুক্ৰই সলাব ৩ৰাশিৰ ভাগ্য

৩২, ৩০ নে ২৮? কেইটা দাঁত থাকিলে আপুনি কোটিপতি হোৱাৰ সৌভাগ্য আছে? কি কৈছে সমুদ্ৰশাস্ত্ৰই?

৩২, ৩০ নে ২৮? কেইটা দাঁত থাকিলে আপুনি কোটিপতি হোৱাৰ সৌভাগ্য আছে? কি কৈছে সমুদ্ৰশাস্ত্ৰই?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.