• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
ঈদ মোবাৰক: আপোনজনলৈ প্ৰেৰণ কৰক ঈদ-উল-ফিটৰৰ শুভেচ্ছা…

ঈদ মোবাৰক: আপোনজনলৈ প্ৰেৰণ কৰক ঈদ-উল-ফিটৰৰ শুভেচ্ছা…

1 month ago
পাকিস্তানত হাহাকাৰ! দুৰ্বল হৈ পৰিছে অৰ্থনীতি

পাকিস্তানত হাহাকাৰ! দুৰ্বল হৈ পৰিছে অৰ্থনীতি

9 minutes ago
হালধীয়া হৈছে নেকি আপোনাৰ দাঁত? ধুনীয়া হাঁহিৰ বাবে লওক দাঁতৰ যতন

হালধীয়া হৈছে নেকি আপোনাৰ দাঁত? ধুনীয়া হাঁহিৰ বাবে লওক দাঁতৰ যতন

29 minutes ago
খাদ্যত অত্যাধিক নিমখ ব্যৱহাৰ কৰে নেকি? বিপদত পৰিব পাৰে আপুনি!

খাদ্যত অত্যাধিক নিমখ ব্যৱহাৰ কৰে নেকি? বিপদত পৰিব পাৰে আপুনি!

60 minutes ago
পুৰণি কাপোৰেৰে ঘৰ মচে নেকি? ভুগিব ডাঙৰ সমস্যাত!

পুৰণি কাপোৰেৰে ঘৰ মচে নেকি? ভুগিব ডাঙৰ সমস্যাত!

2 hours ago
কাইলৈ ঘোষণা হ’ব বিধানসভা নিৰ্বাচনৰ ফলাফল, কাৰ হাতত জনতাই তুলি দিব শাসনৰ বাঘজৰী?

কাইলৈ ঘোষণা হ’ব বিধানসভা নিৰ্বাচনৰ ফলাফল, কাৰ হাতত জনতাই তুলি দিব শাসনৰ বাঘজৰী?

3 hours ago
বুধ আৰু শনিৰ মিলন, ২২ মে’ৰ পৰা সলনি এই ৫টা ৰাশিৰ ভাগ্য!

বুধ আৰু শনিৰ মিলন, ২২ মে’ৰ পৰা সলনি এই ৫টা ৰাশিৰ ভাগ্য!

4 hours ago
কেতিয়া বাঢ়িব দৰমহা আৰু পেঞ্চন? অষ্টম দৰমহা আয়োগৰ সম্পূৰ্ণ হিচাপ জানি লওক

8th Pay Commission ৰ নতুন আপডেট, আৰম্ভ দৰমহা, পদোন্নতি আৰু পেঞ্চনৰ পৰিবৰ্তনৰ ওপৰত আলোচনা

4 hours ago
আপোনাৰ শিশুৱে বাৰে বাৰে মূৰত আঘাত পাইছে নেকি? বিপদৰ পূৰ্বে হওক সাৱধান!

আপোনাৰ শিশুৱে বাৰে বাৰে মূৰত আঘাত পাইছে নেকি? বিপদৰ পূৰ্বে হওক সাৱধান!

5 hours ago
আপোনাৰ সংগীৰ প্ৰিয় ফুলৰ পৰা জানক প্ৰেমৰ গভীৰতা!

আপোনাৰ সংগীৰ প্ৰিয় ফুলৰ পৰা জানক প্ৰেমৰ গভীৰতা!

6 hours ago
পুৱাই আহিছে দুঃখবৰ! ভয়ংকৰ অগ্নিকাণ্ডত নিহত ৯ জন লোক

পুৱাই আহিছে দুঃখবৰ! ভয়ংকৰ অগ্নিকাণ্ডত নিহত ৯ জন লোক

6 hours ago
বেংক কৰ্মচাৰীসকলৰ বাবে ভাল খবৰ, DA বৃদ্ধিয়ে কৰিব সহায়

বেংক কৰ্মচাৰীসকলৰ বাবে ভাল খবৰ, DA বৃদ্ধিয়ে কৰিব সহায়

18 hours ago
নিশা কাপোৰ ধুই নামাতিব দৰিদ্ৰতা, শেষ হ’ব জীৱন!

নিশা কাপোৰ ধুই নামাতিব দৰিদ্ৰতা, শেষ হ’ব জীৱন!

19 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Sunday, May 3, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

ঈদ মোবাৰক: আপোনজনলৈ প্ৰেৰণ কৰক ঈদ-উল-ফিটৰৰ শুভেচ্ছা…

ঈদ মোবাৰক: আপোনজনলৈ প্ৰেৰণ কৰক ঈদ-উল-ফিটৰৰ শুভেচ্ছা…

editor by editor
March 20, 2026
in জীৱনশৈলী, বিবিধ, লেখা
0
ঈদ মোবাৰক: আপোনজনলৈ প্ৰেৰণ কৰক ঈদ-উল-ফিটৰৰ শুভেচ্ছা…
0
SHARES
170
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

ৰমজান মাহ সম্পূৰ্ণ হোৱাৰ লগে লগে সকলোৱে আনন্দ মনেৰে ঈদ পালন কৰে। ঈদ-উল-ফিটৰ মুছলমানসকলৰ বাবে সুখ আৰু আশীৰ্বাদৰ দিন। এই বিশেষ দিনটোত মানুহে ইজনে সিজনক সাৱটি ধৰে, নামাজ আদায় কৰে, ইজনে সিজনক ঈদ মুবাৰক বুলি কয়। যদি আপুনিও ঈদৰ শুভেচ্ছা জনাব বিচাৰে তেন্তে ইয়াত থকা শুভেচ্ছা বাৰ্তাৰ পৰা দিব পাৰে।

ছৌদি আৰৱৰ এদিন পিছতে ভাৰতত ঈদ পালন কৰা হয়। দুয়োখন দেশতে বিভিন্ন সময়ত চন্দ্ৰ দেখা যায়। গতিকে উপসাগৰীয় দেশসমূহে ঈদৰ তাৰিখ ঘোষণা কৰাৰ পিছত ভাৰতে ২১ মাৰ্চত অৰ্থাৎ কাইলৈ ঈদ উদযাপন কৰিব।

এই দিনটোত কেৱল পৰিয়াল আৰু বন্ধু-বান্ধৱীৰ সৈতে সুখৰ ভাগ হোৱাই নহয়, আৰ্তজনক সহায় কৰিও আশীৰ্বাদ লোৱা হয়। যদি আপুনিও এই দিনটোত আপোনজনক বিশেষ ধৰণেৰে ঈদৰ শুভেচ্ছা জনাব পাৰে।

  • ঈদৰ এই পৱিত্ৰ ক্ষণত সকলোৰে মাজত যেন প্ৰেম, সহানুভূতি, ভাতৃত্বৰ এনাজৰীডাল টানকৈ বান্ধ খাই পৰক সেই আশাৰে…সকলোকে ঈদৰ আন্তৰিক শুভেচ্ছা জনালোঁ।
  • ঈদৰ চন্দ্ৰই সুখৰ বাৰ্তা কঢ়িয়াই আনিছে, ঈদৰ এই বিশেষ দিনটো সকলোৰে ভাল হওক।
  • ঈদ মোবাৰক ! পবিত্ৰ ঈদ উৎসৱে সকলোৰে জীৱনলৈ কঢ়িয়াই আনক অনাবিল সুখ আৰু শান্তিৰ বতৰা ৷
  • সমূহ অসমবাসীলৈ পৱিত্র ঈদৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ। আশা কৰিছো পৱিত্ৰ ঈদে সম্প্রীতিৰ বান্ধোন অধিক কটকটীয়া কৰি সমাজখনক আগুৱাই লৈ যাব।
  • ঈদৰ এই পৱিত্র ক্ষণত সকলোয়ে প্রেম,মহানুভূতি আৰু ভাতৃত্বৰ এনাজৰীৰে যেন বান্ধ খাওক। তাৰেই কামনাৰে সকলোকে ঈদৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ।
  • আপোনাৰ জীৱনত সুখ এনেকৈ থাকক, প্ৰতিদিনে নতুন ভাল খবৰ লাভ কৰক, আপোনাৰ জীৱনতো ঈদৰ চন্দ্ৰৰ দৰে উজ্জ্বল হওক। ঈদৰ মোবাৰক।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24Eid al-FitrEid indiaEid wishes
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

পাকিস্তানত হাহাকাৰ! দুৰ্বল হৈ পৰিছে অৰ্থনীতি
বাণিজ্য

পাকিস্তানত হাহাকাৰ! দুৰ্বল হৈ পৰিছে অৰ্থনীতি

May 3, 2026
হালধীয়া হৈছে নেকি আপোনাৰ দাঁত? ধুনীয়া হাঁহিৰ বাবে লওক দাঁতৰ যতন
জীৱনশৈলী

হালধীয়া হৈছে নেকি আপোনাৰ দাঁত? ধুনীয়া হাঁহিৰ বাবে লওক দাঁতৰ যতন

May 3, 2026
খাদ্যত অত্যাধিক নিমখ ব্যৱহাৰ কৰে নেকি? বিপদত পৰিব পাৰে আপুনি!
জীৱনশৈলী

খাদ্যত অত্যাধিক নিমখ ব্যৱহাৰ কৰে নেকি? বিপদত পৰিব পাৰে আপুনি!

May 3, 2026
পুৰণি কাপোৰেৰে ঘৰ মচে নেকি? ভুগিব ডাঙৰ সমস্যাত!
জীৱনশৈলী

পুৰণি কাপোৰেৰে ঘৰ মচে নেকি? ভুগিব ডাঙৰ সমস্যাত!

May 3, 2026
Next Post
শীঘ্ৰে ভাগ্য উদয় হ’ব ৫ ৰাশিৰ লোকৰ, বাবা ভাংগাৰ ভৱিষ্যতবাণী

শীঘ্ৰে ভাগ্য উদয় হ'ব ৫ ৰাশিৰ লোকৰ, বাবা ভাংগাৰ ভৱিষ্যতবাণী

দুৰ্ভাগ্য নে অভিশাপ? অন্ধকাৰৰ সৈতে সহবাস একেটা পৰিয়ালৰ ৬ জনকৈ সদস্যৰ

দুৰ্ভাগ্য নে অভিশাপ? অন্ধকাৰৰ সৈতে সহবাস একেটা পৰিয়ালৰ ৬ জনকৈ সদস্যৰ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.